প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত ফিল'বাৰীৰ ভুক্তভোগী শিক্ষয়িত্রী গৰাকীৰ ভাষ্য

▶️ 'ছাত্ৰ সকলক বিপদত নেপেলাও'
▶️ 'মই FIR দিব বিচৰা নাই সেইবাবে'
▶️ 'তেওঁলোকৰ কষ্ট হোৱাটো মই নিবিচাৰো'
▶️ প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত ফিল'বাৰীৰ ভুক্তভোগী শিক্ষয়িত্রী গৰাকীৰ ভাষ্য

Пікірлер: 219

  • @kanakrabha3239
    @kanakrabha32392 жыл бұрын

    সত্যৰ সদায় জয় । আপোনাক যি সকল student অপমান কৰিছে সেইসকল জীৱনত ভাল হব নোৱাৰে

  • @golokkaman4923

    @golokkaman4923

    2 жыл бұрын

    tewlokr life 100% bekar

  • @dbworldroast1338

    @dbworldroast1338

    2 жыл бұрын

    Right .ehotok collage r ora ulai dibo laga

  • @sabitakalita7096

    @sabitakalita7096

    2 жыл бұрын

    সচা কথা।

  • @hopunjibonor7110
    @hopunjibonor71102 жыл бұрын

    বাইদেউ আপোনাক সত বাৰ প্ৰণাম জনাইছোঁ 🙏🙏🙏😥

  • @moheswarbora5751
    @moheswarbora57512 жыл бұрын

    বাইদেউ আপুনি দুখ নকৰিব আপুনি যে দীঘল দি সেৱা ললে বহুত ভাল কৰিলে চাব এদিন সত্য জয় হবৈ অসত্য পৰাজয নিচিত

  • @sadeksaikia8168
    @sadeksaikia81682 жыл бұрын

    আপোনাৰ মনৰ দুখে আমাকো দুখ দিছে।

  • @mridulbhagabati156
    @mridulbhagabati1562 жыл бұрын

    আপোনাক যি সকল ছাত্র নেতাই বহুত মানসিক কষ্ট দিলে সেইসকল ছাত্র নেতাৰ ভৱিষ্যত অন্ধকাৰ আৰু সিহঁত হ'ল মাক দেউতাকৰ কুলাঙ্গাৰ পুত্র । জীৱনত সিহঁতৰ কেতিয়াও ভাল দিন নাহিব আৰু জীৱনত সিহঁতে কেতিয়াও আগ বাঢ়ি যাব নোৱাৰিব , ৰাইজৰ অভিশাপ নিশ্চয় লাগিব ।

  • @akashdeepbordoloi758
    @akashdeepbordoloi7582 жыл бұрын

    Baidio aponi buht mahan ❤️❤️❤️👍👍🙏

  • @gaurabnath7233
    @gaurabnath72332 жыл бұрын

    ভয়াৱহ ভৱিষ্যতৰ ইংগিত,

  • @rojoniprovabaruah5461

    @rojoniprovabaruah5461

    2 жыл бұрын

    💯

  • @Updatepoint95
    @Updatepoint952 жыл бұрын

    বাইদেউ দুখ নকৰিবা।মূৰ্খসকলৰ কৰ্ম প্ৰ্তি গুৰুত্ব নিদিব।

  • @anjugogoi4945
    @anjugogoi49452 жыл бұрын

    বহুতো দুখ পাইছো বাইদেউ, আপোনাৰ দুখত। কি কম ,ভাষা নাই।

  • @hirensaikia3810
    @hirensaikia38102 жыл бұрын

    চিন্তা নকৰিব কলি যুগত এনেকুৱা হয় বাইদেউ

  • @prachurjyahazarika3805

    @prachurjyahazarika3805

    2 жыл бұрын

    🔥🔥🔥

  • @shorts99842

    @shorts99842

    2 жыл бұрын

    mojah disa eat thoka kunu njne ki hoise ki ni hua just ahii comnt stump d goise 👍

  • @allrounder173
    @allrounder1732 жыл бұрын

    U r great Mam

  • @Alidas-w3s
    @Alidas-w3s2 жыл бұрын

    আজি কালি লৰা ,ছোৱালীৰ মন..মগজু বোলা বস্তুটো নাই যেন পাইচো....আমি আগতে চাৰ,বাইদেও সকলক মা, দেউতা বুলি মানি আহিচিলো

