◾ নাৰীৰ কণ্ঠত গীত গাই চৰ্চিত এজন অসাধাৰণ যুৱক।

◾ ছ'চিয়েল মিডিয়াত চৰ্চিত কণ্ঠ আজি ঈশানৰ মজিয়াত।◾ কেঁচা চানা বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া পংকজে দেখিছে কণ্ঠেৰে জগত জিনাৰ সপোন।
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com/profile/ishannews

Пікірлер: 1 100

  • @user-sn2yc8co2w
    @user-sn2yc8co2w2 жыл бұрын

    হে ভগৱান সঁ‌চাকৈ এখেতে গায়ছে নে নাই নিজ চঁ‌কুৰে দেখাৰ পিছতো চোন বিশ্বাসেই নহয়। ইমান সুন্দৰ মাত..আচৰিত

  • @daimeeborah1845
    @daimeeborah18452 жыл бұрын

    , খুউব সুন্দৰ কণ্ঠ নাৰী আৰু পুৰুষ ৰ সমানে পৰিৱেশন কৰিছে শুনি ভাল লাগিল আৰু আগুৱাই যোৱা ।👍😉👍

  • @subhashnathentertainment4595
    @subhashnathentertainment45952 жыл бұрын

    ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ এই প্ৰতিভা যেন প্ৰায় জীয়াই থাকক

  • @bubulbaruah4926
    @bubulbaruah49262 жыл бұрын

    ভাল কন্ঠ দিছে। তেখেত নাৰী আৰু পুৰুষ দুয়োৰে কন্ঠত গীত পৰিৱেশন কৰাৰ অধিকাৰ আছে। ধন্যবাদ 🙏

  • @boruahbeauty6830

    @boruahbeauty6830

    2 жыл бұрын

    😇😴

  • @snigdhaphukan9377

    @snigdhaphukan9377

    2 жыл бұрын

    @@boruahbeauty6830 .

  • @gahinboro419

    @gahinboro419

    2 жыл бұрын

    ধন্যবাদ,বহুত বহুত ধন্যবাদ ।অসমবাসীৰ মৰম আৰু আৰ্শীবাদ নিশ্চয় আছে আৰু ৰৈথকাৰ প্ৰয়োজন নহব । ভগবানে কণ্ঠশিল্পী গৰাকীক আৰ্শীবাদ কৰক ইয়াকে কামনা কৰিলো । ধন্যবাদ ।

  • @mantudds2395

    @mantudds2395

    2 жыл бұрын

    তেওঁ সু কণ্ঠৰ গৰাকী সঁচাকৈ এ

  • @prashantaprashantapatar3061

    @prashantaprashantapatar3061

    2 жыл бұрын

    @@boruahbeauty6830 6

  • @kundansonowal8655
    @kundansonowal86552 жыл бұрын

    Kokai tumi jui 🔥 Beautiful voice ❤️

  • @kulasaikia740
    @kulasaikia7402 жыл бұрын

    ভগৱানে আৰু শক্তি দিয়ক । অতি সুন্দৰ ।

  • @munmiduttaburagohain4909
    @munmiduttaburagohain49092 жыл бұрын

    ইমান ধুনীয়া অ' মাতটো,,,, 🥰😘এনেকুৱা প্ৰতিভা আমাৰ অসমতেই আছে তাৰ বাবে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছো,,, 🙏

  • @ushaborgohain3223

    @ushaborgohain3223

    2 жыл бұрын

    ধুনীয়া কণ্ঠ ৰে এজনী ভন্টি ৰ মাত। দেখাত ভাইটি।সাজ পোচাক ত আজি কালি ধৰিবটো নোৱাৰি, actually ভাইটিনে ভন্টি? যিজনেই নহওক বহু বহু ধন্যবাদ।গাই। যোৱা গান । এদিন বিশ্ব দৰবাৰত ভৰি দিব পাৰিবা।শুভকামনাৰে।

