Chupa Chupi: EPISODE 9 | Atlas Creation | Pranab Bharali | Hrisikeesh Patggiri | Assamese Web Series

Ойын-сауық

In a world where words were born to connect us, the evolution of language and the creation of letters eventually gave rise to mobile phones. But with this technological leap, relationships faced a paradox: they became both simpler and more complex, revealing hidden gaps that had long been obscured. "Chupa Chupi" explores how the advent of mobile phones has reshaped the way we connect, and the unseen rifts it has exposed in our relationships.
Cast:
Himanshu Prasad Das
Snigdha Gogoi
Kaushik Bharadwaj
Jit Kalita
Saptarshi Gogoi
Boibhabi Goswami
Jintu Kumar Kashyap
Bedabrat Borah
Ragini Kaushik
Meenakshi Borah
Kishor Tahbildar
Written & Directed by: Pranab Bharali
Produced By: Hrisikeesh Patggiri
Chief Assistant Director:Jyotishman Sharma
Director of Photography: Raktim Hazarika & Gyan Gautam
Assistant Cinematographer: Supranta Hazarika
Editing and Color Grading: Uddipta Kumar Bhattacharyya
Aerial Cinematography: Nilim Bay
Backgrund Score: Arnab Bashistha
Sound Design: Hirakjyoti Nath
Patch DOP: Chandra Kumar Das
Assistant Director: Snigdha Baruah
Production Manager: Mrinal Haloi
Production Team: Rupom Patgiri, Tridip Roy and Tirtha Mazumdar
Recordis: Dibyajyoti Kaushik
Makeup Artist: Nirmali Kashyap
Costume: Hiemakshi Borah
Calligraphy: Amlan D
Special Thanks: Kawoimari Gaon
Editing, Sound Design and Recording Studio: Blue Raaga Audio Visual
[Social]
Atlas Creation
Facebook: / @atlas-creation-100064...
Instagram: / atlas_creation
© ℗ Atlas Creation. All Rights Reserved.
NOTE: Any illegal reproduction or reupload of this content in any form will result in immediate action against the person concerned.
Digitally Powered by Eikhon Axom Hoi Bhai Media
Web: eahbmedia.in/
___________________________________
Enjoy & stay connected with us!

Пікірлер: 5 500

  • @kangkannn
    @kangkannnАй бұрын

    অসমীয়াৰ বোলছবিৰ জগতখন ইমান আগবঢ়িব বুলি ভবা নাছিলো । অতি সুন্দৰ ❤❤।।

  • @RajDeep-107
    @RajDeep-10728 күн бұрын

    আচলতে সকলো মানুহে নিজৰ মাজতে একোটা কাহিনী লৈ ঘূৰি ফুৰে ব্যস্ততাৰ মাজৰ এই পৃথিৱীত.... কিমান নিসংগতাই আগুৰি ধৰিলে কোনো মানুহে শুদ্ধ ভুলৰ বিচাৰ নকৰাকৈ সকলো কৰি যাব পাৰে সেইয়া উৰ্মিলা বৌ য়ে বুজাইছে... সময়ৰ সোঁতত অনুভৱ নোহোৱাকৈ কৰা ভূলৰো যে শুধৰণিৰ এটা চেষ্টা কৰিব পাৰি সেইয়া তিনি বন্ধুৰ কাহিনীয়ে দেখাইছে... ভুল হলেও কোনো মানুহৰ পৰা কৰা আশাৰ সাগৰত ডুবি থকা জনে যদি হঠাৎ গুৰুত্বৰ অভাৱ অনুভৱ কৰে তেন্তে তাৰ পৰিণাম নিজৰ বাবেই কেনেকুৱা ভয়ংকৰ হব পাৰে সেইয়া ৰমা দাই বুজাইছে.... মানুহক আপুনি যিমানে ভাল নাপাওঁক কিয় নতুন আহিলে যে পুৰণাক পাহৰা যায় সেইয়া দেখাইছে গোটেই মহিলা চৰিত্ৰ কেইটাই..... শুদ্ধ পথ দেখুৱাতকৈ ভুল পথলৈ ঠেলি দিয়া ব্যক্তি যে জীৱনত অধিকাংশ তাৰ সত্যতা প্ৰমাণ কৰিছে ৰমাৰ দৰে চৰিত্ৰ কেইটাই....... আৰু আধুনিকতাৰ প্ৰভাৱে যে মানুহৰ মন মগজু বখলীয়াই খাব পাৰি সেইয়া মোবাইল ফোনৰ প্ৰবেশে প্ৰমাণ কৰিছে।।। এখন সুন্দৰ series ❤️😍

  • @tonmay8259

    @tonmay8259

    21 күн бұрын

    Xosankoi mon sui gol apunar kotha khinie .❤

  • @RajDeep-107

    @RajDeep-107

    21 күн бұрын

    @@tonmay8259 ধন্যবাদ❤️

  • @user-ix6tu1ln6b

    @user-ix6tu1ln6b

    20 күн бұрын

    Xosa Kotha kobole gole 10 episode salu val lagil sai kintu tat mur besi val lagise khexot apunar Comments tu pohi eman dhuniya koi apuni kotha bur bujai dise comments tu pohiye mon tu kiba ata bujabo nuwara koi vl lagi goise bohut gita kotha xikilu apunar pora 😊

