Brain Tonic | অপৰাজিতা ফুলৰ ঔষধি গুণ | Increase Memory | Butterfly Aparajita Flower Tea Recipe

In this video I have shown you how to prepare the Asian pigeon wing flower tea and benefits.
The ingredients are-Mint, Labang, Honey, Lemon Juice.
Aparajitha flower tea recipe. Healthy and Delicious.
Butterfly peas flower tea making recipe.
Natural Brain tonic. Blue tea. Colour changing tea.
ৰূপে-গুণে কতো পৰাজিত নোহোৱা অপৰাজিতা ফুলৰ ৰস অথবা চাহ বিভিন্ন ৰোগীৰ বাবে পথ্য ৷ তেনেই সহজ পদ্ধতিৰে প্ৰস্তুত কৰা এই চাহৰ উপকৰণসমূহ-পদিনা, লং, মৌজোল, নেমু ৰস ৷
#অপৰাজিতাফুল #bluetea #memory #braintonic #butterflypeas #নীলাচাহ
১.জবা ফুলৰ ৰস- • হাইপ্ৰেচাৰ আৰু জবাফুলৰ...
২.গোলাপ ফুলৰ ৰস- • শালমন আৰু টেনচন হৈছে ন...
৩.মগজুৰ টনিক অপৰাজিতা পাত আৰু শেৱালি ফুলৰ বৰ ভাজি | Night Jesmine Pokora & Blue Tea
• মগজুৰ টনিক অপৰাজিতা পা...
Facebook / rupanjalironganoi
Store www.amazon.in/shop/rupanjalir...
Thank you for watching my video and hit the like button.
Please subscribe my You Tube channel and share my video with your family friends.

Пікірлер: 109

  • @bhobaniborgohain1721
    @bhobaniborgohain17212 күн бұрын

    ভাল লাগিল নজনা কথা জানিব পাৰিলো বাইদেউ বহুত বহুত ধন্যবাদ

  • @dalimidalimi536
    @dalimidalimi5366 ай бұрын

    ❤❤❤❤

  • @PankajKumar-pu4rv
    @PankajKumar-pu4rv7 күн бұрын

    মই সদাই খাওঁ ।❤❤

  • @doliboruah8598
    @doliboruah85984 жыл бұрын

    অপৰাজিতাৰ ফুলৰ ঔষধি গুণ আছে বুলি শুনিছিলো।আজি ভালকৈ জানিবলৈ পায় ভাল লাগিল। thank you ma'am..😊

  • @lakhichario3323
    @lakhichario33232 жыл бұрын

    Mosty lagil punor log Pam.

  • @heojychannelvlog6347
    @heojychannelvlog63472 жыл бұрын

    Thank you

  • @bharatibaruah4882
    @bharatibaruah48822 жыл бұрын

    Thankful,

  • @modhumotichetia2071
    @modhumotichetia20714 жыл бұрын

    ধন্যবাদ

  • @anuradhadas5494
    @anuradhadas54943 жыл бұрын

    ধন্যবাদ বাইদেৱ। ভাল লাগিল

  • @sangitasaikia1210
    @sangitasaikia12104 жыл бұрын

    Thanks

  • @archanarahang3240
    @archanarahang32404 жыл бұрын

    Waw dhuniya lagise baideo

  • @gouriprovadas9420
    @gouriprovadas9420 Жыл бұрын

    bhout val lagisa

  • @sumanfromassam7058
    @sumanfromassam70583 жыл бұрын

    Bohut bohut dhoinobad... helpful information. Jani khubei hukhi

  • @anamikakalita494
    @anamikakalita4944 жыл бұрын

    বহুত ভাল লাগিল বাইদেউ, এটা নজনা কথা শিকিব পাৰিলো.......❤💓💙💚

  • @monjyotirabha6853
    @monjyotirabha68533 жыл бұрын

    নজনা‌ কথাবোৰ আপোনাৰ পৰা জানি বহুত ভাল লাগিলে বাইদেউ, আপোনাৰ প্ৰত্যেকটো ভিডিঅ' গুৰুত্ব পূৰ্ণ। আপুনি বহুত বহুত বহুত ভাল বাইদেউ।