  • @dhirendramazumdar1384
    @dhirendramazumdar13842 жыл бұрын

    অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দৃষ্টি আকৰ্ষণ কৰা হ'ল ,এনেকুৱা প্ৰতিভা মৰহি যাব দিব নোৱাৰি,ৰাইজেও সহায়ৰ হাত আগবঢ়াওক ।

  • @labanyagogoi5728

    @labanyagogoi5728

    2 жыл бұрын

    ভগৱন্ত প্ৰদত্ত প্ৰতিভা ।নিশচয় তেৰাই কৃপা কৰিব ।

  • @bhupatimedhi8845

    @bhupatimedhi8845

    2 жыл бұрын

    Atisundor.verynic

  • @bishnubaruah4728

    @bishnubaruah4728

    3 сағат бұрын

    Eman.dhunia.kontha.val.lagil.vogobane.aru.vobissataloy.arukhundarhauk.moy,kamona.karichu❤

  • @monjugogoi6107
    @monjugogoi61072 жыл бұрын

    আশীর্বাদ কৰিছো ভগৱানে য়েন দয়া কৰক

  • @onlineclass5882
    @onlineclass58822 жыл бұрын

    সফলতাৰ আৰম্ভনি...god bless you

  • @allindiaediting6818
    @allindiaediting68182 жыл бұрын

    মৰিাঁওৰ বাসিন্দা হৈ গৌৰব বোধ কৰোঁ 🥰🥰 । মৰিগাঁও ৰ কোন কোন আছে লাইক এটা কৰিব

  • @tinamoni172
    @tinamoni1722 жыл бұрын

    বাঃ অদ্ভুত কণ্ঠ দেই তুমি আৰু আগ বাহি যোৱা

  • @pranjalbharali8134
    @pranjalbharali81342 жыл бұрын

    Cute voice...... God bless you

  • @infoeducation729
    @infoeducation7292 жыл бұрын

    ভাল হওক তোমাৰ ভাই ৷ ভগবান সহায় হ’ব ৷

  • @rajuduwori4297

    @rajuduwori4297

    2 жыл бұрын

    এইয়া ভগৱানৰ আৱদান ॥

  • @nbasumatary9682

    @nbasumatary9682

    2 жыл бұрын

    Joyi Assam joyi hin

  • @bhupenduarah9804

    @bhupenduarah9804

    4 ай бұрын

    ​@@nbasumatary968217:02 17:02

  • @subhashsut2215
    @subhashsut221510 ай бұрын

    কি সুন্দৰ সছাকৈয়ে ভাবি আচৰিত হলো ।

  • @junmonisarmah5194
    @junmonisarmah51942 жыл бұрын

    চেষ্টাৰ অসাধ্য একো নাই। অতি সুন্দৰ কন্ঠ। 🙏🙏🙏🙏🙏

  • @utpalnath8099

    @utpalnath8099

    2 жыл бұрын

    Hoi thik koise

  • @hirensaikia3810
    @hirensaikia38102 жыл бұрын

    কি আচৰিত 🙏🙏🙏🙏🙏🙏👍

  • @pankajbordoloi2868

    @pankajbordoloi2868

    2 жыл бұрын

    Tq

  • @daizee4510
    @daizee45102 жыл бұрын

    বাঃ অদ্ভুত কণ্ঠ দেই ৷

  • @gitanjalipatiri415
    @gitanjalipatiri4152 жыл бұрын

    বাঃ কিযে মধূৰ কন্ঠ ।আৰু আগলৈ যোৱাৰ আশাঁ ৰাখিলোঁ।

  • @nirojdeori7130
    @nirojdeori71302 жыл бұрын

    বিশেষকৈ আমাৰ অসমীয়া মানুহৰ দুখ। আনৰ ভাল দেখিব নোৱাৰা। ইয়াত দিচলাইক কৰা সকলেও আমাৰে ককাই ভাই।🙏🙏🙏

  • @dipakkalita7034

    @dipakkalita7034

    2 жыл бұрын

    এই বোৰ মানুহৰ ভিতৰত নপৰে।

  • @pahee6433

    @pahee6433

    2 жыл бұрын

    Dislike dibo logia ki ase buji napalu .manuh u ase aru .....