  • @pronalibora3007
    @pronalibora30072 жыл бұрын

    শিক্ষাগুৰুক অপমান কৰাটোত বহুত দুখ পাইছো।

  • @iftikaraliahmed3389
    @iftikaraliahmed33892 жыл бұрын

    বাইদেউ আপুনিয়ে এইখন পৃথিৱীৰ প্ৰথম সত্যবাদী আৰু সাহসী শিক্ষয়িত্ৰী । আপোনাৰ ওপৰত যি অত্যাচাৰ চলিছে তাৰ সুফল অতি সোনকালেই পায় যেন ।

  • @binoyhazarika6054
    @binoyhazarika60542 жыл бұрын

    বাইদেউ আপুনি মহান গুৰু হয় ৷ আপুনি মানসিক ভাবে ভাগি পৰিওঁ আপুনি ছাত্ৰ সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে সঁচাকৈ আপুনি মহান বাইদেউ ৷ মোৰ মোৰ সেৱা যাচিলোঁ আপোনাক বাইদেউ ৷

  • @bibhamonigogoi3331
    @bibhamonigogoi33312 жыл бұрын

    বাইদেউ আপুনি মহান❤

  • @SearchAgain-1111
    @SearchAgain-11112 жыл бұрын

    "শিক্ষক এডাল মমবাতিৰ দৰে যি নিজে জ্বলি আনক পোহৰ দিয়ে" কোনে কৈছিল পাহৰিলো যদিও এনেকুৱা এষাৰ কথা পঢ়িছিলো । বাইদেউ আপুনি আপোনাক অপমান কৰা ছাত্ৰ-ছাত্ৰীকো নাবালক বুলি গণ্য কৰি তেনে ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধেও আইনী ব্যৱস্হা হাতত নললে । আপোনাৰ মহানুভৱতাৰ শলাগ লৈছো । আপুনি সচাঁ অৰ্থতেই শিক্ষা আৰু শিক্ষাৰ দৰে পবিত্ৰ বৃত্তিটোৰ মান ৰাখিলে । "বিদ্যা দদাতি বিনয়ম" বুলি কয় । আপোনাৰ কামটোৱে আপোনাৰ বিনয়ীভাবটোও বুজালে । কিন্তু যিয়ে আপোনাক অপমানিত কৰিলে তেনে কাম অতি নিকৃষ্ট, গৰিহণা যোগ্য ।

  • @SearchAgain-1111

    @SearchAgain-1111

    2 жыл бұрын

    @Tribal culture ধন্যবাদ

  • @binamohan4689
    @binamohan46892 жыл бұрын

    বাইদেউ আপোনী মহান। আপোনাক আশীৰ্বাদ কৰিছো ।আপোনাৰ মনৰ বেদনা আমিও অনুভৱ কৰিব পাৰিছো । ইমান

  • @mahendeka38
    @mahendeka382 жыл бұрын

    Respect mam you are great, the real teacher

  • @rekhabhuyan3878
    @rekhabhuyan38782 жыл бұрын

    দুখ লাগিল বহুত ... বাইদেউক কৰা ব্যৱহাৰ টো পৰা 😭

  • @nirmalrajbongshi2476
    @nirmalrajbongshi24762 жыл бұрын

    Ki j hbo. Amak eman goru piton dile. Ami aku ata koi npalu. Heikarone amar dinot sorkari school or result bohut val asil. Aru atiya ki obostha hoise govt. School buror

  • @bharatibhuyan8421
    @bharatibhuyan84212 жыл бұрын

    আচাৰ্য দেৱো ভৱ।প্ৰণাম বাইদেউ।

  • @pobitralearner8969
    @pobitralearner89692 жыл бұрын

    Maam you are great.

