📌৪০ বছৰ বিধায়ক হৈ কিয় সম্পত্তি গোটাব নোৱাৰিলে ফণীভূষণ চৌধুৰীয়ে?

📌'নিৰ্বাচন খেলিবলৈ মোৰ হাতত পইচা নাই'। ৪০ বছৰ বিধায়ক হৈ কিয় সম্পত্তি গোটাব নোৱাৰিলে ফণীভূষণ চৌধুৰীয়ে? কেতিয়া কোনে দিব বিছাৰিছিল ঘোচ? টিকট লাভ কৰি ৪০ বছৰে ১টকাও দুৰ্নীতি নকৰা কথা ফণীভূষণ চৌধুৰীৰ মুখত।

Пікірлер: 453

  • @SamimAkter-fe8qt
    @SamimAkter-fe8qt2 ай бұрын

    এজন আদৰ্শ ৰাজনীতিবিদ আৰু এজন বহুত মৰমলগা মানুহ। ছাৰ আপোনাক প্ৰনাম জনালোঁ।

  • @kanaklalsutradhar6998

    @kanaklalsutradhar6998

    2 ай бұрын

    Politicianr kono aadarsha nethake bro. Only subidhawadi Swarup tu he lukai thake.

  • @sambarukumardas1357
    @sambarukumardas13572 ай бұрын

    শৰৎ চন্দ্ৰ সিংহৰ পিচতেই ফনী ভুখন চৌধুৰীৰ স্থান অসমৰ ইতি হাসত জিলিকি থাকিব।

  • @DrRakhalchandraDebnathBHMS

    @DrRakhalchandraDebnathBHMS

    21 күн бұрын

    Congratulations 👏👏🎉🎉🎉🎉

  • @okikayastha7068
    @okikayastha70682 ай бұрын

    আপোনাৰ লৰাটোক কব যে তেও এজন ভাল মানুহৰ লৰা। আজিকালি ভাল মানুহ পাবলৈ নাই।

  • @mahmudabbas4197
    @mahmudabbas41972 ай бұрын

    চৌধুৰী ছাৰৰ দৰে ৰাজনৈতিক নেতা দেশৰ কাৰণে বিৰল। ছাৰক দেখিছোঁ আৰু যিখিনি শুনিছোঁ, ছাৰ মানুহজন একদম অহংকাৰ মুক্ত মানুহ আৰু সাধাৰণভাৱে জীৱন-যাপন কৰে। অসমৰ বৰ্তমানৰ বুদ্ধিজীৱী,ওপৰৰ মাল, চাণক্যৰ দৰে ৰাজনীতি নকৰাৰ বাবে আজি ছাৰৰ ল'ৰাই ভৱিষ্যতৰ কাৰণে চিন্তিত।

  • @jitudas1462
    @jitudas1462Ай бұрын

    দুৰ্নীতি কৰি কোনোৱাই কব নেকি দুৰ্নীতি কৰা বুলি কি যে প্ৰশ্ন সোধে, আৰু দুৰ্নীতি নকৰা কৈ কোনেও ৪০ বছৰে ৰাজনীতিত তিকি থাকিব নোৱাৰে, নিজৰ বাবে একো নকৰিলেও বিভিন্ন চান্দা পাতি বা লগ কৰিব যোৱা মানুহক বিলাওঁতে কোটি কোটি টকা খছৰ হয়।। তেখেত ভাল হব পাৰে কিন্তু আজিৰ পেক্ষাপতত দুৰ্নীতি নকৰা কৈ ৰাজনীতি কৰা অসম্ভৱ।।

  • @manoranjankalita9103
    @manoranjankalita91032 ай бұрын

    চাৰ মোৰ বিবেকে কয় অসমত আপোনাৰ দৰে মানুহ থাকিলে আজি অসম খন বিশ্বাৰ ভিতৰত একত জিলিকিলে হয় ৷

  • @anjanabezbaruah9617
    @anjanabezbaruah96172 ай бұрын

    প্ৰকৃত ৰাজনৈতিক আপুনি বহুত মহান আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভগৱানে আপোনাক মঙ্গল কৰক তাকেই কামনা কৰিলোঁ 🙏🙏🙏🇮🇳🇮🇳

  • @oxygenlife8980
    @oxygenlife89802 ай бұрын

    I meet this guy during AGP regime when I was in school. He suddenly visited my house and asked for Coconut water. I refused him by saying that I couldn't climbed for u to get Coconut water .He was then minister of Assam Govt. He smiled and went out. I am proud of u sir .A real hero from Koch-Rajbongshi community next to Sarat Sinha.

