বিহু কমিটি সম্পৰ্কত জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াৰ ভাষণ||Nitumoni Saikia||Bhakhan||Bihu Kamiti||

Музыка

বিহু কমিটি সম্পৰ্কত জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াৰ ভাষণ🎤
স্থান-খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় ,শিৱসাগৰ
"হীৰক জয়ন্তী উৎসৱ" ২০২২বৰ্ষ
#NitumoniSaikia#Bhakhan#SumitSaikia_Official

Пікірлер: 331

  • @eeshankalita377
    @eeshankalita3772 жыл бұрын

    প্ৰথমতে ধন্যবাদ জনালো ।ভাষণ শুনি বহুত ভাল লাগিল । একেবাৰে সচা কথা । কিছুমান মানুহে হয়তু বেয়া পাব পাৰে ।

  • @dipanjalgogoi8389
    @dipanjalgogoi83892 жыл бұрын

    নিতুমণি শইকীয়া সাংবাদিকৰ অন্যতম ।

  • @loikhyahiragogoi4408
    @loikhyahiragogoi44082 жыл бұрын

    সঁচা কথা , শুনি সুখী হলো

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah69062 жыл бұрын

    ইয়াতকৈ সচাকথা আৰু একো নাই ......thanks Nitumoni dangoria ...সংস্কৃতিৰ নামত দুসকৃতি ....

  • @MAHANANDA_BORAH
    @MAHANANDA_BORAH2 жыл бұрын

    একদম সত্য কথা কৈছে🙏🙏🙏♥️♥️♥️

  • @bedabrat6466
    @bedabrat64662 жыл бұрын

    সুন্দৰ কথা কলে, ধন্যবাদ জনাইছোঁ নিতুমনি দা।

  • @riyangdash1697
    @riyangdash16972 жыл бұрын

    বহুত গুৰুত্বপূৰ্ণ কথা কলে ছাৰ🙏🙏🙏

  • @kailashkokilmusic3045
    @kailashkokilmusic30452 жыл бұрын

    ১০০%সত্য কথা, বহুত বহুত ধন্যবাদ জনালোঁ দাদা।

  • @joykumardas9992
    @joykumardas99922 жыл бұрын

    আপোনাৰ এই মহা মূল্যবান বক্তব্য অসমৰ বাবে একেবাৰে সময়োপযোগী।

  • @bhadreswarbora2004

    @bhadreswarbora2004

    2 жыл бұрын

    ইয়াত কৈ আৰু সছাকথা। নাই৷

  • @sanjibbora2594
    @sanjibbora25942 жыл бұрын

    আপোনাৰ কথাবোৰে মন মগজুত ইতিবাচক চিন্তাৰ খোঁৰাক দিয়ে

  • @putulgayan648
    @putulgayan6482 жыл бұрын

    অপ্রিয় চিৰসত্য কথা ।

  • @hemalatachetia3765
    @hemalatachetia37652 жыл бұрын

    ইমান সচা বক্তব্য দিয়া বাবে নিতুমণি লৈ অশেষ ধন্যবাদ জনালোঁ।।

  • @mamatachakraborty460
    @mamatachakraborty4602 жыл бұрын

    Absolutely true.Sir, you r so brave.

  • @shikhyajyotiphukan7969
    @shikhyajyotiphukan79692 жыл бұрын

    সুন্দৰ ছাৰ ।আপোনাক লগ পোৱাৰ বহুত আশা আছে মোৰ । আপোনাৰ সুন্দৰ মন্তব্যই মোক অনুপ্ৰেৰণা যোগায় ।

  • @khagenkalita805
    @khagenkalita8052 жыл бұрын

    সুন্দৰ ভাষণ নিতুমণি শইকীয়াই সত্য কথা কৈছে। এদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা।

