Chupa Chupi: EPISODE 1 | Atlas Creation | Pranab Bharali | Hrisikeesh Patggiri | Assamese Web Series
Ойын-сауық
In a world where words were born to connect us, the evolution of language and the creation of letters eventually gave rise to mobile phones. But with this technological leap, relationships faced a paradox: they became both simpler and more complex, revealing hidden gaps that had long been obscured. "Chupa Chupi" explores how the advent of mobile phones has reshaped the way we connect, and the unseen rifts it has exposed in our relationships.
Cast:
Himanshu Prasad Das
Snigdha Gogoi
Kaushik Bharadwaj
Jit Kalita
Saptarshi Gogoi
Boibhabi Goswami
Jintu Kumar Kashyap
Bedabrat Borah
Ragini Kaushik
Meenakshi Borah
Kishor Tahbildar
Written & Directed by: Pranab Bharali
Produced By: Hrisikeesh Patggiri
Chief Assistant Director:Jyotishman Sharma
Director of Photography: Raktim Hazarika & Gyan Gautam
Assistant Cinematographer: Supranta Hazarika
Editing and Color Grading: Uddipta Kumar Bhattacharyya
Aerial Cinematography: Nilim Bay
Backgrund Score: Arnab Bashistha
Sound Design: Hirakjyoti Nath
Patch DOP: Chandra Kumar Das
Assistant Director: Snigdha Baruah
Production Manager: Mrinal Haloi
Production Team: Rupom Patgiri, Tridip Roy and Tirtha Mazumdar
Recordis: Dibyajyoti Kaushik
Makeup Artist: Nirmali Kashyap
Costume: Hiemakshi Borah
Calligraphy: Amlan D
Special Thanks: Kawoimari Gaon
Editing, Sound Design and Recording Studio: Blue Raaga Audio Visual
[Social]
Atlas Creation
Facebook: / @atlas-creation-100064...
Instagram: / atlas_creation
© ℗ Atlas Creation. All Rights Reserved.
NOTE: Any illegal reproduction or reupload of this content in any form will result in immediate action against the person concerned.
Digitally Powered by Eikhon Axom Hoi Bhai Media
Web: eahbmedia.in/
___________________________________
Enjoy & stay connected with us!
Пікірлер: 2 000
দশম শ্ৰেণীত পঢ়ি থকা সময়ৰ কথাবোৰে বাৰুকৈয়ে আমনি কৰিলে । কিছু সময়ৰ বাবে কল্পনাৰ সাগৰত ডুবি গৈছিলোঁ । সেই প্ৰথম প্ৰেমৰ মাদকতা....❤ উফ...💐 ভাল লাগিল ।
Saptarshi Gogoi's transformation was wild. Costume and makeup team deserves the praise !!
স্কুলীয়া দিনৰ নিভাজ প্ৰেমলৈ মনত পৰি গ'ল ❤❤ ভাল লাগিল নষ্টালজিয়া 😊
স্কুলীয়া দিনবোৰলৈ মনত পৰি গ'ল। মনটো যেন কিবা এটা বেলেগ হৈ গ'ল❤
চিত্ৰৰ হিচাপত ঠাই বোৰ আমাক পুৰণি দেখুৱাইছে।।। কিন্তু বৰ্তমান সময়ত বাস্তৱত ঠাই বোৰ এতিয়াও এনেকুৱা এ।।। সঁচাকৈ ঠাই বোৰ ইমান ধুনীয়া।।।একেবাৰে গাঁৱলীয়া পৰিবেশ।।। কাহিনীৰ লগতে ঠাই বোৰ ও বহুত বহুত বেছি ধুনীয়া।।।
@Chinmoymedhi3
9 күн бұрын
Lord for a reason 🙏
@sanjibdas1891
8 күн бұрын
@@Chinmoymedhi3 mane toi o series khen saisa
আজিকালিৰ ডিজিটেল যোগৰ লৰা-ছোৱালীয়ে আমাৰ স্কুলীয়াদিনৰ প্ৰেম-ভালপোৱা অনুভূতিৰ সৈতে কিমানদূৰ একাত্ম হব পাৰিব নাজানো, কিন্তু আমাৰ দিনৰ চিঠিখনৰ মাজত, এটি হাঁহিৰ মাজত আবদ্ধ হৈ থকা মৰম-ভালপোৱাবোৰত এক অনন্য শিহৰণ আছিল ৷ ভাল লাগিল লৰালিকালটোক আকৌ এবাৰ ৰোমন্থন কৰিবলৈ সুযোগ দিয়া বাবে ৷
@ankurdas3068
6 күн бұрын
🥺🥺🥺🥺
বিস্ময়, মায়া,ৰহস্য এইবোৰ আৱেগ ❤
হলত দিয়া চিনেমা বোৰত অভিনয় কৰা সকলতকৈ ইয়াত অভিনয় কৰা সকলৰ অভিনয় বহুত ভাল হৈছে । কাহিনীও ভাল । ❤️
"এই শান্ত পৃথিৱীখনৰ হাবি কাটি এদিন মানুহে গাওঁ সাজিছিল, তাৰ পিছত গাওঁবোৰ কাটি নগৰ আৰু এতিয়া নগৰ কাটি নৰক বনাই আছে ....."
