#AkashotXunisu

My composition(2015 চনৰ চেপ্তেম্বৰত বানীবদ্ধ হয় ,হৰিনামৰ অমিয়া ৰস এলবামত ৷ভিডিঅ হয় 16/17 চনত ৷সহযোগী গায়িকা--- বন্তী আৰু উমাকান্তি ৷বাদ্যযন্ত্ৰী সকল --- প্ৰতীম গগৈ,কমল কলিতা,দধি দাস,শিল্পী শেখৰ ৷
My daughter's channel- • JAMUNAR BALITE (ASSAME...
বৈকুন্ঠৰ হৰিনাম // নতুন দিহানাম
• Dihanam // বৈকুণ্ঠৰ হৰ...
আকাশে বতাহে শুনিছো হৰিনামৰ অমিয়া ধ্বনি
• Akakhe Botahe | আকাশে ...
Nilakantha
• Assamese Devotional So...
O Hari Pranor katore
• Dihanam for Competitio...
Borduwa Alipukhurite
• New Dihanam || Borduwa...
Gunamala Path
• Gunamala Path by Amiya...
Narasingha Rup
• Dihanam // Narasingha ...
অ হৰি অ কংসৰ কাৰাগাৰে
• Dihanam // জন্মাষ্টমী ...
Abhimanyu
• Dihanam || Abhimanyu |...

Пікірлер: 1 200

  • @jintiborah6142
    @jintiborah61423 жыл бұрын

    আপোনি দিহানাম পৰিৱেশন কৰোঁতে আপুনি নিশ্চয় নাম টোত সোমাই পৰে সেয়েহে ছাগৈ মোৰ দৰে শ্ৰুতা সকলে আপোনাৰ দিহানাম টোত আপ্লোত হৈ পৰে। এনে বহুতো দিহানাম আমাক উপহাৰ দিয়াৰ বাবে বহুতো ধন্যবাদ। মই আৰু মোৰ পৰিয়ালে আপোনাৰ দিহানাম শুনিবলৈ অপেক্ষা কৰি থাকোঁ। দিহানাম মোৰ বৰ প্ৰিয় । আপোনাক ভগৱানে আৰু আগলৈ আগুৱাই নিয়ক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।

  • @babulmedhi3864
    @babulmedhi38642 жыл бұрын

    দিহা নাম আপুনি অতি হৃদয় চুই যোৱা কৈ গাব পাৰে. ভগৱানে আপোনাক দীৰ্ঘদিন জীয়াই ৰাখিবলৈ প্ৰাৰ্থনা কৰিছো. আপোনাৰ বিপদৰ বাবে মনাত বৰ কষ্ট হৈছে. ভৱিষ্যত আপোনাৰ খুশ হব

  • @paragjyotirajkhowa5241
    @paragjyotirajkhowa52415 жыл бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ।। বহুত সুন্দৰ পৰিবেশন ।।

  • @kangkanadowarah2564
    @kangkanadowarah25642 жыл бұрын

    অতি সুন্দৰ । কৃষ্ণ🙏

  • @sharemarket6173

    @sharemarket6173

    2 жыл бұрын

    Bahut xundor baidew.

  • @user-vv2tt3kw4w
    @user-vv2tt3kw4w3 жыл бұрын

    বাইদেউক লগ পোৱাৰ বৰ সেপাহ আছিল। বহুত ভাল লাগে আপোনাৰ কন্ঠ। মই এজন মুছলিম ল'ৰা কিন্তু আপোনাৰ প্রতিটো দিহা নাম তথা হৰি নাম মই শুনিয়েই থাকো। ৰাতি পোৱা শুনিলে গাৰ নোম হিয়ৰি ওঠে।

  • @duttadurna
    @duttadurna2 жыл бұрын

    শুনি আমনি নালাগে এই নামটো। বাইদেউ আপোনালৈ‌ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ।ভালে ৰাখক ভগৱানে।

