হিমন্ত বিশ্বৰ নিৰ্দেশত বিজেপিয়ে চলাইছে নেকি বে-আইনী জৰীপ ?

➡️মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰক নিৰ্বাচনী আয়োগে!
➡️মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলিছে BJP-ৰ বেআইনী আৰ্থ-সামাজিক জৰীপ!
➡️ৰাজ্যিক বিজেপিৰ সভাপতিক কেৱল কাৰণ দৰ্শোৱাৰ জাননী দিলেই নহ'ব!
➡️BJP-ৰ নিৰ্বাচনী বিধি ভংগ প্ৰসংগত সংবাদ মেল সম্বোধন কৰি CPI(M)-ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ দাবী!
➡️হিমন্ত বিশ্বৰ নিৰ্দেশত বিজেপিয়ে চলাইছে নেকি নিৰ্বাচন বিধি উলংঘা কৰা তথাকথিত-বেআইনী জৰীপ ?
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 204

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801Ай бұрын

    ইহঁতে একো আইন কাণুন নামানে।গতিকে ৰাইজে নিজেই ব্যবস্থা গ্ৰহন কৰক।

  • @spmusicmedia4677

    @spmusicmedia4677

    Ай бұрын

    Ekdom thik...ihotok raije mjahh db lgbe

  • @surendas6268

    @surendas6268

    Ай бұрын

    q😊​@@spmusicmedia4677

  • @SatymevaJayate007
    @SatymevaJayate007Ай бұрын

    এইটোক এৰেষ্ট নহয় জেলত দিব হ'ল ৷

  • @binoykalita7597
    @binoykalita7597Ай бұрын

    কাৰণ দৰ্শোৱা জাননী বিষয়ে ভবেশ কলিতাই বুজি পাববুলি নেভাবো।মালৰ অভাৱ এই জনাৰ

  • @AbulHussain-dl6og

    @AbulHussain-dl6og

    Ай бұрын

    iman o malor ovab nohoy sage....english t Rahul Gandhi r pisote...so Expaination Call buli kole xohoje buji paleheten .

  • @Assameselyricssongs-kl1ez
    @Assameselyricssongs-kl1ezАй бұрын

    ৰাইজ সজাগ হওক নহনে সকলো বিক্ৰী কৰি শেষ কৰিব। আৰু কথা বতৰা কেনে পাইছে এই সকল নেতাৰ....?

  • @budheswarnath6516

    @budheswarnath6516

    Ай бұрын

    তাকেই , আমাৰ খাৰ- খোৱা সকলে বুজি পাব জানো ???

  • @minudas7981
    @minudas7981Ай бұрын

    আমাৰ পুৰ্ব পুৰুষ সকল কিমান যে নিৰ্যাতনৰ বলি হৈছিল মোগল আৰু ইংৰাজৰ হাতত। এতিয়াও আমাৰ স্বাধীনতা আছে বুলি ভাবিব নোৱাৰি।

  • @happyfeeling6905
    @happyfeeling6905Ай бұрын

    ভৱেশ কলিতা মূৰ্খ ...

  • @rakashdas9087
    @rakashdas9087Ай бұрын

    পাগল হৈছে

  • @RupkantaPathori

    @RupkantaPathori

    18 күн бұрын

    ক্ষমতাই মূৰত ধৰিছে ।

  • @junjyotigogoi5074
    @junjyotigogoi5074Ай бұрын

    ভাৰতীয় সংবিধানত কি লিখা আছে, সেই সম্পৰ্কে এইজনৰ একো জ্ঞান নাই যেন লাগে ।

  • @user-ln1cz7xy9d
    @user-ln1cz7xy9dАй бұрын

    বিজেপিয়ে পাৰে বেলেগে কৰিলে ED CBI য়ে জেললৈ পঠিয়াব ।ভবেশ কলিতা এটা ফাল্টু হে ?

