চাকি জ্বলাওঁতে এইকেইটা ভুল কেতিয়াও নকৰিব !! চাকিৰ বিষয়ে আপুনি নজনা কেইটামান কথা।Vastu Assam।।
চাকি জ্বলাওঁতে এইকেইটা ভুল কেতিয়াও নকৰিব !! চাকিৰ বিষয়ে আপুনি নজনা কেইটামান কথা।Vastu Assam।।
Vastu Assam Facebook Page Link: / vastuassam
Vastu for success, growth, prosperity, sound health, business, name, fame, wealth, money, peace and happiness.
Vastu Assam, Contact 60019-72061( 7 PM-10 PM)
#Assamesetips #Assamesevastu #vastutips #vastuassam #vastuforkitchen
Home Vastu
Flat Vastu
Vastu Remedy
Vastu for business
vastu for plot verification
vastu for new Construction
Vastu for Industry set up
vastu for Office modification
Vastu for Market complex
Vastu for Gardening
vastu for main gate/entrance
vastu for Toilet
visit www.vastuassam.com (under process...)
Пікірлер: 478
আপোনাৰ পৰা বহুত শিকিব পাৰিছো ।আপোনাক কৌটি কৌটি প্রণাম।
@kalpanasenguptabaruah5180
2 жыл бұрын
Thanks. Bhaal lagil 🙏🏿
@monmuhanbaruah6536
2 жыл бұрын
@@kalpanasenguptabaruah5180 is
@nilimabora7894
2 жыл бұрын
@@kalpanasenguptabaruah5180 hiii
@sanjibanisonowal8804
2 жыл бұрын
@@kalpanasenguptabaruah5180 oo
@satishdas5735
2 жыл бұрын
মই সদায় শিলৰ চাকিত বন্তি জ্লাও । কিবা হব নেকি ? জনাব চোন ছাৰ
দৌ্তী দিনৰ পৰা মৃতকৰ নিয়ম-নীতি কৰোঁতে আমি মিঠাতেলৰ চাকি ব্যৱহাৰ কৰি আহিছোঁ ফলো পাইছোঁ আৰু চাকি একেখনেই ।
সুন্দৰ, আমি সদায় গৰু ঘিউৰ চাকিয়েই জ্বলাও, তেওঁৱেই আমাক দিছে, তেওঁকো আমি দিব লাগিব 🙂
বহুখিনিয়ে উপকৃত হলো আপোনাৰ ভিডীঅটো চাই !
ধন্যবাদ ছাৰ। আপোনাৰ পৰা আমি অলপ সুখ পোৱা যেন লাগিছে।
@bibhathakuria1901
2 жыл бұрын
Thank.you.sir
আপোনাৰ পৰা বহুত কথা জানিছো।আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল 🙏🏻 🙏🏻
নজনা কথা শিকিলোঁ বহুত ধন্যবাদ।🙏
@jagritidas8048
2 жыл бұрын
Llllllllllllllllllllĺl
বহুত বহুত ধন্যবাদ চাৰ কথাবোৰ মানে আমি কৰা ভূল বোৰ শুদ্ধ কৰি দিয়া বাবে ।
হয় দিয়ক ভাল কথা এটা শিকিলোঁ । শুভ সন্ধিয়া ❤️❤️
সকলো ভক্তই সদাই ঘিউ চাকি জ্বলোৱা সম্ভৱ জানো।
অশেষ ধন্যবাদ জনালো 🙏
ধুনিয়া উপদেশ আগ বঢ়ালে । মানিবলৈ আগ্ৰহি হৈছো ।
মই প্রকৃত ঘীউ ৰে চাৰি জ্বলাওঁ ,ভগৱানৰ আশির্বাদত কিবা এটা ভাল লাগিছে .
বহুত বহুত ধন্যবাদ ।।
আপোনাৰ পৰা বহুত কথা শিকিছো দাদা।বহুত বহুত ধন্যবাদ ।
Bohut Val Lagile Vdo2 Sai , Bohut Kothai Janibole Parisu , Bohut Bohut Dhanyobad Janalu , Punor Natun Vdo Pabole Aakhare Bat Salu 🙏🙏💚💙
Apunar 1ta video 2bar 3bar sau.kotha khini mnt thbr karne.Dada apunar pora bhut bhut mulyawan ktha janib parisu.Bhgwane apunak hklu falr pora bhale rakhok🙏🙏🙏.
বহুত ভাললাগিছে, ধন্যবাদ, সুপ্ৰভাত
আপোনাৰ উপদেশ বহুত ভাল লাগিল কিন্ত্ত এটা কথা জনাবছোন চাকি গচত দিয়া সলা ভাগ কোন ফালে দিয়ে
আমি ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা বন্তি জ্বলোৱা সন্দৰ্ভত আপুনি অতি সুন্দৰ ৰূপত উপস্থাপন কৰিছে | পিতলৰ চাকিত মই ৰঙা শলিতা জ্বলাই বহুত উপকৃত হৈছোঁ | মোৰ ইয়াৰ পিছত বহুত সফলতা লাভ কৰিছোঁ | শাওণ মাহৰ প্ৰতি সোমবাৰে মই পঞ্চামৃত দি মহাদেৱক অভিষেক কৰোঁ আৰু গৰু ঘিউৰ চাকি জ্বলাও | তাৰ পিছত প্ৰতি মংগল বাৰে দিখৌ নৈৰ বোঁৱতী নদীত বিৰ্ষজন দিওঁ | সোমবাৰে শিৱ ব্ৰত পালন কৰিলে কি কি উপকাৰ হয় বাৰু...
