কিয় এনেকুৱা হৈছে নাজানো।। কিন্তু মই দেখাত অসমীয়া ফিল্ম industry T নতুনকৈ যিমান বোৰ চিনেমা বনিছে সেইবিলাকৰ তুলনাত webseries,short film আৰু serial বিলাকৰ মানদণ্ড বহুত বেছি উন্নত।। ইয়াৰ মূল কাৰণ কি হব পাৰে বাৰু
বহুত ভাল লাগিছে চাই,,, তেওঁৰ চৰিত্ৰটো খুব ভাল লাগিলে।
@kakolipuja45614 күн бұрын
Bohut morom lage Kaushik dadak ❤❤Chupa chupi sai bohut val lgil dei 😊
@shikhadas55369 күн бұрын
কৌশিক ৰ চিৰিয়েল অভিনয় ধুনীয়া। 3 খন মান চাইছোঁ
@HappyNoodles-nw3ms12 күн бұрын
একেলগে পঢ়া আছিলো প্ৰণবৰ লগত। খুব ভাল লিখে।
@mouchumi282114 күн бұрын
ভাল লাগিল চুপা চুপি ❤
@JeshminYeasmin9 күн бұрын
চুপা চুপি ভাল লাগিল,সচা অৰ্থত কব গলে একদম আগৰ কথা মনত পৰি গৈছে,প্ৰতিটো part ভাল লাগিছে।
@ankitarajbanshi472013 күн бұрын
Bht bsi vl lgil websiras khn sai akdom hoykhbo khni mnt pori gl shclr vl lga din bur mnt pelai deli ❤❤❤ love frm jorhat
@devajanigogoi274813 күн бұрын
মৰম লগা লৰা জন।😍
@Maju1972.10 күн бұрын
প্ৰত্যেকটো চিনেই তাহানিৰ এক বাস্তৱ ৰূপ আছিল। চৰিত্ৰবোৰত প্ৰত্যেকৰে অভিনয় সঁচাকৈ ভাল হৈছে। চাই বহুত ভাল লাগিল।
@sumitdey119114 күн бұрын
Bohut val lagil sai... next episode hunkale uliabo lage
@himasrikashyap787714 күн бұрын
Himashree baa aji podcast to saii bahut bahut vl lagise ❤️❤️ chopa chupi web film khn 9 episode akelge saiiso bahut vl lagise ❤️❤️ next episode lage
@JIRI13814 күн бұрын
সুন্দৰ অনুস্থান...চুপা চুপি চাই ভাল লাগিল
@user-bhumita13 күн бұрын
Bhut morom lge koushik dadak ,,emn simple ako style ni bhut bhut morom dada tumaloi aguwai jowa
@sarmahkashmiree813611 күн бұрын
চুপা-চুপি চাই সচাকৈ খুব ভাল লাগিল। নষ্টালজিক হৈ গৈছিলো। সেই স্কুলীয়া প্ৰেম, সেই নতুনকৈ লোৱা মোবাইল। সচাই সোমাই পৰিছিলো চিৰিজখনৰ ভিতৰত। ধন্যবাদ দেই এনে এক nostalgic creation আগবঢ়োৱা বাবে।।
@taraligohain71036 күн бұрын
Series khonor ataitkoi dhuniya loratu❤
@_PARI_200614 күн бұрын
Oyy hoyy my crush ❤😊
@GogoiRecords13 күн бұрын
Webseries khn sai hoitu bhutor puroni din burle monot pori goise. It's a very natural and masterpiece content. Thank you for making that content!