  • @rashmiborah1103
    @rashmiborah11032 жыл бұрын

    নমস্কাৰ জনালো ভগৱানে আপোনাক ছাৰ ভালে ৰাখক আপোনাক , সঁচা কথা সুন্দৰ মন্তব্য 🙏🙏🙏🙏

  • @DebojitHandique.
    @DebojitHandique. Жыл бұрын

    ১০০% সচা আপোনাৰ এই স্পষ্টবাদী মনটোৰ বাবেই সদায় প্ৰিয় মোৰ।

  • @renubordoloi6867
    @renubordoloi68672 жыл бұрын

    ইমান মুকলিকৈ সম্পূৰ্ণ সত্য কথা প্ৰকাশ কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবোৰ কেনেকৈ নিৰাময় কৰিব পাৰি তাৰো দিহা আপোনালোককেই ভৰষা কৰি ৰাইজে নিশ্চয় কৰিব পাৰে 🙏🙏

  • @iamfootballplayerilikefoot6118

    @iamfootballplayerilikefoot6118

    2 жыл бұрын

    জয় আই অসম,জয় আই অসম , জয় আই অসম

  • @rameshdeka6472
    @rameshdeka6472 Жыл бұрын

    সচা অৰ্থত এয়া গঠনমূলক উদাত্ত ভাষণ । সুন্দৰ সংস্কৃতিৰ বিপৰীতে তথাকথিত উৎসৱ পাৰ্বণত চলি থকা অসুন্দৰ অপসংস্কৃতিৰ ওপৰত এয়া এক নিৰ্ভীক নিৰ্মম বিশ্লেষণ

  • @hemantahazarika9715
    @hemantahazarika97152 жыл бұрын

    সম্পূৰ্ণ একমত,

  • @purnimasaikia4637
    @purnimasaikia46372 жыл бұрын

    সচাকৈ ভাষন এনেকৈ দিব লাগে।দূখিয়াৰ পকেত চুহি খোৱা বিহু পাতে আজিকালি।আপোনি সচা কথা কোৱাৰ বাবে🙏🙏

  • @anandarabha2679

    @anandarabha2679

    2 жыл бұрын

    চিৰ সত্য।

  • @rajeevborpatragohain6342
    @rajeevborpatragohain63422 жыл бұрын

    সুন্দৰ... ধন্যবাদ আপোনাক ।

  • @sewalimohonnath4882
    @sewalimohonnath48822 жыл бұрын

    শুনিবলৈ অপ্ৰিয় হলেও সত্য

  • @pranabtaralidas
    @pranabtaralidas2 жыл бұрын

    চিৰ সত্য কথা দাদা। মনৰ কথাখিনি আপুনি কৈ পেলালে। ধন্যবাদ

  • @bitulkalita3365
    @bitulkalita33652 жыл бұрын

    একদম সচা কথা কৈছে এইবোৰকে চলি আছে

  • @tilamakalita6639
    @tilamakalita66392 жыл бұрын

    আমাৰ মনৰ মাজত সোমাই থকা বক্তৃতাৰ বাবে বুকুখত বৰ শান্তি পালো। ভগৱানে তোমাক মঙ্গল কৰক শক্তি দিয়ক ।

  • @dibakarkalita1860
    @dibakarkalita18602 жыл бұрын

    Salute sir..🙏.. 100% right......... But koboloi kunu ag barhi nahe.... Sotru barhibo buli

  • @dipenloyingassam
    @dipenloyingassam2 жыл бұрын

    সুন্দৰ

  • @dharitibora9890
    @dharitibora98902 жыл бұрын

    Nice

  • @sunilkonwar3376
    @sunilkonwar33762 жыл бұрын

    অপ্ৰিয় সত্য ৷

  • @monikadevi1719
    @monikadevi17192 жыл бұрын

    Bohut bohut dhaynyabad dada, amar yatu tenekua manuh ase , jia poisa mare , apunar kothabur mur bohut val lage .