  • @user-cx8qe7bl4h
    @user-cx8qe7bl4hАй бұрын

    Vote for G Gogoi jindabad

  • @debajanibaruah3105
    @debajanibaruah3105Ай бұрын

    ভবেশৰ নিচিনা নেতাই বিজেপিৰ কলংক আনিচে ।উন্নতি যদি হৈছে অনিয়মেৰে কিয় ভেটি দিব ধৰিচে ভবেশে ।

  • @mainudavi9510
    @mainudavi9510Ай бұрын

    বেয়া দ'ম দেই

  • @lsd4889

    @lsd4889

    Ай бұрын

    😂😂

  • @dipankarhazarika5213
    @dipankarhazarika5213Ай бұрын

    একো কৰিব নোৱাৰে নিৰ্ব্বাচন আয়োগে। কাৰণ সব বিক্ৰী হৈ গ'ল। হিচাব কেতিয়াবাই হৈ গ'ল কাক কেতিয়া ৰাজ্যপাল পাতিব।

  • @arunmissong432
    @arunmissong432Ай бұрын

    ধেমাজি জিলাৰ মাছখোৱা চিচিমুখ বৰলুং গাওঁ পঞ্চায়ত অঞ্চলত ভুৱা অৰুণোদয় ফ্ৰম ঘৰে ঘৰে বিতৰণ কৰি আছে।

  • @binoykalita7597
    @binoykalita7597Ай бұрын

    এই ভূৱা চানেকিক প্ৰছ্যয় নিদিব।

  • @moongahain7416
    @moongahain7416Ай бұрын

    নিৰ্বাচন,আয়োগ,বি,জেপি,নেতা,নেকি

  • @user-ux7gk1lb6b
    @user-ux7gk1lb6bАй бұрын

    BJP hatao desh bachao Modi hatao Bharat bachao

  • @sanjibbora1789
    @sanjibbora1789Ай бұрын

    মুকেশ নে ভৱেশ এইটু বলিয়া হল।

  • @binoykalita7597
    @binoykalita7597Ай бұрын

    উন্নয়ন যদী হৈছে কিয় ইমান তললৈ গৈছে নেতাধাৰি মলোৱাবোৰ।

  • @nityajitchetia3093
    @nityajitchetia3093Ай бұрын

    নেপাই দেই, ইমান Powerful ,?

  • @papugogoi1824
    @papugogoi1824Ай бұрын

    BJPয়ে একো আইন নামানে নেকি!!!BJP go back

  • @4u206
    @4u206Ай бұрын

    গৰু

  • @amarjoytidas8141
    @amarjoytidas8141Ай бұрын

    জেলত থব লাগে।

  • @mainulhque1667
    @mainulhque1667Ай бұрын

    ভবেশ কলিতাই গুণ্ডাৰ দৰে ব্যৱহাৰ কৰিছে কিয়

  • @janardonbora2795
    @janardonbora2795Ай бұрын

    জঘণ্য ঘটনা চলিছে হিমন্তক arrest কৰিবনে

  • @user-bb6rg1co9z
    @user-bb6rg1co9zАй бұрын

    BJP Go Back

  • @jurimonidas2513
    @jurimonidas2513Ай бұрын

    ৰাইজে এটা কথা পাহৰি নগলে হল যে ৰাইজেই ৰজা। 👌

  • @mahendrakhataniar3935
    @mahendrakhataniar3935Ай бұрын

    দোষ আমাৰে এই মহামূৰুষকেইটাৰ ওপৰত শাসনভাৰ তুলি দিছোঁ।

  • @mainudavi9510
    @mainudavi9510Ай бұрын

    এয়া দম নে পারার

  • @kakoligayan6959
    @kakoligayan6959Ай бұрын

    বৰ ভাল লাগিছে তেনেকৈ বিজেপ পতন হওঁক

  • @amarjoytidas8141
    @amarjoytidas8141Ай бұрын

    ঠিক কথা কোছে।

  • @asomiaasom6008
    @asomiaasom6008Ай бұрын

    নিৰ্বাচন আয়োগ বিজেপিৰ পোহনীয়া ভৃত্য গোলাম বহতীয়া আয়োগ কাৰণে ভবেশ কলিতাই অহংকাৰ কৰি কৈছে দম আছে যদি গ্ৰেপ্তাৰ কৰক বুলি প্ৰত্যাহ্বান জনাইছে ।বিজেপি দলৰ নহয় যদি কংগ্ৰেছৰ হোৱা হলে ধাৰা বস্তা লগাই গ্ৰেপ্তাৰ কৰিলহেতেন নিৰ্বাচন আয়োগে ।গোলাম বহতীয়া ভৃত্য নিৰ্বাচন আয়োগে উপাই বিহীন হে আভুৱা ভাৰিবলৈ স্বকজ দি প্ৰ-পত্ৰ চমজি লয় ইয়াতেই শেষ হব আয়োগৰ কাম ।