@AlimpyshreyamGogoi
11 күн бұрын
Sui goisil aikhar ei❤
@nilanubhuti
11 күн бұрын
@@AlimpyshreyamGogoi um
@sanjaynath1972
9 күн бұрын
Bah bah
@tanmayhandique_
9 күн бұрын
মই বাক্য শাৰীতেই লাইক কৰিলো
@samudrakonwar4623
8 күн бұрын
@@AlimpyshreyamGogoixosakoi suii gol ghr kot tumar
উফ্ সেই শৈশৱৰ স্মৃতি বোৰ সেই স্কুলৰ দিনবোৰ ভাল লগা পৰা ভাল পোৱা ❤ সকলোৰে অভিনয় খুব সুন্দৰ ❤
@nayanmadahi6222
7 күн бұрын
😢😢😢😢😢
বহুত ভাল লাগিল , অতিতৰ দিনবোৰলৈ মনত পৰিলে , বহুত লগা আছিল সেই ইস্কুলৰ দিনবোৰ , ইস্কুলীয়া জীৱনত প্ৰেমৰ কৰা দিনবোৰ আজিও চিৰস্মৰণীয় দে , ভাল কাহিনীটো চাই ,
বহুত ধুনীয়া লাগিছে আগৰ দিনবোৰৰ মনত পৰি গোল।হেৰায় যোৱা দিনবোৰ কিমান ভাল লগা আছিল। সেই স্কুলৰ দিনবোৰ সেই ভালপোৱা উফ্ কি কম।
Binge Watched it last night. Such a sweet and simple premise but deep dark twists. Kudos 👏🏻
@manashdeka910
10 күн бұрын
❤️❤️✨
@JyotishmanKalita-fg8pl
9 күн бұрын
Dada video ketia ahibo
@rituraj7613
7 күн бұрын
Video lga dada ❤
@gunamonikalita3757
4 күн бұрын
Video lge jldi
@AdmitPegu-xu3up
2 күн бұрын
Ketiya notun video ahibo dada
সকলো দিশৰ পৰাই উন্নত মানৰ হৈছে .....ইমান ভাল Quality ৰ web series 🎉এখন ইউটিউবত দিয়াত আচৰিত হৈছোঁ
@patowarypranjit8294
13 күн бұрын
Right
@palashdeka7534
12 күн бұрын
বালৰ web series
@nitumonisaikia6906
6 күн бұрын
Balor bonaise kla hoi a@@palashdeka7534
@lsd4889
4 күн бұрын
Kon2 dish r pra bht vl pala ... script namr sei ghati khn vl paisa ?... samajat ki msg dise ei ghati namr series khne... brain2re vbie koisa ne kotha khari
@imajay9015
3 күн бұрын
@@lsd4889toi bht vl msg di aso jhra
সকলোৰে অভিনয় বোৰ ইমানেই ধুনীয়া হৈছে, মনমুহা, সুন্দৰ, ভাল লাগিছে, আগুৱাই যাওক❤
মন চুই গল ❤❤। আমাৰ দিনৰ স্কুলীয়া প্ৰেম বোৰ এনেকুৱাই আছিল
অসমীয়া সমাজত জোৱানৰ পত্নী ক সদায় এক সন্দেহ ৰ দৃষ্টি ৰে চোৱা হয় , কিছু লোকে ঠাট্টা কৰাও শুনিছো জোৱানৰ পত্নী সন্তানক, তেনে স্থলত অসমীয়া চিনেমাবোৰত এনেকুৱা বোৰ চৰিত্ৰ উপস্থাপন কৰিলে মানুহবোৰ ৰ মানসিক তা বোৰ আৰু বেছি ঘৃনণীয় হব তেঁওলোকৰ প্ৰতি। মনোৰঞ্জন হিচাপে চালে ভাল লাগিব পাৰে এক শ্ৰেণী ৰ দৰ্শকৰ কিন্তু লগতে এটি ঘৃনণীয় বাৰ্তা ও যাব সমাজত।
@Born2die99
13 күн бұрын
Yes
@Mainahazarika123
12 күн бұрын
Hosa kotha moiu bhal pua nai drishyo tu
@Unscripted.sk2
11 күн бұрын
Kotha toh nuhuwaa nhy
@pritamdas652
11 күн бұрын
Karwa sach he ye..
