শৰীৰ চৰ্চা কৰিয়েই নিজকে ফিট ৰখা ৰঞ্জিতৰ যোগান বিভাগ গুৰিৰ পৰাই গেলিল!

📌ব্যামত ব্যস্ত ৰঞ্জিত দাসে পিঠি দিছে যোগান বিভাগলৈ !
📌লোকেল মূৰ্গীত ১৫০ বাঢ়িল আলুত বাঢ়িল ১০ !
📌শুই আছে ৰঞ্জিত দাস উঠহ উঠহ !
📌শৰীৰ চৰ্চা কৰিয়েই নিজকে ফিট ৰখা ৰঞ্জিতৰ যোগান বিভাগ গুৰিৰ পৰাই গেলিল!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 75

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco255924 күн бұрын

    বহুত ভাল হৈছে ।। আমাৰ আই মাতৃ সকল লাখপতি হ'ল যেতিয়া মূল্য বৃদ্ধিয়ে আমাৰ নোম এডালো লৰাব নোৱাৰে ।।। মূল্য বৃদ্ধিৰ বাবে শুভ কামনা থাকিল ।।

  • @pankajhhazarika8158
    @pankajhhazarika815824 күн бұрын

    জাৰ্মান ধ্বংস হোৱাৰ কাৰণে হিটলাৰ যিমান দুষী আছিল সমানেই দুষী আছিল জাৰ্মান নাগৰিকো।কাৰণ হিটলাৰৰ অপসাশনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বিপৰিতে হিতলাৰক সমৰ্থন কৰিছিল জাৰ্মান নাগৰিকে।ঠিক একেই অৱস্থা আজি ভাৰততো। " পেট্ৰলৰ দাম ৫০০ টকা,ডীজেলৰ দাম ৪০০ টকা হ'লেও মোডীকে ভোট দিম " বুলি সামাজিক মাধ্যমত কোৱা মানুহৰ অভাৱ নাই।

  • @MonujKhanikor-vv8gz

    @MonujKhanikor-vv8gz

    24 күн бұрын

    Hoi apuni thikai koise

  • @amitmukharjee6907

    @amitmukharjee6907

    24 күн бұрын

    100% right said

  • @RajumoniRajumonidas
    @RajumoniRajumonidas25 күн бұрын

    বি. জে. পি. চৰকাৰে সাধাৰণ শ্ৰেণীৰ মানুহক জীয়াই থাকিবলৈ নিদিয়ে আৰু ।

  • @purnanandarajkhowa8712
    @purnanandarajkhowa871225 күн бұрын

    যোগাসন মন্ত্ৰীৰ এজন সৃষ্টি কৰিব লাগে!

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k24 күн бұрын

    ৰাইজে বেম কৰিবলৈ ভোট দি জয় কৰিছে এইবিলাক নেটা মন্ত্ৰীক

  • @bichitragogoi1283
    @bichitragogoi128325 күн бұрын

    বেঙেনা দিছে ৷

  • @rajibbormedhi8638
    @rajibbormedhi863824 күн бұрын

    নিৰ্বাচনৰ সকলো খৰচ ৰাইজে ভৰক🎉🎉

  • @SalimatDdinDdin
    @SalimatDdinDdin25 күн бұрын

    ইলেক্ট্ৰনত খৰছ কৰা টকা বুৰ অসমৰ ৰাইজক মাধৰ মাৰ দিব মজা আকৌ এবাৰ পৰিবৰ্তন কৰক আকৌ এবাৰ মূল্য বিধি কৰক অসমৰ ৰাইজ ইমান দুখীয়া নহয়

  • @dhanjitnath4013
    @dhanjitnath401324 күн бұрын

    চৰকাৰক আৰু নতুন নতুন আচনি আনি গাদী ৰক্ষা কৰিব দিয়ক.অৰুনোদয় ,লাখপতি বাইদেউৰ চমক.আৰু ভোত দিয়ক বি জে পিক.🙏🌹

  • @amitmukharjee6907
    @amitmukharjee690724 күн бұрын

    Right not mama and gang and BJP is not only the culprit .the people are also respobsible

  • @binoykalita7597
    @binoykalita759724 күн бұрын

    অলগদ্ধ্ববোৰৰ ছিনাকি এই সকল নহয়জানো?