  • @sabitakalita7096
    @sabitakalita70962 жыл бұрын

    আপোনাৰ মনৰ দুখে আমাকো বহুত দুখ দিছে।😭😭😭

  • @binagogoi9854
    @binagogoi98542 жыл бұрын

    শিক্ষয়িত্ৰীগৰাকীৰ কিবা খেলি মেলি থাকিব পাৰে , সেইটো নাজানো । যদি তেনেকুৱা কিবা বিষয় আছে আৰু ৰাইজৰ বা দল সংগঠনৰ দাবী বা প্ৰশ্নৰ উত্তৰ দিয়া নাই তেন্তে চৰকাৰী প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষক কিয় জনোৱা নহ'ল ? যদি জনাইছিল তেন্তে বিভাগীয় কৰ্তৃপক্ষকহে ইয়াৰ বিচাৰ বা তদন্ত কৰিবলৈ বাধ্য কৰিব লাগিছিল । সমাজৰ সকলোৱে সন্মান কৰা শিক্ষাগুৰুক ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য কৰোৱা কেইটা দেখুন শিক্ষকতকৈ বহু ওপৰত । এই কাৰ্যৰ নেতৃত্ব লোৱা কেইটা প্ৰকৃত ছাত্ৰ হয়নে ? এইসকল ভৱিষ্যতৰ 'সম্পদ' স্বৰূপ মহান 'ছাত্ৰ'ই বৰ্তমান ক'ত কি পঢ়ি আছে ৰাজহুৱাকৈ জনালে ভাল হয় । অৱশ্যে বহু ঠাইত ছাত্ৰৰ নামধাৰী দগাবাজ দালাল এসোপাই ডকা হকা দি টকা ঘটি চাকৰি কৰা লোকতকৈ ভালকৈ খোৱা -পিন্ধা কৰে বুলি সমাজত চৰ্চা হয় । সমাজৰ অভিভাৱক দেখুওৱা এনে এসোপাই আকৌ সহজ সৰল স্কুল কলেজীয়া লৰা ছোৱালী কিছুমানক ব্যৱহাৰ কৰি নিজৰ মুনাফা আদায় কৰে বুলিও মানুহে অভিযোগ কৰে । (অৱশ্যে দল সংগঠনৰ সকলো বিষয়ববীয়া একে নহয় )। এই ঘটনাটোৰ এনে পৰিস্থিতি সৃষ্টিকাৰী সংশ্লিষ্ট মহান 'ছাত্ৰ'সকলে কাললৈ 'খ্যাতি' ৰাখি অঞ্চলটোৰ সভ্য সমাজকো লজ্জানত কৰিলে ।

  • @simantaboro4814

    @simantaboro4814

    2 жыл бұрын

    Satra akota sovar kakowe news Ea ako xudha ni nki., satra satri sokolor vaisya xuna nii moi Atiyak ligi . Moro Bhuty problem hoi hothat form fill up t 1200 toka loga hoi jai but Ghort 500 toka atai nathake. Baideu ou abegoty hothat pranam korily, college khonor principal sir ro Valki vaisya xuna nii, News t xuni asu Satra sokol 3000 toka fee babe andolon korise, taty Baideu ba ahi kiba kol, Kajiya hol baideuk khoma khujba dily Satra sokoly (kiba kibi songdhon jorito ase) Pisor khini rr.... Aurjun eu fight korisil Dronasarya r logot

  • @A...9997
    @A...99972 жыл бұрын

    বাইদেউ আপুনি মহান, 🙏🙏🙏

  • @amitmukharjee1595
    @amitmukharjee15952 жыл бұрын

    বাইদেউ, মোৰ ভক্তি ভৰাসেৱা গ্ৰহণ কৰিব।🙏🏼🙏🏼 বহুত লাজ পাইছো ছাত্র সমাজৰ কৰ্মকাণ্ডত।

  • @papuvlogsentertainment2134
    @papuvlogsentertainment21342 жыл бұрын

    বাইদেউ আপুনি মহান

  • @montusbasumatary6671
    @montusbasumatary66712 жыл бұрын

    Don't worry ! Just keep doing your duty as a teacher. Our support always with you.

  • @Musiclover-bq5wj
    @Musiclover-bq5wj2 жыл бұрын

    মহাশয়া আপোনাৰ গাত কোনো দুখ নাই,,,,, আজিৰ তাৰিখত আগৰণুৱা ছাত্র সন্থাই যদি শিক্ষক এজনৰ মৰ্যাদা চিনি নাপাই,,,, বাকী নতুন চামৰ পৰা কি আশা কৰিব পাৰি ?? ....

