বিৰোধীৰ দাঁতত ভাত লাগিলেও দেখা পোৱা মুখ্যমন্ত্ৰীয়ে গম নাপায় ঔষধৰ মূল্যবৃদ্ধিৰ কথা!

🟩বিৰোধীৰ দাঁতত ভাত লাগিলেও দেখা পোৱা মুখ্যমন্ত্ৰীয়ে গম নাপায় ঔষধৰ মূল্যবৃদ্ধিৰ কথা!
🟩মুখ্যমন্ত্ৰীক আমি দেখুৱাম ৰাইজৰ মূৰত কেনেকৈ ঔষধৰ মূল্যবৃদ্ধিয়ে ৰাম টাঙোন সোধাইছে!
🟩কংগ্ৰেছৰ নেতাক ফোনৰে সঘনাই যোগাযোগ ৰাখি খা খবৰ লৈ থকা মুখ্যমন্ত্ৰীৰ ঔষধৰ মূল্যবৃদ্ধিক লৈ খবৰ ৰখাৰ কোনো প্ৰয়োজন নাই!
🟩খুহুতীয়া, তৰল, ভাত মাছ খোৱা, বিৰোধীৰ কোন নেতাই বিজেপিত যোগদান কৰিব এইবোৰৰ খবৰ ৰখা মুখ্যমন্ত্ৰীৰ উম ঘামেই নাই ঔষধৰ মূল্যবৃদ্ধিয়ে যে সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন সোধাইছে!
🟩মুখৰে হ’লে মুখ্যমন্ত্ৰীয়ে বৰ বৰ কথা কয়, কথাতেই বৈ আহে তেওঁৰ উন্নয়নৰ গংগা, মোদীবন্দনাত মুখৰিত হৈ উঠে মুখ্যমন্ত্ৰীৰ মুখ।
🟩কিন্তু তেওঁ খবৰ নাৰাখে ঔষধৰ মূল্যবৃদ্ধিৰ দৰে ৰাইজৰ হাৰাশাস্তি হোৱা গুৰুত্বপূৰ্ণ প্ৰসংগবোৰ।___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 295

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1uАй бұрын

    ফটা ঢোল বজোৱা বিজেপি চৰকাৰক এইবাৰ ৰাইজে নির্বাচনৰ জৰিয়তে উচিত উত্তৰ দিব।

  • @debenhandique9958
    @debenhandique9958Ай бұрын

    হিমু হতাও অসম বচাও্।

  • @jadav5123

    @jadav5123

    Ай бұрын

    Right cmt sir .

  • @anjugogoi6536

    @anjugogoi6536

    Ай бұрын

    🙏ৰাইট

  • @kushalbora4823
    @kushalbora4823Ай бұрын

    অন ধ ভক্ত সকলে এইবোৰ নেদেখে আৰু নোবোজে।

  • @rahulamin659
    @rahulamin659Ай бұрын

    বহুৱা অসভ্য মুখ্য মন্ত্ৰী

  • @khalilurrahman847
    @khalilurrahman847Ай бұрын

    ঔষধ এতিয়া সোনৰ লগত তুলনা কৰিলেও কম হব চাগে! বিজেপিয়ে আৰু এবাৰ চৰকাৰ কৰিলে হীৰাৰ লগত তুলনা হবগৈ।

  • @arunadevi6632

    @arunadevi6632

    Ай бұрын

    Qq

  • @mehdialom2385

    @mehdialom2385

    Ай бұрын

    Electoral Bond a korise

  • @anjusaikia9306
    @anjusaikia9306Ай бұрын

    এইজন এজন অসমৰ মূৰ্খ মন্ত্ৰীহে

  • @mehdialom2385

    @mehdialom2385

    Ай бұрын

    Dada 😂

  • @vandyavlogs

    @vandyavlogs

    Ай бұрын

    একদম সঁচা কথা ।

  • @anjugogoi6536

    @anjugogoi6536

    Ай бұрын

    মুৰ্খ মন্তী ' চাহ বেপাৰী থাকিলে কি আশা কৰিব ৰাইজে ? বেপাৰী যেতিয়া ৰজা হব ' দেশ বেপাৰ কৰিবয়েই । তাকে ৰাইজে বুজা নাই । অকল মৌদী চাৰকে বেয়া পায় ।

