VODCASTত কণ্ঠশিল্পী কমলিকা কাশ্যপ ll শৈশৱ, জীৱনৰ লক্ষ্য ll বিহুগীতৰ চৰ্চা ll মাতৃ ভিটালী দাসক স্মৰণ

Ойын-сауық

🔹VODCAST-ৰ এইবাৰৰ অতিথি উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ
🔹মাতৃ ভিটালী দাসে কিয় স্কেল ভাঙি যোৱাকৈ পিটিছিল কমলিকাক?
🔹কাকো প্ৰকাশ নকৰা কমলিকাৰ সপোন কি?
🔹কমলিকাৰ জীৱনৰ লক্ষ্য কি?
🔹মাতৃ অবিহনে প্ৰথম গানটো ৰেকৰ্ডিং কৰোতে কেনেকুৱা অনুভৱ হৈছিল কমলিকাৰ?
#nbnews #nbnewsdigital #NBPodcast #nbvodcast #vodcast #assamesevodcast #kamalikakashyap #singers #assamesesinger #bhitalidas #bhitalidasdaughter

Пікірлер: 45

  • @mousumidas8463
    @mousumidas8463Ай бұрын

    কি সুন্দৰ !!!! কমলিকা তোমালৈ বহুত মৰম ।

  • @techgame206
    @techgame2063 ай бұрын

    ❤❤❤

  • @user-ci2iq2bh1n
    @user-ci2iq2bh1n2 ай бұрын

    God is good kamalika

  • @gm5020
    @gm50203 ай бұрын

    So sweet....agbarhi jua Kamalika...God bless you.

  • @BikashDas-zf8tv
    @BikashDas-zf8tv16 күн бұрын

    Hari nam ki gaise behh❤❤🎉

  • @TaruPhukan
    @TaruPhukan4 ай бұрын

    অফুৰন্ত মৰম ও শুভকামনা কমালিকা মাজনী ❤❤

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr4 ай бұрын

    তোমাৰ কণ্ঠতো দেখোন যাদু আছে। বহুত বহুত শুভকামনা প্ৰেৰণ কৰিলো আগুৱাই জোৱাৰ বাবে ঈশবৰ ওচৰত প্ৰাৰ্থনা জনালোঁ প্ৰভুই কৃপা কৰক।।❤❤🎉❤❤

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr4 ай бұрын

    কমলিকা তোমালৈ মোৰ হৃদয়ৰ অন্তকৰনেৰে শুভাশীষ প্ৰেৰণ কৰিলো ভবিষ্যতে নিজস্বতা ৰাখি জাতীয় জীৱনৰ লগতে মানৱজাতিৰ মঙ্গলৰ অৰ্থে মনস্থ কৰিহে কাম আৰম্ভ কৰিয়েই আগবাঢ়ি যোৱাৰ চেষ্টা অব্যাহত ৰাখিৱা।। তোমাৰ কণ্ঠ মাৰ লগত বহুত মিল আছে ।। শুভ কামনা থাকিব সদায়ে।। সুপ্ৰভাত।।❤❤🎉

  • @rashmiborah1103
    @rashmiborah11033 ай бұрын

    বৰ সুন্দৰ আশীৰ্বাদ থাকিল আগুৱাই যোৱা ❤️❤️❤️❤️

  • @dipanjolidihinginya4265
    @dipanjolidihinginya42654 ай бұрын

    তোমালৈ বহুত মৰম আৰু আশীৰ্বাদত থাকিল। আগবাঢ়ি যোৱা সততাৰে।

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr4 ай бұрын

    তোমাৰ কণ্ঠ সচাকৈ সুন্দৰ আৰু বয়সতকৈ তুমি আমাক প্ৰকৃততে বহুতো গভীৰতালৈ সোমাই মন্তব্য কৰি তোমাৰ লগত সমবয়সৰ ল'ৰা ছোৱালীৰ ও আমাৰ দৰে ব্যক্তিৰো। হৃদয় স্পৰ্শ কৰিব পৰাকৈ ভাৱিগুনী কৰা সাহসী মন্তব্য বুলিয়েই মই মান্যতা প্ৰদান কৰিছে বুলি গণ্য কৰো।। মোক যদি চিনীপোৱাত কঠিন হ'লে শেৱালী মহাজন তৰালী দাস আদিৰ পৰা কিছু আভাস পাবলৈ সক্ষম বাবা ।।❤❤❤ তোমাৰ মামাৰ পৰিচয়ে লৱ পৰা ৩০ জানুৱাৰী তাৰিখে দৌল গোবিন্দ আৰু দীৰ্ঘেশবৰী মন্দিৰত যোৱা হৈছিল। নাজানো তুমি ক'ত আছা ।।❤❤❤

  • @daa4448
    @daa44483 ай бұрын

    Love you komolika 😘😘😘 bht mrm loga

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr4 ай бұрын

    বহাগৰ বাবে অসমৰ ৰাইজে তোমাৰ উপষ্ঠিতিয়ে তোমাৰ মাৰ কমিযোৱা অভাৱ তুমি বহুত খিনি আতৰাৱ পাৰিৱা বুলি গণ্য আৰু আশা ৰাখিলোঁ ও তোমালৈ মোৰ আৰ্শীষ প্ৰেৰণ কৰা হল।।❤🎉❤শুভ সন্ধ্যা।।