  • @RajDeep-107

    @RajDeep-107

    20 күн бұрын

    @@user-ix6tu1ln6b dhonyobad apunaloi❤️

  • @RajDeep-107

    @RajDeep-107

    20 күн бұрын

    @@tonmay8259 dhonyobad ❤️

  • @sunjitsagar946
    @sunjitsagar94619 күн бұрын

    Acting next level hoise.. especially school boy 3 ta aru Urmila bou jonir

  • @ShaheenPinjari-bu3rt
    @ShaheenPinjari-bu3rt12 күн бұрын

    Kon Instagram ki rel dekhkar aaya hai yha😂😂😂😂

  • @creation_shorts-bi8km

    @creation_shorts-bi8km

    9 күн бұрын

    😅

  • @hbukhari6193

    @hbukhari6193

    8 күн бұрын

    Me 😂

  • @nareshghogle474

    @nareshghogle474

    7 күн бұрын

    Ghnta samjh nahi ara yr

  • @gitanjalidevi6160

    @gitanjalidevi6160

    6 күн бұрын

    🖐

  • @Aryan-09_7

    @Aryan-09_7

    3 күн бұрын

    ✋🏻

  • @jibeshad1153
    @jibeshad1153Ай бұрын

    Vote for season 2 ✊

  • @cricket-world0

    @cricket-world0

    Ай бұрын

    Hallt release dibo😢

  • @user-ut5td9cm5e

    @user-ut5td9cm5e

    28 күн бұрын

    Hoi jaanu?😮😮​@@cricket-world0

  • @user-ko7dc8ne1e

    @user-ko7dc8ne1e

    26 күн бұрын

    Lesson 2 lge

  • @MinakshiBorah-iw2hc

    @MinakshiBorah-iw2hc

    25 күн бұрын

    Yes season 2 please

  • @northen_rider46

    @northen_rider46

    21 күн бұрын

    ​@@cricket-world0keneke gom pala bro

  • @user-lx3gx4zv4f
    @user-lx3gx4zv4fАй бұрын

    90's ৰ kids বোৰে এই series খন চাই nostalgic হৈ পৰিব। সঁচাকৈ আমাৰ দিনবোৰ এনেকুৱাই আছিল।

  • @Pujadas-jp7oq

    @Pujadas-jp7oq

    Ай бұрын

    Ki tumalukeu tenekoi pron saisila ni aru video bonaisila ni😅

  • @JagatDoley-qj5mb

    @JagatDoley-qj5mb

    Ай бұрын

    Yes Urmila bour topic2 eri guteibur tooic aami pai aisu really😘😘

  • @GyanVigyanAxom

    @GyanVigyanAxom

    Ай бұрын

    Ekdom mane scene bur amar logt mili goise. ❤

  • @Bindasgirl23

    @Bindasgirl23

    Ай бұрын

    Yes

  • @tapandeka7629

    @tapandeka7629

    29 күн бұрын

    একেবাৰে আমাৰ দিন বোৰ এনেকুৱা আছিল😊

  • @HappyMaina-
    @HappyMaina-23 күн бұрын

    কাহিনীটোৰ জৰিয়তে বহুত কেইটা কথাই বুজিব পৰা যায়. এজনী নাৰি যেতিয়া নিসংগতাত ভোগে তেতিয়া তাই যাৰেই সঁহাৰি পাই তাৰেই কাষ চাপে. আৰু পুৰুষ অবিহনে কোনো নাৰী বৈশ্যা হব নোৱাৰে। ভাল লাগিল বাৰু মোবাইল য়ে জীবন ধ্বংস কৰিছে সেইটোও ধুনীয়াকৈ উপস্থাপন কৰিছে..

  • @jaangogoi1258

    @jaangogoi1258

    22 күн бұрын

    Akdom hosa kotha... Mobile aru boyokht koi dangor lorar logt hong korile lorabur kenekoi borbad hoi dekha goise.. Logote Mak deutak bure lora suali k je soku dib lge heitu hosa

  • @r.dmusic7688

    @r.dmusic7688

    7 күн бұрын

    Sosa kotha kintu

  • @jin2das763

    @jin2das763

    Күн бұрын

    ধুনিয়া comment দিছে.. 💯 Likes

  • @apurbadeka6823
    @apurbadeka682318 күн бұрын

    উফ্ কি কাহিনী, কি অভিনয়..❤শেষত কন্দুৱাই দিলে দেই..😢 বৌক দেখি মাৰ মুখখন মনত পৰি গৈছিল..❤❤ সকলোৱে যদি তেনেকৈ ভবা হলে।

  • @trishusaikia7211
    @trishusaikia721126 күн бұрын

    "বৌ মুখলে চাওঁতে মা লৈ মনত পৰি গল " আজিৰ দিনত যিবোৰ ঘটনা হৈ আছে সকলোৱে যদি এবাৰ হেই ছোৱালী জনি মুখ খন চাই নিজৰ মা বা ভন্টি লৈ মনত পৰিল হয়। তেন্তে দিনে দিনে বেয়া ঘটনা বোৰ নঘটিল হৈ 😢 বহুত ভাল লাগিল চাই ❤❤

  • @bikrambiswas6305

    @bikrambiswas6305

    24 күн бұрын

    🙏😶👏😥

  • @mr_axomyt6691

    @mr_axomyt6691

    24 күн бұрын

    Jagat dise aykhar ❤

  • @roneeaxom3589
    @roneeaxom358927 күн бұрын

    গোটেইকেইটা খণ্ড একে দিনাই চাই শেষ কৰিলোঁ । বৰ্তমান দিনৰ অসমীয়া বোলছবিৰ কাহিনিতকৈ বহুত ভাল হৈছে আৰু অভিনয়ো বহুত ভাল হৈছে ভাল লাগিল । অপেক্ষা season 2ৰ.....😊❤

  • @SaratSaikia-dz1rc
    @SaratSaikia-dz1rc24 күн бұрын

    একেউশাহতে একৰ পৰা নটা খণ্ড চাই শেষ কৰি দিলো।দেখাত কাহিনী যেন লাগিলেও বাস্তৱ জীৱনৰ বহুত ছবি ইয়াত সুন্দৰকৈ প্ৰকাশ পাইছে। আমিও প্ৰথমে মোবাইল আহোতে লুকাই চুৰকৈ মেমৰি ভৰাই লগৰ সমনীয়া লগত চাইছিলো। সঁচাই নষ্টালজিক হৈ গলো Series খন চাই। পৰবৰ্তী Episode লৈ অপেক্ষা কৰিলোঁ।

