যাৰ ঘৰত আছে এই উদ্ভিদ স্বয়ং ধনকুঁৱেৰ বাসকৰে!
যাৰ ঘৰত আছে এই উদ্ভিদ স্বয়ং ধনকুঁৱেৰ বাসকৰে!
#Assamesevideo #assamesetips #Dailytips #Assamesechannel #assamesevideo2020 #assameseastrology #vastu
Video Tu Sai Bhal Paise Jodi
Like , Comment aru Subcribe kori Dibo.
মই প্ৰত্যেক সপ্তাহত কমেও তিনিটা জ্যোতিষজ্ঞানৰ ভিডিও দিবলৈ চেষ্টা কৰিম!
ABOUT VIDEO :assamese video 2020,
Assamese Astrology,
assamese video channel,
assamese vastu shastra tips,
assamese vastu tips,
luckey plants,
lakhsmi plants
Пікірлер: 233
সুন্দৰ, গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় কথা জনোৱাৰ বাবে ধন্যবাদ!
বৰ ভাল লাগিল জানি
Hare Krishna. So amazing planting 🎉🎉🎉
@vedicastrologyassam555
Жыл бұрын
🙏
Aapunar videobur aajir pora saisu. Bhaal lagise karon aapunar videoburot aapuni xomadhan diye. Aan ejonoru okhomia vaastu xastra bikhoye koi kintu tekhete xomadhanbur nidiye. Dhanyabad.
Thank you very much
@vedicastrologyassam555
Ай бұрын
🙏
Thanks for your legal advice on flowers
Enekuwa sundor vidio pai thakim buli aakha thakil
Thanks for your good informations
Xundor vdo❤️❤️❤️
বহুত ভাল লাগিল, উদ্ভিদ কেইজোপাৰ বিশেষত্ব জানি। আপোনালৈ ধন্যবাদ ।
@vedicastrologyassam555
3 жыл бұрын
ধন্যবাদ
Joi ma.loxmi🎉
@vedicastrologyassam555
8 күн бұрын
🙏
Bhal lagil video tu
Dhanyabad, Krishna🙏
Val lagila videotu sai
@vedicastrologyassam555
3 жыл бұрын
ধন্যবাদ ! জ্যোতিষ সম্বন্ধীয় ভিডিওবোৰ চাৱ !
@krishnaiahon3892
3 жыл бұрын
OK sam
Good process sir, I am so very happy,
Kotha tu buhut bhal lagil Joy shree Krishna 🙏🙏🙏
@vedicastrologyassam555
Жыл бұрын
🙏
জানি বৰ ভাল লাগিল। ধন্যবাদ।
bhal lgile sai suggestion ulai asle..thank you sir
ধন্যবাদ চাৰ
@vedicastrologyassam555
Жыл бұрын
🙏
Dhanya bad sir , kotha !bilak jani ' Bhut val lagil ,
@vedicastrologyassam555
3 жыл бұрын
ধন্যবাদ
Thnx for the video 😍😇😌
kotha khini jani bhal lagil... bohut bohut dhonyabad apunak🙏🙏
@vedicastrologyassam555
3 жыл бұрын
ধন্যবাদ !
ধন্যবাদ ছাৰ 🙏🙏
@vedicastrologyassam555
Жыл бұрын
🙏
বহুত ভাল লাগিল
Dhoinyabaad jonalu
Nice sir 🙏🙏🙏
Many. Thanks
Vl lagil
Thank you sir apunar video to sai bhal lagil.
@vedicastrologyassam555
3 жыл бұрын
আপোনালৈ ধন্যবাদ থাকিল !
,bhut Bhal lagile
@vedicastrologyassam555
3 жыл бұрын
ধন্যবাদ
Bht bhal lagil moi Dehradun r hoite dekhi aachu. Aie bor goch amar ghorte aache. Snake plant naki kole mor kichu najana aachil ..aaj jani bhal lagil.ata oaache kintu alop honkuch aachil..thanks..
@vedicastrologyassam555
3 жыл бұрын
Yes madam, actualy snake plant genereted more oxygen .As per vastu shastra its remove negetivity of the house.
Vall lagil Katha khini huni
@vedicastrologyassam555
3 жыл бұрын
ধন্যবাদ
Thanks .
