উদুলি মুদুলি পৰিৱেশত অনুষ্ঠিত হ'ল বিধবা বোৱাৰী আৰু সৰু পুত্ৰৰ বিবাহ

মঙলদৈত শাহু-বোৱাৰীয়ে দেখুৱালে অপূৰ্ব নিদৰ্শন
উদুলি মুদুলি পৰিৱেশত অনুষ্ঠিত হ'ল বিধবা বোৱাৰী আৰু সৰু পুত্ৰৰ বিবাহ

Пікірлер: 590

  • @utpalbdas
    @utpalbdas Жыл бұрын

    এক যোগাত্মক পদক্ষেপ , সমাজলৈ এক বাৰ্তা ! যুগ্মজীৱনৰ বহুত বহুত শুভেচ্ছা থাকিল ! লগতে তেওঁলোকৰ পিতৃ-মাতৃ লৈ আন্তৰিক ধন্যবাদ আৰু শ্ৰূদ্ধা জনালোঁ🙏4m লখিমপুৰৰপৰা

  • @AxwOm121
    @AxwOm121 Жыл бұрын

    শুভেচ্ছা জনালোঁ! এনে মানুহৰ বাবে পৃথিবীখন সুন্দৰ 🙏

  • @krishnanath4550

    @krishnanath4550

    Жыл бұрын

    সচাকৈ,আগতে চাইছিলো যে আজলী নবৌ চিনেমাখন সেই মানুহ আজিও জীয়াই আছে এই পৃথিৱীত আৰু তাৰেই প্ৰমান কৰি দেখুৱাই দিলে ধন্য মা তুমি মহান ।

  • @bulendas8484

    @bulendas8484

    Жыл бұрын

    Really

  • @romenjit7549

    @romenjit7549

    Жыл бұрын

    Very good idea thanks to this family

  • @amiyabaruah8699

    @amiyabaruah8699

    Жыл бұрын

    Pithibit val manuhu ase

  • @chandanchoudhury4268
    @chandanchoudhury4268 Жыл бұрын

    সচা অৰ্থত আপুনি এগৰাকী নাৰী আৰু মাতৃ। বৰ্তমান সময়ত এনে মাতৃ বৰ বিৰল। মা আপোনাৰ শ্ৰীচৰণত শতকৌতি প্ৰণাম।

  • @runumibhuyan9012

    @runumibhuyan9012

    Жыл бұрын

    বহুত বহল অন্তৰৰ লোক । আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।।

  • @MamoniBora

    @MamoniBora

    Жыл бұрын

    সমাজলৈ এক সুন্দৰ বাৰ্তা, যুগ্ম জীৱন সুখৰ হওক।

  • @jameschetry6041
    @jameschetry6041 Жыл бұрын

    আই আপোনাৰ পৰিয়ালক ঈশ্বৰে আশীৰ্বাদ কৰক god bless all your family

  • @dipulaxom
    @dipulaxom Жыл бұрын

    সুন্দৰ প্ৰদক্ষেপ👏👏👏👌 তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ হওঁক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ ।। 🙏🤗

  • @arunray6129

    @arunray6129

    Жыл бұрын

    Hoi ......

  • @protimadutta2890

    @protimadutta2890

    Жыл бұрын

    এনেধৰণৰ সুন্দৰ সিন্ধান্ত ই ছোৱালী জনীক এটা নতুন জীৱন দিছে---ভগৱানে তোমালোকক সুখি কৰক

  • @dipulaxom

    @dipulaxom

    Жыл бұрын

    @@protimadutta2890 হয় 😊 ঠিকেই কৈছে

  • @bishnupriyagogoi112
    @bishnupriyagogoi112 Жыл бұрын

    এনেকুৱা মাতৃক চেলুত🙏সুখী হওক সকলোৱে🥰

  • @-pojaaghar6190
    @-pojaaghar6190 Жыл бұрын

    what a brilliant move..kudos..ইমান ভাল আৰু বহল মনৰ মানুহ থাকিলে সমাজখন বহু আগবাঢ়ি যাব।

  • @AbdulRahman-th8un
    @AbdulRahman-th8un Жыл бұрын

    বহুত ভাল কাম কৰিছে,আইতা আপোনাক ধন্যবাদ জনালো।আপোনালোকৰ মনত ভবা আশা সপোন বোৰ যেন পূর্ণ হয় তাৰে কামনা কৰিলো।

  • @user-ct7ie3zy5o
    @user-ct7ie3zy5o Жыл бұрын

    যুগ্ম জীৱনৰ অনাগত প্ৰতিটো পল-অনুপল সুখৰ আৰু মধুময় হোৱাৰ কামনাৰেই সস্নেহ আন্তৰিক প্ৰীতি আৰু শুভকামনা...

  • @kakolihazarika3457
    @kakolihazarika3457 Жыл бұрын

    সমাজৰ বাবে আৰ্দশ পৰিয়াল 👍❤️

  • @prafulladas7224
    @prafulladas7224 Жыл бұрын

    বোৱাৰীক দেখিব নোৱাৰা শাহু মাক কেইজনিয়ে চাব লাগে যি কি নহওঁক খুব ভাল কাম কৰিছে। সেৱা আপোনালোকক মা দেউতা এনেকুৱা হলে কোনো ছোৱালী বোৱাৰী হবলৈ ভয় নাথাকিব।

  • @saraswatichaliha5773
    @saraswatichaliha5773 Жыл бұрын

    মা আপুনি বহুত মহান তেওঁ লোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো

  • @kaustuvvlog3934
    @kaustuvvlog3934 Жыл бұрын

    আইতা আপোনালোক তথা ঘৰৰ সকলো বহুত ভাল মানুহ | তেওঁলোকৰ পুনৰ যুগ্ম জীৱনৰ ৰঙিল হওক ইশ্বৰৰ উছৰত প্রা থণা জনালো🙏🙏🙏🙏

