আয়ুক্ত বৰ্ণালী ডেকাই খুব কম খৰছতে সকলো কাম কৰিছে,ঘৰুৱা খানাই খোৱাইছে

আয়ুক্ত বৰ্ণালী ডেকাই খুব কম খৰছতে সকলো কাম কৰিছে,ঘৰুৱা খানাই খোৱাইছে।এইয়া কোনো আভিজাত্যৰ মেন্যু নাছিল,সাধাৰণ মেন্যু আছিল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীত স্থিতিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।নলবাৰীৰ আয়ুক্ত বৰ্ণালী ডেকাৰ পক্ষত থিয় দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

Пікірлер: 35

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh2 күн бұрын

    হয়,খৰচ হোৱা নাই।৩২ বিধ ব্যাঞ্জন ভিক্ষা কৰি আনিছিল নে বেলেগ লাইনে দি আহিছিল।

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw2 күн бұрын

    ৰজাঘৰীয়া মন্ত্ৰী বিধায়ক আমোলা সকলে আৰু কোনো দিনে ৰাইজৰ ধন খৰচ কৰি ভোজ-ভাত নাখাও বুলি শপত খাব লাগে।

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml2 күн бұрын

    খোৱা বোৱাক লৈ সাধাৰণতে ইমান হুলস্থুল কৰা প্রকৃততে এয়া বৰ লজ্জা জনক কথা। এনেকুৱা ঘটনা আগৰ চৰকাৰ বিলাকৰ হোৱা নাছিল। এই খন কি ভোজ খোৱা চৰকাৰ নেকি??

  • @harakantadeka7715
    @harakantadeka77152 күн бұрын

    কিমান,ভোজ,খানা,খাব,আহি,আছে,২০২৬,পিছত,আৰু,বোধহয়,নহব

  • @budheswarnath6516

    @budheswarnath6516

    Күн бұрын

    👍👍

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv2 күн бұрын

    অহাবাৰ অসম চৰকাৰে কেবিনেট বৈঠক মহাকাশত অনুষ্ঠিত কৰক তেতিয়া হলে মন্ত্রী সকলে কি খাদ্য খায় জনসাধৰনে গম নাপাব আৰু বিতর্কও নাথাকিব ৰাইজৰ মাজত। এইয়া সোনালী সুযোগ গ্রহণ কৰক অসম চৰকাৰে।

  • @biswanathtanti4385
    @biswanathtanti43852 күн бұрын

    Picnic khuwar moja pabo 26 ot

  • @hirenthakuria1474
    @hirenthakuria14742 күн бұрын

    Barnali dekar নাম টো আৰু কৰবাত শুনা শুনা যেন লাগিছে।

  • @bishaldas3964
    @bishaldas39642 күн бұрын

    Assamat etya khuwa khuwi soli ase

  • @sharma-qv8zt
    @sharma-qv8zt2 күн бұрын

    Dr Sarma our most praiseworthy CM n he always worship people of Assam n lndia

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j13 сағат бұрын

    হিমন্ত আৰু জয়ন্তৰ নাটক ৰাইজে গম পাইছে ৷লাজ লগা নাই ৷টেটুৰ গুৰিলৈকে খোৱাৰ সময়ত মাত নাই ৷এতিয়া ৰাইজক আভুৱা ভাৰিবৰ বাবে কাৰোবাক চিঠি দিয়াৰ নাটক আৰু মল্লবাহাদুৰে ওকালতি কৰাৰ নাটক ৷ধুঃ ৷

  • @BijoyHandique-md7yg
    @BijoyHandique-md7yg2 күн бұрын

    Drama baz

  • @gunakantabaruah6243
    @gunakantabaruah62432 күн бұрын

    পক্ষা পক্ষ যে এক পৰম্পৰাগত খাদ্য যোগানৰ মেনুত নাই তাত মাননীয় মন্ত্ৰী দেৱে বেকত কৰিলে। এনে বৈঠকত ঠলোবা খাদ্য এক নিজা বৈচিত্ৰ্যৰ অন্তৰ্গত।সুখৰ বিষয় যে দুয়ো গৰাকী মন্ত্ৰীৰ ঘৰ নলবাৰীৰ। গতিকে মিদিয়াই অলপ অতিৰিক্ত যোগ কৰা যেন লাগে।