@bulubaishya54543 күн бұрын
সুন্দৰ অভিনয়, স্কুলীয়া জীৱনলৈ উভতি যোৱাৰ সুবিধা পালোঁ ৷ চিঠিৰ দিনৰ আমি ৷ আৰু এটা কথা “হৃদয় এক বিজ্ঞাপন“ ৰ চিন্ময়ে চুপা চুপি চাবলৈ বাধ্য কৰালে ৷ চিন্ময় চৰিত্ৰটোৱে মনত সাঁচ বহুৱাই দিছে প্ৰিয় চৰিত্ৰ ৷ আৰু সুন্দৰ অভিনয় চাবলৈ পাম বুলি আশা কৰিলোঁ লগতে চুপা চুপিত জেইলৰ পৰা ওলাই কি হ’ল সোনকালে চাবলৈ অপেক্ষাত ৰ’লোঁ ৷
@zganupnarayandev10 күн бұрын
Kotha Kowa Bur Eman Dhuniya,Spead Selute ❤
@chandamitaraychandamitaray33414 күн бұрын
Bortoman Axomor suwali crush 🥰
@user-im7qk8bx3r
14 күн бұрын
😌😁 ❤
@minalipanging7169
13 күн бұрын
😂❤
@saikia8367
13 күн бұрын
@@minalipanging7169🌚❤
@barbideka9718
13 күн бұрын
Ekdmm
@dhrubajyotimahanta5670
12 күн бұрын
@@chandamitaraychandamitaray334 kik koo
@mousumibora918511 күн бұрын
Million views ahise episode 1 t ..... Val lagil sai❤
@user-vb5xn8dz5d14 күн бұрын
সুন্দৰ কৈ উপস্হাপন কৰিছা,ভাল লাগিল 👌👌👌
@RupadasRupadas-zg2ty7 күн бұрын
চুপা-চুপি খুব ধুনীয়া উপস্থাপন কৰিছে ❤
@arunimasharma582814 күн бұрын
Ei interview tu sai he gom palu ..supa supi ..web series khon r.kotha..loge loge salu ..khubei bhal lagil
@nayanjyotidas43234 күн бұрын
Ata kotha jun ye direct korise he have that gut ... Ai manuh jon ye jodi val budget pai ki dhoronor film ba web series bonabo paribo.. salute.. school love characters bur pura milise. And ai2 gom pua jai je life is a chapter-wise gotikhil bos2. Jenek revision di val lage teneke jibon r agor kotha bur schooliya jibon r monot pelai bohut bhal lagil .. once agai Brave direct brave show
@pompiburagohain23966 күн бұрын
যৌৱনৰ আৰম্ভনি ৰ অনুভৱ বোৰ ফুটি উঠিছে ভাল লাগিল ।
@jeemonigogoi345513 күн бұрын
Val lagile interview tu sai ❤❤ Dada jon dhuniya 😍❣️😊
Acting dhunia ..korise ..mzaaa lagil supa supi next part lage
@tikenrabha972114 күн бұрын
Bro tuk bohut bhal lage moi tumar serial aje loike dukhan dekhilu etiya hridoy ek vigyapan khon sai asu..
@babuldutta147511 күн бұрын
কথাবোৰ ভাল লাগিল ❤❤
@pujarajbangshi645514 күн бұрын
ভাল্ লাগিল চাই chupa chupi❤️
@himanshudeka487914 күн бұрын
চুপা চুপি চোৱা সকলে like এটা কৰি যাব ❤❤❤
@dhritisarma106910 күн бұрын
ঠাইবোৰ বহুত ধুনীয়া
@Abhi656664 күн бұрын
বহুত ভাল লাগিল অতিতক ঘুৰাই দিলা❤
@karabimunmahanta600414 күн бұрын
He answered very smarty. Nice
@swaggergirl157113 күн бұрын
His smile ❤👀😌
@arunimalahon-ld8rs11 күн бұрын
চুপা চুপি খন চায় বহুত ভাল লাগিল ❤❤❤❤
@nayankalita799414 күн бұрын
Amr dinor ❤bohut val hoisy
@nainaislam200810 күн бұрын
Deepok r acting xub xundor hoise.... Bht vl lgise❤
@bhargabd565613 күн бұрын
Best Assamese series till Now... Ajon School student r acting ekdm perfectly korise logote 90s ru 20s duta generation a relate koribo pora akhon series .. Part 2 bisaru.. ru hoi atiau jiman views pabo lagisl khiman pua ni akha koru oti khunkale spread houk series khn baki love story tu nhole Series khn interesting nhol heten ❤
@ontheway855514 күн бұрын
Tmm mojah 🎉
@soumaradhyapak998613 күн бұрын
Nice interview. keep focussing .