  • @jyotirmoytalukdar6025
    @jyotirmoytalukdar60252 ай бұрын

    40 years MLA.. Unbelievable Salute....

  • @hemantaroy9892
    @hemantaroy98922 ай бұрын

    আপোনাৰ নিচিনা ৰাজনীতিবিত ভাৰতবৰ্ষত থাকিলে সোণৰ ভাৰত হলে হয় ইমান দিন, কিন্তু কিছুমান চুৰ আছে সেই কাৰণে আজি আমাৰ ভাৰতবৰ্ষত আজি ইমান দুখীয়া।

  • @user-pq4qy1js4p
    @user-pq4qy1js4p2 ай бұрын

    আপোনাৰ সততাক প্ৰণাম জনালো। তথাপি নিজৰ সন্তানৰ আবেগক উপলদ্ধি কৰি আপোনাৰ পৰিয়ালৰ ভবিষ্যতৰ দিনবোৰ আনন্দৰ মাজৰে অতিবাহিত হোৱাটোও কামনা কৰক। আপোনাৰ কুশল কামনা কৰিলো।

  • @upenchdas3686
    @upenchdas36862 ай бұрын

    দাদা আপোনাক ভগৱানে মঙ্গল কৰক

  • @nirumonichutia8169
    @nirumonichutia81692 ай бұрын

    Hosai প্ৰকৃত ৰাইজৰ প্ৰতিনিধি আপুনি হে চাৰ,,,, চেলুত আপোনালৈ,, আপোনাৰ পৰা আমাৰ কিছুমান প্ৰতিনিধিয়ে শিক্ষা পোৱাটো উচিত বুলি ভাবোঁ,,,,

  • @Samarjyoti440
    @Samarjyoti4402 ай бұрын

    আপোনাৰ স্থান স্বৰ্গত আৰু আপুনি স্বৰ্গত মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী হব আৰু পৃথিৱীৰ ৰাজনৈতিক মন্ত্ৰী দালালবোৰক নৰকত ৰাখে মধ্যত ৰাখে স্বৰ্গত ৰাখে আপোনাৰ চহী মৰ্মেহে স্থান পাব। ধন্যবাদ আপোনাক।।।

  • @bkp9774

    @bkp9774

    2 ай бұрын

    বৈকুণ্ঠত থান আপোনাৰ। প্ৰণাম

  • @Aritraborokatharpi

    @Aritraborokatharpi

    2 ай бұрын

  • @dineshbaruah6309
    @dineshbaruah63092 ай бұрын

    সৌ সিদিনা কান্দি-কান্তি ঘৰিয়ালৰ চকুপানী মচি ৰাইজক যি অভিনয় কৰি দেখুৱালে বাহঃ বাঃ ফনিভূষণ চৌধুৰী বাঃ। কি সুন্দৰ অভিনয়।

  • @kanaklalsutradhar6998

    @kanaklalsutradhar6998

    2 ай бұрын

    👍 👍 😂

  • @birennath8618
    @birennath86182 ай бұрын

    দুৰ্নীতি নাই কৰা সেইটো ডাঙৰ কথা নহয়, ৪০ বছৰত সমষ্টিৰ কিমান কাম কৰা হ'ল, সেইটো হে ডাঙৰ কথা।

  • @xmdi3687
    @xmdi36872 ай бұрын

    জনা জনে হে জানে দূৰৰ পাহাৰ খন ধুনীয়া !