  • @factsgyan7038
    @factsgyan70382 жыл бұрын

    We are with you mam💚

  • @angita3631
    @angita36312 жыл бұрын

    বহুত বহুত মৰম আৰু সেৱা জনালোঁ মেম আপোনাক❤❤❤❤❤

  • @bonditapegu8865
    @bonditapegu88652 жыл бұрын

    বাইদেউ apuni bohut mohan🙏🙏🙏🙏🙏🙏🙏

  • @debajittamuli2498
    @debajittamuli24982 жыл бұрын

    শেষ শেষ..........মই একো নাজানো ..... .... পিতৃ, মাতৃ, শিক্ষাৰ গুৰু সমান কোন হব ? এই ছাত্ৰ-ছাত্ৰী কি কৰিলে ? সিঁহতৰ পিতৃ ,মাতৃ নাই নেকি ?

  • @eniarakhatun4996
    @eniarakhatun49962 жыл бұрын

    বহুত দুখ পাইছো বাইদেউ🙏😢

  • @ratuldeka3368
    @ratuldeka33682 жыл бұрын

    Love you mam,we all respect you

  • @rebakantogohain7537
    @rebakantogohain75372 жыл бұрын

    সত্য সদায় জয় বাইদেউ ?

  • @mamonigogoimamoni4750
    @mamonigogoimamoni47502 жыл бұрын

    জীৱনত তেওঁলোকে একো উন্নতি কৰিব নোৱাৰে 🙏🙏🙏🙏🙏ইহতি

  • @budhinsaikia6300
    @budhinsaikia63002 жыл бұрын

    বৰ কষ্ট পাইছো বাইদেউ। ধিক্ তাত উপস্থিত থাকি ছাত্র ঐক্য জিন্দাবাদ দিয়া ছাত্র সমাজ। ভূল শুদ্ধ বিচাৰ কৰিবলৈ আইন আছে -প্ৰশাসন আছে। কিন্তু শিক্ষাগুৰুক এনে মানসিক তথা পৃথিবীত নোহোৱা নোপোজা কৰ্ম কৰাবলৈ বাধ্য কৰাবলৈ কি অধম মানসিকতাৰ পৰিচয় বহন কৰিলে...। গুৰু অপৰাধেই নহয় সভ্য সমাজক লজ্জানত কৰিলে। ভিডিঅটো চাই মনত বৰ দুখ লাগিল। সন্দেহ হয় ছাত্র-ছাত্রীৰ মাজত চান্দাজীৱী অধম তথাকথিত ছাত্র কোনোৱে প্লাচ পইন্ট বিচাৰি এই প্ৰতিবাদ কৰোৱাৰ নামত এনে কাণ্ড ঘটালেনেকি । লজ্জিত হৈছো । বাইদেউ সুদুৰৰ পৰা আপোনাৰ চৰণত আমিয়েই অষ্টাংগে পৰি ক্ষমা খুজিছো । আপোনাৰ দুখৰ সমভাগি হৈছো।

  • @nabagogoi7469
    @nabagogoi74692 жыл бұрын

    বাইদেউ আপোনাক হে সেৱা জনালো

  • @himashrikalita8797
    @himashrikalita87972 жыл бұрын

    Bht dukh plo.... God bless u ma'am

  • @abhijitkonwar3588
    @abhijitkonwar35882 жыл бұрын

    নিজৰ ব্যক্তিত্ব পৰিচয় নিজেই দিব..আৰু বুজি পোৱাৰ বোৰে প্ৰকৃতাৰ্থত বুজিব

  • @user-ci2ki5ew3p
    @user-ci2ki5ew3p2 жыл бұрын

    বাইদেও আপোনী মহান গৰো লগত গৰো হৈ লাভ নাই 🙏🙏🙏🙏🙏🙏🙏😩

  • @__nayan
    @__nayan2 жыл бұрын

    justice teacher 🙏

  • @disneybirds3428
    @disneybirds34282 жыл бұрын

    God bless you

  • @sanatankalita5214
    @sanatankalita52142 жыл бұрын

    যিয়ে আনক মান দিৱ নেজানে সিহতবোৰেও কেতিয়াবা আনৰ পৰা মান পাৱ নোৱাৰে ।আমাৰ দিনত শিক্ষকক আমি বহুত মান কৰিছিলো ।

  • @jatindeka6619
    @jatindeka66192 жыл бұрын

    Nothing can be expected from these students. They r the burden of our society. Strict action should be taken against such students.