  • @golapitalukdar9689
    @golapitalukdar96892 жыл бұрын

    Bhal kotha sunilo .God bless you

  • @villagelife9307
    @villagelife9307 Жыл бұрын

    Try korib lagib☕☕🙏❤️👍

  • @anjubezbaruah9999
    @anjubezbaruah99992 жыл бұрын

    বাইদেউ,বৰ সুন্দৰকৈ বৰ্ণনাকৰিছে ।আজিহে চালোঁ । আপোনাৰ কথনশৈলী সাবলীল ।

  • @reenaborah2423

    @reenaborah2423

    2 жыл бұрын

    👌👌❤️❤️

  • @rekhagogoi5989
    @rekhagogoi59893 жыл бұрын

    ভাল লাগিল

  • @reenadevikurmi4930
    @reenadevikurmi4930 Жыл бұрын

    ইমান জৰুৰী তথ্য দিয়াৰ বাবে ধন্যবাদ

  • @rajibkro6300

    @rajibkro6300

    Жыл бұрын

    মোৰ asthama আছে,কেনেকৈ খাম এই ফুল

  • @purnimadutta7735
    @purnimadutta77353 жыл бұрын

    ভাল লাগিল ।

  • @bibhaborgohain5700
    @bibhaborgohain57003 жыл бұрын

    বৰ সুন্দৰ.👍👌

  • @rimjimdas8333
    @rimjimdas83333 жыл бұрын

    khub khundor

  • @meghaliroy5108
    @meghaliroy51084 жыл бұрын

    Mojja

  • @aparajitagogoi6233
    @aparajitagogoi62332 жыл бұрын

    সুন্দৰ ।

  • @makeupartist.zeemon
    @makeupartist.zeemon4 жыл бұрын

    Aji nojona ktha ata hikilu.. Bht Bht Dhoinobad baideu

  • @currentassam7464
    @currentassam74643 жыл бұрын

    nice

  • @sumidutta7618
    @sumidutta76183 жыл бұрын

    Apunar video bilak Amar babe bohut upokari...dhoinobat baideu

  • @amuthihahi9554
    @amuthihahi95543 жыл бұрын

    চাঁহ বনাই খালোঁ,, খুবেই ভাল লাগিল.

  • @myclassroom2376
    @myclassroom23763 жыл бұрын

    সুন্দৰকৈ ক’লে ।

  • @AzaliyaGarden
    @AzaliyaGarden3 жыл бұрын

    ভাল লাগিল বাইদেউ ।।

  • @jyostnacooking8681
    @jyostnacooking86814 жыл бұрын

    Val lagile video 2 n notun kotha ata gom palu

  • @Greengardenassam
    @Greengardenassam3 жыл бұрын

    Val lagil vaideo video ti sai 👍👍👍

  • @dipaksagardas6958
    @dipaksagardas69583 жыл бұрын

    ভাল লাগিল, আগলৈও দি থাকিব।

  • @ajantagogoi3986
    @ajantagogoi39864 жыл бұрын

    Very nice 👌

  • @borkacharigaonkathiatoli2300
    @borkacharigaonkathiatoli23003 жыл бұрын

    Bhal lagil

  • @gitimonigogoi6022
    @gitimonigogoi60223 жыл бұрын

    Nice

  • @sikhitaray5810
    @sikhitaray58104 жыл бұрын

    Aji 1st salu vl lagil sai video tu..

  • @bonditadevi9103
    @bonditadevi91034 жыл бұрын

    Val LaGile Baideu... Bonai Sam abar

  • @kuchbhi8714
    @kuchbhi87143 жыл бұрын

    আমাৰ ঘৰত অপৰাজিতা ফুল আছে ।। কিন্তু চাহ খায় বুলি আজিহে গম পালো

  • @nirjurajgogoi319
    @nirjurajgogoi31911 ай бұрын

    আপোনাৰ Video চাই ময়ো ঘৰত অপৰাজিতা ফুলৰ চাহ খাবৰ বাবে সাজু কৰিছো ৷

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    10 ай бұрын

    বঢ়িয়া 👍

  • @LearnWithMasterforIAS
    @LearnWithMasterforIAS4 жыл бұрын

    U are a gem amidst youtubers from Assam..

  • @sarayalawrance537
    @sarayalawrance5373 жыл бұрын

    Your content is good please use subtitles in English.

  • @ritamonibora3660
    @ritamonibora36602 жыл бұрын

    জানি ভাল পালো

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    2 жыл бұрын

    ❤️

  • @kabitakalita2122
    @kabitakalita2122 Жыл бұрын

    Mor mama ajonar gastric problem val hoise ai fulor sah khowar pora.

