All entertainment video
নমস্কাৰ 🙏🙏
আপোনালোক সকলোকে মোৰ এই Pranab Entertainment KZread Channel টো লৈ ভক্তিভৰা স্বাগতম জনালোঁ।।
আশাকৰোঁ আপোনালোকে মোক আগৰ দৰেই মৰম স্নেহ প্ৰদান কৰিব।।
#Pranab_Entertainment
#Nagara Naam ।।
"ধন্যবাদেৰে"
------ Pranab Entertainment ---------
🙏🙏 জয় আই অসম 🙏🙏
Facebook👉👉👉 facebook.com/profile.php?id=61550688586358&mibextid=ZbWKwL
Пікірлер
বহুত সুন্দৰ হৈছে ❤❤❤
ধুনীয়া
❤❤❤liva
অতি সুন্দৰ প্ৰদৰ্শন। আগলৈ আৰু বহুত আশা
ভাইৰেল হৈ বহুৱা উঠি নাগাৰা নামৰ মৰ্যদা বিঘ্নিত কৰা তথা ,নামৰ মাজত বহুত ফালটু কথা পাতি দৰ্শকক বিপঠে পৰিঢালিত কৰিব বিচৰা সেইজনী পাঠিকাক এওৰ নাম এবাৰ চাই লবলৈ আহ্বান কৰিছো ।নাগাৰা নামৰ বিষয়ে নজনা খিনি এখেতক গুৰু মানি এওৰ পৰা শিকি ল্ওক।
Dhunia hoise ❤❤❤
Runumi নাথৰ কন্ঠৰ লগত সাদৃশ্য আছে,অতি সুন্দৰ,
বহুত ভাল লাগিছে ,আপোনাৰ পৰিবেশন চাই । সুন্দৰ অভিনয় সুললিত কণ্ঠ, উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।আগ বাঢ়ি যাওক । কিন্তু কৰিশমাক অনুসৰণ নকৰিবা । আপোনাৰ নিচিনা শিল্পী য়ে নাগাৰা নামক নতুন মাত্ৰা দিব পাৰিব ।
😊😊😊
আপোনাৰ আগত এটি সুন্দৰ ভৱিষ্যত আছে ।আগবাঢ়ি যাওক ,সফল হ'ব ।লগতে নাগাৰা নামৰ যি গৰিমা সেইটো যেন অটুট থাকে লক্ষ্য ৰাখিব বুলি আশা কৰিছো।
Vedio প্ৰচাৰ কৰিব নেকি...!
😊 bah bohot Val lagisa
Bhut Bhoreya kintu nagra bojowa ru paler olp practice holai vl hobo
ইমান সুন্দৰকৈ নাম পৰিবেশন কৰি আছে এই বয়সতো , প্ৰনাম জনাইছো ,আপোনাক।
❤❤❤
🙏🙏🙏. Krishna krishna 🙏নামটোশুনি বৰ ভাল লাগিল ❤Thanks 💝💞🧡
Aponar nam jman xale xai thakiba mn jai aru aponak Durr prai prnam jnalo
Nice 👍👍❤❤❤
🥰🙏
Priyanka bhni bahut nam gala aagoli aag bari joya
Xundar ❤
Pure nagra namr pathika
Bhal lagil
Bahut val lagil khundar nam pradarshan
সুন্দৰ ত্ৰৈলোক্য আৰু নতুন নাম ওলাইছা নে
Guru bandana bhal house
Very good
🙏🙏🙏
Val lagise number2 dibasun
Val lagil Namto khuni
Aru video pam buli akha thakil
Good👏🙏👏🙏
Nice
Sound kio anekua hoi
❤❤
❤❤❤❤❤❤ dhuniya
মজা ❤️
নাগাৰা নামৰ পিতামহ
M V/S G
প্ৰনাম জনালো ।
Aponar adresh to
Moja moja❤❤🙏🙏🙏🙏🙏
Voice 2 maniso dei,akdom prfacet...
Good👏🙏👏🙏
Dhuniya lagise ❤️😘
আপোনাৰ গুৰু কোন বাইদেউ
সুন্দৰ,,নতুন নাম লব
Bohut dhunia nam gai 🙏🙏
ধুনীয়া হৈছে ❤
ধুনীয়া হৈছে