  • @rojoniprovabaruah5461

    @rojoniprovabaruah5461

    2 жыл бұрын

    💯

  • @pnath2654
    @pnath26542 жыл бұрын

    Right kam korise mem...

  • @lakshmipriyadutta1091
    @lakshmipriyadutta10912 жыл бұрын

    বাইদেউ আপুনি দুখ নকৰিব আপোনাৰ লগত সকলো ৰাইজ আছে।

  • @azizulhoque3872
    @azizulhoque38722 жыл бұрын

    আপুনি নকলেও বুজিছো আপুনি ত্যাগ কৰিব পাৰে ।আপোনাৰ ভাল হব

  • @BharativerygoodBorah
    @BharativerygoodBorah2 жыл бұрын

    Aku tension nolob baideo, bhogobanok diok. Prokitote ji dokhi bhogobane tar ful dib aru pab. Aponar duty aponi Kori jaok.

  • @bablu.749
    @bablu.7492 жыл бұрын

    দল সংগঠনৰ কেইটাক এৰেষ্ট কৰিব লাগে

  • @tmgblaster6453

    @tmgblaster6453

    2 жыл бұрын

    কিয় ? ছাত্ৰ সন্থাযে কেতিয়াও ভুল কাম নকৰে

  • @Mahadev_Lover91

    @Mahadev_Lover91

    2 жыл бұрын

    Ei kaam kiman xuddho, xei2 gotei assam a dekhile.... Chatro xongothone kebol onisto korise.....

  • @shorts99842

    @shorts99842

    2 жыл бұрын

    @@tmgblaster6453 eku koi lav ni jetiya vall clogt studnt bur dontion karone seat npai j tetiya ei comnt diya bure jai studnt burak seat dibole honggathon bure njai nhoi....👍 sabe hongthon ekei2 ...jeneke bea bea comnt d diprsnt pelua comnt dia buru eki2 sab ekei...🙏

  • @bablu.749

    @bablu.749

    2 жыл бұрын

    @@tmgblaster6453 মানে আপোনাৰ মতে এইতো কাম শুদ্ধ কৰিছে ?

  • @tmgblaster6453

    @tmgblaster6453

    2 жыл бұрын

    @@bablu.749 ,,,হবও পাৰে নহবও পাৰে , কিন্তু সন্দেহ সদায় থাকিবযে ।

  • @nabajitbaruah1427
    @nabajitbaruah14272 жыл бұрын

    Medam good job 🙏🙏🙏

  • @rajuborah425
    @rajuborah4252 жыл бұрын

    Ami sorkari Scholl pohi dangor holi.hadai amak pitisil gali disil.kintu ami sir aro baidek hadai vokti korisilu

  • @ramenchoudhury851
    @ramenchoudhury8512 жыл бұрын

    Don't Worry Madam.Our support always with you

  • @irabc7581
    @irabc75812 жыл бұрын

    বৰ দূ:খীত আৰু মৰ্মাহত হৈছো |

  • @putuldutta3803
    @putuldutta38032 жыл бұрын

    বাইদেউ আপোনাৰ অকণো ভোল নাই মই বহুত দূৰত চাকৰি কৰো আপোনাক মই চেলুট কৰিছো

  • @mantimalakar426
    @mantimalakar4262 жыл бұрын

    Respect u mam

  • @dhireswarmoran3944
    @dhireswarmoran39442 жыл бұрын

    Dukh nokoribo baideu ami hokolue asu apunar lgt..🙏🙏

  • @muninsaikia1984
    @muninsaikia19842 жыл бұрын

    WE RESPECT. YOU. AND THE TEACHER COMMUNITY . WE LOVE STUDENTS . BUT HATE. NONSENCE STUDENT WHO DONOT KNOW HOW TO RESPECT TEACHERS

  • @janardannath5044
    @janardannath50442 жыл бұрын

    বাইদেউৰ মহানতাৰ প্ৰকাশ পাইছে।

  • @achutananadabasumatary34
    @achutananadabasumatary342 жыл бұрын

    AASU gunda party, sanda party...