  • @sewaligogoi3175
    @sewaligogoi3175Ай бұрын

    লাখপতী সকলে এই বাতৰি বোৰ চাওক ।

  • @user-gr6pt5bx9m
    @user-gr6pt5bx9mАй бұрын

    ফটা ঢোল কোবোৱা চৰকাৰ

  • @user-eq5zy9nk5w
    @user-eq5zy9nk5wАй бұрын

    ৰাইজে এই চৰকাৰখন বদলি কৰক। হয়তো বেলেগ চৰকাৰ আহিলে নিশ্চয় পৰিবৰ্তন হব । এই চৰকাৰ থাকিলে বস্তুৰ দাম আৰু বাঢ়িব ।

  • @rajassam1822
    @rajassam1822Ай бұрын

    Congress Zindabad

  • @alisorondaimary5213

    @alisorondaimary5213

    Ай бұрын

    Right

  • @mukundahazarika9455
    @mukundahazarika9455Ай бұрын

    মাটিৰ খবৰ ৰাখে ৷

  • @dhunusaikia1595
    @dhunusaikia1595Ай бұрын

    BJP hatao Desh bachao

  • @jadav5123

    @jadav5123

    Ай бұрын

    Rigth cmt sir .

  • @rupjyotigogoi8413
    @rupjyotigogoi8413Ай бұрын

    এইখন চৰকাৰ জন বিৰুদ্ধেঈ । হিন্দুত্ব নামত ক্ষমতা ৰাজনীতি কৰা চৰকাৰ

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3nАй бұрын

    ঔষধৰ দাম বৃদ্ধি য়েই নহয় ভেজালো বহুত হৈছে

  • @jyotipawe9020
    @jyotipawe9020Ай бұрын

    আপোনি জেগাত দিছে ভাললাগিল দাদা

  • @kalpasaikia649

    @kalpasaikia649

    Ай бұрын

    Thanks

  • @MomiSaikia-yl2kx
    @MomiSaikia-yl2kxАй бұрын

    দাম‌ কমিলেহে ভোট দিম আমি

  • @nowshadali5389
    @nowshadali5389Ай бұрын

    Himanta hatao

  • @jadav5123

    @jadav5123

    Ай бұрын

    right cmt sir .

  • @monikakolita5690
    @monikakolita5690Ай бұрын

    ধন্যবাদ সাংবাদিক মহোদয় সঁচা বোৰ দেখা ই দিয়া বাবে

  • @rajibgogoi-nh8td
    @rajibgogoi-nh8tdАй бұрын

    এইবোৰ কথা ডিব্ৰুগড় বঙালীয়ে বুজি নেপায় অকল পদূম ফুলক হে চিনি পায়

  • @RanjanDey123

    @RanjanDey123

    Ай бұрын

    দাদা সকলোৱে নহয়৷কিছুমানে কৰে কিন্তু বহুতে বিৰূধীতাও কৰে৷

  • @rajibgogoi-nh8td

    @rajibgogoi-nh8td

    Ай бұрын

    @@RanjanDey123 100 ভিতৰত 10% বিৰোধিতা কৰে আৰু সিহঁত বিলাকৰ সৰু কিবা এটা দি দিলে হই জায় পিছত কি হব ভাবি নাছায়

  • @RanjanDey123

    @RanjanDey123

    Ай бұрын

    @@rajibgogoi-nh8td কা আন্দোলনত কিমান অসমীয়াই সহযোগ কৰিছে?­ অৰুণোদয়ৰ লোভ অসমীয়াই কৰা নাই নেকি?

  • @rajibgogoi-nh8td

    @rajibgogoi-nh8td

    Ай бұрын

    @@RanjanDey123 আছে অসমীয়াও কিন্তু ডিব্ৰুগড় বাগানৰ নিউজ চাবিছোন

  • @RanjanDey123

    @RanjanDey123

    Ай бұрын

    @@rajibgogoi-nh8td তই অকল বঙালি বুলি কলি কেলে ­?