  • @user-tl5dp3th9l

    @user-tl5dp3th9l

    20 күн бұрын

    Ki nu dngr kotha, kisuman khondo 15-16 mins

  • @dhrubajyotihaloi4293

    @dhrubajyotihaloi4293

    15 күн бұрын

    বাস্তব জীৱন লগত কাহিনী ভাগৰ ৯৯% মিল আছে। আজিৰ দিনত কৈ আমি ৯০ দশকৰ মানুহ বিলাকে সছাঁকৈ দিন বোৰ বৰ ধুনীয়া কৈ পাৰ কৰিছিলো

  • @kankanadeka-kq9cy

    @kankanadeka-kq9cy

    5 күн бұрын

    Very nice

  • @SushilRajuwar
    @SushilRajuwar19 күн бұрын

    একদম আমাৰ লগত ঘটি যোৱা কাহিনীবোৰে চোড কৰিছে ভাল লাগিল। আৰু next টো লৈ বাট চাই আছো। ❤

  • @debasishsaikia7543
    @debasishsaikia7543Ай бұрын

    This is a slap for those who say the Assamese industry lacks content and quality these days. They have proven otherwise. The Assamese industry is in safe hands. Just wait and see.❤

  • @bhaskarkalita1304

    @bhaskarkalita1304

    Ай бұрын

    This movie is only for 90's kids..

  • @Beckenbauer-by1rm

    @Beckenbauer-by1rm

    Ай бұрын

    ​@@bhaskarkalita1304 mne 2000s khiniye bujibo nuaribo😂

  • @Jatin7321

    @Jatin7321

    Ай бұрын

    ​@@bhaskarkalita1304No ! You are wrong !

  • @user-qs8rz2hf1r

    @user-qs8rz2hf1r

    Ай бұрын

    Appreciated bro,industry is in safe hands ❤

  • @Mumumou2006

    @Mumumou2006

    27 күн бұрын

    ​@@bhaskarkalita1304u're wrong

  • @Mooon652
    @Mooon652Ай бұрын

    Akedinai ataikeita episode salu..eagerly waiting for next season

  • @Jugal_Edition

    @Jugal_Edition

    Ай бұрын

    Me too 🙂👍🏻

  • @mr.skbhai1214

    @mr.skbhai1214

    Ай бұрын

    Moiu saisu

  • @user-jv4yq1vl5s

    @user-jv4yq1vl5s

    Ай бұрын

    Kahini tu dhunia likhise

  • @SurajJyotiTamuli

    @SurajJyotiTamuli

    Ай бұрын

    মইও

  • @closetomusic4654

    @closetomusic4654

    Ай бұрын

    Same here ❤❤

  • @nir9764
    @nir976410 күн бұрын

    mojja.. Sai thakute 1:51 am ketiya hol gomei napalu.. Bhal lagise sai

  • @linkansarania
    @linkansarania17 күн бұрын

    সঁচাই , অসমত প্ৰতিভাৰ অভাৱ নাই। অসমবাসী প্ৰতিভাৰ ফালৰ পৰা অধিক টনকিয়াল কিন্তু অৰ্থৰ ফালৰপৰা হে দুৰ্বল । অৰ্থ আৰু ৰাজনীতিয়ে ৰাজহাড় নাভাঙিলে আজি অসমৰ film industry দক্ষিণ ভাৰতৰ film industry দৰে বিশ্ববিখ্যাত হ'ল হেঁতেন 😢😢😢 ইমান সুন্দৰ অভিনয় ❤ সঁচাকৈ আপ্লুত হৈছোঁ ❤❤

  • @Dhritiraj170
    @Dhritiraj170Ай бұрын

    বাস্তৱৰ পৰা হঠাৎ যান্ত্ৰিকতা, মোবাইল, মিচকল আৰু অভিনেতাসকলৰ অভিনয়ৰ সুসমন্বয়ত এখন অসমীয়া Web Series চুপাচুপি❤️

  • @achyutbora7746
    @achyutbora7746Ай бұрын

    একদম স্কুলৰ দিনবোৰলৈ মনত পৰি গল। বহুত ভাল লাগিল চাই। শিৱ শিৱ শিৱ একেটা উশাহতে তিনিবাৰ শিৱৰ নাম লৈ সঁচা কৈছোঁ।।

  • @AssamVlogs-dm9mr
    @AssamVlogs-dm9mr19 күн бұрын

    Imn Hunakle Series Hekh Hol wait Krim Aaru Episode Or Karone

  • @sikhabaishyabaishya9601
    @sikhabaishyabaishya960117 күн бұрын

    Akdinote চালো গোটেই episode ❤❤❤❤

  • @noobragamingyt7659

    @noobragamingyt7659

    15 күн бұрын

    Just xekh korilo gotei episode ❤❤

  • @rohidulvolgchannel5453

    @rohidulvolgchannel5453

    12 күн бұрын

    Only 9 Episode nki Na ru ase jonabo sun.....

  • @Amit___barman
    @Amit___barman29 күн бұрын

    ইন্টাৰনেট ব্যৱহাৰ কৰক কিন্তু ভাল কামত ব্যৱহাৰ কৰক। নমস্কাৰ মই নকওঁ যে ইন্টাৰনেট বেয়া বস্তু কিন্তু ব্যৱহাৰ কৰিব ভাল কামত আৰু এটা কথা মই কোনো ১৯ চনত জন্ম হোৱা লৰা নহয়। নমস্কাৰ মোৰ ঘৰ সৰভোগ । কবলৈ গলে ইমান যে ধুনীয়া হৈছে বহুত বহুত ধন্যবাদ এনেকুৱা এখন Web series মুকলি কৰি দিয়াৰ বাবে।

  • @santanudas8684
    @santanudas8684Ай бұрын

    বৌৰ ফালে চাই দিয়াৰ লগে লগে মাৰ মুখখনলৈ মনত পৰি গৈছিল----😞😞।বাসনা কৰুণালৈ ৰূপায়িত হোৱাৰ জীয়া ঘটনাটি❤❤🙏🙏🙏🙏।