  • @nayanraj1599
    @nayanraj15995 жыл бұрын

    বহুত ভাল লাগিল। ভগবানে আপোনাক কুশলে ৰাখক।

  • @dipankorsaikia9524
    @dipankorsaikia95245 жыл бұрын

    বৈকুণ্ঠৰ হৰি নাম শুনিলে শুনি থাকিবলৈ মন যায়।সুন্দৰ

  • @kolpanaboruah9414
    @kolpanaboruah94143 жыл бұрын

    বহুত সুন্দৰ বাইদেউ ৷সকলকে শলাগ ললোঁ ৷কৃষ্ণ🙏

  • @romoniboruah2099

    @romoniboruah2099

    3 ай бұрын

    Ajj

  • @sikharanideka1487
    @sikharanideka14874 жыл бұрын

    স‌চাকৈ আপোনাৰ গুণ গাবলৈ একো ভাষা নাই। অতুলনীয় 🙏🙏

  • @easydrawingassam3820
    @easydrawingassam38205 жыл бұрын

    বাইদেউ আপোনাৰ সুন্দৰ কণ্ঠ দেই। আপোনাৰ এই গীত টু শুনাৰ কাৰণে মোৰ মা সদায়ে পাগল হয় থাকে, ৰাতিপুৱা শুনিব নাপালে,চোতাল ঘৰ চফা কৰিবই নোখোজে,আচৰিত দেই বাইদেউ আপুনি,কি বুলি আপোনাক ধন্যবাদ দিম ভাবিয়ে পোৱা নাই অ....,,🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @nabanitaborah3917

    @nabanitaborah3917

    2 жыл бұрын

    ki mja git🥰🥰🥰🙏

  • @easydrawingassam3820

    @easydrawingassam3820

    2 жыл бұрын

    @@nabanitaborah3917 hoi diya no,,

  • @KK-gm9iq
    @KK-gm9iq Жыл бұрын

    শুনিলে শুনি থাকিব মন যায় । god gifted voice ... Really super ...God bless you

  • @gilchristmajuli213
    @gilchristmajuli2133 жыл бұрын

    আপুনি মন প্রাণ ঢালি গীতবোৰ পৰিবেশন কৰে সেই কাৰণে ভাল লাগে ❤️

  • @pankajrajbongshi7156

    @pankajrajbongshi7156

    2 жыл бұрын

    Buieepuanai ami litilkrishhi o baa

  • @bubulbubul6281
    @bubulbubul62813 жыл бұрын

    অনন্ত নমস্কাৰ! জয় ভগৱান শ্ৰীৰাম,জয় ভগৱান শ্ৰীকৃষ্ণ, কৃষ্ণ ৰাম নাৰায়ণ গোৱিন্দ জয় জয়, অনন্ত নমস্কাৰ।

  • @manjurichutia6677
    @manjurichutia66772 жыл бұрын

    Bhuuuuuut val gaise Oooo baidau👌👌👌👌👌👌👌👌

  • @nayangogoi9989
    @nayangogoi99894 жыл бұрын

    আমাৰ ঘৰত পুৱাই বাইদেউ হৰি নাম লগাও , কিবা এটা ভাল লাগে, ৰাতিপুৱা ভক্তি গীত শুনিবলৈ পালে বৰ্তমান বাজি আছেই , ,

  • @bonjitdas3308

    @bonjitdas3308

    3 жыл бұрын

    ভাল লাগিল যে মজা

  • @bonjitdas3308

    @bonjitdas3308

    3 жыл бұрын

    কুহুুৰিদাদি

  • @nayangogoi9989

    @nayangogoi9989

    3 жыл бұрын

    ৰাম ৰাম

  • @pallabphukanofficial6585
    @pallabphukanofficial65856 жыл бұрын

    সুন্দৰ দেহা মন শাত পৰি যোৱা কণ্ঠ।

  • @bolinkonwar2741

    @bolinkonwar2741

    Жыл бұрын

    pppsxdddzxxdzzxxxxxddddx

  • @skylichutia2248
    @skylichutia22483 жыл бұрын

    হে আই মাতৃ আপোনাহবক সহশবাৰ প্ৰনাম জনালো্, আপোনাহবক দীঘায়ু কামনা কৰিলো,

  • @dhormeswardangaria5185
    @dhormeswardangaria51852 жыл бұрын

    omiyo neog kolita mem apunak antorr nivito kunar pora alekh ajut huvokamona jonaisu.aru apunar hushaithor logote dighau komona korilu.