  • @gouravburagohain597

    @gouravburagohain597

    2 жыл бұрын

    বৰ সুন্দৰ কথা কৈছে সচাঁ কথা

  • @sarojjyotinath3366
    @sarojjyotinath33662 жыл бұрын

    অপ্ৰিয় হ'লেও সত্য কথা, আমাৰ তাতো আছে

  • @debojitmazumdar1372
    @debojitmazumdar13722 жыл бұрын

    মোৰ জনপ্ৰিয় মানুহ জনে হ'ল নিতুমণি শইকীয়া Sir 🙏🙏

  • @satyajitbordoloi4328
    @satyajitbordoloi43282 жыл бұрын

    Right kotha apuni bohut dhuniya kotha koise dada💯❤️❤️

  • @jyostnagogoi3817
    @jyostnagogoi38172 жыл бұрын

    বৰ ভাল কথা কৈছ দেই চাই সকলোৰে মন দি শুনক

  • @swagotambhuyan2638

    @swagotambhuyan2638

    2 жыл бұрын

    নিউজ চেনেলবোৰে যে বিহু অহাৰ তিনিমাহৰ আগৰ পৰাই বিহুক বীজতৰিয়া কৰিছে।

  • @kailashsarma207
    @kailashsarma2072 жыл бұрын

    সছা কথা কৈছে দাদা। বহূত বহূত ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

  • @deepaksaikia8193
    @deepaksaikia81932 жыл бұрын

    Whatever you said is completely right sir. Joi aai axom.

  • @kadamkalita4251
    @kadamkalita42512 жыл бұрын

    সঁচা কথা 👍👍

  • @abdussobur2134
    @abdussobur21342 жыл бұрын

    manonio mr nitumoni saikia'r vasan bor val lagil ! Thank you

  • @nababonia8392
    @nababonia83922 жыл бұрын

    একদম সচাঁ কথা

  • @lulalu6707
    @lulalu6707 Жыл бұрын

    নিতুমনি দা মজা মন কৰিবলগীয়া কথা উল্লেখ কৰিছে 🔥👈

  • @debajyotichangmai320
    @debajyotichangmai3202 жыл бұрын

    সঁচা কথা কলে লাগে লেঠা ৷ধণ্যবাদ আপোনালৈ

  • @jkassam3564
    @jkassam35642 жыл бұрын

    Nitumoni dada mja

  • @bikramjitsinghdas2311
    @bikramjitsinghdas23112 жыл бұрын

    🙏100% সছা কথাই

  • @DIPAKDAS-yq4vb
    @DIPAKDAS-yq4vb2 жыл бұрын

    নিটো দা good

  • @susilmahato6276
    @susilmahato6276 Жыл бұрын

    আপুনি সত্য কথা কৈ নিজৰ সাহসীকতাৰ পৰিচয় দাঙিধৰা এগৰাকী সাংবাদিক হিচাপে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলো।

  • @dkbhai9661
    @dkbhai96612 жыл бұрын

    বৰিয়া ,পকেতত চব বৰাই লয় ,দুখীয়া জনসাধাৰণৰ পৰা ৩০০টকাকে লয়|

  • @pranjalkhanikar205
    @pranjalkhanikar2052 жыл бұрын

    Hundorr

  • @pradipdas4617
    @pradipdas46172 жыл бұрын

    একেবাৰে সত্য কথা কৈছে দাদা 🙏🙏🙏

  • @jyotikhanikarmoon5359
    @jyotikhanikarmoon53592 жыл бұрын

    সুন্দৰ বক্তব্য ৰাখিছে

  • @borajuerney2310
    @borajuerney23102 жыл бұрын

    apuni hosai mohan, dada🥰😍

  • @pranabchowdhury941
    @pranabchowdhury9412 жыл бұрын

    Dada apuni....hundor kotha koise...

  • @ankurboruah8273
    @ankurboruah82732 жыл бұрын

    সঁচা কথা ❤️😘😘

  • @purnimasaikia4637

    @purnimasaikia4637

    2 жыл бұрын

    গোদ

  • @jitumoninrhdoley8237
    @jitumoninrhdoley82372 жыл бұрын

    Bhot bhot osa kotha koiseo dada

  • @rupjyotisaikia5021
    @rupjyotisaikia50212 жыл бұрын

    Mja....

  • @biswajitsaikia8452
    @biswajitsaikia84522 жыл бұрын

    Bahut hundar...hasa katha koise Nituda...