  • @punsaneappun814

    @punsaneappun814

    Ай бұрын

    Ekdom

  • @BirajHukai
    @BirajHukai19 күн бұрын

    Bohut bohut dhunia eta msg dise webseries xonot ,, season 2 le wait korilu❤

  • @Debahuti_Gogoi
    @Debahuti_Gogoi21 күн бұрын

    Roop, Chanakya and Deepak in their coming of ages, exploring their sexualities while still being in an era where technology was limited to phone calls from a PCO and love meant being patient. While the objectification of women was neatly engraved in the plot but it was true to its spirit of human relations at the dawn of post modernisation 💫 What an excellant Axomiya series! Thank you creators and actors ❤🎉❤❤

  • @Devil._-Gaming
    @Devil._-GamingАй бұрын

    বোৱাৰী Lover Hokolor Babe Ek ভয়ানক Episode

  • @hirakjoyti-or9jc

    @hirakjoyti-or9jc

    Ай бұрын

    Akdhom right

  • @Devil._-Gaming

    @Devil._-Gaming

    Ай бұрын

    @@hirakjoyti-or9jc 👍

  • @DEJUXOOFF

    @DEJUXOOFF

    Ай бұрын

    😂😂😂

  • @Devil._-Gaming

    @Devil._-Gaming

    Ай бұрын

    @@DEJUXOOFF 😂

  • @lingkonff

    @lingkonff

    Ай бұрын

    😂😂

  • @PallabBora-ky1ui
    @PallabBora-ky1uiАй бұрын

    10 পৰা আকৌ লাগে ভাল লাগিল কাহানি বোৰ আজিৰ দিনত হৈ থকা ঘটনা ।আগুৱাই যাওক আৰু আকৌ আৰম্ভ কৰক নতুন episode 10🙏👌

  • @dipjyotihazarika1513
    @dipjyotihazarika151312 күн бұрын

    একে দিনাই ৯ টা খণ্ড চালো.... ৯০ ৰ দশকৰ প্ৰতিজন ল'ৰা ছোৱালীৰ সুমধুৰ সময় খিনি এনেকে ঘূৰাই দিয়াৰ বাবে ধন্যবাদ "চুপা চুপি" পৰিয়াললৈ.....

  • @dimpigogoi6311

    @dimpigogoi6311

    9 күн бұрын

    মইও চালো আজি আটাইকেইটা episode বহুত ভাল লাগিল

  • @barnalimunmedhi4525
    @barnalimunmedhi452517 күн бұрын

    অতি সোনকলেই পৰৱৰ্তী খণ্ড টি দিয়াক । ১০০% গুৰুত্বপূৰ্ণ কথা কথাবোৰ সুমুৱাইছে ভাল লাগিছে।🙏🙏🙏🙏🙏

  • @junalihazarika6320
    @junalihazarika632027 күн бұрын

    গোতেই কেইটা episode চালো বহুত ভাল লাগিল🤗❤️ next season ৰ অপেক্ষাত থকা সকলে like কৰি যোৱা👍✨❤️

  • @chilmilsapun325
    @chilmilsapun325Ай бұрын

    হঠাৎ অহা পৰিৱৰ্তনবোৰে চিঠি, ডাকোৱাল, P.C.O বোৰক ইতিহাস কৰাৰ দৰেই সম্পৰ্কবোৰকো কোবালে। যন্ত্ৰই নিয়ন্ত্ৰণ কৰা সম্পৰ্কবোৰো যান্ত্ৰিক হ'ল। চাই থাকোতেই ইমান পৰিৱৰ্তন। এখন নিভাঁজ পৃথিৱীলৈ অহা যান্ত্ৰিক পৰিৱৰ্তনবোৰ ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে। একে বহাতে চালোঁ। শেষটো সাংঘাটিক। Shine on team Atlas ❤

  • @hiramanilahkar8101
    @hiramanilahkar810122 күн бұрын

    অভিনয়, সংলাপ, চিত্ৰনাট্য সকলো সুন্দৰ 👌 👍 👍 মুঠৰ ওপৰত একদম চুপাৰহিট চিৰিজ👏💯🙏

  • @axombotyt6540
    @axombotyt654022 күн бұрын

    Each and Every aspect of these episodes were of a nostalgic emotion, as I can relate myself, since I belong to the 90's. The creators definately belongs to my generation, today's L- Generation won't have that emotion, excitement and struggle that we had to face at our times ! Salute to the team, salute to my past golden days, as I'm proud of being a part of it too ! Eagerly waiting for episode - 10 and so on !❤❤

  • @user-sk2eg2vf9k
    @user-sk2eg2vf9kАй бұрын

    দেখাত কাহিনী যেন লাগিলেও বাস্তব জীৱনৰ লুকাই থকা প্ৰকৃত ছবি এই গোটেই ছিৰিজ খনত প্ৰকাশ পাইছে , এনেকুৱা কাহিনী এটা প্ৰকাশ কৰাটো সাহসৰ কাম , মুখা পিন্ধা মানুহৰ আত্মদৰ্পন এই চিৰিজখন। এদিনতে গোটেই ছিৰিজ খন চাই শেষ কৰিলোঁ ...নিজৰ comfort zone এৰি অসমীয়া শিল্পীয়ে এনেধৰণৰ কাম হাতত লোৱাটো প্ৰশংসনীয় । আগুৱাই যাওঁক...