@harshitaraj6921
10 күн бұрын
কথাটো নোহোৱা নহয় । আমাৰ সমাজৰ মানুহবোৰে সকলো বিলাক Negative টো ভাবি লয়।
" এতিয়া নগৰ বোৰ কাটি নৰক বনাইছে " best dialogue ❤😍
@AnthonyGonzalvesh-rv4oz
5 күн бұрын
Supasupi nohoi chupachupi
সকলোৰে বহুত ধুনীয়া অভিনয়। বাস্তৱ যেন অনুভৱ কৰোৱা বাবে গোটেই Team members ক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ
The nostalgic vibe of this series makes it wonderful ❤
কাহিনীটো সুন্দৰ উপস্থাপন হৈছে ।সেই স্কুলৰ শৈশৱৰ স্মৃতিবোৰ মনত পৰি গ'ল । বেঞ্চত নিজৰ নাম লিখা দিনটো ❤❤
28 minutes ketia par hol gomei napalu..well Done pranob bharali ❤ waiting for the next episode❤
Pure reflection of hidden secrets all the boys have. Made everyone nostalgic. Mobile is the Kaal😂
The. First Assamese webseries with such intensity!!! Background music 🔥
'এতিয়া নগৰবোৰ কাটি নৰক বনাইছে' এটা ভয়ানক সঁচা কথা
@bornaliphukon
12 күн бұрын
muru same
সচাঁই খুব ধুনীয়া হৈছে অভিনয় আৰু কাহিনীও,পুনৰ এবাৰ উভতি যাবৰ মন গ'ল শৈশৱলৈ😊❤
স্কুলিয়া জীৱনৰ কাহিনীখিনি বহুত ভাল লাগিল কিন্তু আৰ্মিৰ পত্নীগৰাকীৰ চৰিএটো এনেকুৱা হব নেলাগিছিল। ভাল লাগিল প্ৰথম খণ্ডটো চাই 😍
পুৰনা স্মৃতি বোৰ মনত কৰি দিয়া বাবে দন্যবাদ❤❤
সকলো দিশৰ পৰাই এখন উন্নত মানৰ অসমীয়া Webseries❤ ধন্যবাদ চুপা চুপি. Team 🎉🎉
Eagerly waited for 12th June. And the team has succeeded to keet viewers expectations intact I think. ..Acting 🔥🔥.. congratulations Jeet and the team
Now Assamese Web series are becoming so better ❤❤
The old village vibe + The song Aafuta hahi re ❤
কিবা এটা ভাল লাগিল চাই ।। হিমাংশু প্ৰসাদ দাস থাকিলে অলপ বেলেগ ধৰণৰ হয় সংগীত পৰিছালনাও সুন্দৰ অভিনয় সুন্দৰ
অসমীয়া ভাষাত এনে ধৰণৰ সৃষ্টি মনলৈ আশাৰ সঞ্চাৰ কৰে । Welcome to Sajjanpur ৰ film খনৰ সামান্য ছায়া দেখা পালো। পৰিচালক লৈ আন্তৰিক শুভ কামনা থাকিল।
Bahut vl lagil agor kotha bur monot pori gol 10 r xei vl pua aji nathakibo pare tai mour logot school t porhi thokar dore life aru nai aru agor xei gaor poduli bor bahut manat pore
Violin and the entire background score....uffff. masterstroke ❤
জোনবাই-জানমণি-অঞ্জনাৰ দিনবোৰলৈ মনত পৰি গ'ল। ধন্যবাদ প্ৰণৱ দা 🙏
মন মোৰ জুৰ পৰি গ'ল। বহুত দিনৰ পিছত আধুনিক কিবা এটা বিচাৰি পালোঁ you tube ত
Old school love ❤❤....... bohutora bhout memories aru katiyau koi khotom koribo nuwura mrm vl puwa bur ....asolta ha bura sagay pure asela ❤
A great legendary strong story about all kids of 90's... Nostalgic hoi golu
নষ্টালজিক বেঞ্চত crush ৰ নাম লিখা😌😌 সুন্দৰ উপস্থাপন ❤
What a series 🔥😍 Acting, direction, Background music, songs all are perfect👌❤️❤️
The old love story was speechless but heart touching ❤
Such a raw story...For a while I was living in my school days and wept..❤
Reals চাই ইউটিউবত চাব আহিছিলো, প্ৰথম episode টো চাই বহুত ভাল লাগিছে। মৰম ভালপোৱা, স্কুলৰ প্ৰেম, বন্ধুত্ব, গাঁৱলীয়া পৰিবেশ, চিঠি লিখাৰ কাহিনী, PCO ত গৈ আপোন জনৰ লগত কথা পতা আদিৰে সুন্দৰ ভাৱে সমবেত কৰি অভিনয় কৰিছে ❤।
The first Assamese web series with such intensity!