জানি ভাল লাগিল🙏
@vedicastrologyassam555
Жыл бұрын
🙏
My Greetings With You
অনুগ্ৰহ কৰি জনাওঁক চোন।মোৰ মানুহ জনৰ বহুত টকা এজনৰ পৰা পাব লগা আছে।বহুত চেষ্টা কৰিও পাব পৰা নাই।কি উপায় কৰিলে সোনকালে টকা খিনি উভটাই পাম ।plz plz plz জনাওঁক
Thank you
সুন্দৰ নিদৰ্শন দাঙি ধৰিলে।ভাল লাগিল🙏
@vedicastrologyassam555
Жыл бұрын
🙏
Very good
@vedicastrologyassam555
3 жыл бұрын
Thanks
Ankur enekua video banaya
বহুত ভাল লাগিল। গছ কেইজোপাৰ মহত্ব জানিব পাৰি ।
@vedicastrologyassam555
3 жыл бұрын
ধন্যবাদ! জ্যোতিষ ভিডও সমুহ চাৱ ,Vedic astrology assam. search korile you tubot pabo.
Rahu. Honi bhal koribole hunam lage
@vedicastrologyassam555
3 ай бұрын
👍Buja nai?
Kotha khini val lagile
@vedicastrologyassam555
3 жыл бұрын
ধন্যবাদ
আপুনি কোৱা সৰহ ভাগ গছেই সঠিক ঠাইত আছে ।আমি একো ফলাফল পোৱা নাই কিয় জনাবচোন ।
নীলা অপৰাজিতা কোন দিশত ৰোৱ লাগিব ?
🙏🙇
@deepjyitigogoi26
3 жыл бұрын
Olittle.the
Thanks
Good. Video
মই ৰাখিছোঁ ।।।।।
আপোনাৰ ভিডিঅ'টো চাই সকলো গছ ৰুইছো
Bahut bhal lagil narahingha kun dikhot ruba lage jonabo naki
@vedicastrologyassam555
4 жыл бұрын
ৰাহুৰ বসতি দক্ষিন পশ্চিম কোন ! নৰসিংহত ৰাহু বাস কৰে ! উপযুক্ত স্থান southwest. উন্নতিৰ কাৰক
@ramanujangogoi2941
4 жыл бұрын
Thank you sir
আছে
Ha
Ok
Nice video
Amr ghrt সকলোবোৰ আছে গছ ইয়াত কোৱা কিন্তু আমাৰ একো উন্নতি হোৱা নাই😔
@bidyutdeka1048
3 жыл бұрын
It's realty 😀😀
@kankanamonisaikia7835
3 жыл бұрын
UMM...AXA THAKIL
@tulikaphukon6739
2 жыл бұрын
গছবিলাক ৰোৱাৰ এটা সঠিক দিশ থাকে।।গতিকে ভালদৰে জানি বুজি লগাব
@kankanamonisaikia7835
2 жыл бұрын
@@tulikaphukon6739 Apuni Jane Jodi plz জনাবচোন মোৰ এই বিষয়ত একো নাজানো
Apuni koa xakolo gosh xudha thait a ase kintu kintu amar ghr khnt ako val dekha nai
Nice
আমাৰ ঘৰত আটাই বিধ গছ আছে।কিন্তু সঠিক স্থানত আছে নে নাই নাজানো।
Sir kothabur Jani Bor Val lagil snake plan ru money plane bade xklu hose ase Amar ghort postia ru bokul gos beya neki?
@vedicastrologyassam555
3 жыл бұрын
পচটীয়া.বকুল ভালেই গছ !
@vedicastrologyassam555
3 жыл бұрын
উঃপু আৰু পুৱফালে নুৰুৱ !
Good
Sosa koyi bhal kotha janilo .
@vedicastrologyassam555
3 жыл бұрын
ধন্যবাদ
@lilychoudhury6325
2 жыл бұрын
@@vedicastrologyassam555 qq
Val☀️☀️☀️☀️☀️☀️ Lagile🏆🏆🏆🏆 Aapunar😎😎😎😎 Poramorkha
Boga aporajita durgar abotar . Usha Devi.(new)name.
Mahaxoy janabosun narashingha gosjupa Kun dixot hobo Lage ple .. asa thakil.
@vedicastrologyassam555
2 жыл бұрын
South west or west .
Mor gharat atai keijupa ase..