  • @simantabanikya1391
    @simantabanikya1391Ай бұрын

    অভিনয় আৰু চিত্ৰনাট্য অতি সুন্দৰ, কোনো বৰা, শৰ্মা ই নোৱাৰিব,Over acting অলপো নাই,জুৰ জবৰদস্তি অভিনয় কোনেও নাই কৰা, আশাকৰোঁ আৰু ভাল ভাল web series দেখা পাম ❤❤

  • @pankajkalita2370
    @pankajkalita237019 күн бұрын

    Akedinai sowanai kintu gotei keita salu aji ..bhut bhut val lagil akha koru next season bhut xonkale sabo parim

  • @himangshusarmah8473
    @himangshusarmah847313 күн бұрын

    অতি সুন্দৰ শুভকামণা যাঁচিলো। নতুন ছবিখন সোনকালেই আনক।

  • @chiranjeebsarma7225
    @chiranjeebsarma7225Ай бұрын

    বিদুৰ্ভাই আৰু চুপা চুপি দুইখনে super duper hit 🎉🎉🎉🎉 ভাল লাগিলে

  • @sanjanakochari2468
    @sanjanakochari2468Ай бұрын

    আজি টাউনত এজনৰ মুখত শুনিছিলো চুপা চুপিখন চাবলৈ বেয়া নহব । ঘৰলৈ আহি ১ ৰ পৰা একদম শেষৰলৈকে ৯ টা খণ্ড চাই শেষ কৰি দিলো । বহুত ভাল লাগিল মোৰ স্কুলীয়া জীৱনটো মনত পৰি গ'ল। আশা কৰো ইয়াৰ পিছৰ খণ্ড অতি সোনকালে দিয়ে যেন । চাবলৈ অধিৰ আগ্ৰহেৰে ৰৈ থাকিম । 🙏

  • @barasha910

    @barasha910

    28 күн бұрын

    Same moi aji a hehk kri dilu gute kita episode vl lgel sai😅

  • @hirakbrown446vlogs7

    @hirakbrown446vlogs7

    24 күн бұрын

    Same

  • @nabajitrajbongshi4913
    @nabajitrajbongshi491316 күн бұрын

    Bhut vall lgil sy ..bhut kotha xikale aponaloke ..next episode saboloi bhut AXA krim 😊😊😊😊

  • @monalichoudhury8823
    @monalichoudhury882320 күн бұрын

    Vhl lagel bohut webseries khn chi❤️ hoko lure obhinoi khub hundr hoise ....

  • @nayanpatgiri84
    @nayanpatgiri84Ай бұрын

    এনেকুৱা ভিদেও চাই সময় নষ্ট কৰিলেও বেয়া নালাগে বাস্তৱ জীৱনৰ বহুতো উদাহৰণ খুব ধুনীয়াকৈ দাঙি ধৰিছে। বহুত বহুত শুভেচ্ছা থাকিল সকললৈ❤

  • @tanmay0707

    @tanmay0707

    Ай бұрын

    Anekua videos sale time waste kra nubujai😊

  • @gamingsanam7

    @gamingsanam7

    18 күн бұрын

    ​@@tanmay0707bekar buli bujai😂

  • @subhankarbarman5294
    @subhankarbarman5294Ай бұрын

    মোবাইল...... সঁচাই পাহৰি পেলাসো কিছুমান তথ্য কিছুমান সত্য প্ৰসাদ হিচাবে গ্ৰহণ কৰিছো বিষৰ বুত, অজ্ঞানতাৰ মুগ , আৰু মিছা উপভোগৰ নাৰিকল । Hats off to all team ..

  • @mritunjoys6579
    @mritunjoys657919 күн бұрын

    Mind blowing.... After two decades Assamese program salu...good work tram❤❤

  • @user-ks8gb9cb8o
    @user-ks8gb9cb8o21 күн бұрын

    Ake bare sai xekh kari dilo gote gita episode, iman dhuniya lagise sai aribo issa nejai,bastab jibanr kahini, next episode wating...

  • @studio2339
    @studio2339Ай бұрын

    90's kids like ata di jaba ❤ সুন্দৰ উপস্থাপন। পৰৱৰ্তী খণ্ড লৈ অতি আগ্ৰহে ৰৈ থাকিম। 😊

  • @user-bf1le1cb2w
    @user-bf1le1cb2wАй бұрын

    সমাজৰ পৰা উৎপীড়ন বোৰ আতৰিব পৰাকৈ ধাৰাবাহিক খনি সুষ্পষ্ট🎉 , আগুৱাই যোৱা অল টিম🎉

  • @moondas7109
    @moondas710921 күн бұрын

    Emn dhuniya series bonowa babe Thnk u bhai ......❤...bohut vl lgil.....lv from Pathsala....nxt session xnkle ahibo buli akha rakhilu...❤

  • @ankur4497
    @ankur44974 күн бұрын

    Mozah Pranab da❤ Vl lagil sai.. Proud feel korisu tumk loi❤

  • @fununlimited2947
    @fununlimited294728 күн бұрын

    Next episode logabure like kora

  • @GaganBarman-nd2yg

    @GaganBarman-nd2yg

    21 күн бұрын

    Lage

  • @user-be9sl5ib6o
    @user-be9sl5ib6oАй бұрын

    ইমান ধুনীয়া storyline অ'... এদম স্কুলৰ দিনবোৰলৈ উভতি যাব পৰা হ'লে ! সংগীতা আৰু আমাৰ মেমৰ কাহিনী বা ক'ত লুকাল!

  • @gitarthaaicheng
    @gitarthaaicheng18 күн бұрын

    Wow, this is hands down the best web series I've ever watched! The storyline is gripping, the characters are so relatable, and each episode leaves me wanting more. Can't wait for the next season!