  • @sanatankalita9086
    @sanatankalita908624 күн бұрын

    এতিয়া চাব হা। এখেতে কব দাম তলিতে বাঢ়িছে। মোক নিমখৰ দাম সোধক।

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s24 күн бұрын

    এইবোৰ আমাৰ বোজাহে হৈছেগৈ।

  • @user-vn3qh8tz4n
    @user-vn3qh8tz4n24 күн бұрын

    হিমন্ত আলি কলৈ গল

  • @user-qo5kx1gx2w
    @user-qo5kx1gx2w24 күн бұрын

    মূল্য বাঢ়া বুলি কলে চাহিদা বাঢ়িছে বুলি কব । অলগধ্ববোৰে.,.😂

  • @binoykalita7597
    @binoykalita759724 күн бұрын

    এই জনে জানেনে তেওঁ অসম চৰকাৰৰ মন্ত্ৰীবুলি?

  • @prasantaduarah7929
    @prasantaduarah792923 күн бұрын

    ৰাইজ কাহিঁ বাটি বজাই দিয়ক, কমি যাৱ

  • @manojtalukdar6647
    @manojtalukdar664724 күн бұрын

    মহান অন্ধভক্ত নেতা 👹 গতিকে বেছি আশা নকৰাই ভাল 👎🏿💯

  • @prabitachutia448
    @prabitachutia44824 күн бұрын

    অৰ্থ নাইকিয়া মন্ত্ৰী এই জন বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে ,

  • @tarjenboru8760
    @tarjenboru876024 күн бұрын

    দাম বৃদ্ধি হলেও আমি খাবা লাগব ।ৰাইজক ৰাম টাঙোন দি কৰ লৈ থাক। 😢

  • @rambalram2610
    @rambalram261023 күн бұрын

    আচলতে কথাটো হল, নিৰ্বাচনত ফাঁচী বজাৰৰ বেপাৰী বোৰৰ পৰা মোটা অংকত ললে চান্দা... গতিকে এতিয়া বস্তুৰ দাম বঢ়াই ফাঁচী বজাৰৰ বেপাৰীৰ চান্দা পৰিশোধ কৰিছে....😮😮😮😮 চান্দাৰ ধান্দা... 😮😮😮😅😅😅 ৰাইজে বুজি পোৱা উচিত নিৰ্বাচনৰ পিছতে কিয় দাম বৃদ্ধি হৈছে...!!!! 😮😮😮😮 মানুহক আৰু কিমান টুপী পিন্ধাব.....😅😅😂😂😂 আজি এটা দাম আৰু কালি এটা দাম.. দেশত লাগিছে কিহৰ ধুম ধাম...?? আঠীয়া কল এটাৰ হাতী সমান দাম..😮😮😮😮 সুনিছ নে নাই হেৰ থোপা থুপি মাল.. বিচাৰি খাবি আনি ঢেঁকীয়া শাক.... হৰে কৃষ্ণ হৰে ৰাম.... নাপাই একো উম ঘাম.... পতক কৈ বাঢ়ি জাই বস্তুৰ দাম...😅😅😅😅 কৃষ্ণ...!!!! 😮😮😅😅😢😢😂😂😂😂 ভাল পালে like এটা মাৰি যাব 😊😊😊

  • @assamlifestyleinvillage9099
    @assamlifestyleinvillage909925 күн бұрын

    BJP BJP BJP 😂khaok atia 500/ 1200

  • @mridulassam4425
    @mridulassam442524 күн бұрын

    Election xomoi lua toka bur uthaboi

  • @mintukalita8164
    @mintukalita816425 күн бұрын

    Bhriya aru bahrib lage tetiya he bojibo 1250 ,bore

  • @JoyPrakashBorah
    @JoyPrakashBorah25 күн бұрын

    SUPPLY MONTRIJI CONGRATULATIONS 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @TANKESWARDeka-tg2hp
    @TANKESWARDeka-tg2hp25 күн бұрын

    স্বনামধন্য কবি "কমলাকান্ত ভট্টাচাৰ্য্য"ৰ ভাষাত "উলংগ দেশত, ধোবাৰ কি কাম ' ? যিখন চৰকাৰে সামাজিক, সাংস্কৃতিক, পাৰিবাৰিক তথা সকলো বিনাশী 'মদ ' বিক্ৰীৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি দিব পাৰে, তেনে...........(শব্দ টো নিলিখিলো, মিলাই লব) আৰু কি আশা কৰিব পাৰি।