@SwapnaliDas-oo7tc14 күн бұрын
Mojja hoise 2mr abhinoy❤
@biswajitkumar43512 күн бұрын
Bohut besi vl lagise... Ami nijoke connect koribo parisu ai series khnr lgt... Real story 1ta saisu jen lagise... Second part lge... Ru pisoloi o anekuwa series pam buli akha thakil
@ChumuGam-202114 күн бұрын
Thanks for all team ❤❤❤
@johandoley11706 күн бұрын
Mzaa lagise next episode ktiya
@mridusankardas14 күн бұрын
Notun lora 1jon viral hol aru acting superb🔥🔥
@geetsmomdharitreesvlog25719 сағат бұрын
Val lagil... Baki dujonoku matiba val lagibo ..
@chandamitaraychandamitaray33414 күн бұрын
Vabi y asilo interview ata pam buli ❤
@Gulnemu3098610 күн бұрын
Supa supi khon moi kali rati to saisu ☺🥺❤bhut val lagile
@pinkigaming00714 күн бұрын
Cupa chupi sai bohut val lagise aru school life bilakole monot pori gol
@SikhamoniBailung14 күн бұрын
Bishrut da nisina dada apuni ❤😊
@mikuminakshimiku895411 күн бұрын
So cute and decent❤❤
@user-lm2yo3kq6z14 күн бұрын
Moi hriday eak bigapon seriell khan sau tat mur chiinmoi CERECTER to khub valo lage. In future anekua CERECTER pam buli asha thakil
Пікірлер: 512
কি ধুনীয়া অভিনয় তেওঁৰ, ইমান মৰমলগা হাঁহি, চকুৰ চাৱনি, ই্মান বেছি simple, কথা কোৱাৰ ধৰণ, গাম্ভীৰ্যপূৰ্ণ, বৰ ধুনীয়া মানুহজন❤️। কথাত স্পষ্টতা অধিক।
@mmkhanikar9625
14 күн бұрын
Tumi impressed hoi gla😂
চুপা-চুপি চাই কোনে কোনে কৌশিক দাৰ প্ৰেমত porila ?😁❤️❤️❤️❤️❤️❤️--------------------------
@Nirupama417
11 күн бұрын
হৃদয় এক বিজ্ঞাপন চাই এ চিন্ময় ক ভাল লাগিছে
@barashabora6261
10 күн бұрын
Moi ❤😢
@biplobsaikiasaikia481
10 күн бұрын
Rongatapu khon eiyatkoiu hanghatik .heikhon filim or bikhoie ki kbo.😊
@DulumoniDevi-kp6xz
10 күн бұрын
Moi
@Kalitatiku477
10 күн бұрын
❤
কথা-বতৰাখিনি যথেষ্ট মেচিয়ৰ্ড তেওঁৰ। ভাল লাগিল ।
কৌশিক দাদাক বহুত বেছি ভাল লাগিল।🥀❤😘তেওঁ বহুত মৰমলগা।😘😘😘
চুপা-চুপি Zindabaad...কোনে কি কয় , doesn't matter.. 80% অপ্ৰিয় সত্য ঘটনা।
@tusharkhandual5105
Күн бұрын
100%
চিন্ময় চৰিত্ৰটো বৰ ধুনীয়াকৈ কৰিছে। Natural হৈছে।
বহুত ভাল লাগিল বা poadcast টো চাই। ময়ো একে বহাতে chupa chupi ৰ ন টাকৈ episode চাই শেষ কৰিছো বহুত ধুনীয়া কাহিনী। 2nd episode টো অতি সোনকালেই আহিলে ভাল হয়।বাইহাটা চাৰিআলিৰ পৰা বহুত মৰম বা ভালে থাকা সদায়।।।
হৃদয় এক বিজ্ঞাপন কোনে কোনে চোৱা....চিন্মই দাৰ কাৰণে এটা like কৰা.....🎉❤ মই হ'লে চাৱ.......