Bohut bhal kotha janilo
@vedicastrologyassam555
3 жыл бұрын
ধন্যবাদ
বাস্ত শাস্ত্ৰৰ ব্যৱহাৰিক প্ৰয়োগ নামৰ কিতাপ খনৰ মতে কাতিলে বগা ৰং আঠা অলোৱা গছ ঘৰত ৰুৱ নেপাই বুলি পাইছিলোঁ আকন গছৰ কাতিলে বগা ৰংআঠা অলাই আৰু পাৰিলে লতা জাতিয় গছ। ৰুৱ নেলাগে ৰুলেও পশ্চিম দিশতহে ৰুৱ লাগে কৰৱি ফুল ঘৰত ৰুপ পাৰিনে জনাৱ এই গছৰ কাতিলে বগা ৰং আঠা অলায় ধন্যবাদ
Sir Akaan gaas t bga atha ase . Bga atha thaka gaas ghrt ruba nlage buli Kisu bastu bid a koi ... so Akaan gaas ghrt suva hoi ne jnaba son
@vedicastrologyassam555
3 жыл бұрын
কথাতো হয় !কিন্তু আহত গছ পশ্চিম ফালে ঘৰৰ পৰা দূৰত ৰুৱ পাৰি শ্ৰীবিষ্ণুৰ প্ৰতিক !আকন গছ গনেশৰ প্ৰতিক মন হয়,আকনৰ ফূল শিৱৰ প্ৰিয় !আকনৰ পাতেৰে হনুমানক মালা পৰিধান কৰা কৰা হয় ! কিন্ত কাইটীয়া পাতহীন বগা আথা দিয়া গছ হে অশুভ !
Money plan kun dikht rubo lge
Rub.lagib.atia.gom.paesu
সচাই বহুত জানিলো
Tp
Gasbor Kon dixat hab lage bhalkoi bujai kabason Sir !
@vedicastrologyassam555
Жыл бұрын
দিয়া আছে !
Dada aparajita phool,narahingha,aru xewali phool ghoror kun dixot rubo lage jonabosun
@vedicastrologyassam555
3 жыл бұрын
নৰসিংহ.শেৱালী দঃপঃ দিশত আৰু অপৰাজিতা উঃ পুৱত !
@duticreation
3 жыл бұрын
@@vedicastrologyassam555 dhanyabad dada
Ankit gos harbangileo joyant lowyath sohay kore .
Apuni kwar dore amr ase Hokolubur gos apuni kwar dore fol nai
Apuni mk korkot rakhir government job ktya howa chanse ase please jonbo sn
Kun jupa kun sidet haba laga janala val hae
@vedicastrologyassam555
4 жыл бұрын
শেৱালী.নৰসিংহ. দক্ষিন পশ্চিমত ৰুৱক! তুলসী.আকন উঃপুৱত আৰু সৰু উদ্ভিদ যেনে অপৰাজিতা সদায় পুৱ দিশত . জবা উঃপুৱ .উঃ বা পুৱত ৰুৱক!
Keeeesno.
Mintu kalita
Apuni kuwa dhorone sokolu ase kintu aeko kmt a vl nhy kio nu......
@vedicastrologyassam555
3 жыл бұрын
চাৱচোন সঠিক দিশত আছেনে ?
নৰসিংহ কোন উচিত জাগাত ৰোৱ লাগে নকলে দেখুন ?
@vedicastrologyassam555
3 жыл бұрын
দক্ষিন পশ্চিম কোনত বা পশ্চিমত আৰু অপৰাজিতা পুৱ বা উঃ পুৱত ৰুৱক
Hewali aru narahingha gharar kun dikhat ruba lage?
@vedicastrologyassam555
3 жыл бұрын
Dakhin pashim dikhot ba pashim dikhot tu paribo
আমাৰ ঘৰত আপুনি কোৱা গোটেই কেইবিধ উদ্ভিদ আছে।কিন্তু তথাপিও দুখ কষ্টৰ শেষ নাই কিয়?
@vedicastrologyassam555
3 жыл бұрын
গছ কেইজোপা সঠিক ঠাইত আছেনে চাৱচোন !