  • @user-wz1ns1mh2u
    @user-wz1ns1mh2uАй бұрын

    Very good news

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jhАй бұрын

    হিমন্টক ভোট দিয়াৰ নগদ পাওনা।ৰিকুয়েষ্ট কৰি লাভ নাই।

  • @JakirHussain-nh7ho
    @JakirHussain-nh7hoАй бұрын

    ফাটা লেকচাৰৰ হে চৰকাৰ এইখন বিজেপি চৰকাৰ

  • @RajumoniRajumonidas
    @RajumoniRajumonidasАй бұрын

    দুখীয়া মানুহৰ জীৱনৰ কোনো মূল্য নাই , এই খন চৰকাৰৰ দিনত । দুখীয়া মানুহ ঔষধ খাবলৈ নাপায় মৰিলেও চৰকাৰৰ একো ক্ষতি নহয়, ধনী ব্যক্তি সকল জীয়াই থাকিলেই হ'ল ।

  • @AssameseVoicestory-im5ym
    @AssameseVoicestory-im5ymАй бұрын

    বিৰোধীয়ে এই বোৰ ইছু কৰি ৰাইজৰ ওচৰলৈ যাওক

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dvАй бұрын

    Electoral bond বাবে জীৱন দাইনী ঔষধৰ দাম বৃদ্ধি হৈছে। এয়া সকলোৱে জানে।ওষধ কোম্পানি সমুহৰ পৰা চৰকাৰে কোটি কোটি টকা এই ইলেকট্রল বন্দৰ জৰিয়তে চান্দা হিচাপে লৈ থাকে বাবে দাম বৃদ্ধি হৈছে।

  • @mehdialom2385

    @mehdialom2385

    Ай бұрын

    Dada he2 kotha bht a najane, apuni dhunia k koi diar vabe thnq

  • @user-tx9jx3hg5i
    @user-tx9jx3hg5iАй бұрын

    এই বোৰহে বাতৰী বাতৰী লাগে ৷মোৰ নিচিনা অন্ধভক্ত সকলে চাব লাগে বুলি ভাবো!

  • @gutungdipakpegu2134
    @gutungdipakpegu2134Ай бұрын

    মুখ্য মন্ত্ৰী ডাঙৰীয়া আপোনালৈ অশেষ ধন্যবাদ জনাইছো , আপুনি শ্মশান ভূমিত ৰজা হওক যুগে যুগে । যিহ্ওক আপুনি পাগলামী আৰু কৌতুকী বক্তব্য ৰাখিব নালাগে অ ।

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1uАй бұрын

    বিজেপি চৰকাৰৰ এজন মন্ত্রীয়ে জীবন দায়নি দৰৱৰ লগত চোলা কাপোৰৰ তুলনা কৰিছে এয়াই বিজেপি চৰকাৰৰ মন্ত্রী তুলুঙা মন্তব্য।

  • @daizee4510
    @daizee4510Ай бұрын

    এয়াই হল মোদী মেজিক সংবাদ মাধ্যমত সকলো ফ্ৰী কিন্তু বাস্তৱত সকলো দামেই দাম ৷ কিন্তু মন্ত্ৰী MLA ই দেখা নাপায় ৷ মোদী মেজিক ভাই ... মোদী মেজিক ...!

  • @binoddutta4714
    @binoddutta4714Ай бұрын

    বিদায় দিব এইবাৰ

  • @user-gr6pt5bx9m
    @user-gr6pt5bx9mАй бұрын

    Good explanation

  • @utpalgoswami1990
    @utpalgoswami1990Ай бұрын

    মূৰ্খ মন্ত্ৰীয়ে চুৰি কৰা টকাৰে লৰা ছোৱালী মাইকীৰ নামত শ শ কুটি টকা জমা থৈছে। তেওঁ দৰব কথা কৈ কি লাভ। তেওঁৰ লৰা ছোৱালীৰ মাইকীৰ লিভাৰ কিডনী আদি পছিলেহে গম পাব। পচিবয় শাও দিয়া নায় " দিন গ'লে ৰাতি হবয় "

  • @bichitrakhargharia4150
    @bichitrakhargharia4150Ай бұрын

    ইহঁতক উচ্চিত শিক্ষা দিয়ক ভোটৰ জৰিয়তে।এনেকৈ কথা কৈ লাভ নাই

  • @madhurjyaborah1350
    @madhurjyaborah1350Ай бұрын

    এই চৰকাৰক জনসাধাৰনক দমন কৰিবলৈ police ৰহে দৰকাৰ ৰাইজেতো জানেই CORONA ৰ সময় বিলাকৰ কথা গতিকে জনসাধাৰনৰ টেতুত চেপা দি ওলাই যোৱ ধন বিলাক পুজিপতিক দিয়া।

  • @BinodMili-pn8rs
    @BinodMili-pn8rsАй бұрын

    Good news

  • @budheswarnath6516
    @budheswarnath6516Ай бұрын

    আৰু ভোট দি থাকক...বুজি নোপোৱাকৈ য়ে যে নিজৰ মোনাখনো খালী কৰি নিব ধৰিছে , তাক এই " খাৰ - খোৱা " বোৰে বুজিয়েই পোৱা নাই !!..... মধ্য বৃত্ত শ্ৰেণীটোক উপৰলৈ যাব নি দিব এই চৰকাৰে !!!!