বহুত উপযুক্ত কথা ছাৰ। আনন্দিত হৈছো বুজিৱ পাৰি
Thank you very much for this knowledge.
চাকি,জৱলোৱাৰ, বিষয়ে, বহুত,নজনা,কথা,জানিলো, ভাল লাগিল ধন্যবাদ
Pratima Das. Very good advice.Thank you sir,
ৰৈ আছো দেই ## ছাৰ
Apunar pora bht nojona kotha xikisu 🙏 aru notun notun janiboloi Pam buli akha rakhilu.
আপোনাৰ পৰা বহুত কথা জানিব পাইছু ধন্যবাদ
🙏🏿🙏🏿বহুত ভাল লাগিলে ছাৰ 🙏🏿🙏🏿🙏🏿🙏🏿
দাদা আপোনাৰ পৰা বহুত নজনা কথা জানিছো ।ঘিউ চাকি ম ই্ জ্বলাইছো ।ঈশ্বৰে সুমংগল কৰে যেন ।
Bohut bhal lagil bro
ধন্যবাদ ছাৰ ।নজনা দৰকাৰী কথাবোৰ আপোনাৰ পৰা শিকিব পাৰিছোঁ। 🙏🙏🙏
@rinkymoniboruah5659
Жыл бұрын
.
বহুত ভাল লাগিল 🙏 বহুত দৰকাৰী কথা জানিলো , নজনা কথা জানিলো 🙏 ধন্যবাদ 🙏
বহুত ধন্যবাদ দাদা
Thank you Sir ..moi mur thapona aru tuloxir tolot xodai annapurna ghee saki jalau ...apunar videor dara bohut kotha xikibo prisu aru next video loi baat sai thaku...
Hoi ai khini niyom xastro xonmoto moi najanu moi kiman koribo paru kintu bhogobanor kripaat moi kintu kori e aahisu ai niyom kaita dhoynobaad Sir aapunar video xosae infomative aapunar video r babae roi thaku🙏
Sir, Apunar voice tu hunibole bht val lge
আপোনাৰ ভি ডি অ চাই দাদা,ভাইটি, বাইদেউ, ভন্টি বহুতো লোকে কিছুমান নজনা কথা জানিবলৈ কমেন্ট কৰিছে। আপুনি কোনো এজন ব্যক্তিৰে কমেন্টৰ ৰিপ্লাই দিয়া দেখা নাপালোঁ কিয় ?
Apunar pora bohut nojona kotha janibo parisu Dhanyavaad 🙏🙏🙏
আপোনাৰ পৰা নজনা কথা জানিব পাৰিলো বহুত বহুত ধন্যবাদ থাকিল । 🙏🙏🙏🙏
আপোনাৰ কথা বিলাগ বহুত ভাল লাগে ।আপোনাৰ পৰাই বহুত নজনা কথা জানিব পৰিছো।ধন্যবাদ চাৰ।🙏🙏🙏
Val lagil sir thank you very much
Your opinion is very good &important.Thanku.
ভাল লাগিল।
দৰকাৰী কথা জানিলো।ধন্যবাদ আপোনাক
Thank you sir.Bohut nojona katha janilu.
Sir bohut upokrit hoisu, apunar video Bilak sai👍
ছাৰ, বহুতে কয় যে ৰবিবাৰ বা দেওবাৰে তুলসীৰ পূজা কৰা বা তুলসীৰ তলত চাকি জ্বলাব নাপায়। এই কথা কিমান দূৰ সত্য ??? জনাবছোন।
@meenagogoiborgohain4170
2 жыл бұрын
Moiu janibo bisaru.
@karobisaikia48
Жыл бұрын
Moiu
আপোনাৰ পৰা বহু খিনি শিকিব পাৰিছোঁ। কথা হল ঘি ব্যৱহাৰৰ কথা কৈছে যে অন্ন পূৰ্ণআ ঘি বা পতঞ্জলিঃ ঘি পাৰিমনে জনালে ভাল পাম।🙏🙏
ভিডিঅ to চাই বহুত ভাল লাগিল
Val lagil hasake
Hmmm tqq da... Sb bureee janu.. Nani a hikaise.. ❤
ধন্যবাদ মহোদয়।আপোনাক সাক্ষাৎ কৰিব পাৰিম নেকি?কেনেকৈ পাৰিম জনাবচোন।
Mitali das apunar kotha khiniki Moyu honmot 🙏🙏
আপোনাৰ কথা খিনি শুনি মন জুৰ পৰি যায়,
Thank you sir 🙏
ধন্যবাদ থাকিল ছাৰ ।চাকি জ্বলোৱাৰ বিষয়ে বহুতো নজনা কথা শিকিলোঁ ।
@user-le5rl3cu5c
Жыл бұрын
এখন থালত যেতিয়া বন্তি জ্বলাও তেতিয়া পানীৰ ঘট টো বন্তি গছৰ কোনটো ফালত ৰাখিলে ভাল জনাবচোন🙏
Good advice.... thank you❤🙏 dada... ..