  • @neone4759
    @neone475924 күн бұрын

    ৫ ট্ৰিলিয়ন অৰ্থনীতি বনাব গৈ আছে , ধনী বোৰৰ বাবে । আমাৰ দৰে দুখীয়া, দৰিদ্ৰবোৰে পেটত গামোচা মৰা অভ্যাস আৰম্ভ কৰি , স্বাস্থ্যৰ বাবে ভাল হ'ব , মেদবহুলতা কমিব ।

  • @devajyotiborah8672
    @devajyotiborah867225 күн бұрын

    Kintu Ranjit Dasor khadyar talikat eyar kunu probhav nopore.Gotike tekhet nichinto monere yogashanot .....................

  • @samsulhaque3915
    @samsulhaque391517 күн бұрын

    Jogason Minister

  • @habiburrohman6763
    @habiburrohman676324 күн бұрын

    কিহৰ চিন্তা হে, আমাৰ জনীক লাখপতি বনাই দিলেই চোন মামাই আৰু বাঢ়ক দাম বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি জিন্দাবাদ বি জে পি 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂মোদী ডাঙৰীয়া জিন্দাবাদ 😂😂😂😂😂😂😂😂😂😂😂 হিমন্ত আৰু কি জে কম বাজেটেৰে দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা আৰু নিৰক্ষৰতা নিৰ্মূকৰণৰ উদ্দেশ্বে উঠি পৰি লাগিছে 😂😂😂😂😂😂😂😂 চাল্লা টামাম বেঙেনা দিছে এনেদৰে দি যাব সদায়ে 😂😂😂😂😂😂

  • @TilakRabha-xh9od
    @TilakRabha-xh9od25 күн бұрын

    অধপতনে গিছে ! মানুহে খেতি নকৰা হল যে অঃহঃ ভোট যে 😅😂..?

  • @afterhussain3245

    @afterhussain3245

    24 күн бұрын

    Mamak aru asoni dibo de boka

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2s25 күн бұрын

    যোগান মন্ত্ৰী য়ে কব চাহিদা বাঢ়িছে

  • @jagneswarpathak4606
    @jagneswarpathak460624 күн бұрын

    মন্ত্ৰী ৰনঞীত দাসে জেতিয়া যোগান মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেতিয়া মিঠাতেলৰ দাম বৃদ্ধি কৰিছিল দুগুণ তেতিয়া তেওঁ পিয়োৰ তেল খুৱাই ছিল কিন্তু এতিয়া দাম কমাই ভেজাল তেল খুৱাইছে নেকি ইয়াৰ পৰাই কি অনুমান কৰিব পাৰি

  • @harakantatamuli1053
    @harakantatamuli105324 күн бұрын

    Kinu kom , Longka loi gole hokolu Rabonei hoi . Koli kalot aeibilakei hobo aru . Manuhok mari kati khabo .😩😩😩

  • @MaoBourah
    @MaoBourah24 күн бұрын

    Potheyai deok aasoni Pai BJP vote desil lakhpoti baideow hokolok

  • @ranjitdas6507
    @ranjitdas650725 күн бұрын

    Aaru 100 basar b j p jindabaad....ondho vokto sakaloe o alop kothabor vabi sabor samay hol....

  • @WahidHussain-xc3et
    @WahidHussain-xc3et24 күн бұрын

    Otitar C M hakalar lagat bartamanar C M himantai bharir aanguliru jur mariba nuare,bartamanar C Me janatar Murat patthar marise,

  • @mohanboruah9962
    @mohanboruah996225 күн бұрын

    These are called montries of Assam. Shame on them.

  • @C.hussain123
    @C.hussain12324 күн бұрын

    Elec

  • @teenpatti1853
    @teenpatti185324 күн бұрын

    Raijo pabo Lage bpj Kik voter phol tu pai ase boria

  • @user-kf6sm4rn8q
    @user-kf6sm4rn8q24 күн бұрын

    Come without security I have the answer..