  • @ganeshborgohain2040
    @ganeshborgohain2040Ай бұрын

    যোৱা কালি বিতৰণ কৰিছে।

  • @babusaikia7886
    @babusaikia7886Ай бұрын

    গোলাঘাটত বিলাই আছে

  • @diptimedhi9376
    @diptimedhi9376Ай бұрын

    আমাৰ ইয়াতো অৰুণোদয় ফ্ৰম দি আছে। বিজেপি কৰ্মীয়ে।

  • @aidyou6440
    @aidyou6440Ай бұрын

    নিবাচনী আয়োগে টকা লৈছে BJP পৰা

  • @ndas9029
    @ndas9029Ай бұрын

    Right katha kaise sir

  • @babul8718
    @babul8718Ай бұрын

    GORU Piton diyok B Kalitak....

  • @abenbasumatary3529
    @abenbasumatary3529Ай бұрын

    Being date announced election, why distributing Arunoday, please attention Election commission.

  • @nababaishya9194
    @nababaishya9194Ай бұрын

    Right decision

  • @sarojgogoi2685
    @sarojgogoi2685Ай бұрын

    Right

  • @farukhussin5010
    @farukhussin5010Ай бұрын

    ভয়ৰ চাৰ্ভে

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5iАй бұрын

    Court of Conduct Lagi Ashya . Ai Bilak Bay Aini Kam. .

  • @ganeshboro2339
    @ganeshboro2339Ай бұрын

    BJP👎👎👎👎👎👎👎

  • @mridusmitabaishya1498
    @mridusmitabaishya1498Ай бұрын

    আমাক দিলে লোৱাত আপত্তি নাই। আমি দিয়াটো বিবেচনা কৰি দিম।

  • @LALITBARUAH-np1ji
    @LALITBARUAH-np1jiАй бұрын

    Kanakuwa charittra ulay paril

  • @apurbadas2233
    @apurbadas2233Ай бұрын

    আইনৰ উর্দ্ধত কাম কৰিলে কুঁহিয়াৰ চেপা দি চেপি বুলি কোৱা অসমৰ মুখ্যমন্ত্রী ডাঙৰীয়াই নিৰ্বাচনী বিধি ভংগৰ দৰে কাৰ্য্যৱলী সংঘটিত কৰি যদিহে অৰুণোদয় আচনিৰ জৰীপ চলোৱা বাবে বিজেপিয়ে ওলোটাই দম আছে যদি গ্ৰেপ্তাৰ কৰক ধৰণৰ দম্ভালী মৰা অশোভৱনীয় আৰ অগণতান্ত্রিক হৈছে৷

  • @nivasaikia2249
    @nivasaikia2249Ай бұрын

    Right news

  • @user-cx8qe7bl4h
    @user-cx8qe7bl4hАй бұрын

    Nirbason ayog BJP

  • @user-oe5vo6ox4t
    @user-oe5vo6ox4tАй бұрын

    অতি সোনকালে ভবেশ কলিতা গ্ৰেপ্তাৰ কৰক । নহ'লে ভবেশ কলিতাক পগলা কুকুৰক কামুৰিবলৈ দিয়া হ'ব ।

  • @RahulRaj-dt7gc
    @RahulRaj-dt7gcАй бұрын

    Beya ullu bonai ase kintu axomor manuhok😂😂😂

  • @prodipdihingia
    @prodipdihingiaАй бұрын

    Very good cpim 🎉🎉

  • @ramnathborah7356
    @ramnathborah7356Ай бұрын

    নিবাচন বিধি বিজেপিয়ে নাজানে

  • @yeaminurrahman3764
    @yeaminurrahman3764Ай бұрын

    Bhabesh Kalita Should must arrest immediately. He violets Model Code of Conduct.