শিৱ লিংগ ঘৰত ৰখা বা কেনেকৈ ৰাখিব লাগে তাৰ ওপৰত অলপ জনাব চোন 🙏🙏🙏
@ritalikalita4491
2 жыл бұрын
Yes sib linga r bikhaye jnab dada
কথাখিনি বহুত ভাল লাগিল
Bohut2 Val lagil
Chaki diyar Bikhaya Janib Parilu Dhanyabad sir,
Vhal lagil kotha khini Jani .
Very good 😊
Thank you sir 🙏🙏🙏
Thank you sir.
Apuner poramoiu bohu kotha hikilu tar babe thank you ❤️hodai enekoi hundor kotha koi manuhr mon joy lav koribo buli akha thakil,❤❤❤🙏🙏🙏
dada apunar vdo bur sai bohut sikibo parisu🙏🙏🙏. dada mur aru mur husbandor atar pisot ata bemar a hoi thake taku okl bish hoi thake ketiyaba jodi murur bikh ketiyaba ako vori, hat, pet, pith aneke sodai ata ata bis hoi thake doctorok dekhai eko bemar dhorat nopore amar badroom toh uttar pasim konot hoi kiba vastu dosor karone hobo pare nki plz jonobo🙏🙏🙏🙏
Very good sar, Val lagil.
চাকিৰ বিষয়েজানিব পাৰি উপকৃত হলো ।
সুন্দৰ 🙏🙏🙏
Thank you sir
Bastu assamr moi bohut biswash koru
আপোনাক ধন্যবাদ ছাৰ। আপোনাৰ পৰা বহুত নজনা কথা শিকিলোঁ।🙏 মই পিতলৰ চাকি জ্বলাবলৈ লয়ছো।
Thank you sir aji apunar pora bhut nojona khota hikilu
@padminigogoi9533
2 жыл бұрын
Nozona kotha bohutu janilu thanks
Val lagil suni.
Bhal lagil amunar comment
Xundor bohutu nojona kotha janilu
Bhal lagil huni Thanks to you sir .
Bohut bohut val Lagise apunar kthabur janibole pai
Bht val lgile Vidio tu sai sar Bhttt apnaloi dhoinobad sar Bhttt kthai hikib parisu
Bhal lagil
Sir video bhal lage
Thank you.
Moi ratipua godhuli saki diu guxai gharot...tat tu mati saki thake aru xeiya saki xodai change koribo nuwaru karon xei saki gosa tut bohut niyom korihe pratistha kora hoi tenekuat ki korim
Njona ktha janibo parilu val lagile🙏🙏Apuni je kole abar saki diar pist hei saki nodit pelai dibo lage, pratidine je ratipuwa aru hondhiya ghrt saki dia hoi dukhiya manhuye hodai kot pabo dada reply pam buli akha thakil
👍👍👍🙏 thank you sir
Bohut bohut dhanyabad sir
Tq very much Sir 🙏
Very nice sir
Nojona Kotha bohut janilu. Bhal lagil.
Good bhut dhuniya
আপনার উপদেশ গুলো থেকে অনেক কথা জানতে পারলাম। আপনাকে অশেষ ধন্যবাদ জানাচ্ছি।
Thank you sir😍
আপোনাৰ পৰা বহুত কথা জানিব parisu
thank you bro.
Thank you siir
চাৰ, আপোনাৰ কথাবোৰ শুনি ভাল লাগে কম পৰিমাণে মানি চলো আমাৰ ঘৰৰ ওচৰত মাৰোৱাৰী সম্প্ৰদায়ৰ থকাৰ বাবে ঘুৰণীয়া শলিতায়ে সৰু পৰা দেখি আহিছোঁ। মিঠাতেল আৰু ঘিউ দুয়োটা জ্বলোৱা হয়। ছাৰ এটা কথা চাকি জ্বলাই প্ৰাৰ্থনা কৰা পাছত চাকি কেইগজ অকনমান পানী দি ছটিয়াই দিব লাগে। মানে চাকি কেইগজ যাতে নুমাই যাব নালাগে সেইটোও মন দিব লাগে অগ্নি দেৱতাক ঠাণ্ডা কৰি দিব লাগে বুলি জানো কথাষাৰ কিমান দূৰ সঁচা আমাৰ ঘৰত এনেকৈ কৰা হয়
Sir amr dhar nije nije bohut lgse ...amk upai ata dyok....ami akebare upaihin hoi porisu....amr ghrkhn bor kastat ase...plzz sir
জা নি ভাল লাগিল 🙏 🙏🙏
Dhynabad dada