Damn! one of the best of Assamese series..bht dhunia lagil sai first episode tu..😅
Script, screen play, music , creativity, acting wow great ❤❤
Atlas creations Thank you so much....agr din r memories bur ghuriya diya r babe....uff ki j nostalgic ❤❤😌🙃
Romantic scene খিনিত বজাই দিয়া মিউজিকটো Southৰ চিনেমাৰ vibeএটা আহি গৈছে। প্ৰথমখিনি ভালেই লাগিল বাৰু, নিজৰ অতীতকো দেখাৰ দৰে।♥️
@user-wo9gl2pu7r
12 күн бұрын
Uff tumi ❤😫
সঁচাকৈ সেই স্কুলৰ দিন বোৰ লৈ মনত পৰি গল ❣️ বহুত ধুনীয়া লাগিল চাই ❣️
Gaurov Koru Amar Borihatt *Himangshu* Dar nisina manuh ase ❤ Thank You Himanghsu Da
What a acting yaar.. viral hbo lage ene webseries ❤❤❤❤❤❤
Assamese web series iman development...... Incredible .
@SecYoh
11 күн бұрын
Development too hoise kintu amar poha dinor Prem kahini burole monot pori golge wahh
মনতো স্কুল জীৱনলৈ ঘুৰি গ'ল। ভয়ে ভয়ে চিঠিৰ জৰিয়তে প্ৰেমৰ প্ৰস্তাৱ দিয়া আৰু চিঠিৰ উত্তৰ বাবে আগ্ৰহেৰে ৰৈ থকা.. কথাবোৰ মনত পৰি কিবা দুখহে লাগি গল 😢
বহুত ভাল লাগিল । ( তেতিয়াৰ দিনত মাষ্টৰণী বাইদেউক "মে'ম" বুলি সম্বোধন কৰা নাছিল , 'বাইদেউ' বুলিহে মাতিছিল । মাষ্টৰণী বাইদেউৰ চাদৰৰ দহিখিনিৰ দিজাইনটো বৰ্তমানৰ ।)
@ChayanikaSangmai
6 күн бұрын
গোটেই বাইদেউজনীয়ে বৰ্তমানৰ
one of the best Assamese Web series till date 🔥
বহুত আপেক্ষা পিছত আজি চাই ভাল লাগিল✨💕
Despite their is a mixed up of different thought a human nature can have....but I would like to say...... Fabulous what you guys have described in this video....when we were kids...the feeling was as showned❤️❤️❤️
সকলোৰে অভিনয় ধুনীয়া হৈছে। অসমীয়া চিনেমা জগতৰ সুদিন ঘূৰি আহক। গোটেই বিশ্বই অসমীয়া চিনেমা চাওক❤
ভাল লাগিল ! পিছে কি জানে, মৰম ভালপোৱা মানে নো কি তাৰ সাৰাংস হইতো কোনেও আজিলৈকে কব জে পাৰিব তাৰ কোনো সীমা নিধাৰন কৰিব নোৱাৰি!!!! মোৰ মৰমবোৰো তেনে দৰেই হেৰাই গল ! ভাল পাইছিলো মই এটা সময়ত ,পিছে সকলো মুহুতত আজিও আমনি কৰে! ১৫ বছৰ হল মাথো সেই মৰম .... মৰম হই থাকিল ! কোনো দিনে আপোন নহল ???? সকলোৱে এটা কথা মানি লোৱাতো ভাল ,মৰম নিজৰ নহলেও আনৰ লগতে খুসী হৈ থাকক দিয়া ! আমনি কৰিব নায়াব ;pls....... miss u bhanita .....আজিও তোমাক মৰম চ'ধা কৰো !!!!!!❤
@dipjyotimonjai6384
12 күн бұрын
❤
@porinitagogoi2426
11 күн бұрын
❤️
@thrcollection3598
10 күн бұрын
Val lgil
@deepjyoti2623
10 күн бұрын
Kot ghr asil bhanita r
@ritumonibaishya5320
10 күн бұрын
Isshhhhh..😢xuni val lagil💕
এৰি অহা সেই শৈশৱৰ স্মৃতি বোৰ সঁচাকৈয়ে বৰ সুন্দৰ আছিল ❤❤
Outstanding episode, 😂🔥🔥🔥🙏
Ekdm 90'S t ghuri golu punor💕💕