  • @simpibordoloi4949
    @simpibordoloi494919 күн бұрын

    Khosai vall lagil next episode tu dibo khunkale🎉

  • @jyotishmandutta5323
    @jyotishmandutta5323Ай бұрын

    একে ৰাতিয়েই গোটেই Episode চালো।সচাই সুন্দৰ উপস্থাপন।

  • @ashimvlogger2269

    @ashimvlogger2269

    Ай бұрын

    Mmm moiiu Sai asu kin2 pothom kita khond vl asile

  • @Jaganathboruah
    @JaganathboruahАй бұрын

    এটা ৰাতিতে গোটে 9তা খন্দ চাই শেষ কৰিলোঁ চাই বহুত ভাল লাগিল।এনেকুৱা অসমীয়া ছবি সকলোৰে আপোন হিৰ্দয় চুই যায়।বহুত আশাৰে ৰৈ আছো আহিবলগা খিনি চাবৰ বাবে।।।।।।।।। ধন্যবাদ থাকিল গোটেই টিমতুলৈ।।।

  • @axomialora8008

    @axomialora8008

    Ай бұрын

    Yes

  • @nitishkalita7423

    @nitishkalita7423

    Ай бұрын

    Same condition mor o ses hbobor hol atiya goteikeita

  • @latuhandique5749

    @latuhandique5749

    Ай бұрын

    Same

  • @jayantaborah768

    @jayantaborah768

    Ай бұрын

    Same condition 😂

  • @banashridas6887

    @banashridas6887

    Ай бұрын

    Same here

  • @hirockbora8795
    @hirockbora879519 күн бұрын

    Really Bhut Val lgil ajir dint ai mobile r kroneotei bhut bea kam bur hoi thkibo dhorise sobei jodi adhunikota ari agr dorei thkile hoi.....Axa thkil ako jte series 2 continue hoi ❤

  • @dharmendrabunbhigiary4872
    @dharmendrabunbhigiary48726 күн бұрын

    Ake nikhai all episode salu mojjah....

  • @Keshariya.1234
    @Keshariya.1234Ай бұрын

    Series বোৰ চাই লিখিব লগা কিছু কথা...... হিমাংশু দাৰ অভিনয় একদম নিখুঁত। আলফাস্বাধীনৰ পৰা অহা জয়ন্তৰ দাদাগিৰী আমাৰ অঞ্চলত আগতে এনেকুৱাই আছিল। চৌখুটী হাইস্কুলৰ পৰিবেশ দেুখুৱাত নিজকে গৌৰৱ অনুভৱ কৰিছো। জিত দাৰ অভিনয় কবলগীয়া। আগৰ দিনত PCO ৰ গুৰুত্বপূৰ্ণতা সুন্দৰ উপস্থাপন কৰিছে। মোবাইল পাই চলনাময় নাৰী কিদৰে বনিতা হব পাৰে সুন্দৰ উপস্থাপন কৰিছে। শেষত লিখক তথা পৰিচালকক ধন্যবাদ জ্ঞাপন কৰিছো।

  • @gamsouravkumarpawe2641
    @gamsouravkumarpawe264127 күн бұрын

    ইমান ধুনীয়া অসমীয়া Web Series প্ৰথম বাৰ দেখিলো৷ কাহিনী,চিত্ৰনাট্য খুবেই প্ৰশংসনীয়৷ চুপা চুপিৰ সমূহ কলা কুশলী লৈ অভিনন্দন জ্ঞাপন কৰিলোঁ৷

  • @kaushikbaishya105

    @kaushikbaishya105

    26 күн бұрын

    Tet madam o sabo...moja hoise

  • @dbentertainer6206
    @dbentertainer620615 күн бұрын

    Hosakoi Bohut Val lagile Sai Manuhar Ata Jiban kahini Dekhuai gol.

  • @biswajitbarman3114
    @biswajitbarman311420 күн бұрын

    Vl lagi le sai👌

  • @indirabaruah530
    @indirabaruah530Ай бұрын

    Back to back 9 episode saisu be😍😍 ultimate 🔥💫❤️❤️

  • @biswajyotiarandhara9402

    @biswajyotiarandhara9402

    Ай бұрын

    মইও😅

  • @rocktapratimgogoi2893

    @rocktapratimgogoi2893

    Ай бұрын

    Sam back to back ❤

  • @Biswa-jit-0222

    @Biswa-jit-0222

    Ай бұрын

    Moi sai ai eati 2 baji 9 min tot khtom kori suu

  • @somvugsgourab4705

    @somvugsgourab4705

    Ай бұрын

    Tuponi dhorisil kintu atiya rati ai puwab

  • @debojitsaikia4472

    @debojitsaikia4472

    Ай бұрын

    headphone use nokorile problem ase 😎

  • @DJ_HAZARIKA01
    @DJ_HAZARIKA01Ай бұрын

    একেলগেই গোটেই কেইটা episode চাই শেষ কৰিলো মাত্ৰ । মানুহৰ মাজলৈ প্ৰথম মবাইল আহি যি ত্ৰাসৰ সৃষ্টি কৰিছে,তাক ইমান সুন্দৰকৈ উপস্থাপন কৰিছে,কি কম আও...👏💕🫠

  • @dibyajyotibora5941

    @dibyajyotibora5941

    Ай бұрын

    সঁচাকৈ

  • @hariprasa5223

    @hariprasa5223

    Ай бұрын

    Xosa koi

  • @arnabdas2522
    @arnabdas252219 күн бұрын

    Plzz part 2 lge ...vote for part 2 ❤❤

  • @KamalDas-rs8we
    @KamalDas-rs8we6 күн бұрын

    Ajie episode 1 r pora 9 loike salu bohute val lagil ❤

  • @UrajDas-rq2ji
    @UrajDas-rq2jiАй бұрын

    This series shows that how mobile destroyed our relations 😭..A true love is stay loyal for each other but this generation never want to stay loyal..😢

  • @KON_JIT

    @KON_JIT

    Ай бұрын

    😔Bcz they think beauty is imp not golden heart

  • @ankitaborthakur627

    @ankitaborthakur627

    Ай бұрын

    Exactly

  • @ghanshyamgogoi2356

    @ghanshyamgogoi2356

    Ай бұрын

    👍

  • @ghanshyamgogoi2356

    @ghanshyamgogoi2356

    Ай бұрын

    👍

  • @pinkydas6790

    @pinkydas6790

    26 күн бұрын

    Right..