  • @nirojdeori7130

    @nirojdeori7130

    2 жыл бұрын

    @@pahee6433 শুদ্ধ কথা কৈছা।ধন‍্যবাদ

  • @didul682

    @didul682

    2 жыл бұрын

    Dhuinya bad

  • @puspomalaneog4362

    @puspomalaneog4362

    2 жыл бұрын

    Tomar sathana ahibhahot rakha saphalata ahiboi

  • @nitishnb5071
    @nitishnb50712 жыл бұрын

    Bahut hundar nari kanmtha, All the best.

  • @borokha6365

    @borokha6365

    2 жыл бұрын

    Very Nice

  • @chinuprovacheleng7492
    @chinuprovacheleng74922 жыл бұрын

    পঙ্কজ আগবাঢ়ি যোৱা। তোমাৰ লগতে গোবিন কোঁৱৰ ছাৰলৈ ধন্যবাদ।

  • @nirmollama4080

    @nirmollama4080

    2 жыл бұрын

    DhNyobad

  • @anjanagogoi6105
    @anjanagogoi61052 жыл бұрын

    বহুত ভাল লাগিল ,সুন্দৰ দ্বৈত কণ্ঠৰে গাব পৰা প্ৰথম শুনি অভিভূত হলো ।আগুৱাই যোৱা ।তাৰে শুভ কামনা কৰিলোঁ ।

  • @lalitbordoloi7422
    @lalitbordoloi74222 жыл бұрын

    বহুত বহুত ভাল লাগিল ধন্যবাদ জনাইছো আৰু আগবাঢ়ি যাব লৈ ঈশ্বৰে শক্তি দিয়ক তাৰে কামনা ঈশ্বৰৰ ওচৰত ।সদৌ অসম বাসী লৈ আহবান লৰা জনক আগুৱাই যোৱাত সহায় কৰে যেন

  • @sunmonisunmonimusahari2746

    @sunmonisunmonimusahari2746

    2 жыл бұрын

    Val.lagise

  • @babuldeka652

    @babuldeka652

    2 жыл бұрын

    Pànkaj Bordoloi tumar prochestak

  • @ashimali4757

    @ashimali4757

    2 жыл бұрын

    Very good voice dada

  • @NandeswarChutia-tk1rm
    @NandeswarChutia-tk1rm2 жыл бұрын

    ভাল লাগিল । আশা কৰোঁ সঙ্গীতৰ লগত জড়িত ব্যক্তি সকলে যুৱকজনক সহায় কৰিব ।

  • @amulyagogoi5135

    @amulyagogoi5135

    2 жыл бұрын

    Very nice

  • @ritugogoi6519

    @ritugogoi6519

    2 жыл бұрын

    Awesome.He is God gifted.

  • @geetadas1015
    @geetadas10152 жыл бұрын

    Very good. He needs good support to continue his musical journey. Wish him best in his future

  • @meaarmymeablink9225
    @meaarmymeablink92252 жыл бұрын

    Super tallents good voice we are always support you go away God bless you.

  • @mrinalgoyari8112
    @mrinalgoyari81122 жыл бұрын

    So sweet voice. Amazing. May God bless him to gain success his music journey.

  • @digantadewri917
    @digantadewri9172 жыл бұрын

    ইমান ধুনীয়া কন্ঠ ৷ সংগীতৰ লগত জৰিত সকলে যাতে এই নতুন শিল্পী জনক আকোঁৱালি লয়ে তাৰেই কামনা কৰিলোঁ ৷

  • @pareshrajkhowa2271
    @pareshrajkhowa22712 жыл бұрын

    Excellent Talent.Keep it up.