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    Жыл бұрын

    মোৰ টোপনি নহা বেমাৰ ভাল হৈছে ৷

  • @saikalyan9651
    @saikalyan9651 Жыл бұрын

    Main odia hun but I 80% understand your language

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    Жыл бұрын

    Thank you so much 🙏

  • @arpanarabha3919
    @arpanarabha39193 жыл бұрын

    First comment, Baideu val lagile bohut, Okole khabor babe kiman porimanor Aporajita ful pahi lagibo..jonaboson

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    3 жыл бұрын

    একাপ পানীত তিনিপাহ ফুল হলেই যথেষ্ট ৷ মই এইটো জোখতে লওঁ ৷ বায়ুৰূদ্ধ কৰি ফ্ৰীজত নোধোৱাকৈ ৰাখিলে ফুল কেবাদিনো থাকে ৷

  • @arpanarabha3919

    @arpanarabha3919

    3 жыл бұрын

    @@RupanjaliRonganoi Dhoinobad Baideu, aru Apuni Mou ros bebohar korise.. Seni o Dibo parimne..!

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    3 жыл бұрын

    নিশ্চয় ৷ মৌৰ সলনি চেনি ব্যৱহাৰ কৰিব পাৰিবা ৷

  • @jatishnath8566
    @jatishnath85664 жыл бұрын

    Baideu apuni bortoman ki kheti korim buli vabise aru keneke koribo tar video eta dibo

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    4 жыл бұрын

    এতিয়া উৰহী আৰু জাতিলাউ গুটি ঘৰৰ ভিতৰত পচাব পাৰি ৷ বৰষুণ পালে নষ্ট হ’ব ৷ তেতিয়া আগতীয়াকৈ লাউ আৰু উৰহী পোৱা যায় ৷ ৰবি শস্যৰ গুটি পচালেও গ্ৰীণ হাউচৰ ভিতৰতে পচাব লাগিব ৷ মোৰ গ্ৰীণ হাউচৰ সুবিধা নাই কৰা ৷

  • @nirugohain545
    @nirugohain5452 жыл бұрын

    Like

  • @incrediblekhanin
    @incrediblekhanin4 жыл бұрын

    Maam anarxh vedio ketiya ahibo

  • @gourisankargogoi4692
    @gourisankargogoi46923 жыл бұрын

    Mur ajupa ase horote phulisa baideo chah cupr howyd kanakowa tita niki

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    3 жыл бұрын

    তিতা নহয় ৷ বৰ ভাল লাগে ৷ ফুল থাকিলেই মই ৰাতিপুৱা ৰঙা চাহত খাওঁ ৷

  • @swagataXIV
    @swagataXIV4 жыл бұрын

    Bisari asilu moi ai saah tur recipe.. birat bhal lagil apunar prostuti💓

  • @mondirabezborah9457
    @mondirabezborah94574 жыл бұрын

    Imn dhuniya lagise

  • @zambicolombo
    @zambicolombo3 жыл бұрын

    Hello Madam , thank you very much for the video and instructions. Can you share few seeds of the multi petal variety of Aparajita.....I am searching for this variety. I will pay for the costs. Thanks

  • @devajanirajkhuwa5872
    @devajanirajkhuwa58723 жыл бұрын

    White color aporajita fulor sah khabo parinay

  • @duluchoudhury8535
    @duluchoudhury85353 жыл бұрын

    Akerahe kiman din khaba pari janabason baideu

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    3 жыл бұрын

    চাহৰ নিচিনাকৈ সদায়ে পাৰি ৷

  • @sowmyasdairieskannada9403
    @sowmyasdairieskannada94032 жыл бұрын

    Aparajitha tea ko kabh peena hai

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    2 жыл бұрын

    Hordin pi sakte hein

  • @RatulAhom
    @RatulAhom2 жыл бұрын

    অকল অপৰাজিতাৰ ফুলৰ ৰস খাব পাৰিম নে। আমাৰ ঘৰত ৪জোপা আছে। মই ‌আপোনাৰ ভিডিঅ' আজিহে পাইছোঁ।

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    2 жыл бұрын

    নিশ্চয় পাৰিব ৷ নেমু আৰু মৌ নিদিলেও পাৰিব ৷

  • @RatulAhom

    @RatulAhom

    2 жыл бұрын

    ধন্যবাদ

  • @meghaliroy5108
    @meghaliroy51084 жыл бұрын

    Sah khini kenekua lagibo khabole

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    4 жыл бұрын

    বহুত ভাল খাবলৈ ৷ মধু আৰু নেমু দিলে বেছি ভাল লাগে ৷

  • @meghaliroy5108

    @meghaliroy5108

    4 жыл бұрын

    Hy nki thank u baidew koar krne

  • @sangitalimbu9182
    @sangitalimbu91824 жыл бұрын

    oh hoi ny mem

  • @gayatrihazarika9888
    @gayatrihazarika9888 Жыл бұрын

    জ্বৰ, কাহ পানীলগা কাৰণেও ভাল ।আমি ব্যৱহাৰ কৰো।আপুনি কেনেদৰে ব্যৱহাৰ কৰে জনাব।

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    Жыл бұрын

    আমি চাহৰদৰে খাওঁ ৷

  • @binudeka5642
    @binudeka56422 жыл бұрын

    Ene garam chahot mou milale bix tullya hoii

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    2 жыл бұрын

    একেবাৰে উতলা গৰমত মৌ নেখালেও গৰমে গৰমে খাওঁ কিন্তু ৷ বিষ হয় বুলি নেজানো ৷ জনাই দিয়াৰ বাবে ধন্যবাদ ৷