  • @palashdeka7996
    @palashdeka79962 ай бұрын

    Ideal politician of Assam ❤❤❤

  • @digantacharingia7957
    @digantacharingia79572 ай бұрын

    দুৰ্নীতি নহয় উন্নয়ন কিমান কৰিলে সেইটো হুধক। 40 বছৰত সমষ্টিৰ কিমান উন্নয়ন হল।

  • @user-en2np4uj6d

    @user-en2np4uj6d

    2 ай бұрын

    উন্নয়ন নহলেও কথা নাই, যদি দুৰ্নীতি হোৱা নাই।

  • @pankaj48283

    @pankaj48283

    Ай бұрын

    দৃৰ্নীতি হোৱা নাই মানেই উন্নয়ন হৈছে

  • @balendas4259
    @balendas42592 ай бұрын

    ডাঙৰ দুৰ্নীতি কৰিছে আপুনি । বিজেপিৰ কথা মতে উঠা বহা কৰাটো স্বভাৱ সেই কাৰণে অগপ দলটো শেষ কৰিলে সেইটোতকৈ ডাঙৰ দুৰ্নীতি কিবা আছেনে ? এইবাৰ বিজেপিয়ে আগপ খটম কৰিব ২০২৬ ত ।

  • @pradipsarmah9509
    @pradipsarmah9509Ай бұрын

    দুৰ্নীতি কৰা নাই, দুৰ্নীতি ৰোধ কৰাৰ ক্ষমতাও নাই । "Love at first sight. "

  • @businesslover704
    @businesslover7042 ай бұрын

    Anekuwa manuh he CM hoba lage bht bht unnoti holak hoi ❤

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn20 күн бұрын

    Very good persan phonibhukhon choudhary .

  • @dibyajyotiborthakur8968
    @dibyajyotiborthakur8968Ай бұрын

    Pranam jonalu , you are great , You are absolutely correct

  • @kanojhaloi193
    @kanojhaloi193Ай бұрын

    অসমৰ ইতিহাসত এজন সোনালী আখৰেৰে জিলিকি থকা নেতা সকলোৰে শ্ৰদ্ধাৰ ফনীভূষণ চৌধুৰী দেৱ সদায় কুশলে থাকক এজন ভাল মনৰ মানুহ।

  • @Jon_mani
    @Jon_mani2 ай бұрын

    আপুনী বহূত দিন জীয়াই থাকক ছাৰ।

  • @user-rj7nf1fj8z
    @user-rj7nf1fj8z2 ай бұрын

    মহান ৰাজনৈতিক বিদ। সহজ সৰল মানুহ

  • @AlakeshBarman-pc8zn
    @AlakeshBarman-pc8zn2 ай бұрын

    ছাৰ জিন্দাবাদ । জয় আই অসম🎉❤🎉

  • @Fcgghh.dibya6046
    @Fcgghh.dibya60462 ай бұрын

    দুৰ্নীতি কৰিছে নে নাই কৰা সেইটোতকৈ ৰাই বাবে কিমান কাম কৰিছে সেইটো হে দৰকাৰী

  • @nayanroy7561

    @nayanroy7561

    19 күн бұрын

    কাম নকৰিলে জিকে নেকি?

  • @DibharaniRabha-ny9rg
    @DibharaniRabha-ny9rg2 ай бұрын

    Aponak bohut val lage, aponi burbok nohoi aponi ajon buhut val manuh.

  • @minakhipegu6503
    @minakhipegu65032 ай бұрын

    Sir khub vhal lagil. Dirgojibi honk

  • @user-hu3qy9si2o
    @user-hu3qy9si2o2 ай бұрын

    ফনিদাই কৰিলেনো কি?সাংসদ হিছাবে য্যোগ্য হয়জানো ফনিভূষন! কামনকৰিলে দুৰ্নিতি কৰপৰা হবা।

  • @withRraktim
    @withRraktim2 ай бұрын

    ভাল লাগে মানুহজনক❤

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml2 ай бұрын

    আপুনি দুৰ্নীতি কৰা নাই মানিচো, কিন্তু "কা" বলবৎ কৰাৰ খেত্ৰত আপুনি কিয় বিৰোধিতা কৰা নাই?আপুনি এতিয়াও অসমবাসীৰ লগত থাকক। আপুনি চিৰদিন লৈ অসমবাসীৰ বাবে আদৰ্শ হৈ থাকিব।

  • @kanaklalsutradhar6998

    @kanaklalsutradhar6998

    2 ай бұрын

    Absolutely right question bro. 👍

  • @paramanandabora1047
    @paramanandabora10472 ай бұрын

    Another Sarat Sinha in Assam. They are ideal persons in the state.