  • @BastabAll
    @BastabAllАй бұрын

    যি সকলে বিতৰন কৰিচে তেওলোকক এৰেচ কৰক

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nfАй бұрын

    আকৌ যদি এইটো জয় তেতিয়া ই আৰু ভেকুলী জাপ দিব

  • @user-pt3en6hl5m
    @user-pt3en6hl5mАй бұрын

    অপেক্ষা কৰিম সময় আহিলে

  • @sukandukar9086
    @sukandukar9086Ай бұрын

    আপোনালোকে ও কৰক জৰিপ

  • @pratimasarma1737
    @pratimasarma1737Ай бұрын

    এইজনা ৰজা দেখোন বৰ চোকা। তেওঁ ক'লে ই পাৰে নেকি?

  • @manjugohain6786
    @manjugohain6786Ай бұрын

    ভবেশ কলিতাৰ ক্ষমতা ই মূৰত ধৰিছে । নিৰ্বাচন আয়োগে কথোৰ পদক্ষেপ লব লাগে । নহ'লে মানুহৰ মনত সন্দেহ হব ।

  • @pabindas6525
    @pabindas6525Ай бұрын

    BJP দলে দেশৰ ইমান উন্নয়ন কৰিছে যে নিৰ্বাচন আয়োগৰ নীতি উলংঘা কৰি অৰুনদয়ৰ ফ্ৰম বিতৰণ কৰিব লগা হৈছে

  • @parikshitgogoi3426
    @parikshitgogoi3426Ай бұрын

    আমাৰ শদিয়াত কালিলৈকে অৰুনোদই ফম বিলাই আছে বুলি গম পাইছো

  • @BipulPegu-qu2et
    @BipulPegu-qu2etАй бұрын

    কি যে হব।দম নাই আমাৰ

  • @AbhiSaikia-ng9to
    @AbhiSaikia-ng9toАй бұрын

    ইহতে আইন নামানে । গতিকে যদি কোনোবাই ৰ্ফম দিব আহে গৰু পিতন দি দিব পাৰে ।

  • @user-yi1yg2gt1e
    @user-yi1yg2gt1eАй бұрын

    CPI(M) কেতিয়া পৰা কংগ্ৰেছৰ মিত্ৰ হ'ল চিঃ মাওঁবাদী আদৰ্শ।

  • @rinjuborah1758
    @rinjuborah1758Ай бұрын

    ইমান দিনে কত আচিল তেওলোক এতিয়া অৰোনদয় ফম দিছে । আগৰফম দিলে মাত্ৰ নিজৰ পৰিয়ালৰ মানুহক । এতিয়াভোটৰ আশাত দিছে। জনতা ইমান মূৰ্খ নহয় বিবেকেৰে ভোট দিব।

  • @pranamiofficial3472
    @pranamiofficial3472Ай бұрын

    ইয়াকে কয় প্ৰলোভনৰ ৰাজনীতি 😅

  • @technewsthatyoushouldlove8332
    @technewsthatyoushouldlove8332Ай бұрын

    Dom ru kot thakibo sb to kini a thoise

  • @junmonidutta8754
    @junmonidutta8754Ай бұрын

    Eman misa.

  • @devajyotiborah8672
    @devajyotiborah8672Ай бұрын

    Government Schemes Beneficiary house to house Survey in the MCC period not amounting to Election canvassing ? What has the ECI has to do about this ?

  • @nitudeka-ks1sc
    @nitudeka-ks1scАй бұрын

    ,ইঁহতক লেঙটা কৰি পিতিব লাগে আমাৰ সন্মখত পালেটো ইঁহতক কেনেকুৱা নাঙথ কৰিলোঁ হয়ঃ

  • @neone4759
    @neone4759Ай бұрын

    ভৱেশক গৌৰৱ গগৈৰ লগত এটা মুখা মুখি আলোচনাত বহাই দিয়ক , ভৱেশৰ ৰাজনৈতিক, সাংবিধানিক জ্ঞানৰ পৰিধি ৰাইজে গম পাই যাব 😂😂

  • @NabinPhukan-jd4jv
    @NabinPhukan-jd4jvАй бұрын

    AQ

  • @adityachangmai7369
    @adityachangmai7369Ай бұрын

    মূৰত গোবৰ থকা মহিলাসকলে ফৰম বিলাই ফুৰিছে

  • @ghanakantanath7208
    @ghanakantanath7208Ай бұрын

    Bhabes kalita agot ki korisile

  • @tayyeburrahman7362
    @tayyeburrahman7362Ай бұрын

    ৰাম মন্দিৰ বনোৱা Party arrest কৰি কোন মনে |এই আয়োগ তায়োগ Care নকৰে দিয়ক চোন |AAP/ Cong. ৰ বহুত অপৰাধী আগৰ তালিকা মতে Arrest কৰিবলৈ দেখোন বাকী আছেই!