  • @vandyavlogs
    @vandyavlogsАй бұрын

    মামাই আৰু কিমান টেঙা আম বিক্ৰী কৰিব ।😂😂😂 আমুৱাইছে আৰু ।

  • @nripenborgohain201
    @nripenborgohain201Ай бұрын

    ভাল হৈছে ৰাইজে চৰকাৰ বদলাব হ’ল ৷

  • @user-dw4cx5pc8u
    @user-dw4cx5pc8uАй бұрын

    Moi bjp k Val paisilu kintu hbs r fota lecture huni Val nalage

  • @purnaborah2910
    @purnaborah2910Ай бұрын

    Nice news

  • @SunehwarSonowal-yl3ip
    @SunehwarSonowal-yl3ipАй бұрын

    বি জে পি চৰকাৰ ak 4t লৈ মাৰক সাধাৰন মানুহক এনেকৈ নহয়। তাৰ পিছত caa মানুহ বোৰক আনক😢😢😢😂😂

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1rАй бұрын

    মুখ্য মন্ত্ৰী জনে চকী খনৰ সন্মান ৰাখিব পৰা নাই

  • @ranjitduttaey3967

    @ranjitduttaey3967

    Ай бұрын

    এই জন ৰ নিচিনা মূখ্য মন্ত্ৰী জানতে কোনো ৰাজ্যত নহওঁক, আমি অসমীয়া বা অসম বাসি য়ে জাতে ভবিষ্যতে নিবিচাৰোঁ

  • @bahparabordoloni2888
    @bahparabordoloni2888Ай бұрын

    উন্নয়ন বুলি ফটা ঢোল বজায় থকা মূখ্যমন্ত্ৰী.....ভোট বিচাৰি ফুৰিছে লাজ চিনি নাপায় নিকি ?

  • @mithisarbasmatary2778
    @mithisarbasmatary2778Ай бұрын

    Bjp out assam

  • @kakoligayan6959
    @kakoligayan6959Ай бұрын

    ধন ঘটিবলৈ মন্ত্রী হয়

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069Ай бұрын

    👌👌👌👌👌👌

  • @hemontagogoi3728
    @hemontagogoi3728Ай бұрын

    Bohut bhal khobor prochar koriche . Anedore prochar kori thakibo buli aakha korilo .

  • @liakathussain8769
    @liakathussain8769Ай бұрын

    Apunalokor uposthapon niropekho hoise bai Welcome news chenal

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1rАй бұрын

    আমাৰ মুখ্য মন্ত্ৰী জনে ফটুৱা কথা কৈ ভালপোৱা হৈছে

  • @NajrulIslam-sx3ku
    @NajrulIslam-sx3kuАй бұрын

    এনে কোৱা এটা বস্তু এৰি যোৱা নাই যে দাম বড়া নাই 350 গেছ 1100 এটা’ পেটুল 110 মিটাতেল 150 ইত্যাদি ইত্যাদি

  • @user-br7wf5gw9x
    @user-br7wf5gw9xАй бұрын

    Very good nice for these published

  • @RitahazarikaRitahazarika-vu3gv
    @RitahazarikaRitahazarika-vu3gvАй бұрын

    Vall koi diae dada

  • @nikulahkar6838
    @nikulahkar6838Ай бұрын

    মুখ্য মন্ত্ৰীক তেল মিলিত কৰি থকা সা্ঙবাদিক বিলাকক কম দামত ঔষধ দিয়ে।

  • @JUG2023
    @JUG2023Ай бұрын

    Laura CM

  • @debajanibaruah3105
    @debajanibaruah3105Ай бұрын

    পাচ লাখ দিয়ে যদি চৰকাৰে ঔষধ কিয় কিনিব লাগে ।ৰোগীৰ কাৰনে পাচ ফ্ৰী চিকিৎসা শব্দতোহে ।ঔষধ দুখীয়া বোৰে কেনেকে কিনিব ।চৰকাৰে এইবোৰ কি খবৰ কৰিব ধনী চৰকাৰে ।শিলশাকোত নকওতে ঘৰ ভাঙি পেলালে ।আৰু ঔষধৰ দাম বঢ়াতো ধনী চৰকাৰে গম নাপায় ।