  • @kanaklalsutradhar6998

    @kanaklalsutradhar6998

    2 ай бұрын

    Oho...Sarat Singha Sir r lgt tulona nokorai bhal. Tekhet ajon otimanab asil.

  • @sisirsahariah1909
    @sisirsahariah190925 күн бұрын

    কাকনো বুলিম ককা সকলোৰে দাড়ি চুলি পকা।এটাই দুখ বিধান সভাত ৪০বছৰৰত আপুনি একো কোৱা নুশুনিলো অসমৰ সমস্যাৰ ওপৰত।

  • @nityajitchetia3093
    @nityajitchetia3093Ай бұрын

    দূৰ্নীতি কৰিছে নে নাই তেওঁ জানিব, কিন্তু আমি তেওঁক কোনো দিশতে সফল দেখা নাই যোৱা 80 বছৰে।

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go2 ай бұрын

    হাতীৰ কলগছ খোৱাৰ বল নাই,সেয়ে পদুম ফুল খাব ললে,কোচ ৰাজবংশী সকলে জনজাতি পালেনে,কা আহিলে কত আছে,দিল্লীত গলে কি হব চকী শুৱনি নহব,ডেকাহে যাব লাগে বয়স বাঢ়িলে জিৰনীৰ প্ৰয়োজন,পিচত গম পাব গল খাব

  • @mahimchdeka9298
    @mahimchdeka92989 күн бұрын

    Dhanyabad. bahut bahut dhanyabad.kintu aponar ai adarsha Dale manisene?sakalowe jadi aponar adarsh manilheten tenehole aji deshar ai paristhiti naholheten. God bless you.

  • @NiranjanNath-pk9dr
    @NiranjanNath-pk9drАй бұрын

    আচলতে লোৱাৰ অসমৰ মানুহে বাহিৰা পইচা নাখায়।

  • @surabhiboro7490
    @surabhiboro74902 ай бұрын

    মানুহ হলে এনেকুৱাই হব লাগে

  • @aabirgogoi1694
    @aabirgogoi16942 ай бұрын

    Sir আপোনাক প্ৰণাম, আপোনাৰ দৰে সকলো বোৰ যদি akei huwa hole অসম খন বহুত বেছি উন্নতি হল hoi

  • @RamChandra-ks1wf
    @RamChandra-ks1wf2 ай бұрын

    40 year.Reyal Hero salut sar🙏🙏🙏🙏🙏

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn20 күн бұрын

    It is universaltruth speech . Ji khokol sattholubhi teolukehe duniti kore ha .

  • @hemalatachetia3765
    @hemalatachetia37652 ай бұрын

    হে ভগৱান,,,আজিৰ তাৰিখত বিধায়ক সকলৰ কৌৰ কোটি,,,,,,মন্ত্ৰীৰ সকলৰ কৌৰ ,,কৌৰ কোটি ,,,আপোনাক কি বুলি ভাবিব লাগিব ককাইদেউ।

  • @NabinDeka-pm3zm
    @NabinDeka-pm3zmАй бұрын

    বহোট দূশ লগা আপুনী ভাৱে ঠাকক

  • @jitensarma1210
    @jitensarma12102 ай бұрын

    তেওঁ অসমৰ ‌কাৰণে কৰা ভাল দুটামান উদাহৰণ দিবছোন যদিহে আছে, থাকিবতো নালাগে !

  • @user-dm9qs4fo8w
    @user-dm9qs4fo8w2 ай бұрын

    চব মিছা কথা ৰাজনীতিত চব মিছাতে চলে।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa41192 ай бұрын

    একেবাৰে খোলা মনৰ মানুহ তেওঁ।

  • @sumanpegu3543
    @sumanpegu35432 ай бұрын

    কিমান দুখীয়াৰ বা ৰাইজৰ বাবে কাম কৰিলে বা সেইটো প্ৰধান। দুৰ্নীতি পাছৰ কথা।

  • @kamalchandanath3875
    @kamalchandanath38752 ай бұрын

    চৌধুৰী ছাৰৰ দৰে সৎ বিধায়ক হ'লে অসম খন দেশৰ ভিতৰতে এক নম্বৰত থাকিব। আৰু এনে দৰে সৎ সাহসেৰে কোৱা বিধায়ক ইতিহাসত নোলাব।