  • @itsenjoy4720
    @itsenjoy47202 жыл бұрын

    সঁচাকৈ আচৰিত জনক।।ইমান ধুনীয়া কণ্ঠ ❣️।। এজনী ভাল গায়িকাৰ সমানে ধুনীয়াকৈ গাইছে।।এনেকুৱা প্ৰতিভা বিকাশ হওঁক।। আগুৱাই যাওঁক।।❣️

  • @subhashsut2215
    @subhashsut221510 ай бұрын

    ইমান‍ সুন্দৰ সুৰ আগলৈকে আগবাঢ়ি জাবলৈ আশীৰ্বাদ জাছিলো । ধনয়বাদ ।।

  • @apurbadeka1871
    @apurbadeka18712 жыл бұрын

    অতি সুন্দৰ👌👌👌

  • @minakshibezboruah3128
    @minakshibezboruah31282 жыл бұрын

    সৰ্বভাৰতীয় স্তৰত "কিশোৰ দা"ৰ পিছত আহিছে যেন এই প্ৰতিভা। সাধনাই তেখেতক মঞ্চ দিব। ঈশান পৰিয়াল ও শ্ৰীযুত গোবিন্দ কোঁৱৰ ডাঙৰীয়াৰ প্ৰতি ধন্যবাদ। ভগৱানে পঙ্কজক আগুৱাই যাবলৈ আশীৰ্বাদ দিয়ে যেন...

  • @bhaktadhadumia7217
    @bhaktadhadumia72172 жыл бұрын

    Very nice Pankaj.,.Congratulations!!

  • @Bmkentertainment834
    @Bmkentertainment8342 жыл бұрын

    Good voice. God bless him. He need to support to best future.

  • @diplinashorts
    @diplinashorts2 жыл бұрын

    সুন্দৰ 👍👍🙏🙏

  • @bitenrajkhowa1339

    @bitenrajkhowa1339

    2 жыл бұрын

    Biten. Rajkhowa

  • @kanakray6651

    @kanakray6651

    2 жыл бұрын

    D

  • @punudharhajong7747

    @punudharhajong7747

    2 жыл бұрын

    Vrry vrry nice

  • @kanakray6651

    @kanakray6651

    2 жыл бұрын

    D

  • @kanakray6651

    @kanakray6651

    2 жыл бұрын

    D

  • @jibanrabha7404
    @jibanrabha74042 жыл бұрын

    Bargeet ti xuni mur bhut val lagise.. Amazing....

  • @aruppathak9422
    @aruppathak94222 жыл бұрын

    Practice makes perfect.

  • @prabhatkrgogoi8153
    @prabhatkrgogoi81532 жыл бұрын

    অতি মনোগ্ৰাহী কণ্ঠ ৷ পৰিচয় সময়ে নিজেই দিছে যেতিয়া এতিয়া আৰু ৰব নেলাগে , গৈ থাকক আগবাঢ়ি, শুভেচ্ছা জনালোঁ 👌👌👌

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah69062 жыл бұрын

    💯 pc female voice... 💯 pc .. xundor go ahead...

  • @kundansonowal8655
    @kundansonowal86552 жыл бұрын

    This guy have the real talent ❤️not that "Bachpan ka pyaar" bakwas one

  • @nilutpalll669

    @nilutpalll669

    2 жыл бұрын

    Bahut hundar.Teu amar naba projonmor babe gourav.Asomor gourav.

  • @harakantatamuli1053

    @harakantatamuli1053

    2 жыл бұрын

    Many many thanks to you pangkaj.god bless you.👌👌👌

  • @madhukantakhakhlari430
    @madhukantakhakhlari4302 жыл бұрын

    পংকজ আপোনাৰ কণ্ঠত আসাধাৰন প্রতিভা আছে আপুনি আৰু আগুৱাই যাওক এয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা

  • @jantihira9223
    @jantihira92232 жыл бұрын

    অসমীয়া বিখ্যাত গায়ক জুবিন দালৈ অনুৰুধ পঙ্কজ বৰদলৈ লগত এটা গান একেলগে গোৱা দেখিলে বহুত ভাল পাম । জুবিন দাই মতা মানুহৰ সুৰ আৰু পঙ্কজ বৰদলৈ ছোৱালীৰ সুৰ দিলে ভাল লাগিব।