  • @gaganthakuria3133
    @gaganthakuria31332 жыл бұрын

    Dukh nokoribo baidew ehot bore student hoboi noware..junee garu vokti nejne sai jon student hoboi noware

  • @binamohan4689
    @binamohan46892 жыл бұрын

    অতি দুখজনক। ইয়াত কোনোবা আন মানুহ জৰিত আছে যেন অনুমান হয় ।

  • @nijaraborah6862
    @nijaraborah68622 жыл бұрын

    🙏🙏🙏🙏

  • @debojitrajkonwar6990
    @debojitrajkonwar69902 жыл бұрын

    Lajj lagise nijoke satho buli 😔

  • @RakeshDas-qz9to
    @RakeshDas-qz9to2 жыл бұрын

    Guru Brahma Guru Vishnu Guru devo maheswar,baedeu apuni guru hoe maf kori diok,vul bur nisoy samadhan hobo.🕉️🕉️

  • @IndalulKhalong...
    @IndalulKhalong...2 жыл бұрын

    Student a porhat a jur dibo lage....

  • @Danirojasfc6
    @Danirojasfc62 жыл бұрын

    Action should be taken against them cause these people are going to repeat these kinds of things again, in simple words they don't have any interest in studies the college is just a hangout place for these kids, they are not coming here to study but to create disasters and disturbance to they society they are worthless to the society . Today it was you tomorrow it will be someone else strict action should be taken if you forgive them tomorrow people will point fingers to you

  • @dineswarboruah6873
    @dineswarboruah68732 жыл бұрын

    Yatha Dharma Tatha Yoy. Keep patience.

  • @namitabora23
    @namitabora232 жыл бұрын

    Baido Nomsker . Apuni g Mohan nidorkhon dhekhuale hosakoi apunar montu bhut bohol. .....kintu Satro hokole hokoluye g khon homajot apunak opman korisile heikhon homajot Aupnak khoma khujibo lagibo. Teteyahe Aupnak kora opman r kkomya r jugo hobo ....

  • @papuliboruahneog1373
    @papuliboruahneog13732 жыл бұрын

    Hosakoi pithibit koli jug solise. Dukh nokoribo mam you are great. 👍👍👍

  • @anilbhumij7381
    @anilbhumij73812 жыл бұрын

    Baideu 🙏 bohut val apuni apuni khru hoi. Belegok dangr bonale and khonman dele apunak 🙏🙏🙏

  • @akagaonbcentralgolaghat4398
    @akagaonbcentralgolaghat43982 жыл бұрын

    কাৰন যিয়ে নহক শিক্ষয়িত্ৰী গৰাকী মহানুভৱতাৰ বাইক শুনি চিৰ নমসয় হৈৰব

  • @golokkaman4923
    @golokkaman49232 жыл бұрын

    soó sad ......... expressless

  • @sandeepbhattacharjee6913
    @sandeepbhattacharjee69132 жыл бұрын

    Chi Chi chi chi chi on the face such students. And I m anxious to know where is our student union bodies??

  • @globalvillage6416
    @globalvillage64162 жыл бұрын

    Manuhjoni hosakoi e huhikhitha. Baideu apunak 🙏🙏🙏

  • @rekhabora4439
    @rekhabora44392 жыл бұрын

    Baideu apuni dukh nakaribo ,apuni bahut mohan, apunak satakuti pranam janaisu 🙏🙏🙏

  • @nooblifenooblifegaming2194
    @nooblifenooblifegaming21942 жыл бұрын

    We r srry for u ma'am.....

  • @ranjoyadi5824
    @ranjoyadi58242 жыл бұрын

    Hosai bhot laz paisu ...student union ja ankua hobo nlaga...

  • @geetima3370
    @geetima33702 жыл бұрын

    Dukh nkribo baideu moiu student...BA complete krilu but agiloik sir mem htr sokuloi sai kotha nklu....but vdo2 dexi dukh lgil....tatukoi dukh ktha student bur knkoi bhi thkibo pare xai2 xmoiat😓