  • @user-zo4fi9zg6t
    @user-zo4fi9zg6t2 жыл бұрын

    উপস্থিত আছিলোঁ আপোনাৰ বক্তব্য শুনি বহুত কথাই শিকিলোঁ ধন্যবাদ ছাৰ👍👌👌

  • @rashnamadhi7592
    @rashnamadhi75922 жыл бұрын

    একদম সচাঁ কথা ৷

  • @pompidassaikia4982
    @pompidassaikia49822 жыл бұрын

    Nitumoni da 🙏♥️🙏👍

  • @abdulkhayer3419
    @abdulkhayer3419 Жыл бұрын

    Fine dada

  • @bubujitkonwar4876
    @bubujitkonwar48762 жыл бұрын

    আপোনাৰ কথাত একমত সঁচাই এই অৱস্থা ছবেই বুজি পাই মাথোঁ লৈ নাথাকে আৰু

  • @hazarikarajani2427
    @hazarikarajani24272 жыл бұрын

    Moi pohi thaka khomoit .sora guri high school. pora khuj kahi game khelibo goisilu school r namet.monot pore aji .aji moi Indian army .jai hind sar .jai ai Assam.mojja kotha koise👍👍👍

  • @pratimarabha-qn9eu
    @pratimarabha-qn9eu Жыл бұрын

    Buhut bhal lagil sir

  • @mulugmabasumatary4875
    @mulugmabasumatary48752 жыл бұрын

    Bap re baap right 👍 kotha koledwi dada

  • @nkdhunu1004
    @nkdhunu10042 жыл бұрын

    কথাত যুক্তি আছে।

  • @manjitborah191
    @manjitborah1912 жыл бұрын

    100% hosa kotha sir

  • @DilipKalita-gb2fe
    @DilipKalita-gb2fe Жыл бұрын

    মনৰ কথা খিনিক কোবাৰ বাবেই ধন্যবাদ দিলো

  • @ramadeka3946
    @ramadeka39462 жыл бұрын

    Yes,100/

  • @amiyarabha7008
    @amiyarabha70082 жыл бұрын

    Val lagil aapunar montob aapunak thanks 🙏.dangriya

  • @jibikarsandhan
    @jibikarsandhan Жыл бұрын

    আপোনাক বহুত ধন্যবাদ। সত্য কথাবোৰ এনেকৈ আপোনাৰ বাদে কোনে কব পাৰিব।

  • @rebotimohan2274
    @rebotimohan22742 жыл бұрын

    বহুত ভাল কথা কলে ছাৰ ।

  • @monjitboruah7082
    @monjitboruah70822 жыл бұрын

    Hosa kotha nitumoni da

  • @dimpalbaishya5514
    @dimpalbaishya55142 жыл бұрын

    Absulitly right Dada..Apuni sundar katha koi.

  • @gagank.r.b7733
    @gagank.r.b77332 жыл бұрын

    Ofcores 100% corect sir , u are so breave . . আমাৰ ইয়াত বহুত আছে এনেকুৱা Nonsense person . আপোনাক এবাৰ ল’গ পোৱা বৰ আশা আছে ! কিয়নো আপোনাৰ প্ৰতিটো কথাই অনুপ্ৰেৰণা দি আহিছে ! সচাই আপুনি Great 🙏🙏💐💐

  • @gunjanvidioes5969

    @gunjanvidioes5969

    2 жыл бұрын

    Dhunia kotha kola moina val lagil

  • @gagank.r.b7733

    @gagank.r.b7733

    2 жыл бұрын

    Moyna kak kole ? 😞

  • @proctardamble3182
    @proctardamble31822 жыл бұрын

    মঞ্চ বিহুৰ বাহিৰৰ পৰিবেশটো বিহাৰীৰ মুজৰাতকৈ জানো কিবা ভাল পৰ্যায়ত আছেনে

  • @purnadasrock6448
    @purnadasrock64482 жыл бұрын

    Ji khini kotha kole apuni 100% Right, Manuh bure Chanda kiman dibo, gutei bosor tu jodi program Patia thake, Aru tat koi dangor kothatu hol, Akekhini manuh, akeikhon Khomiti, Aikhini mahuhe nijor Gaon program pota bahireo, Gutei Area tu t program t dekhipabo ,, BIHU, PUJA, MELA, THEATER, RAKH, ADHIBEKHON, Adi aku khari najai Aikhini manuhor pora, khokolute khei mukh keikhone dekha puwa jai....