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru2 күн бұрын

    Ako na hay raijar taka

  • @jayantdeka9306
    @jayantdeka9306Күн бұрын

    32 বিধ ব্যাঞ্জন মন্ত্ৰী বিধায়কে কৰিব দি আৰু সিহতে মিদিয়াৰ আগত নাটক কৰে

  • @user-tx5kj4ir9x
    @user-tx5kj4ir9xКүн бұрын

    ইয়াতকৈ আৰু খাব লৈ থাকিল নে

  • @JakirHussain-nh7ho
    @JakirHussain-nh7hoКүн бұрын

    যিমান কলেও অসমৰ ৰাইজেই মানি নলই। ৰাইজে ভোট দিছিলে খস মাৰিবলৈ😅😅😅😅

  • @jibanandachoudhury8859
    @jibanandachoudhury8859Күн бұрын

    নলবেইৰা যে দুয়ো জন ।

  • @anilhazarika9323
    @anilhazarika93232 күн бұрын

    Aei khana monot thoka koi khuaise. Ambubasi r sundor melar buget kiman jonaboson. Bor bhal hoise eibar. Jorhatot joljibonor pani o. Nolal dai. Bor kom khale dai.

  • @budheswarnath6516
    @budheswarnath6516Күн бұрын

    ও হয় হয় , তেজ খোৱা...

  • @pranabgogoi6283
    @pranabgogoi6283Күн бұрын

    Hoy hoy , ekebarae hostia khana khuwaisae, .

  • @user-nw5ol5ek7v
    @user-nw5ol5ek7vКүн бұрын

    Tar mane CM sire vul koise

  • @pranabgogoi6283
    @pranabgogoi6283Күн бұрын

    Ghorua khanat khoros kom hoi neki ?

  • @pranabgogoi6283
    @pranabgogoi6283Күн бұрын

    Banpanit kokbokai hadharon raijae ki khai asae ei montry. Mla keitai khobor loisae ne ?

  • @pranabgogoi6283
    @pranabgogoi6283Күн бұрын

    Ei jonor kotha hilor rekha.

  • @user-kd1ft7vi8f
    @user-kd1ft7vi8f5 сағат бұрын

    Jayanta tumar mukhar kthat jui dilu nupure tumar kathar kunu velu nai

  • @rajashreebora4741
    @rajashreebora4741Күн бұрын

    Val koi subai lo atiya 2026 t Pani gilibi

  • @SUMUANANG
    @SUMUANANG2 күн бұрын

    32bohut besi nohoi?ajikalibostur dam Nalbarit komise nki?😅

  • @thememeworld3910
    @thememeworld39102 күн бұрын

    নমস্কাৰ আন এক ডাঙৰ খবৰ।।

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j13 сағат бұрын

    ছিঃছিঃনলবেইৰা ৷হব আৰু ৷

  • @Prosen-mw3nz
    @Prosen-mw3nz2 күн бұрын

    Khuwa khuwa paute

  • @user-kd1ft7vi8f
    @user-kd1ft7vi8f5 сағат бұрын

    Khuwa tumalukar khabole din parise raijar tokare nakhai kar tokare khaba tar pursh kar tumaluke 26 t paba dai dai

  • @user-nw5ol5ek7v
    @user-nw5ol5ek7vКүн бұрын

    Ai moluwai CMok leng marise

  • @arpitadutta9888
    @arpitadutta98882 күн бұрын

    Rakhyak

  • @deepalideka718
    @deepalideka7182 күн бұрын

    Cm এজন আহিলে DCএ মেহনত কৰিবই।সেইটো নিউজ হব নালাগে।এনেও আমাৰ নলবৰীয়াই নাখাইও বেলেগক খুৱায়‌।তাতে আমাৰ মুখ্য মন্ত্ৰী।

Келесі