Bhut dhunia... everything is perfect.... Screenplay 🔥 Direction acting next lvl....bgm touching....kudos to the whole team .. specially pranab daa ❤ 🔥 🙏
Bahut dhuniya story mon sui gol
সঁচাকৈ বৰ ভাল লাগিল দৈ । তেতিয়াৰ পুৰনি দিনৰ কথা মনত পৰে।এখন ভাল অসমীয়া webseries ধন্যবাদ chupa chupi Team
খুৱেই ভাল লগিছে দেই.... উফ কি উপস্থাপন....কি অভিনয়....❤️❤️✨
খুব ভাল লাগিল। অভিনন্দন সকলোলৈ। দমকলৰ পাৰৰ কাপোৰ ধোৱা দৃশ্যটো মনোজ বাজপেয়ীৰ সেই বিখ্যাত দৃশ্যটোৰ পৰা অনুপ্ৰাণিত যেন লাগিল
Atiyau monot pore xei school r donor Prem ...ki mudhur xomoi asil xeibur ❤😊
Hands down to one of the best webseries from assam❤!!
Bohut bohut val lgil sai....❤❤ Agor din bor agor xomoi bor dekhwar bbe❤
@arnab basista amazing background score. ❤❤
Borhia ❤😊 background music uffff 😍
❤❤❤ Schoolr kotha monot pore gol😢. Vl lgese next part jolde
Bhut dhunia series hoi.... expect more from atlas creations 😊
Pranab bharli botany manjor loi director hola...borhiya..congrates
অপেক্ষাৰ অন্ত পৰিল অপূৰ্ব অভিনয় ❤️❤️
Mojjja, agor jindagi mont pori goisea❤❤❤❤
Khub dhuniya hoise❤ Nostalgic
Assamese flim industry is raising❤Bhal lagise❤
স্কুলীয়া দিনৰ কথাবোৰ মনত পৰি গল।😁 সুন্দৰ হৈছে❤️❤️
What a story,songs, music , acting .. just wow wow
সঁচাকৈ আপ্লুত হৈ গলো . নিজৰ কিছুমান স্মৃতি সজীৱ কৰি তুলিলে .
পুৰণি কালৰ সোণালী স্মৃতি বোৰ যে আকৌ এবাৰ চকুৰ আগত ভাঁহি উঠিছে এই কাহিনীৰ জৰিয়তে ❤ উফ্ সেই শৈশৱৰ স্মৃতি বোৰ, সেই স্কুলৰ দিনবোৰ ভাল লগা পৰা ভাল পোৱা❤ অপূৰ্ব এক কাহিনী🌟
@dhunurumurlife6151
13 күн бұрын
Hello Tumi muru frd hba ni moiu back krim
বৰ উন্নত মানৰ web series ❤️ ভাল লাগিছে
awsom performance... background score 10/10 acting 8/10 story 9/10 direction 9/10...
Dhunia hoisai.kiba 1ta mont pri gol❤❤❤❤
Ki acting behh.....mojaa mojaa
Tinibar Shiva r naam loi koisu... Acting juiii 🔥🔥🔥
Dil khush hoi gol re series tu sai❤
Bhut Val amr din buror kotha mont pri gol ❤😊
ai sador mekhela jur xodai priyo kiman je smriti xumai ase ai jur sdr mekhlat ❤
Next episode bur xunkale dibo bohut val lagil sai ❤❤❤
Always old is gold and this love is purety ❤❤❤
প্ৰণৱ ভৰালী মানেই ভাললগা হৈ আহিছে ❤
Xundor ,,,dhunia lagil dei
Better than the Bollywood series😌❤️ nostalgic
দিপক, ৰূপ আৰু চাণক্য ufff... eman dhuniya অভিনয়, বিশেষকৈ দিপক ufff 🔥
Thank you Deh Ake loge all episodes diya babe 🎉nohole rokhi thakibo logiya hoi
@dhunurumurlife6151
13 күн бұрын
Hello Tumi muru frd hba ni moiu back krim
@looserboy8944
12 күн бұрын
@@dhunurumurlife6151 kot frd hbo lagibo