  • @binudeka5642

    @binudeka5642

    2 жыл бұрын

    Don't mind. Ye Maine nehin Ayurvedic hain. Bahat cool n bahat hot main honey nehin milana chahiye. Honey n ghee equal portion main v nehin milana chahiye

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    2 жыл бұрын

    ❤️❤️

  • @binudeka5642

    @binudeka5642

    2 жыл бұрын

    @Mamani Roy so sweet. God bless you

  • @SJDutube
    @SJDutube Жыл бұрын

    যদি ডক্তৰ ৰ পৰামৰ্শ লব লাগে তেনেহলে আপোনাৰ video টোৰ পৰা পৰামৰ্শ ৰ কি অৰ্থ থাকিল ?

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    Жыл бұрын

    নৰ্মেল মানুহক ডাক্টৰৰ পৰামৰ্শ লবলৈ কোৱা নাই ৷ ভিডিঅ’টো ভালদৰে শুনি লোৱা ৷ অদৰকাৰত নিজৰ ধৃষ্টতা প্ৰকাশ কৰি বিতৰ্কিত প্ৰশ্ন নকৰিবা ৷

  • @prasantagoswami1477
    @prasantagoswami14773 жыл бұрын

    কেইবা পহীয়া।আপোনাৰ ঘৰখনত নাই কি।

  • @luckygogoi9865
    @luckygogoi98653 жыл бұрын

    Baideo 12 years or lora, suwali a khabo paribo nai

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    3 жыл бұрын

    পাৰিব ৷ একাপ পানীত পঞ্চমুখী হলে এপাহৰ পাহি এটা মান গুচাই দিবা ৷ একমুখী হলে দুপাহ দিব পাৰিবা ৷

  • @wahidakhatoon7526
    @wahidakhatoon75263 жыл бұрын

    বগা অপৰজিতাৰ গুণ একেই নি বাইদেউ?

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    3 жыл бұрын

    নীলা ৰংটো নাই কাৰণে অলপ হলেও বেলেগ হ’ব নহয় জানো ?

  • @tapinathbasumatary5304
    @tapinathbasumatary5304 Жыл бұрын

    দায়বেথিছ বেমাৰিয়ে কাবপাৰি নে নুৱাৰে জনাবছুন।

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    Жыл бұрын

    চেনী নিদিয়াকৈ নিশ্চয় পাৰিব ৷

  • @jonalihazarika1789
    @jonalihazarika1789 Жыл бұрын

    খোৱা নাই

  • @gunakantasonowal4609
    @gunakantasonowal4609 Жыл бұрын

    অপৰাজিতা চাহ দৈনিক একাপ খাৱ পাৰি নে

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    Жыл бұрын

    আমি পুৱা গধূলি দুকাপকৈ খাওঁ ৷

  • @binita319
    @binita3192 жыл бұрын

    123

  • @minutamili8399
    @minutamili83992 жыл бұрын

    Tumi nije kuwa vedio bonay diya

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    2 жыл бұрын

    মই খাবলৈকে সিজাইছোঁ ৷ আগ্ৰহত ভিডিঅ’ কৰোঁ ৷ ভিডিঅ’ কৰি খাব লাগে বুলি ভাবিলেও সকলো সময়তে হৈ নুঠে ৷ বেয়া নেপাবা ৷ কাম কৰা মানুহ নৰখাকৈ ব্যস্ততাৰে ভৰা জীৱনত এনেদৰে ভিডিঅ’ কৰি আছোঁ ৷ মতামত দিয়াৰ বাবে ধন্যবাদ জনালোঁ ৷

  • @ushadas8753

    @ushadas8753

    2 жыл бұрын

    Apunar video bohut vl lge baido

  • @debahatirahang3066
    @debahatirahang30663 жыл бұрын

    Nice

  • @huntorachutia1626

    @huntorachutia1626

    2 жыл бұрын

    Tq madam.

  • @kabitakalita2122
    @kabitakalita2122 Жыл бұрын

    Mor mama ajonar gastric problem val hoise ai fulor sah khowar pora.

Келесі