  • @anowarhussainkhan
    @anowarhussainkhanАй бұрын

    ওষদর দাম চরকারে বরাইছে ঔষদ কোম্পানীর পরা 14000চৈধ্য হাজার কোটি টকাElictorul Bondর পরা চরকারে নগত আগতেই লৈছে😮এতিয়া গমে নাপায় বিয়া খোয়া Halicuf tar পাহরি গল 😮😮😮😮😮😮😮😮😮😮😮😮😮😮

  • @BaruvaUttara-rw5tq
    @BaruvaUttara-rw5tqАй бұрын

    Very sad . How will poor people will survive without medicines ? Thanks NN channel for showing this important news.

  • @bhaskarborah4254
    @bhaskarborah4254Ай бұрын

    মহা ভাৰত কথা । জয় শ্ৰী ৰাম

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8feАй бұрын

    Good

  • @nivasaikia2249
    @nivasaikia2249Ай бұрын

    Like news

  • @neone4759
    @neone4759Ай бұрын

    মদ, জুৱা, ড্ৰাগছ একো এৰি নিদিও, চবৰে পৰা চান্দা খাম 😁

  • @banikalita3082
    @banikalita3082Ай бұрын

    সুন্দৰ বক্তব্য ৰাখিছে ।বহুত ভাল লাগিল।

  • @brojenbaruah9604
    @brojenbaruah9604Ай бұрын

    You type of reporter required ... good job keep it up

  • @digantagogoi7517
    @digantagogoi7517Ай бұрын

    Right.

  • @haripriyasonowal7175
    @haripriyasonowal7175Ай бұрын

    বাতৰিটো চাই ভাল লাগিল।আগলৈও এনে বাতৰি পাম বুলি আশা থাকিল।

  • @user-er9se1md5x
    @user-er9se1md5xАй бұрын

    মোৰ ৫৫ বচৰ বয়সত এনেকুৱা এখন চৰকাৰ ৰাইজৰ ওপৰত ৰাম তাঙন সোধোৱা বিশেস কৈ গাৰিৰ মালিক দাইভাৰ কৰমছাৰিৰ ওপৰত। হিমন্তই পুলিচক দকাইত। খজাই দিচে আচলতে পুলিচক দুখি লাভ নাই হিমন্তৰ নিদ্ৰশ পালন হে কৰিচে কোনো গাৰিৰ মালিকে এইবাৰ ভোত নিদিয়ে আকৌ জদি এই চৰকাৰ আহে গাৰিৰ মালিকৰ কিত্নী ঊলাই নিব । কাৰন তাৰ গাৰিৰ ওপৰতে চকু 😅

  • @Jackson609india
    @Jackson609indiaАй бұрын

    Media dada himontok সেছি সেছি উদিব লাগে কাণত কাণত দৰি উদিব লাগে

  • @gautamdas-eg6ug
    @gautamdas-eg6ugАй бұрын

    ভাই হত যি য়ে ন কৰা কিয় আম আদমি পাৰতি আহিলে পৰা লিখা ফী হব, ইলেক্ট্ৰী বীল ফী হব, ঔসদ ফী হব মহিলা যাত্ৰী বাস ফী হব আৰু বহু কিবা আমাক আচনি নালাগে ,অসমৰ ৰাইজে অলপ ভাবি চিন্তী ভোট টো দিবস জয় আই অসম❤

  • @tayyeburrahman7362
    @tayyeburrahman7362Ай бұрын

    এইটো এটা মানুহৰ তেজ শুহি খোৱা Party দাম বঢ়োৱাই এই চৰকাৰৰ পৰিবৰ্তন

  • @snehashabnam4545

    @snehashabnam4545

    Ай бұрын

    Tezpiya mukhaymantri

  • @KgbDesign
    @KgbDesignАй бұрын

    আচৰিত... ১৫০০ টকীয়া কেইটা কমেণ্টত নেদেখিলো।

  • @ritabora3981
    @ritabora3981Ай бұрын

    Bohut hosa kotha koise apuni dhonyabad.