  • @MaoBourah
    @MaoBourah24 күн бұрын

    Aasoi de pokorat bengena voraise

  • @basantakalita5369
    @basantakalita536925 күн бұрын

    Ranjit das toppni mari achai

  • @bijumalrao5579
    @bijumalrao557916 күн бұрын

    Dapun khonot nijor chehera dekhisene free khai khai ujon barril

  • @mohazzalhussain6055
    @mohazzalhussain605524 күн бұрын

    Good vote for only bjp

  • @iyaruddinalli4623
    @iyaruddinalli462323 күн бұрын

    Jogan montrir kolonko apodartho

  • @user-xs7rn9ek1b
    @user-xs7rn9ek1b24 күн бұрын

    Jogan mantrir sharirsarsa, raijok mulya bridhir kekorachepa, ene nirlajja sarkar agate dheka nachilu, ihatak uchit shiksa diba lage ,raij olai aahiba lage, etiya nahile ketiya aahibo, jor puri hato puril

  • @miduldutta8798
    @miduldutta879823 күн бұрын

    আলো ৰঞ্জিত দাসৰ ঘৰৰ বাৰিত খেতি কৰা নাই , কণী ৰঞ্জিত দাসৰ ঘৰৰ কোম্পানীত তৈয়াৰ হোৱা নাই, এইবোৰৰ দাম কমি গলে কোম্পানীৰ বোৰৰ কৰ্মচাৰী সকলৰ দৰমহা কোনে বঢ়াৱ, অসমত আছে কি বালৰ কোম্পানীৰ, এইবোৰ অসমতে চলে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যত নচলে ,

  • @anujxxswargairy6393
    @anujxxswargairy639324 күн бұрын

    Aku nohoi 1250 toka zindabad😂

  • @ndas9029
    @ndas902925 күн бұрын

    Akou abar modi sarkar

  • @NP-gf7fo
    @NP-gf7fo25 күн бұрын

    Puwali 150toka bahile mur commission kiman heitu ko. Baki moi manage korim.

  • @amitmukharjee6907
    @amitmukharjee690724 күн бұрын

    Ranjit das is a corrupt person

  • @afterhussain3245
    @afterhussain324524 күн бұрын

    This is chindicate

  • @puspadhardowarah1932
    @puspadhardowarah193224 күн бұрын

    Ranjit is not a factor.

  • @dipensaikia5494
    @dipensaikia549425 күн бұрын

    Kiba ata bazar Kori pai se ne nai dadai free khale ki gum pabo ,malike, A C ahi ase teketo mal

  • @mohanboruah9962
    @mohanboruah996225 күн бұрын

    Ranjit Das chowa seleka salt montri.

  • @TBoro-ez7tz
    @TBoro-ez7tz24 күн бұрын

    Bjp syndicate raj n toll gate master.

  • @RofiqulIslam-xs9dd
    @RofiqulIslam-xs9dd25 күн бұрын

    Aitur aku kamei nai

  • @krishnokachari7913
    @krishnokachari791324 күн бұрын

    Bostur jiman dam holew aku nai....manuhe to akow BJP t vut to Mari dise 😅😅😅 aru olp Poriborton houk buli....hei karone Himonta ye pura Poriborton kori dise 😅😅😅 maike manuh bilake akow BJP srkar khon bohut pai j....karon Jikunu Asoni bilak pai ase j ...Lakhpoti Baidew, Orunodi, aru kiba kibi bohut ...Olp kiba ata palei bohut palu buli vabi loi 😅😅😅 atiy Bostur Eman dam buli koi aku lav nai.... Election dina Vut to kak disile heitu he main kotha 😅😅😅 aru atiya ko....akow aber Modi aru Himonta srkar buli ....😅😅

  • @user-nw5ol5ek7v
    @user-nw5ol5ek7v24 күн бұрын

    Half pagol

  • @dhanjitrabha5809
    @dhanjitrabha580925 күн бұрын

    চকু মুদা কুলি ।। গানধাৰি মামা আৰু ৰনজিৎ

  • @anjanjyoti7271
    @anjanjyoti727124 күн бұрын

    Election r agote dam borhale je vote a napale hoi tar babe election r pisot borhale😂😂😂 moja amar Axomot r joghonya jonota 😂😂 atiya moja loa ako abar modi sarkar.. mor ako tension nii central r sakori ase😂😂

  • @fakrulislam8319
    @fakrulislam831925 күн бұрын

    Mama jindabad 💪

Келесі