অসমত বান হৈছে নে?

▶️ প্ৰথমে চাওক ৰাজ্যৰ শেহতীয়া কেইটামান দৃশ্য
▶️ সোমবাৰলৈ চৰকাৰৰ মতে এই পৰিৱেশত মৃত্যু ৭২ জন লোকৰ
▶️ তাৰ মাজতে এটা প্ৰশ্নৰ অৱতাৰণা
▶️ অসমত বান হৈছে নে?

Пікірлер: 4

  • @rajibbormedhi8638
    @rajibbormedhi863814 күн бұрын

    নাই নাইহোয়া নাই,

  • @prabinmallabaruah8845
    @prabinmallabaruah884514 күн бұрын

    আহক আমি অমিত শ্বাহৰ বানপানীৰ সংজ্ঞা জানি লও। অলপ কিন্ কিনিয়া বৰষুণ হৈছিল অসমত। অলপ অলপ পানী জমা হল। মানুহে পানী গছকিলে। গতিকে "বানপানী সদৃশ" পৰিস্থিতি হল। 60 জন মানুহ একাথু পানীত পৰি মৰিলো। বানপানী আচলটো নহয় । এতিয়া সদৃশ পানীখিনি 50 টা খাল খান্দি বন্ধ কৰি থলে লেঠা শেষ। বানপানীৰ ওপৰত এই গবেষণাই অসম বাসীক মুগ্ধ কৰিলে দেই।

Келесі