Hiramoni Baishya Nagara Naam।। পুনৰ নতুন ৰূপত হিৰামনি বৈশ্য।। Pranab Entertainment

Ойын-сауық

নমস্কাৰ 🙏🙏
আপোনালোক সকলোকে মোৰ এই Pranab Entertainment KZread Channel টো লৈ ভক্তিভৰা স্বাগতম জনালোঁ।।
আশাকৰোঁ আপোনালোকে মোক আগৰ দৰেই মৰম স্নেহ প্ৰদান কৰিব।। আৰু এই Video টোৰ লগতে পুৰুষ/মহিলা পাঠক জনকো মৰম আৰু আশিৰ্বাদ কৰিব।।
তাৰে কামনাৰে এই Video টো আপোনাসৱৰ মাজলৈ পঠিয়ালো।। কৃষ্ণ ।। 🙏🙏🙏🙏🙏
#হিৰামনি_বৈশ্য। #Pranab_Entertainment #Hiramoni_Baishya_nagara_Naam
Nagara Naam ।।
"ধন্যবাদেৰে"
----- Pranab Entertainment --------
🙏🙏 জয় আই অসম 🙏🙏
Facebook👉👉👉 profile.php?...

Пікірлер: 14

  • @SanjibDas-nn1cc
    @SanjibDas-nn1cc3 ай бұрын

    বহু বহু বহু ভাল লাগিল নামতো চাই আৰু ইয়াতকৈ বেছি ভাল হব বুলি আশা ৰাখিলোঁ।

  • @dilipkrkalita8160
    @dilipkrkalita81603 ай бұрын

    সুন্দৰ ভাল লাগিল। ৰঙালী বিহুৰ শুভেচ্ছা থাকিল 💐

  • @pranabentertainment1213

    @pranabentertainment1213

    3 ай бұрын

    ধন্যবাদ।। আপোনালৈ ও শুভেচ্ছা থাকিল 🙏🙏🙏

  • @jadumonideka1786
    @jadumonideka17862 ай бұрын

    সুন্দৰ অনুষ্ঠান। সুন্দৰ কণ্ঠ।

  • @digantadas6324
    @digantadas6324Ай бұрын

    Dhuniya

  • @kishorbaishyaentertainment4724
    @kishorbaishyaentertainment47243 ай бұрын

    Super 🥰

  • @rajibpathak7757
    @rajibpathak7757Ай бұрын

    Sandur voice 🔥🔥🔥

  • @BasudebBaishya-qk8db
    @BasudebBaishya-qk8db3 ай бұрын

    God bless you nice❤❤❤

  • @user-ug5es9mt7d
    @user-ug5es9mt7d2 ай бұрын

    Bhonti sundor. Hoise. Aru eta gua

  • @user-vj6tv5oh1m
    @user-vj6tv5oh1m2 ай бұрын

    Nice❤kantha❤❤❤❤❤

  • @user-ug5es9mt7d
    @user-ug5es9mt7d2 ай бұрын

    Dhoenabad Agua. Jua

  • @user-ug5es9mt7d
    @user-ug5es9mt7d2 ай бұрын

    O. Bhonti Lac nam dei. Ajilo

  • @RamchandraKalita-by4zo
    @RamchandraKalita-by4zo8 күн бұрын

    ভাইৰেল হৈ বহুৱা উঠি নাগাৰা নামৰ মৰ্যদা বিঘ্নিত কৰা তথা ,নামৰ মাজত বহুত ফালটু কথা পাতি দৰ্শকক বিপঠে পৰিঢালিত কৰিব বিচৰা সেইজনী পাঠিকাক এওৰ নাম এবাৰ চাই লবলৈ আহ্বান কৰিছো ।নাগাৰা নামৰ বিষয়ে নজনা খিনি এখেতক গুৰু মানি এওৰ পৰা শিকি ল্ওক।

  • @nirakartalukdar5611
    @nirakartalukdar56113 ай бұрын

    God bless you

Келесі