বিজেপিক কিদৰে বিদায় দিলে যুৱ-প্ৰজন্মই চাওঁক🤔

বিজেপিক কিদৰে বিদায় দিলে যুৱ-প্ৰজন্মই চাওঁক🤔#news18assamnortheast #time8news

Пікірлер: 14

  • @abhiramdas8413
    @abhiramdas841322 күн бұрын

    সুন্দৰ বিশলেষণ। সুন্দৰ ভাৱমূৰ্তি

  • @hndekari8011
    @hndekari801121 күн бұрын

    যুব-প্ৰজন্মৰ চিন্তাই গতিশীলতা লাভ কৰিছে । সৰ্বানন্দ সোনোৱাল বা নৰেন্দ্ৰ মোডীৰ উন্নয়নৰ ধাৰাই যে নতুন প্ৰজন্মক আশ্বস্ত কৰিব পৰা নাই, সেইটো যুবকণ্ঠ অনুষ্ঠানত প্ৰতিফলিত হৈছে । ইয়াৰ মূল কাৰণ, "ঘৰত ঢকুৱাৰ বেৰ, বাহিৰত চুৰিয়াৰ ফেৰ ।"--' ধৰণৰ উন্নয়ন। ইয়াৰ ফলত ক্ষোভৰ বিস্তাৰ ঘটিছে ।।

  • @jiya3424
    @jiya342422 күн бұрын

    মিছলীয়া নৰেন্দ্ৰ মোদী বিদেশী কেতিয়া খেদিবা , তোমাৰ দৰে মিছলীয়া প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষত এতিয়ালৈ এজনো দেখা নাই ।

  • @HorenGogoi-my8dk
    @HorenGogoi-my8dk21 күн бұрын

    বিজেপিয়ে সংখ্যা গৰিষ্ঠ আসন পালেও নৰেন্দ্ৰ মোদীক কিন্তু প্ৰধান মন্ত্ৰীৰ পদত দলিয় প্ৰাঠিত ই অধিস্থিত নকৰে ।

  • @techtipssupported8958

    @techtipssupported8958

    21 күн бұрын

    হয়,একেবাৰেই সঁচা কথা কৈছে চাৰ,আপোনাক অশেষ ধন্যবাদ জনালোঁ চাৰ🙏❤️❤️❤️🙏

  • @subhadutta5368
    @subhadutta536822 күн бұрын

    ৰাস্তাঘাট নিৰ্মাণ কৰাটো উন্নয়ন নহয় ।

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7f22 күн бұрын

    শুভ লক্ষণ মঙল বাৰ্তা

  • @rafikali6414
    @rafikali641422 күн бұрын

    সুন্দৰ বিশলেষণ কৰিছে আৰু সুন্দৰ ভাৱমূৰ্ত্তি ৷

  • @minahazarika7578
    @minahazarika757822 күн бұрын

    Right

  • @user-pm4el9uj5o
    @user-pm4el9uj5o22 күн бұрын

    Congress❤❤❤

  • @munindrakumarbhuyan2884
    @munindrakumarbhuyan288421 күн бұрын

    AAP ka candidate jitega.

  • @hemkantasaikia2938
    @hemkantasaikia293822 күн бұрын

    Misalia P.M

  • @dipamonidas3369
    @dipamonidas336922 күн бұрын

    Goob।

  • @DhrubajyotiPhukan-dv5er
    @DhrubajyotiPhukan-dv5er22 күн бұрын

    Gorib+middle-class-yovo-projonmok-10yot-modiji/mamai-niman-dise-aji-60y-cong;-dibo-pora-nai-aru-future-nuware-kebol-modiji/mamai-psribo-yovo-projonmo-abegik-hoi-luv-nai-pisot-postsbo-karon-rahul-gandhi-pm-huwatu-ami-nibisaru-modiji-pm-huwatu-bisaru

Келесі