  • @manuranjanboruah1406
    @manuranjanboruah14065 жыл бұрын

    অতি সুন্দৰ।। পুৱাটো সতেজ কৰি তোলাৰ লগতে দিনটোর বাবে সতেজতা পোৱা যেন অনুভৱ হয়। ধন্য বা দ

  • @dehodeho1826

    @dehodeho1826

    2 жыл бұрын

    kii

  • @parismitaboruah4638

    @parismitaboruah4638

    Жыл бұрын

    Aqqqq

  • @parismitaboruah4638

    @parismitaboruah4638

    Жыл бұрын

    @@dehodeho1826 qp

  • @parismitaboruah4638

    @parismitaboruah4638

    Жыл бұрын

    Qqq

  • @padminibrahma8467

    @padminibrahma8467

    Жыл бұрын

    @@dehodeho1826 Jjjjjjjjí

  • @binitagogoi7512
    @binitagogoi7512 Жыл бұрын

    ভাল লাগিল চাই, কন্ঠ টো বৰ ধুনীয়া, শুৱলা 🥰🌼😊🌺

  • @sumidas5290

    @sumidas5290

    Жыл бұрын

    Llooooooo

  • @debajitdutta6672
    @debajitdutta66724 жыл бұрын

    Apunar ai gann tu mur wife or khub val loga geet vaideu aru muru apunar ....ujjal jebonor kamona korelu....

  • @pinkidas9356
    @pinkidas9356 Жыл бұрын

    বাইদেউ বৰ ভাল লাগিছে আপোনাক ওচৰত লগ পোৱা হয় বহুত ভাল লাগিল হয়। বাইদেউ বেয়া নাপাব আপোনাৰ ঘৰ কৌত বাৰু আপোনাৰ নাম সদায় শুনি থাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ 🙏🙏🙏

  • @runumaisonowal6585
    @runumaisonowal65853 жыл бұрын

    Aapunar horinam pua godhuli hodai hunu apuni jatee aru aaguwai jai jaen tar hubho kamona korilu🙏🙏🙏

  • @munmunikoch7124
    @munmunikoch71243 жыл бұрын

    বহুত ভাল লাগিছে।👍👍

  • @ranubordoloi9718
    @ranubordoloi97182 жыл бұрын

    ভগৱানৰ ওচৰত পাথনা যাতে আৰু আপুনি যেন আগুৱাই যায় ৰাম ৰাম 🙏🙏

  • @pinkeebhuyan2755
    @pinkeebhuyan27552 жыл бұрын

    ভগৱানক কামনা কৰো যে আপোনি সদায় ভাল দৰে থাকক।

  • @binuchetia6154
    @binuchetia615411 ай бұрын

    Bohut hndor hoise anedhoro or dihanambure axomiar ho'ngitjogtor bohut tonokial koribo joi Gur honkordev

  • @binitadutta6189
    @binitadutta61894 жыл бұрын

    আপোনাৰ লগতে আপোনাৰ সকলো সংগী বিন্দক ধন্যবাদ বাইদেউ,, অতি সুন্দৰ হৈছে,, পুৱা আপোনাৰ ভক্তি গীত এটা সদায় শুনে মা দেউতাই।

  • @garimakhatarniar4736

    @garimakhatarniar4736

    3 жыл бұрын

    You are right

  • @dipikatalukdarbarmanpakgha9837
    @dipikatalukdarbarmanpakgha98372 жыл бұрын

    বৰ ভাল লাগিল ।শুনিলে শুনি থাকিবলৈ মন যায়।

  • @crislinastatuschannel3397
    @crislinastatuschannel33973 ай бұрын

    Very nice dihanam paribeshon ❤

  • @birajborah8101
    @birajborah81012 жыл бұрын

    Good vioce 🙏❤️🙏

  • @pabanbora4616
    @pabanbora46165 жыл бұрын

    Apunar mt2 xasakoi bht dhunia xunile xni thkbo mon jai... Aru ntn dihanam xnm bli axa rkhilu..

  • @tinumonidaskataki5847
    @tinumonidaskataki58472 жыл бұрын

    bhut vl lgise xuni ..voice tu emn hundor apunr

  • @luckysaha6821
    @luckysaha68215 жыл бұрын

    Dhuniya lagise...... Amar sualiya school t hangkarr devor tithit gaisile 🙏🙏🙏🙏

  • @gayatricreation4903
    @gayatricreation49033 жыл бұрын

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম ইমান ভাল লাগে আপুনাৰ হৰি নাম শুনি সদায় পুৱা আৰু গধুলি শুনু ! ভগৱানে আপুনাক দিৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক কৃষ্ণ কৃষ্ণ "জয় গুৰু শঙ্কৰ" !