  • @prabhatkrgogoi8153
    @prabhatkrgogoi81532 жыл бұрын

    ঘটনাটোৰ সৈতে সকলোখিনি ছাত্ৰছাত্ৰীকে দোষাৰোপ কৰিবও নোৱাৰি কাৰণ কেইজনমান আগভাগ লৈহে এইবোৰ কৰিছে ৷ প্ৰায়বোৰ ছাত্ৰছাত্ৰীয়েই কোনো শিক্ষকৰ সৈতে ফেপেৰি পাতি উদ্ভত মাত মাতি কথা কোৱাৰ পক্ষপাতী নহয় ৷ ক’ৰবাত দুই এজনহে তেনে অসাংস্কৃতিক মনোবৃত্তিৰ ছাত্ৰছাত্ৰী দেখিছোঁ ৷ আৰু এনেকুৱাও দেখিছোঁ তেনে অসাংস্কৃতিক স্বভাৱৰ ছাত্ৰছাত্ৰীয়ে জীৱনত কোনোদিনেই উন্নতি কৰিব পৰা নাই ৷ কত ছাৰ বাইদেউৰ গালি বেতৰ কোব খাই আহি নিজেই শিক্ষকতা কৰি অৱসৰৰ দোৱাৰ দলিত, কিন্তু কোনো ছাৰ বাইদেউৰ আগত উদ্ভত আচৰণ নকৰিলোঁ ৷ এনে আচৰণ কৰা বুলি মা দেউতাই শুনিলেযে হ’ল আৰু ৷

  • @hunchenggogoi7657
    @hunchenggogoi76572 жыл бұрын

    Baideu apuni dukh nokoribo.

  • @krishnagogoi1657
    @krishnagogoi16572 жыл бұрын

    আপোনাৰ গাত দুখ নাই বুলি ভাবো বাইদেউ |

  • @prematg9554
    @prematg95542 жыл бұрын

    baideu amunak hewa jonaisu,aapuni mohan 🙏🏻

  • @sumisaloi1725
    @sumisaloi17252 жыл бұрын

    Moi njno ki topic bt ata kotha kao teacherk opoman kora student ketiao vl hobo nuare..bhutei dukh lgise..

  • @Deep_Choudhury
    @Deep_Choudhury2 жыл бұрын

    Bohut beya lagil dei, anekua hbo nalagisil, koli jugot aru ki ki hbo, Baideu aapuni Mohan 🙏🙏🙏

  • @Arhi363
    @Arhi3632 жыл бұрын

    ai bur students e kibonot aku koribo nuare ....

  • @kidslife3180
    @kidslife31802 жыл бұрын

    Baidew aponi dukh nokoribo...

  • @usharanisaikia6912
    @usharanisaikia69122 жыл бұрын

    Baideu, guru sisoyo somondho bortai rokhatu ajir dinot bohut jotil hoi porise, apuni jodi nirdusi nisinto thakok,

  • @n.musiccompany9670
    @n.musiccompany96702 жыл бұрын

    কি কও ভাষা নাই

  • @dodosdailyvlogs803
    @dodosdailyvlogs8032 жыл бұрын

    Etiya school buror syllabus ethics discipline respect uporot subject compulsory koribo lage...nohole jenekuwa koli KAL ahise guru buli eku Shraddha nathakibo

  • @trishnakonwar4347
    @trishnakonwar43472 жыл бұрын

    Baideo lgt ami asuu ....apuni dukh nkribo ......jikeijpn student apunk anekuaa korise heikeijon adin odhopoton jbo.....

  • @pradipsaikia2127
    @pradipsaikia21272 жыл бұрын

    Student kaitar future kanekua hbo mur sokur agot bhahi ahise

  • @romakantalarak1715
    @romakantalarak17152 жыл бұрын

    Apuni Mahan

  • @nitumoniborah1689
    @nitumoniborah16892 жыл бұрын

    Baido apuni dukh nakoriba

  • @surajitchoudhurymisakhabar9123
    @surajitchoudhurymisakhabar91232 жыл бұрын

    Police case hobo lage , The students should be behind the Bar .

  • @meditatingmoods1852
    @meditatingmoods18522 жыл бұрын

    It's sad students turn out to be devils

  • @tdsomespecial3389
    @tdsomespecial33892 жыл бұрын

    student keitak jonmo diya keita ako akojon pokhu ghort val k asoron hikabo nowarile...

  • @pareshneog6190
    @pareshneog61902 жыл бұрын

    কুকুৰ‌‌ কেইতাৰ অভব্য আচৰণ ক্ষুন্ন হৈছো ,

Келесі