  • @jimidas7050
    @jimidas7050Ай бұрын

    বাঃ, কি ধুনীয়া উপস্থাপন। মানুহৰ মনৰ বিচিত্ৰ ভাববোৰ, যৌৱনৰ পৰশত মন মগজুৰ পৰিবৰ্তন বোৰ, নিভাঁজ অনুভৱ বোৰ, অকলশৰীয়া জীৱনৰ নিসংগতা আঁতৰোৱাৰ হেঁপাহত বুকুত গুজি লোৱা বিষবোৰ, বিশেষকৈ মোবাইল হাত লগাৰ পিছতে সলনি হোৱা জীৱনৰ শৈলীবোৰ , বৰ ধুনীয়া প্ৰকাশ। অভিনয়ৰ কথা কি ক'ম, সকলোৰে একেবাৰে নিখুঁত অভিনয়, বহুত বেছি natural, তাৰ বাবে কাহিনী নহৈ চকুৰ আগতে দেখি থকা যেন লাগিছে। বহুতো জানিবলগীয়া, তাতোকৈ অধিক বুজিবলগীয়া🙏🙏

  • @dimpisarma8246
    @dimpisarma824624 күн бұрын

    Wow...anekua series expect kra nasilu

  • @DangerPanda18
    @DangerPanda1819 күн бұрын

    Xundor ..next season laage jldi

  • @bishalbivaanlaskar8433
    @bishalbivaanlaskar843326 күн бұрын

    ধন্যবাদ প্ৰণৱ দা....ইমান ধুনীয়াকৈ উপস্থাপন কৰা বাবে। কাহিনী, পৰিচালনা, অভিনয় উত্তম। ❤

  • @nmmalakar6579
    @nmmalakar6579Ай бұрын

    Back to back একেদিনাই গোটেইকেইটা episode চালো,,এইটো last episode😊

  • @a_ja_j8384
    @a_ja_j838425 күн бұрын

    Thank you @pranabbharali & @hrisikeeshpatggiri + all the talented actors for giving us such a beautiful content to watch… Eagerly waiting for the next season.

  • @RahulKalita-vf1uq
    @RahulKalita-vf1uq24 күн бұрын

    Fali geisi guys ❤ from pathsala😊

  • @deepphotography_123
    @deepphotography_123Ай бұрын

    ফুল পাহে যদি নিজৰ সুন্দৰতা খিনি দেখিলে হৈ তেতিয়া হলে ফুল পাহ মৰহি নগল হৈ। কেনেবা সুন্দৰ প্ৰেয়সীৰ খোপাতা ঘৰ সাজিলে হৈ। এই লাইনটো বহুত ভাল লাগিল❤।

  • @dwijensanvimusical3130

    @dwijensanvimusical3130

    28 күн бұрын

    আকৌ লাগে next sesson.

  • @deepphotography_123

    @deepphotography_123

    27 күн бұрын

    @@dwijensanvimusical3130 yea aru lage val lagil ❤

  • @dipankarsaikia4435
    @dipankarsaikia4435Ай бұрын

    অসমীয়া বিনোদন উদ্যোগত এনেকুৱা মান দন্দৰ চিৰিজ পাম বুলি ভবাই নাছিলো।প্ৰ্তিটো চৰিত্ৰ ইমান সুন্দৰ উপস্থাপন হৈছে তাৰ বাবে পৰিচালক সচাকৈয়ে ধন্যবাদৰ পাত্ৰ🎉🎉

  • @pritikonwar3933
    @pritikonwar39334 күн бұрын

    Ultimate.khub dhuniya hoise

  • @Parinitadas89
    @Parinitadas8924 күн бұрын

    Hasake val lgle❤ ......next season loi waiting....eku bya nai .....ajir soli thoka story❤

  • @jintuhazarika5555
    @jintuhazarika5555Ай бұрын

    ইয়াৰ দ্বাৰা বুজোৱা হৈছে মোবাইল ফোনে জগত খন বেয়া দিশত লৈ গল।। বহুত ধুনীয়া লাগিলে 9 তা খণ্ডয়ে। বাকি জয়ন্ত ই ফটা কণ্ডম কিয় ব্যৱহাৰ কৰিলে❤

  • @JintumaniKonwar-xj9tt

    @JintumaniKonwar-xj9tt

    Ай бұрын

    😂😂😂😂😂

  • @souravnathvlogs6431

    @souravnathvlogs6431

    Ай бұрын

    😅

  • @R.Creation143

    @R.Creation143

    29 күн бұрын

    😂😂😂😂 fota condom

  • @kishornath9995

    @kishornath9995

    29 күн бұрын

    😂😂😂😂

  • @jaandoley

    @jaandoley

    29 күн бұрын

    সেই সময়ত তেনে হৈছিল।

  • @vlogsofdev1827
    @vlogsofdev1827Ай бұрын

    প্ৰতিটো খণ্ড এটা এটাকৈ শেষ কৰি চালো ৰছনা সুন্দৰ পুৰণি দিনৰ স্মৃতি সোৱৰাই দিলে আৱহ সংগীত ইমান সুন্দৰকৈ সজাইছে বিভিন্ন ধৰণৰ মেছেজ দিছে চিৰিজখনে ।। উপস্থাপনবোৰ ভাল‌ লাগিছে পৰিচালকৰ দিশটো গুৰুত্ব ভালেই পাইছো দ্বিতীয় পাৰ্টৰ অপেক্ষাত

  • @greenharvest2861
    @greenharvest286121 күн бұрын

    প্ৰত্যেক টো চৰিত্ৰ ৰ সুন্দৰ উপস্থাপন । অপেক্ষাৰত ............

