🔷চিকিৎসালয়ত ৰোগীয়ে অপেক্ষা কৰিব লগা হৈছে চিকিৎসকলৈ -🔷ৰোগী অসংখ্য কিন্তু চিকিৎসক কম-

🔷চিকিৎসালয়ত ৰোগীয়ে অপেক্ষা কৰিব লগা হৈছে চিকিৎসকলৈ -
🔷ৰোগী অসংখ্য কিন্তু চিকিৎসক কম-
🔷চকু চিকিৎসকৰ ওচৰতে সকলো ৰোগীয়ে নিজৰ চিকিৎসা কৰিব লগা হৈছে-
🔷নাজিৰা লিগিৰী পুখুৰীস্হিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ এই অৱস্হা-

Пікірлер

    Келесі