@moranubhab5617
3 жыл бұрын
@@vedicastrologyassam555 নাজানো। সঠিক ঠাই কোনখিনি।
@vedicastrologyassam555
3 жыл бұрын
চাওক এটা উদাহৰণ দিও ! নৰসিংহ গছত ৰাহুৰ বাস গতিকে দঃপঃ কোনৰ অধিকাৰী গ্ৰহ ৰাহু সেইকাৰণে দঃপঃ বা পঃ ৰুৱ লাগে !যদি উঃপঃ ত ৰুইছে তেন্তে সুফল পাৱ জানো? নীল কন্থ ফুল লক্ষীৰ ৰুপ গতিকে উঃপঃ বা পঃ ৰুলেহে সুফল আহিৱ!
@vedicastrologyassam555
3 жыл бұрын
উঃপুৱ আৰু পুৱ দেই
আমাৰ ঘৰৰ পদূলি মূৰত এইবিধ উদ্ভিদ দুই জোপা আছে কিন্তু আজিলৈ ল'ৰাৰ চাকৰি এটা ও নাই বৰৎসুখো নাই।
@vedicastrologyassam555
3 жыл бұрын
আপোনাৰ গেটখন কোন দিশত চাওক " বাস্তু মতে আছে নেকী ? এই ভিডিওটো চাওকচোন
@vedicastrologyassam555
3 жыл бұрын
kzread.info/dash/bejne/dniZrpmJocKxcZc.html
ভাল লাগিল
@vedicastrologyassam555
3 жыл бұрын
ধন্যবাদ
@golapibora3571
3 жыл бұрын
Val.lagiae
Noroshigh gos kun dihot rub lage
@vedicastrologyassam555
2 жыл бұрын
পশ্চিমত বা দক্ষিন পশ্চিমত
আপুনি যিমান গছ-গছনি কথা কৈছে আমাৰ ঘৰত সকলোবোৰ আছে কিন্তু - - -
@vedicastrologyassam555
3 жыл бұрын
স্থান কেইটা চাই মেলি ৰাখিৱ
আমাৰ ঘৰত আছে। কিন্তু কোনো ফল নধৰিলে ।কিয়্
Norohingha kun dikhat thakibo lage
@vedicastrologyassam555
2 жыл бұрын
দঃপঃ কোনত বা পশ্চিমত !মোৰ ভিডিও আছে চাওক
.TV
আমলখী গছ উত্তৰ ফালে আছে। ভাল নে
Sir mur ghorot norosig aru dewali phul ase posim phale aru mur ghorot mumai tamulor u gos ase valne please jonabsun aru ki ki korile val hob mur ghorot bor hai kajiya hoi thake nuhuwa koriboloi
@vedicastrologyassam555
3 жыл бұрын
চাওক ,নৰসিংহ দঃপঃ বা পশ্চিমত থিকেই আছে ! মোমাই তানুলী দঃপঃ যদি আছে তেনেহলে থিকেই আছে !কিন্তু দেৱালী ফুল বুজি নাপালো! অহাকালি মই গছ গছনি ৰুৱা স্থানৰ ওপৰত এটা ভডিও বনাম চাৱচোন
@vedicastrologyassam555
3 жыл бұрын
kzread.info/dash/bejne/oaloztOzkrS3ZLQ.html এইটো চাৱচোন
Eman,koriu,eku,val,phol,puwa,nai?
@vedicastrologyassam555
3 жыл бұрын
আষ্ঠা ৰাখক নিশ্চয় ফল পাৱ !
Narasingha gos kun dixot rub lage jonabasun
@vedicastrologyassam555
10 ай бұрын
South west.
👌👌
.
ছোৱালী বিয়া দিবলৈ হলে কি কৰিব লাগিব হয় Hare Krishna 🙏🙏
@vedicastrologyassam555
2 жыл бұрын
ছোৱালীৰ জন্ম কুণ্ডলীখন চোৱায় লওক কিবা বাধা আছে যদি !
Ei gotei bur gos moi ruisu mur gharat ase.... Moi gos ful val pau karane ruisu. Ki hoi nohoi , ei bur vabi nohoi.
@vedicastrologyassam555
3 жыл бұрын
চাওক প্ৰত্যেক বিধ গছৰেই বৈজ্ঞানিক ভিত্তি আছে ! পৰিবেশৰ লগতে নিজৰ মনোতো এক ধণাত্মকতা বৃদ্ধি পায়! কিন্তুবাস্তু সুত্ৰৰ প্ৰয়োগেৰে আৰু বেছি সুপ্ৰভাৱ বৃদ্ধি কৰিৱ পাৰি! গছবোৰ উপযুক্ত স্থানত থকাতো শ্ৰেয়!