  • @Rebel-ku4du
    @Rebel-ku4duАй бұрын

    মুকলি মনৰ মানুহ। ভাল লাগিল ছাৰৰ কথা খিনি

  • @zahangiralom4318
    @zahangiralom43182 ай бұрын

    তেওঁৰ নিচিনা মানুহ আজিৰ দিনত বিচাৰি পোৱা অসম্ভৱ ...........

  • @pranabrazguru723
    @pranabrazguru7232 ай бұрын

    ফণীভূষণ চৌধুৰী জিন্দাবাদ ❤

  • @iamrajbongshi8228
    @iamrajbongshi82282 ай бұрын

    এজন সুদক্ষ ৰাজনীতিবিদ ❤🙏

  • @manabdas9631
    @manabdas96312 ай бұрын

    Holeu Guwahatit Komse kom 3ta man Flats bonabo lagisile. Baki MLA MP bilakor Dore.

  • @Grv360
    @Grv3602 ай бұрын

    Tekhete nijor Salary khini bhalkoi save kora usit.Bhal lagil ajir dinot enekua minister thoka buli jani.

  • @abhijitvlogs1283
    @abhijitvlogs12832 ай бұрын

    কি কম ভাষা নাই এনেকুৱা মানুহ লাগে আমাক।

  • @anthanydsouza8801
    @anthanydsouza88012 ай бұрын

    ১০০% হয় সচাঁ কথা। মোৰ ঘৰ বাক্সাত যদিও তেখেতৰ বিষয়ে ভালকে শুনিছোঁ।

  • @rkbcreations09
    @rkbcreations0919 күн бұрын

    Salute🙏

  • @kalpanadas6707
    @kalpanadas67072 ай бұрын

    Great leader,,, Salute Sir,, God less you 🙏

  • @user-mn8kl1ve4v
    @user-mn8kl1ve4v21 күн бұрын

    Hayre 40bosoro montri. Jeevnot aapuni porajit nohi. Thanks

  • @educationentertainment9297
    @educationentertainment92972 ай бұрын

    মানুহজন ভাল বুলি জানো বাৰু কিন্তু কথা হ'ল ইমানবাৰ মন্ত্ৰী বিধায়কৰ বাবদ পোৱা দৰমহা টকা খিনি কি কৰে বাৰু ।

  • @aminulhussainchoudhury1723
    @aminulhussainchoudhury17232 ай бұрын

    ধন্যবাদ ছাছাজী

  • @mrinaldas5653
    @mrinaldas56532 ай бұрын

    হিমন্ত বিশ্বৰ বিষয়ে চৌধুৰীয়ে কি কব ।

  • @gitashrihazarika1253
    @gitashrihazarika1253Ай бұрын

    Hundor vl kri jawk joy bjp

  • @dhritimanbanikya4395
    @dhritimanbanikya4395Ай бұрын

    সৎতাৰ অৱতাৰ হয় .. ওচৰৰ মানুহ বোৰে জানে ! এইবাৰো জিকিব.. খুব গৰীৱ মানুহ জন

  • @ajayboro4571
    @ajayboro45712 ай бұрын

    Dhanyabad sir Gd bless you ❤❤❤

  • @manashjd3365
    @manashjd33652 ай бұрын

    Great person always remember this great men in politician.

  • @putalsarmah6725
    @putalsarmah67252 ай бұрын

    আপুনি সৎ বুলি সকলোৱে জানে কিন্তু আপোনাৰ ল'ৰাটোৱে দূৰ্নীতি কৰাটো বিচাৰে নেকি?