  • @nitunath8502
    @nitunath85027 күн бұрын

    Bht dhuniya hoise acting❤ superb ❤️

  • @khullaSah
    @khullaSahАй бұрын

    E1 to E9 গোটেইকেইটা একেলগে শেষ কৰিছো... ভাল লাগিল, Next season ৰ কাৰণে ৰৈ আছোঁ

  • @akgamingyt6622
    @akgamingyt6622Ай бұрын

    খণ্ড কেইটা শেষ হোৱাৰ লগে লগে কিবা এটা আৱেগিক হৈ পৰিলোঁ, এনেকুৱা লাগিল যে ইমান দিনে চাই থকা খণ্ড কেইটা আৰ কেতিয়াও ঘূৰাই নাপাওঁ 😢❤

  • @AinulAli-in7tv
    @AinulAli-in7tv3 күн бұрын

    10 Episode Lagei❤🎉

  • @pratim67
    @pratim678 күн бұрын

    Ufff...ki j tripti palu ...bujabo nuwara anubhuti eti jagi uthil monor majot .... Best wishes to all.

  • @arkajyotikalita7546
    @arkajyotikalita7546Ай бұрын

    কি কম ইমান ধুনীয়া কাহিনী এটাৰ দ্বাৰা মানুহৰ মাজলৈ অনা বাৰ্তাটো ভাল লাগিল🌼👍 ।

  • @dhanmonivlogs8398
    @dhanmonivlogs839826 күн бұрын

    সুব সুন্দৰ কাহিনি ..একেদিনতে ১ৰ পৰা ৯টাকৈ খন্দ চালো..পৰবৰ্তি খন্দবোৰলৈ অপেক্ষা কৰিলো..😍

  • @sankarjyotipegu2785

    @sankarjyotipegu2785

    25 күн бұрын

    Same 2you 👍

  • @KrishanmoniHazarika-px4ok
    @KrishanmoniHazarika-px4ok6 күн бұрын

    Oo bom lagil sai mojaa ❤❤❤ sai eman val lagil sai ki kom ❤❤

  • @nabajitmandal9215
    @nabajitmandal921522 күн бұрын

    Xosaky likha manuh jn excellent....❤❤❤bhut bhut vl lgise proti2 episode....ru lage ....superrrr

  • @samujjal99
    @samujjal99Ай бұрын

    ইমান সুন্দৰকৈ সকলোবোৰ উপস্থাপন কৰিছে...নষ্টালজিক হৈ পৰিলো কি কাহিনী, কি অভিনয় গোটেইখন চালো খুব ভাল লাগিল ❤

  • @rupam8912
    @rupam8912Ай бұрын

    আঁতৰি দিয়ক ..........কমললোচন আহি আছে ❤❤ next session ত

  • @junnu130
    @junnu13020 күн бұрын

    Adinote gotei episode salu bohut vl lagil

  • @KishorKukil-mh2vm
    @KishorKukil-mh2vm19 күн бұрын

    Bhal hoise web series khan...🎉🎉🎉

  • @tulugogoi388
    @tulugogoi388Ай бұрын

    Akedinai 9 episode hekh korilu.kahaniu eman episode sua nasilu.. hokolure avinoy hundor hoise.. bhut bhut val lagil... ❤❤❤

  • @Hriday555
    @Hriday55528 күн бұрын

    বোৱাৰী লভাৰ কেইটাক কৈছোঁ দেই ,বোৱাৰী ভালপোৱা আগতে এবাৰ ভাবি চাব এগৰাকী নাৰীক ভালপাই কাৰোবাৰ জীৱন বৰ্বাদ কৰি পেলাব পাৰে.. উৰ্মিলা বৌ ৰ দৰে আপোনাৰ ঘৈনিয়েকৰ লগতো হব পাৰে মোবাইল ফোন য়ে যে কি কৰি পেলালে 😢. ধন্যবাদ ইমান ধুনীয়া এখন webseries আমাৰ মাজত আগবঢ়াই দিয়া বাবে বহুত ভাল হৈছে কিছুমান নীতিশিক্ষা পালোঁ ❤❤🥰

  • @ritumonirazbongshi7828
    @ritumonirazbongshi782823 күн бұрын

    Bahut bhal lagile guteiketa series salu.. ❤❤❤khoob xundor next akou lagibo

  • @user-el7pz9ht4r
    @user-el7pz9ht4r23 күн бұрын

    Superb... lots of love to whole team (Supa Supi) . Amazing guys... it's a raw story of our schooling time.... except murder case...

  • @kabitadas4911
    @kabitadas4911Ай бұрын

    গোটেই কেইটা খণ্ড একেলগে চালো…সকলোৰে অভিনয় খুব সুন্দৰ…ভাল লাগিছে …আগলৈ অপেক্ষা কৰিছো…

  • @hirakjyotihazarika8177
    @hirakjyotihazarika8177Ай бұрын

    সঁচায়ে খুব ভাল লাগিল , স্কুল জীৱনলৈ অলপ সময় ঘূৰি গৈছিলো, প্ৰৱনে কেতিয়াবা "কৃষ্ণচূড়া " বিশ্ববিদ্যালয় লৈ যায় আৰু এতিয়া "চুপা চুপিত " স্কুল‌ জীৱনলৈ | কাহিনীটো এক বাস্তৱিক কাহিনী , মোবাইলতোৱে সলনি কৰা জীৱন শৈলী কেনেদৰে প্ৰভাৱ‌ পৰিছিল সকলোৰে জীৱনত| সুন্দৰ অভিনয় সকলোৰে| মই এবাৰতে সকলো খণ্ড চালোঁ| প্ৰণৱক ধন্যবাদ আৰু সকলো অভিনেতা অভিনেত্ৰী সুন্দৰ অভিনয় কৰিছে| বিশেষকৈ উৰ্মিলা বৌ‌ সমাজৰ‌ বাস্তৱিক ৰূপ |

  • @dharitrideka4453
    @dharitrideka445324 күн бұрын

    Bht Val lgil ❤❤Ahi thoka vedio buroli wait kri aso

  • @dbvlogger1406
    @dbvlogger140623 күн бұрын

    To Be Continued...🙏 We ar waiting 🤝 love fr Nalbari❤️

Келесі