  • @jjannat921

    @jjannat921

    2 жыл бұрын

    ek mot ❤️❤️❤️❤️❤️❤️❤️love it

  • @numaldeuri646

    @numaldeuri646

    2 жыл бұрын

    @@jjannat921 🎉

  • @muktisaikia5717

    @muktisaikia5717

    2 жыл бұрын

    ⁶ mk

  • @AXOM-SPORTS

    @AXOM-SPORTS

    2 жыл бұрын

    Anaka bhanu dgabqb5anam2 nibbles hhjjkjj6tj most

  • @itsroshnilama8999

    @itsroshnilama8999

    2 жыл бұрын

    @@jjannat921 00😠

  • @ranjitamahanta7707
    @ranjitamahanta77072 жыл бұрын

    বহুত বহুত শুভেচ্ছা জনাইছো আগুৱাই গৈ থাকে যেন

  • @rekhadas7669
    @rekhadas76692 жыл бұрын

    Sweet voice. God bless you

  • @ratulgogoi1755

    @ratulgogoi1755

    2 жыл бұрын

    👌👌👌👌👌💐💐💐💐💐

  • @dibakarswargiary235
    @dibakarswargiary2352 жыл бұрын

    Really so amazing voice 😲 Great God may lead his artistic life on way to fulfill successful Artist!!!!

  • @pranjalpradipnath6355
    @pranjalpradipnath63552 жыл бұрын

    Great 👍👍কি সুন্দৰ কণ্ঠ। Keep it up... 🙏🏼🙏🏼🙏🏼

  • @anshumanue6007
    @anshumanue60072 жыл бұрын

    Good voice , God bless you

  • @pronitabordoloi1254
    @pronitabordoloi12542 жыл бұрын

    অতি সুন্দৰ 👌👌শুভেচ্ছা থাকিল

  • @mrigankaphukan4427
    @mrigankaphukan44272 жыл бұрын

    অতি সুন্দৰ প্ৰদৰ্শন 🔥🔥🔥

  • @AbdulSalam-zl8ze
    @AbdulSalam-zl8ze2 ай бұрын

    খুব সুন্দৰ হৈছে। তুমি তোমাৰ চেষ্টাৰে আগলৈ আগুৱাই যোৱা।

  • @tutumonibordoloi2816
    @tutumonibordoloi28162 жыл бұрын

    আশীৰ্বাদ কৰিছো ,তুমি যেন আৰু বহু দুৰ আগুৱাই যোৱা ।

  • @biturajchannel6072
    @biturajchannel60722 жыл бұрын

    Nice voice . God bless you

  • @nironburagohain
    @nironburagohain3 ай бұрын

    Bahut bahut sundar. God bless you. Keep it up.

  • @nandinislittleworld4091
    @nandinislittleworld40912 жыл бұрын

    সঁচাকৈ অসাধাৰণ প্ৰতিভা। অযুত শুভকামনা থাকিল তেখেতলৈ।

  • @bhanuhazarika2015
    @bhanuhazarika20152 жыл бұрын

    Very nice voice 🙏🙏🙏

  • @abubakkarali699

    @abubakkarali699

    2 жыл бұрын

    Good

  • @reenaborah2423

    @reenaborah2423

    2 жыл бұрын

    👌👌👌❤️❤️❤️

  • @putulsaikia2013
    @putulsaikia20132 жыл бұрын

    সচায় হিয়া মন হাত পৰি গল, আগবাঢ়ি যোৱা

  • @kailashchsarma619
    @kailashchsarma6192 жыл бұрын

    পংকজ বৰদলৈৰ কণ্ঠই ইমানেই মুগ্ধ কৰিলে যে আবেগত চকুপানী নিগৰিল । ঈশ্বৰপ্ৰদত্ত কণ্ঠৰ গৰাকী যুৱকজন আগুৱাই যোৱাৰ অনুকূল পৰিবেশ পাওক, অসমৰ সাংস্কৃতিক জগতখন এনে সম্ভাৱনাপূৰ্ণ প্ৰতিভাৰে সমৃদ্ধ হওক -তাকেই কামনা কৰিলো । বৰদলৈ লৈ শুভাশীষ আৰু অনুষ্ঠানটিৰ আয়োজক স্নিগ্ধা প্ৰমুখ্যে ঈশান নিউজৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ যাছিলো ।