  • @ksmyassam9006

    @ksmyassam9006

    2 жыл бұрын

    😃😃😃😃😃😃😃🤒🤒😈😈😈😈🤒🤒🙃🙃🙃

  • @RajaChutia-ic2dx
    @RajaChutia-ic2dx5 жыл бұрын

    Krishna! Shradhar Neog ai gorakiloi pranam jonaisu.

  • @bidyuthazarika5201
    @bidyuthazarika52012 жыл бұрын

    শক্তি দিয়ক নেদেখাজনে"সুন্দৰ

  • @yuvrajborgohainmusical6099
    @yuvrajborgohainmusical6099 Жыл бұрын

    Eman hondor mat baidaiu aaponar 🙏🙏🙏

  • @leeza_gogoi_0
    @leeza_gogoi_03 жыл бұрын

    Bohut dhuniaa kontho apunar

  • @binitahazarika2438
    @binitahazarika24382 жыл бұрын

    Ai dihanam tu moi prai hunu.....apunar bor modhur kontho dei.....❤️❤️❤️

  • @pranobbezboruah5999
    @pranobbezboruah59994 жыл бұрын

    Moja baido dhuniya gaise

  • @user-qu6oj9dx3f
    @user-qu6oj9dx3f9 ай бұрын

    Assam. Beautiful hori Nam 🙏🙏❤️❤️😍😍

  • @LankeswarSahariah
    @LankeswarSahariah9 ай бұрын

    বহুত ভাল লাগিল শুনি বৰমা 🥰🥰

  • @joysaikia9823
    @joysaikia98232 жыл бұрын

    Nice voice 🥰🥰

  • @pompisaikiaboruah8638
    @pompisaikiaboruah86384 жыл бұрын

    অতি সুন্দৰ আৰু আকষনীয় ।শুনিলে শুনি থাকিবলৈ মন যায় আপোনাৰ নামসমূহ

  • @bhaskarbordoloi1187

    @bhaskarbordoloi1187

    3 жыл бұрын

    , আছে আৰু ইয়াৰ বাবে তেখেতে অসমৰ বিভিন্ন জনগোষ্ঠীয়

  • @babunath5199

    @babunath5199

    2 жыл бұрын

    Gta5

  • @PD_SLAYER_AS
    @PD_SLAYER_AS3 жыл бұрын

    Bohut dhuniya kontho apunar baideo😍😍😍

  • @duttacreation2929
    @duttacreation29294 жыл бұрын

    Bideo apunar hurtu bor dhuniya dai . agoloy Jan Aurora harinam gii jii Tara kamonara....

  • @niranjandas8055
    @niranjandas80556 жыл бұрын

    Everyday in the morning n before go to my bed.... I always listen your truly god devine beauty devotinal voice. Really its make me so proud as an assamese. A big thanks to u n your team frm dubai.👍👍 Our culture is the richest culture in the world. Thanks a lots.

  • @amiyaneogkalitasdihanamwor4408

    @amiyaneogkalitasdihanamwor4408

    6 жыл бұрын

    Niranjan Das Thankx to inspire me

  • @abhijitchamuah7330
    @abhijitchamuah73304 жыл бұрын

    সুন্দৰ কন্ঠ।আৰু Dislike কৰা কেইটাক কৈছোঁ,তহত বাৰু ইমান পাপীনে,হৰি নামটো বাৰু Dislike কৰিবলৈ সৎ গৈছে নে।

  • @devakantahazarika4178

    @devakantahazarika4178

    Жыл бұрын

    Hihotr Homan papi ai pithibit nai

  • @cartoonmakerofficial987

    @cartoonmakerofficial987

    Жыл бұрын

    Teuluk sge bohut gyani

  • @Bijulideka890

    @Bijulideka890

    Жыл бұрын

    Hm like nkorile ni dislike kio korise

  • @mukutlukhurakhon1411

    @mukutlukhurakhon1411

    10 ай бұрын

    hundar Hundar Hundar anekuwa Geet hunley monot bhagawanor prati bhakti bhaab brahai tuley,,,, heyeakeykhar kau gaaijauksun bhagawanto aapunar prati suprakhano hauk yei kaamonarei, ,,,,,,

  • @jyotimorang

    @jyotimorang

    10 ай бұрын

    hoi apuni thikei koise

  • @sashibaruah6975
    @sashibaruah69753 ай бұрын

    সুন্দৰ

  • @jjyotitamuly8837
    @jjyotitamuly8837 Жыл бұрын

    আই বহু বহু আশীৰ্বাদ ও মৰম সেৱা যাচিলো

  • @top10educare7
    @top10educare75 жыл бұрын

    Krishna Krishna' আই মাতৃ। আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো

  • @songeetaboradas7379

    @songeetaboradas7379

    4 жыл бұрын

    Tqq

  • @pallabbora8942
    @pallabbora89426 жыл бұрын

    apunr kontho hsai hundor.. aru apunr hokolu hongibindi best

  • @mitalisaikia1797
    @mitalisaikia17974 жыл бұрын

    Bohut val laga baido

  • @remanphukon5338
    @remanphukon53382 жыл бұрын

    Baidau apunr gan huni bohut val lgela

  • @haripriyaboruah8574
    @haripriyaboruah85742 жыл бұрын

    Bohut val lagisa ❣️🥰🥰

  • @natdebajit
    @natdebajit3 жыл бұрын

    সুন্দৰ কণ্ঠ বাইদেউ ,শুভেচ্ছা থাকিল

  • @dipankarsaikia9643

    @dipankarsaikia9643

    3 жыл бұрын

    Gud sistar

  • @rimpiboruah8514

    @rimpiboruah8514

    3 жыл бұрын

    @@dipankarsaikia9643 poppy

  • @pawanbora8660
    @pawanbora8660 Жыл бұрын

    ভাল লাগিল বাইদেউ নাম খাৰ শুনি আৰু আগ বাঢ়ি জোৱা ভগৱাননে কূপা কৰক আৰু

  • @nipenkuwar9784
    @nipenkuwar97845 жыл бұрын

    Khub khundor lagil Krishno

  • @jatinhaloi7412
    @jatinhaloi74122 жыл бұрын

    Amita, God bless you.Go on

  • @pranitabordoloi5159
    @pranitabordoloi51595 жыл бұрын

    ভক্তিৰসসিক্ত শ্ৰুতিমধুৰ👌💐

  • @jyotisaikia9732
    @jyotisaikia9732 Жыл бұрын

    Bhut val hoise khuri

  • @karabidutta6204
    @karabidutta62043 жыл бұрын

    Ki je hundor voice,,logote baideur mukht anytime lagi thoka hahitue hunt huwoga soraise

  • @GOJO70093
    @GOJO700932 жыл бұрын

    ধুনীয়া

  • @digantakalitakalita5970
    @digantakalitakalita59704 жыл бұрын

    Aponr voice tu bhut dhunia lage baidew,,,🙏🙏🙏,,enekoi agoloi aag barhi jaok Amar aaxirbaad aponr logot xodai ase,,,,,👍👍👍

  • @bulengogoi4723
    @bulengogoi4723 Жыл бұрын

    সুন্দৰ কণ্ঠ , শুনি থাকিলে ভাগৰ নালাগে ৷ বাইদেউ আৰু সকলো সংগীবৃন্দক নমস্কাৰ🙏🙏🙏 ৷

  • @minatideka7551
    @minatideka75513 жыл бұрын

    Bahudinar pisat naam xuni bhal lagil ❤🌹tanks

  • @barshitabhuyan3187
    @barshitabhuyan31874 жыл бұрын

    ইমান সুন্দৰ কন্ঠ

  • @bonjitdas3308

    @bonjitdas3308

    3 жыл бұрын

    Ghcfy

  • @bonjitdas3308

    @bonjitdas3308

    3 жыл бұрын

    A

  • @jyotigohain5188
    @jyotigohain51883 жыл бұрын

    Apunar horinam huni khubei Val lage 🤗🤗😊

  • @jimlidevi6419
    @jimlidevi64194 жыл бұрын

    Apurba....Vasa ni kobole emn sundor hoise..

  • @mamanisarmah5134
    @mamanisarmah5134 Жыл бұрын

    বৰ সুন্দৰ কণ্ঠ আপোনাৰ।

  • @apurbarajbongshi7581
    @apurbarajbongshi75815 жыл бұрын

    কৃষ্ণ শঙ্কৰ সুন্দৰ পৰিবেশন ....!! উজ্জল ভৱিষ্যত কামনা কৰিলো...

  • @gunakanta6859

    @gunakanta6859

    4 жыл бұрын

    Apurba Rajbongshi bor hundr

  • @daimeeborah1845
    @daimeeborah18452 жыл бұрын

    বহু ত ভাল লাগিল বাইদেউ 🙏🙏🙏🙏

  • @dipaknath8081
    @dipaknath80815 жыл бұрын

    Bahut bahut dhuniya lagile huni.hundar kantha.