  • @pintuwu100k
    @pintuwu100k2 жыл бұрын

    সুন্দর ধ্যনবাদ দাদা

  • @hemantagogoi4298
    @hemantagogoi42982 жыл бұрын

    Akdom hosa kotha..heikarone...

  • @dhirenbezbaruah3346
    @dhirenbezbaruah33462 жыл бұрын

    সঁচা কথা কৈছে দাদা

  • @juribhuyan7438
    @juribhuyan74382 жыл бұрын

    Mor akebare favorite & mrmr sangbadik jon👍

  • @anilhandique436
    @anilhandique4362 жыл бұрын

    Thnink you dada

  • @dipanjoligogoi5757
    @dipanjoligogoi57572 жыл бұрын

    আমাৰ ইযাতো আছে এজন এদভকেট,ভদ্ৰতামোখা পিনধি অভ্‌দ্ৰতা কাম কৰি ঘুৰি ফুৰে।

  • @arupdas8855
    @arupdas88552 жыл бұрын

    চিধা কথা সঁচা কথা mojja লাগিল শুনি

  • @user-ww6be4bm3d
    @user-ww6be4bm3d2 ай бұрын

    ❤❤❤ xoisa kotha koisa dada amr fali ane mahnu asa

  • @gopisrgaming8260
    @gopisrgaming82602 жыл бұрын

    Right 💯

  • @rubigogoi5227
    @rubigogoi52272 жыл бұрын

    100% right✅👏👏👏👏

  • @mukulchaudhury1211
    @mukulchaudhury12112 жыл бұрын

    It's very very right word by you nitumoni Saikia mahodoy.But nobody's want to understand that....

  • @dabajitgogoi2045
    @dabajitgogoi20452 жыл бұрын

    হছা কঠা কৈছে আপুনি

  • @aakharrengoni9043
    @aakharrengoni90432 жыл бұрын

    সম্পূৰ্ণ সঁচা কথা।

  • @phatiksaikia9340
    @phatiksaikia93402 жыл бұрын

    110% right...🥰

  • @parishmita3889
    @parishmita38892 жыл бұрын

    Inspiration pua jai ene kisuman guni gyani lukor pora🌞tekhetor protyektu kotha spostovadi ,,,,💫

  • @bijumonihazarikagogoi327
    @bijumonihazarikagogoi3272 жыл бұрын

    Hosa kotha....

  • @mrborah6228
    @mrborah62282 жыл бұрын

    একেবাৰে সঠিক কথা কৈছে

  • @motlebhussainmondal880
    @motlebhussainmondal8802 жыл бұрын

    Thanks for your presentation.

  • @arabindaboro3267
    @arabindaboro32672 жыл бұрын

    Great speech. Well done

  • @manashsharma7382
    @manashsharma7382 Жыл бұрын

    Right 👍▶️ kotha koisha nutumini Saikia da ♥️💪 committe manhua a bhu pste kintu Artistak respect dibo najanw Gamusha oindhe jw reaoect duya nohoy aru passot beya asjsran kore artistak jenekua Achurjo borpatro da logot korishile committe a aru tola khijibo ahw sanda tulibo aeu committee aninoe lavhor Karone raihok dabi lori Chanda khijibo ahe ghorot goi hoi nijor pocket girom kodibo karone val laghile xuni Vod bless him always and best wishes for future endeavors 🙏🙏❤️❤️😂😂🎉❤ 🙏🙏

  • @nk-ju8qk
    @nk-ju8qk2 жыл бұрын

    Moja

  • @dhanjyotiborah2058
    @dhanjyotiborah20582 жыл бұрын

    Apunar kotha bilak huni. Mur bahut vallage Nitumoni da .

  • @ahidurahman4543
    @ahidurahman45432 жыл бұрын

    100% Right

  • @pabinsarma2989
    @pabinsarma2989 Жыл бұрын

    বহুত ‌বহুত‌‌,, সুন্দৰ

Келесі