  • @babyrabha5118
    @babyrabha51182 жыл бұрын

    Eman dhuniya voice ❤️❤️❤️❤️❤️

  • @jitumitali937
    @jitumitali9372 жыл бұрын

    বহুত ধুনীয়া কন্ঠ। ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিলো পংকজ লৈ

  • @harikamanpersonal5333
    @harikamanpersonal53332 жыл бұрын

    Super 👍👍👍👍👍❤️❤️❤️❤️

  • @miduldutta8798
    @miduldutta87983 ай бұрын

    সুন্দৰ অতি সুন্দৰ বন্ধু অতি সুন্দৰ ❤❤❤, আগবাঢ়ি যোৱা তুমি জয় আই অসমমমমমমমমমমমমমমমমমম, এটা কথা মনত লৈ গীত গাই যোৱা তুমি নিজৰ কণ্ঠৰে , আন শিল্পী লগত তুলনা কৰি নহয় , চবৰে গীত গাই যোৱা অতি সুন্দৰ বন্ধু অতি সুন্দৰ ❤❤❤

  • @madhabikarkha4923
    @madhabikarkha49232 жыл бұрын

    Pankash dadar babe 1ta like

  • @dipaborah8139
    @dipaborah81392 жыл бұрын

    Iman humodhu xur, so amazing 👌👌

  • @thirenray6534
    @thirenray65342 жыл бұрын

    Nice voice God bless you......

  • @khirudlalung3733
    @khirudlalung37332 жыл бұрын

    Khub mojaa gaise dada apuni aguai jaaok

  • @sujithazarika169
    @sujithazarika1692 жыл бұрын

    Bohut bohut bohut bohut bohut hundor kontho... 🔥🔥🔥👍👍

  • @semimasultana1427
    @semimasultana14272 жыл бұрын

    Dhunia❤❤❤

  • @beulabailung8969
    @beulabailung89692 жыл бұрын

    God bless you 🙏🙏🙏

  • @keshabgogoi2063
    @keshabgogoi2063 Жыл бұрын

    অতি সুন্দৰ হৈছে,এইয়ে শিল্পী ভগৱানে মঙ্গল কৰক।

  • @bagishffgamingbox228
    @bagishffgamingbox2282 жыл бұрын

    ভগৱানে আশীর্বাদ কৰক। ভালদৰে আগবাঢ়ি যোৱা

  • @sunilboro5021
    @sunilboro50212 жыл бұрын

    Wowwwww sprrrr singing

  • @jahahoralmushahary9682
    @jahahoralmushahary96822 жыл бұрын

    Wonderful voice Extra talent God.bless you

  • @ndekaentertainment4915
    @ndekaentertainment49152 жыл бұрын

    Excillent pankaj bhai to aru aguwai joa

  • @user-if3rr6sn4z
    @user-if3rr6sn4z4 ай бұрын

    বৰধুনীয়া‌গাইছে।🎉🎉🎉❤

  • @bharatidevi5776
    @bharatidevi57762 жыл бұрын

    Nice voice God bless you

  • @binapanisaikia4910
    @binapanisaikia49102 жыл бұрын

    Cute voice really.....!!