মোৰ দৰে ধনাত্মক চিন্তা কৰা মানুহখিনিয়ে অন্তত নামটোক লৈ বিতৰ্ক নকৰিব চাগে
Kune kune chupa chupi sale like kora. 😂
Assamese industry is in good hand....No napotism,no VIP culture......Only preference is acting.....Great....
Chinmoy 2mk 'Hridoy ek Bigyapon' r porai bht manuh he sini paixe, bht vll ovinoy korixa 2mi, eijoni e he 2Mr brkground najanu koixe,,, 2mi proti joni suali babe crush❤ hoi,,,,
@roneeaxom3589
12 күн бұрын
Moiu najanu Tate ki hol nu. Chupa chupi pora sini pau.
সচাকৈ বহুত ধুনীয়া কাহিনী বনাইছে। কাহিনীটোৰ ৭০ৰ পৰা ৮০ শতাংশ ৯০ দশকৰ লৰা ছোৱালীৰ মিলি গৈছে( মই ভাৱো)। মইও নিজকে এটা অংশৰ দৰে পাইছিলো, যেতিয়া মই চাই আছিলো।
কিয় এনেকুৱা হৈছে নাজানো।। কিন্তু মই দেখাত অসমীয়া ফিল্ম industry T নতুনকৈ যিমান বোৰ চিনেমা বনিছে সেইবিলাকৰ তুলনাত webseries,short film আৰু serial বিলাকৰ মানদণ্ড বহুত বেছি উন্নত।। ইয়াৰ মূল কাৰণ কি হব পাৰে বাৰু
@ParishmitaDeuri-ub8tk
10 күн бұрын
Right 👍👍
হৃদয় এক বিজ্ঞাপন ত আছে
Kune kune akbohate sai xes korisa like kora ✋
কৌশিকক বহুত ভাল লাগে,অভিনয় ভাল কৰে।❤❤
কথাবোৰ ইমান ধুনীয়াকৈ কৈছা শুনি ভাল লাগিল!web serics খনৰ লগত জড়িত তোমাৰ লগতে প্ৰতিজন অভিনেতালৈ শুভকামনা থাকিল !ভাল ভাল কামবোৰ কৰি যোৱা লগতে হাঁহি থাকিবা দেই হাঁহিটো বৰ মৰম লগা তোমাৰ😊😍
চুপা চুপি খন চাই বহুত ভাল লাগিছে ❤❤❤
Dipok (Kaushik) r karone ata like ❤
চাই ভাল লাগিছে। এইখন ৱেৱ চিৰিজত ভাল দিশটো আৰু বেয়া দিশটো দুয়োটাই দেখাইছে। আজিকালি মোবাইল ব্যৱহাৰ কৰাৰ ফলত মানুহৰ মনত কি কি ভাল বেয়া প্ৰভাৱ পৰিছে সেইখিনি দেখাইছে।
@tulugogoi388
14 күн бұрын
Right
বহুত ভাল লাগিছে চাই,,, তেওঁৰ চৰিত্ৰটো খুব ভাল লাগিলে।
Bohut morom lage Kaushik dadak ❤❤Chupa chupi sai bohut val lgil dei 😊
কৌশিক ৰ চিৰিয়েল অভিনয় ধুনীয়া। 3 খন মান চাইছোঁ
একেলগে পঢ়া আছিলো প্ৰণবৰ লগত। খুব ভাল লিখে।
ভাল লাগিল চুপা চুপি ❤
চুপা চুপি ভাল লাগিল,সচা অৰ্থত কব গলে একদম আগৰ কথা মনত পৰি গৈছে,প্ৰতিটো part ভাল লাগিছে।
Bht bsi vl lgil websiras khn sai akdom hoykhbo khni mnt pori gl shclr vl lga din bur mnt pelai deli ❤❤❤ love frm jorhat
মৰম লগা লৰা জন।😍
প্ৰত্যেকটো চিনেই তাহানিৰ এক বাস্তৱ ৰূপ আছিল। চৰিত্ৰবোৰত প্ৰত্যেকৰে অভিনয় সঁচাকৈ ভাল হৈছে। চাই বহুত ভাল লাগিল।
Bohut val lagil sai... next episode hunkale uliabo lage
Himashree baa aji podcast to saii bahut bahut vl lagise ❤️❤️ chopa chupi web film khn 9 episode akelge saiiso bahut vl lagise ❤️❤️ next episode lage
সুন্দৰ অনুস্থান...চুপা চুপি চাই ভাল লাগিল
Bhut morom lge koushik dadak ,,emn simple ako style ni bhut bhut morom dada tumaloi aguwai jowa
চুপা-চুপি চাই সচাকৈ খুব ভাল লাগিল। নষ্টালজিক হৈ গৈছিলো। সেই স্কুলীয়া প্ৰেম, সেই নতুনকৈ লোৱা মোবাইল। সচাই সোমাই পৰিছিলো চিৰিজখনৰ ভিতৰত। ধন্যবাদ দেই এনে এক nostalgic creation আগবঢ়োৱা বাবে।।
Series khonor ataitkoi dhuniya loratu❤
Oyy hoyy my crush ❤😊
Webseries khn sai hoitu bhutor puroni din burle monot pori goise. It's a very natural and masterpiece content. Thank you for making that content!