  • @abdulbaten4387
    @abdulbaten4387Ай бұрын

    BJP চৰকাৰে কেৱল Family Court ৰ উন্নতি কৰিছে কাৰণ Family court ত গলে Festival যেন লাগে ।

  • @user-km6nx1rx1j
    @user-km6nx1rx1jАй бұрын

    চৰকাৰৰ ৫বছৰ ৰাইজৰ এদিন আৰু এই এদিনতে।। বুতাম টিপি দেশৰ ভবিছত নিৰ্ধাৰণ কৰক।।।।।।ধন্যবাদ

  • @SerenePinkFlamingos-kz1vk
    @SerenePinkFlamingos-kz1vkАй бұрын

    Vaal hoise, Poriborton hoise,aru vote dibo laage

  • @apurbadasdas9539
    @apurbadasdas9539Ай бұрын

    ধুনীয়া দাদা এনেকুৱা ৰিপতাৰ লাগে আমাক ধৈইনবাদ 🎉🎉

  • @d.a.channel7471
    @d.a.channel7471Ай бұрын

    Thik kotha koise dada

  • @BijoyNath-by7si
    @BijoyNath-by7siАй бұрын

    Yes yes

  • @basantakalita5369
    @basantakalita5369Ай бұрын

    Medicine r dam bohut bahresai komilai bhal asil

  • @mikudutta1735
    @mikudutta1735Ай бұрын

    Ai jonei amar cm....laj nalage ne amar aijonor mote vote diboloi

  • @bitupanbora5090
    @bitupanbora5090Ай бұрын

    Xosa katha

  • @kanaklalsutradhar6998
    @kanaklalsutradhar6998Ай бұрын

    Aji kali aixokol netar self respect bor modi washing machinat safa hol sage !

  • @sadagarmili9293
    @sadagarmili9293Ай бұрын

    😭😭😭😭😭

  • @charudas947
    @charudas947Ай бұрын

    Thanks north east Maina

  • @digantakakati5255
    @digantakakati5255Ай бұрын

    besi din nai

  • @jugalnath6635
    @jugalnath6635Ай бұрын

    এইজন অসমৰ ৰাইজৰ বাবে জনদ্ৰোহী ব্যক্তি ।এইজনৰ কথা ৰাইজে দলিয়াই দিব লাগে।

  • @EdhanPatar-qr9ci
    @EdhanPatar-qr9ciАй бұрын

    পায় যিবোৰ ঔষধ কামত নাহে

  • @mainiburagohain8275
    @mainiburagohain8275Ай бұрын

    Good news.

  • @AsmatAli-jv5nx
    @AsmatAli-jv5nxАй бұрын

    ধন্যবাদ আপনাক

  • @user-rb2bs6xu8n
    @user-rb2bs6xu8nАй бұрын

    তলাতু মামৰে ধৰিলে

  • @user-vq4re8xw8p
    @user-vq4re8xw8pАй бұрын

    Emane jodi pori borton hoyse supay supay farmasi nohal hoy .

  • @jahnobibharali3896
    @jahnobibharali3896Ай бұрын

    এইবোৰহে বাতৰি জনসাধাৰণ সচেতন হব হল congress zyada bad❤

  • @17liturajdeka56
    @17liturajdeka56Ай бұрын

    Right dam bhut hise

  • @dipikaswargiary940
    @dipikaswargiary940Ай бұрын

    Bjp go back

  • @bipulphukan3756
    @bipulphukan3756Ай бұрын

    ঘোঁৰাৰ বেপাৰীয়ে ঔষধৰ দাম কি জানিব

  • @user-xj4ij4lx2o
    @user-xj4ij4lx2oАй бұрын

    Apunar batari100,

  • @user-yz5rt2wj8i
    @user-yz5rt2wj8iАй бұрын

    Cm rfata lekture

  • @JitenGogoi-zz8uf
    @JitenGogoi-zz8ufАй бұрын

    Right

  • @CarsSupercars
    @CarsSupercarsАй бұрын

    😢😢

  • @ekramhussainmir3903
    @ekramhussainmir3903Ай бұрын

    Pharmacy company vilake kyo ba iman electoral bond loise

  • @itsmehyt5506
    @itsmehyt5506Ай бұрын

    অণ্ব ভকত সকলে ঔষধৰ দাম বঢ়া দেখা নাপায

Келесі