  • @khanindradas7539
    @khanindradas75392 ай бұрын

    প্ৰকৃত মানুহ

  • @bijusaikia5372
    @bijusaikia53722 ай бұрын

    এজন সৎ ৰাজনীতিবিদ । অতি সং ।

  • @Nakaliaparasouthlps
    @Nakaliaparasouthlps2 ай бұрын

    ফনী দা এম পি হওক 80দশকৰপৰাঅামাৰ মাজতেই অাছে অাৰূ থাকিব /

  • @user-vl3om3rl6n
    @user-vl3om3rl6n2 ай бұрын

    God Bless you sir

  • @dhirendeka6638
    @dhirendeka66382 ай бұрын

    Sir aponak bahu2dhanyavad best of luck

  • @gmdowari1
    @gmdowari127 күн бұрын

    Corruption is nil, agree. But development how much, it is important. If development is happening then good. If No corruption, no development....that means big zero.

  • @user-cy2eh9wj8n
    @user-cy2eh9wj8n2 ай бұрын

    আপোনাৰ দৰে ভাল নেতা পাবলৈ বহুত তান ।

  • @Lekhakch.BorahBorah
    @Lekhakch.BorahBorah2 ай бұрын

    Phanida apunar dre byakti biral.Bhagabane kushale rakhak.

  • @parashbordoloi8960
    @parashbordoloi89602 ай бұрын

    May God bless you 🙏

  • @sumansonowal8903
    @sumansonowal89032 ай бұрын

    বহুত ভাল মানুহ আপুনি

  • @krishnavlogs8611
    @krishnavlogs861129 күн бұрын

    Super sir

  • @manabkalita2660
    @manabkalita26602 ай бұрын

    Great leader😊

  • @amulyaroy1600
    @amulyaroy1600Ай бұрын

    Long live phanibhusan Choudhury sir

  • @apurbadasdas9539
    @apurbadasdas95392 ай бұрын

    এনেকুৱা মানুহৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ দৰকাৰ

  • @BORGOSS4473
    @BORGOSS44732 ай бұрын

    Simple manuh ❤❤❤. Dadar nam history' t hodhai jiliki thakibo ... Jai phani da ..

  • @ranjandasvarious....7424
    @ranjandasvarious....74242 ай бұрын

    ইমানো নহয়,লাগাত কে বেছি হৈছি আপোনাৰ

  • @chandraprasadsaikia8399
    @chandraprasadsaikia83992 ай бұрын

    আপোনাক শ্ৰদ্ধা জনাইছোঁ।

  • @bhabendas2719
    @bhabendas27192 ай бұрын

    দুৰ্নীতি নকৰিবলৈ প্ৰতিনিধি নিৰ্বাচিত কৰা হয়,প্ৰশ্ন টো হল ৰাইজৰ কি উন্নতি সাধন কৰিলে?চুক্তি ৰূপায়ন কৰা হল?

  • @md.azimuddinahmed224
    @md.azimuddinahmed2242 ай бұрын

    Salute you Fani Bhushan Choudhary Sir.

  • @user-zi5xg5jw5l
    @user-zi5xg5jw5l2 ай бұрын

    Great leader. Salute sir

  • @souravjyotitamuli1870
    @souravjyotitamuli18702 ай бұрын

    Real man for the men. Top Respect 🎉❤

  • @apurbadasdas9539
    @apurbadasdas95392 ай бұрын

    Very good disison sir 🙏🏻🙏🏻🙏🏻

  • @axamvai2800
    @axamvai28002 ай бұрын

    Bohut vl lagil asu news channel tuk tq jonaisu anekuwa ata video diyar babe

  • @prasanta365kb
    @prasanta365kb2 ай бұрын

    Salute Phanibhusan Choudhury

  • @Vvinod-gr7ib
    @Vvinod-gr7ibАй бұрын

    Dada is really DADA

  • @MakundaKalita-vy5nk
    @MakundaKalita-vy5nkАй бұрын

    Aponak. God. Bless. You

  • @bhadrakantadas6101
    @bhadrakantadas61012 ай бұрын

    Live long phani bhushan choudhuri Dev.

  • @shahidulislam-tb8bv
    @shahidulislam-tb8bv2 ай бұрын

    Khub val lagil

  • @ranatalukdar7267
    @ranatalukdar72672 ай бұрын

    ফণীভূষণ চৌধুৰী ছাৰ জিন্দাবাদ

  • @yubkorkoria258
    @yubkorkoria2582 ай бұрын

    সুন্দৰ

Келесі