সুন্দৰ অভিনয়, স্কুলীয়া জীৱনলৈ উভতি যোৱাৰ সুবিধা পালোঁ ৷ চিঠিৰ দিনৰ আমি ৷ আৰু এটা কথা “হৃদয় এক বিজ্ঞাপন“ ৰ চিন্ময়ে চুপা চুপি চাবলৈ বাধ্য কৰালে ৷ চিন্ময় চৰিত্ৰটোৱে মনত সাঁচ বহুৱাই দিছে প্ৰিয় চৰিত্ৰ ৷ আৰু সুন্দৰ অভিনয় চাবলৈ পাম বুলি আশা কৰিলোঁ লগতে চুপা চুপিত জেইলৰ পৰা ওলাই কি হ’ল সোনকালে চাবলৈ অপেক্ষাত ৰ’লোঁ ৷
Kotha Kowa Bur Eman Dhuniya,Spead Selute ❤
Bortoman Axomor suwali crush 🥰
@user-im7qk8bx3r
14 күн бұрын
😌😁 ❤
@minalipanging7169
13 күн бұрын
😂❤
@saikia8367
13 күн бұрын
@@minalipanging7169🌚❤
@barbideka9718
13 күн бұрын
Ekdmm
@dhrubajyotimahanta5670
12 күн бұрын
@@chandamitaraychandamitaray334 kik koo
Million views ahise episode 1 t ..... Val lagil sai❤
সুন্দৰ কৈ উপস্হাপন কৰিছা,ভাল লাগিল 👌👌👌
চুপা-চুপি খুব ধুনীয়া উপস্থাপন কৰিছে ❤
Ei interview tu sai he gom palu ..supa supi ..web series khon r.kotha..loge loge salu ..khubei bhal lagil
Ata kotha jun ye direct korise he have that gut ... Ai manuh jon ye jodi val budget pai ki dhoronor film ba web series bonabo paribo.. salute.. school love characters bur pura milise. And ai2 gom pua jai je life is a chapter-wise gotikhil bos2. Jenek revision di val lage teneke jibon r agor kotha bur schooliya jibon r monot pelai bohut bhal lagil .. once agai Brave direct brave show
যৌৱনৰ আৰম্ভনি ৰ অনুভৱ বোৰ ফুটি উঠিছে ভাল লাগিল ।
Val lagile interview tu sai ❤❤ Dada jon dhuniya 😍❣️😊
চিন্ময় বুলি য়ে তোমাক জানিছিলো। বহুত ভাল লাগে তোমাৰ অভিনয়।চুপা চুপি চালো।
কৌশিক বহুত মৰম লগা ❤❤
Acting dhunia ..korise ..mzaaa lagil supa supi next part lage
Bro tuk bohut bhal lage moi tumar serial aje loike dukhan dekhilu etiya hridoy ek vigyapan khon sai asu..