  • @pallabilahon2547
    @pallabilahon25472 жыл бұрын

    Iman hundor mat nij sokure nedekhile bishwas nohoi god bless you aguwai juwa

  • @nirojdeori7130
    @nirojdeori71302 жыл бұрын

    মানি গলো। পংকজৰ নাৰী আৰু পুৰুষৰ মাতত গান। কলি যুগৰ অৱতাৰ। আগবাঢ়ি যাওঁক।🙏🙏🙏🙏

  • @daimalumushahary7443
    @daimalumushahary74432 жыл бұрын

    আগবাঢ়ি যোৱা, ঈশ্বৰৰ আশীৰ্বাদ থাকিল

  • @newassamesereels7262

    @newassamesereels7262

    2 жыл бұрын

    God bless you very nice

  • @khaninray6017
    @khaninray60172 жыл бұрын

    সুন্দৰ কণ্ঠ ভৱিষ্যত আগুৱাই যোৱাৰ কামনাৰে।

  • @balorambordoloi5240
    @balorambordoloi52402 жыл бұрын

    Iman sundar voice. God bless you to gear up ..Your future is very bright

  • @sashankasarma92
    @sashankasarma922 жыл бұрын

    এজন পুৰুখৰ কন্থত নাৰীৰ কন্থ,মানে দ্বৈত কন্থ❤️🙏❤️ O M G

  • @daphor1132
    @daphor11322 жыл бұрын

    Wow so wonderful voice 💖🤩

  • @tileswaryein1295
    @tileswaryein12954 ай бұрын

    BEST SINGAR BORDOLOI. THANK YOU.🎉🎉🎉🎉🎉.

  • @balendas4259
    @balendas42592 жыл бұрын

    পংকজ বৰদলৈ ৰ মাতটো সাইলাখ লতাৰ দৰে নহবো পাৰে কিন্তু আচৰিত হলো যে ল'ৰাৰ মুখত ছোৱালীৰ কণ্ঠ অপূৰ্ব । যথেষ্ট উণ্ণতিৰ স্থল আছে । হিন্দী বলয়তো তেনে গায়ক আছে বলিউদৰ দৰ্শকে সমাদৰ কৰি যথেষ্ট খিনি সহায় সহযোগ কৰি আগবঢ়াই নিছে । আশা কৰো পংকজকো অসমৰ ৰাইজে মৰমেৰে আঁকোৱালিকৈ আদৰি ল'ব । বিৰল প্ৰতিভা যেন মৰহি নাযায় ।

  • @mridulasutradhar2607
    @mridulasutradhar26072 жыл бұрын

    খুব ধুনীয়া কণ্ঠ সচাঁকে দেই ভাল লাগিল শুনি.

  • @jodumonigogoigogoi7592
    @jodumonigogoigogoi75922 жыл бұрын

    Vaite 2mi aru ag bahi jua💗💗💗

  • @meghnilamusical9272
    @meghnilamusical92722 жыл бұрын

    Uffff got ❤❤❤❤❤❤🚀🚀🚀🚀🙏🙏🙏🙏🙏💥💥💥💥💥agote abar paislu...aji akou dekha pai bohut val lagil

  • @mtroky8848
    @mtroky88482 жыл бұрын

    Wonderful,oshador...wow... God bless him....

  • @basantiboro4314
    @basantiboro43142 жыл бұрын

    দিপলীনাৰ অনুষ্ঠান চোৱাতকৈ এইজন লৰাৰ অনুষ্ঠান চাই ভাল লাগে।

  • @malayarabha9189
    @malayarabha91892 жыл бұрын

    Very Nice .Thanks

  • @bubullahkar8596
    @bubullahkar85962 жыл бұрын

    ধুনীয়া গাইছে .... ভাল লাগিছে

  • @user-xi6sw3px2n
    @user-xi6sw3px2n3 ай бұрын

    অতি সুন্দৰ কন্ঠ। ভাল লাগিল শুনি

  • @jkjahangir4431
    @jkjahangir44312 жыл бұрын

    Osm bro...... Keep it up 🤟

  • @ramashrikalandi3434
    @ramashrikalandi34342 жыл бұрын

    Thanks the Lord 💖

  • @nrigengogoi3937
    @nrigengogoi39372 жыл бұрын

    ইমান সুন্দৰ কণ্ঠ । go forward ,

  • @rupidehingia6680
    @rupidehingia66802 жыл бұрын

    তেওঁৰ নাৰী কণ্ঠক মই আদৰণি জনাইছোঁ।

  • @dipikaphukan7387
    @dipikaphukan73872 жыл бұрын

    ভগৱানে তুমাৰ সৰ্বতু প্ৰকাৰে ‌মংগল কৰক ।

Келесі