  • @midulhussain4905
    @midulhussain490525 күн бұрын

    Mama jodi dale dale rahij pate pate asni bilak Assamr manuhe lowa aru vot diya Congresst aji 10 year ji palu ji kalu mama 🙏🙏

  • @pranjal1393
    @pranjal1393Ай бұрын

    ইহঁতৰ বাবে কোনো আইন কানুণ নাই

  • @sacreativeandcrazy953
    @sacreativeandcrazy953Ай бұрын

    Social worker dadahot

  • @tonkeswargogoi5761
    @tonkeswargogoi5761Ай бұрын

    এইটো এটা ফালটো হয়

  • @bhupenkumar8191
    @bhupenkumar8191Ай бұрын

    Di se baru , kintu mahila hakalk black mail kariboloi Kun pagala ase , Tak manat rakhib .

  • @RobisonPegu
    @RobisonPeguАй бұрын

    Lady and gentlemen are be careful from activity of B J P Party.

  • @Minaramgogoi-xg4qo
    @Minaramgogoi-xg4qoАй бұрын

    Swoiracarir hakhon bulile lag pai kiyo BJP ye, heiye , BJP k ketiau Vote nidibo.....

  • @motiurrahman194
    @motiurrahman194Ай бұрын

    বি জি পি পাৰ্টীৰ মানুহ বোৰৰ আইন কানুন নামানে। ইমান পাৱাৰ আছে নে বি জি পি ৰ মানুহ বোৰৰ ।

  • @arunsaikia3774
    @arunsaikia3774Ай бұрын

    ক্ষমতাই মূৰত ধৰিছে

  • @birenmaji5700
    @birenmaji5700Ай бұрын

    Bjp go back

  • @prasannakumar9373
    @prasannakumar9373Ай бұрын

    Dada 3 lakha mnt prene

  • @user-rb5sv1iu1x
    @user-rb5sv1iu1xАй бұрын

    গোটেই তিতাবৰ খনতেই বিলাই আছে

  • @dipankarhazarika5213
    @dipankarhazarika5213Ай бұрын

    ফৰ্ম খিনি জব্দ কৰিলেই হবনে?বিতৰণ কৰাকেইজন দুখিনে, ফৰ্মকেইখন দুখি? হাহিঁ‌ উঠে পাই।

  • @bipulborah2193
    @bipulborah2193Ай бұрын

    একো কৰিব নোৱাৰে,

  • @digantasarmah8594
    @digantasarmah8594Ай бұрын

    Asoni lauk kintu vote nidibo bjp k nhle cylinder 1500 tokat kinibo lagibo petrol 150 m oil 250 hbo

  • @binoykalita7597
    @binoykalita7597Ай бұрын

    আইন সকলোৰে বাবে হব লাগে।

  • @abdulmannanahmed787
    @abdulmannanahmed787Ай бұрын

    Can EC afford to take punitive action against the violators of Model Code of conduct.

  • @SerenePinkFlamingos-kz1vk
    @SerenePinkFlamingos-kz1vkАй бұрын

    Oti dorpo hoto Lanka

  • @dipankarboro1109
    @dipankarboro1109Ай бұрын

    Pagol hole aijon.

  • @jpboro9309
    @jpboro9309Ай бұрын

    Double engine sarkaror garentee buli koise..garantee mane future bujai..ao paribo pare..

  • @biswajitborah7229
    @biswajitborah7229Ай бұрын

    Where is Model code of conduct?

  • @srigunajitsharma8282
    @srigunajitsharma8282Ай бұрын

    100% pare .

  • @MonujKhanikor-vv8gz
    @MonujKhanikor-vv8gzАй бұрын

    Election commission r kam nai

  • @jyotishmansportschannel5948
    @jyotishmansportschannel5948Ай бұрын

    মোৰ মনে ভৱেশ পাগল হল

Келесі