কথাবোৰ ভাল লাগিল ❤❤
ভাল্ লাগিল চাই chupa chupi❤️
চুপা চুপি চোৱা সকলে like এটা কৰি যাব ❤❤❤
ঠাইবোৰ বহুত ধুনীয়া
বহুত ভাল লাগিল অতিতক ঘুৰাই দিলা❤
He answered very smarty. Nice
His smile ❤👀😌
চুপা চুপি খন চায় বহুত ভাল লাগিল ❤❤❤❤
Amr dinor ❤bohut val hoisy
Deepok r acting xub xundor hoise.... Bht vl lgise❤
Best Assamese series till Now... Ajon School student r acting ekdm perfectly korise logote 90s ru 20s duta generation a relate koribo pora akhon series .. Part 2 bisaru.. ru hoi atiau jiman views pabo lagisl khiman pua ni akha koru oti khunkale spread houk series khn baki love story tu nhole Series khn interesting nhol heten ❤
Tmm mojah 🎉
Nice interview. keep focussing .
Mojja hoise 2mr abhinoy❤
Bohut besi vl lagise... Ami nijoke connect koribo parisu ai series khnr lgt... Real story 1ta saisu jen lagise... Second part lge... Ru pisoloi o anekuwa series pam buli akha thakil
Thanks for all team ❤❤❤
Mzaa lagise next episode ktiya
Notun lora 1jon viral hol aru acting superb🔥🔥
Val lagil... Baki dujonoku matiba val lagibo ..
Vabi y asilo interview ata pam buli ❤
Supa supi khon moi kali rati to saisu ☺🥺❤bhut val lagile
Cupa chupi sai bohut val lagise aru school life bilakole monot pori gol
Bishrut da nisina dada apuni ❤😊
So cute and decent❤❤
Moi hriday eak bigapon seriell khan sau tat mur chiinmoi CERECTER to khub valo lage. In future anekua CERECTER pam buli asha thakil
ইয়াত একো চৰিত্ৰ বেয়া নেপালো। বহুতে ভাল লাগিলে,real lifet বহুত কথাই মিলিছে আমাৰ লগত 😁...মনত পৰি গৈছিলে বদমাছি বোৰ।
Val hoisy web series xn❤❤❤ beyakoi ako vabibo nalagy
এই লৰাটোৱে মোক তাৰ প্ৰেমত পেলাই হে এৰিব মানে 🥺💕
@I_love_traviling_46
11 күн бұрын
Ami Mori goisu nki 😐
@deepjyotibodosa9757
8 күн бұрын
Suda khabo mon goise kua😂😂
@pritishmitabaruah8441
8 күн бұрын
@@deepjyotibodosa9757yes like your mother does with lots😌dafa ho 💁
Vl lagil ❤
Bohut dhunia hoise akedinay sekh kori saysilo
Cupa chupi to sai bohut besi vall lagil 😅😅😅😅olop bujai bujisé aru
@user-os6cd2bc5d
6 күн бұрын
Bou hole urmila bou dore hbo lage 😅
@user-xc7uv5eh1n
2 күн бұрын
Hoi bro😂😂😂@@user-os6cd2bc5d
Lots of love ❤
Bohut vl lagil supa supi saai❤
Jibon nodi dhou, hridoy ek bigyapan...val lge apunak
Jua kali rati 9ta episode sai hekh korilo, Sai Bht val lagil, Next Akou Ketia Ahibo
Supa supi Sai bht vl lgil next episode joldi lge
Iman Jane loratu a,xosakoi acting tu valei no doubt,but imman val lora ,so politely replied
Bhut vl acting krisa❤
Aguai jauk apuni acting bur val kori ase....😊anekoi natural acting kori thakibo agoloiu amar val lage
Morom lga dei lora tu ❤❤
unexpected web series❤
9 টা episode একেলগে চালো❤❤❤
Chinmoy da priyo❤Hridoy ek bigyapan
চুপা চুপি ভাল লাগিল
You are well
ভালে হৈছে কিন্তু অলপ বাহিৰা ভাষা চলিছে 😊👍
চুপা চুপি চাই বহুত ভাল লাগিছে 😊
Bht hundor ekhon web series