  • @ramengogoi2465
    @ramengogoi2465 Жыл бұрын

    বৰ সুন্দৰ লাগিল ৷ কণ্ঠ বহুত ভাল ৷সকলোকে ভাল লাগিল ৷

  • @princhipriyakonch6259
    @princhipriyakonch62595 жыл бұрын

    Apunar mattu hosai bohut dhunia ..hunile huni thkibo mn jai ..proti2 diha namei moi hunu ..so very nice voice

  • @karabikalita4416
    @karabikalita44162 жыл бұрын

    Jai guru Shankardev 🙏🙏🙏 Krishna Krishna

  • @anuboruah4928
    @anuboruah492810 ай бұрын

    বাইদেউ আপোনাৰ দীঘাউ কামনা কৰিলো ।❤❤❤❤

  • @jadumedhi3988
    @jadumedhi3988 Жыл бұрын

    বহুত ভাল লাগিল শুনি।ভগবানে আপোনাক আৰু শক্তি দিয়ক।

  • @basantagam370
    @basantagam3703 жыл бұрын

    very very sweet melody which is not comparable to any other with respect to Jogot Guru Srimanta Sankar Dev and god bess you for ever.

  • @barnalikakati953

    @barnalikakati953

    3 жыл бұрын

    Q

  • @nirumedhi9098

    @nirumedhi9098

    2 жыл бұрын

    Hiya jurpori jai

  • @anuskasaikia9836
    @anuskasaikia98362 жыл бұрын

    Excellent maam,, super voice 👌👍

  • @debajitvlog
    @debajitvlog Жыл бұрын

    Emn dhunia gaisa hundar konto huni val lagil🔥

  • @mahendrabordoli5086
    @mahendrabordoli50862 жыл бұрын

    Xunile xuni thako thako lage..... Aponar xur hidoy sui jai....

  • @Asha-lo2ke
    @Asha-lo2ke3 жыл бұрын

    অতুলনীয় ❤️❤️

  • @2gbking387
    @2gbking3874 жыл бұрын

    বাইদেউ বঢ়িয়া হৈছে

  • @bodeepofficial457
    @bodeepofficial4573 жыл бұрын

    Bor val lagil baido ➡❤➡❤➡❤

  • @sumidutta2109
    @sumidutta21092 жыл бұрын

    সচাই আপোনাৰ"কণ্ঠত নাম শুনি অকনো ভাগৰ আৰু আমনি নালাগে

  • @dhrubaboruah5674
    @dhrubaboruah56743 жыл бұрын

    Moja😍😍

  • @chitraranjansaikia7777
    @chitraranjansaikia77774 жыл бұрын

    কৃষ্ণ🙏🙏🙏

  • @beautimalakar3409
    @beautimalakar34095 жыл бұрын

    Iman hundor kontha aapuner. Huni huni aamoni nalage. Aapunar ghor kot janu janibloi mon aasil

  • @pankajbora1405
    @pankajbora14053 жыл бұрын

    Khub hundor.otulonia🙏🙏🙏🙏

  • @sabitarajbongshi680
    @sabitarajbongshi6805 жыл бұрын

    Apunar voice tu bor dhunia

  • @chitraranjongohain6652
    @chitraranjongohain66525 жыл бұрын

    কৃষ্ণ বাইদেউ

  • @himanimahanta6700
    @himanimahanta6700 Жыл бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🔥🔥🔥🔥🔥🙏🙏🙏🙏🔥🔥🔥🔥

  • @bikashdeka962
    @bikashdeka9625 жыл бұрын

    Badeor opar apunar kontho krishno krishno krishno aguwai jua thanks

  • @parismitaboruah1725
    @parismitaboruah17255 жыл бұрын

    Very nice baidew and dihanam

  • @barashadevi3911
    @barashadevi39115 жыл бұрын

    বৰ ভাল লাগে শুনি মোৰ আইতাই শুনি বহুত ভাল পাই সদায় শুনে

  • @dipankarhazarikagoatfarm9575

    @dipankarhazarikagoatfarm9575

    2 жыл бұрын

    Q'

  • @pinkimoninayak-dg6bs
    @pinkimoninayak-dg6bs10 ай бұрын

    বৰ ধুনীয়া লাগিছে 💗💕

  • @user-bw2zj2dd4j
    @user-bw2zj2dd4j4 ай бұрын

    Krishna Krishna probhu 🙏

Келесі