  • @kanitakalita4320
    @kanitakalita43204 ай бұрын

    Iman dhuniya prakit abihur sure tumer ganat paiso

  • @brojengogoi5057
    @brojengogoi50574 ай бұрын

    বহুত সম্ভাবপূণ শিল্পী ভাল লাগিল

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr4 ай бұрын

    কামলিকা তোমাৰ এই সাক্ষাৎকাৰ আজি তৃতীয় চতুৰ্থ বাৰ মান শুনি আছোঁ বাবে।। পুনৰ আকৌ নতুন ৰূপত সজাই সাক্ষাৎকাৰ এটা আগবঢ়ালে নিশ্চয় ভাল লাগিৱ।। তোমাৰ মাক ভালপাইছিলো একমাত্ৰ বন্ধু বান্ধবীৰ সম্বন্ধে মোৰ ভাল পোৱা এগৰাকী ছোৱালী তোমাৰ মাৰ বান্ধবী আছিল সেই সূত্ৰে তোমাৰ ককাইও বহুত মৰম কৰিছিল মামাহতে বিহুৰ গীতৰ বাবে নাচনী নচোৱা কাৰনেও যি অভিজ্ঞতা অভাৱ আছিল আদিও তাহানিৰ দিনত সুৰাৰ দুই এটা গীত লৈছিল বাকী তুমি আগতে দিয়া নামৰ উপৰিও অভয়পু নামঘৰৰ নিকটৱৰ্তী মল্লিকা বৰা শিলসাঁকোৰ নৱনিতা চাং কাকতিৰ পৰাও আৰু ককা দেউতাৰ পৰা বুজি লৱা।।

  • @jagadishsarma
    @jagadishsarma4 ай бұрын

    Beautiful voice sis and good thinking I proud of you she is a new singer...

  • @gitikadowerahdutta6602
    @gitikadowerahdutta66024 ай бұрын

    Bohut..bohut...morom...disu tumak..Kamalika❤

  • @paparigogoi2961
    @paparigogoi29613 ай бұрын

    ইমান মিল ❤

  • @rijumonidutta3606
    @rijumonidutta36064 ай бұрын

    Komolika loi bohut morom aru Ashirbad thakil.

  • @js-iu4pi
    @js-iu4pi4 ай бұрын

    Aiijoni o......khub val pau tumar maa k...tekhetor bihu huni ami motolia hou.m.tumar voice tu baa r dore same... please future gaan gabo neriba...val k lagi thaka...val dore success hoba tumi

  • @pinkygogoi7696

    @pinkygogoi7696

    2 ай бұрын

    😢😢 you good y you চ্

  • @supriyasutradhar3858
    @supriyasutradhar38584 ай бұрын

  • @bhaskarjyotikumar8349
    @bhaskarjyotikumar83494 ай бұрын

    Best of luck❤

  • @lakhyajitsaikia7577
    @lakhyajitsaikia75774 ай бұрын

    Tumi aguwai juwa🎉🎉

  • @dashamisarma8331
    @dashamisarma83313 ай бұрын

    Bahut bhal lagil ....kamalika iman bhal suali....

  • @tinumaisaikia1694
    @tinumaisaikia16944 ай бұрын

    তোমাৰ কণ্ঠ সঁচাই সুন্দৰ❤❤❤

  • @aniladas1589
    @aniladas15894 ай бұрын

    Kamalika , you are so sweet and cute . I love you.

  • @menokapayingpayun2462
    @menokapayingpayun24624 ай бұрын

    ❤❤❤❤❤❤

  • @rabidas7380
    @rabidas73804 ай бұрын

    Moja lagese 😢😢

  • @user-mj8ck8xj4z
    @user-mj8ck8xj4z3 ай бұрын

    God bless you ma ,

  • @dipamanidas1258
    @dipamanidas12584 ай бұрын

    Kamalika mor hodai prito❤ aru tair sintadhara bor bohut bhl lge matured hoi❤❤

  • @User-hp7ev9dr5n
    @User-hp7ev9dr5n4 ай бұрын

    😍😍😍😍

  • @rahulamin273
    @rahulamin2734 ай бұрын

    Apunar val howk anagoto vobissot

  • @user-op1zs1qu4u
    @user-op1zs1qu4u4 ай бұрын

    Dada nest zubben gargk matebo .

  • @kalpanakataky9092
    @kalpanakataky90924 ай бұрын

    বহুত মৰম কমলিকালৈ

  • @bhargabmedhi1032
    @bhargabmedhi10324 ай бұрын

    Keep it up 👍 ❤

  • @sanjaydulakhakhoria2904
    @sanjaydulakhakhoria29044 ай бұрын

    কমলিকা তুমি আগুৱাই যোৱা...

  • @nazmabegum2984
    @nazmabegum29843 ай бұрын

    Vitali ba amar major pora heraisile aru akou ami xei Vitali bak Jen akou ghurai paisu ami komolika tumi aguwai juwa.

  • @user-uv8qp3tp4n
    @user-uv8qp3tp4n4 ай бұрын

    Sister. Tumi. Aguwai. Youwa 33:49 33:51 33:53 😊

  • @BudhiChamuah
    @BudhiChamuah3 ай бұрын

    Mur mon vari gol katha kuwa hoili bar mnhuagrahi kamalika akhuj dukhus koi agbahi kuwa tareyai kamana karilu

  • @santunath815
    @santunath8153 ай бұрын

    কালিকা তুমি আগুৱাই যোৱা

  • @subudhdehingia8420
    @subudhdehingia84202 ай бұрын

    Pp000

  • @pallabibaruah8160
    @pallabibaruah81603 ай бұрын

    ❤❤❤

  • @user-mk3du4kf6k
    @user-mk3du4kf6k3 ай бұрын

    ❤❤❤

Келесі