  • @mainabarman4477
    @mainabarman4477 Жыл бұрын

    আপোনাৰ নিচিনা মাতৃ (শাহুৱেক) সকলো ছোৱালী পাওক এয়ে ভগৱানৰ শ্রী চৰনত প্রাৰথনা... ভগৱানে আপোনাক কুশলে ৰাখক

  • @madhurjyasarma19
    @madhurjyasarma19 Жыл бұрын

    সমাজৰ আদৰ্শ দাঙি ধৰিছে আপোনালোকে❤️❤️

  • @pallabivlogs426
    @pallabivlogs426 Жыл бұрын

    বহুত ভাল কাম কৰিলে কাৰো যেতিয়া একো আপত্তি নাই এতিয়া দুজনে সুখী হব পাৰিব,,,

  • @julekhabegum768
    @julekhabegum768 Жыл бұрын

    বহু উচ্চ প্ৰশংসনীয় এই কাম। মাতৃ-পিতৃ দুয়োজনালৈ সেৱা জনালোঁ।

  • @simantanaginisimantanagini6780
    @simantanaginisimantanagini6780 Жыл бұрын

    সচাঁ কৈ ভাল মানুহ আছে আজিওঁ এই পৃথিৱীত তাৰে প্ৰমাণ পালো।

  • @kalpanasaikia8010
    @kalpanasaikia8010 Жыл бұрын

    সঁচাকৈ মহান কাম কৰিছে। পৰিয়াল টো সদাই ভালে থাকক 🙏🙏

  • @kabitachoudhury4954
    @kabitachoudhury4954 Жыл бұрын

    বহুত মহান আপোনালোক।ভগৱানে আপোনালোকৰ মঙ্গল কৰক।

  • @karabiborah5580
    @karabiborah5580 Жыл бұрын

    বহুত বহুত ধন্যবাদ মা দেউতা দুয়োজনলৈ আৰু যুগ্মজীৱনলৈ শুভেচ্ছা থাকিল

  • @jitadeori4983
    @jitadeori4983 Жыл бұрын

    আইতা আপোনাক বহুত ধন্যবাদ আৰু দা আপোনালোক দুইকে 🙏🙏🙏

  • @rodali544
    @rodali544 Жыл бұрын

    শাহু মা গৰাকী বহুত ভাল মনৰ মানুহ এনেকুৱা শাহু পাবলৈ ভাগ্য লাগিব, বোৱাৰী গৰাকী ও বহুত লাকি হয়,শাহু মালৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু দৰা কইনা হাললৈ শুভেচ্ছা জনালোঁ, নতুন সংসাৰ খন যাতে তেওঁলোকৰ মনে বিচৰা ধৰনে সুখৰ হয়🙏🙏🙏

  • @jitamonimech9670
    @jitamonimech9670 Жыл бұрын

    Apuni hosakoi akol apunar putekor maa nohoi ,apuni hosakoi prithibir maa,,,,,apunak hotokuti pronam jonaisu🙏apunalukor dore manosikota manuhor babe prithibit alop holeu hundor hoi ase,,,,,,,apunalukor poriyaltu hodai hukhi hoi thakok ,,vogobane hodai apunalukor log diye j,,,,apunalukor manobiyotak hajar bar selut jonalu👌👌👌

  • @satyamevajayate1274
    @satyamevajayate1274 Жыл бұрын

    প্ৰতি গৰাকী শাহুৱে আদৰ্শ লব লাগে এওঁৰ পৰা।😊

  • @nilnath2005
    @nilnath2005 Жыл бұрын

    এয়াই আচলতে শাহু-বোৱাৰী । সমাজৰ বাবে আদৰ্শস্বৰূপ ।🙏🙏

  • @manojmorang4304
    @manojmorang4304 Жыл бұрын

    Nice family and good mother in-law for her always God bless both of them.

  • @phonidharnayak3916
    @phonidharnayak3916 Жыл бұрын

    বহুত ভাল সিদ্ধান্ত ল'লে ভাল হৈছে

  • @biplobbailung8727
    @biplobbailung8727 Жыл бұрын

    apuni Super hero ajir dinot anekuwa vhal manuh asy apuni dakhai dile apuna lukor hongkhar vl dore aguwai jbo lge 🙏🙏👌👌👌👌

  • @monujgogoi8478
    @monujgogoi8478 Жыл бұрын

    Our best wishes for the lovely couple.

  • @namitasadagar1040
    @namitasadagar1040 Жыл бұрын

    Bohut val kam korise.enekua mon sobore hobo lage.ejon manuhor mritur lage lage Ann ejonor jibontu ses hoi naji.apunaluk hukhi howk sero jibon.👍👍

  • @tanujarsarkar5235
    @tanujarsarkar5235 Жыл бұрын

    সছাকৈ মহান কাম কৰিছা মা দেউতা ৰ কাৰণে আৰু কন্যা জনীৰ বাবে

  • @aparnagoswami315
    @aparnagoswami315 Жыл бұрын

    মাতৃ যদি এনে হয় সন্তানে বহুত সাহস পায় ৷ তাতে আকৌ শাহুআই যদি ইমান মৰমীয়াল হয় বোৱাৰীৰ জীৱন বহুত সুখৰ হয ৷ ভগৱানে সকলোকে কুশলে ৰাখক ৷

  • @ranjanneog245

    @ranjanneog245

    Жыл бұрын

    Hoi .but ajikali buwari bur o bor dangkai thake j

  • @swapnaborah8511
    @swapnaborah8511 Жыл бұрын

    সমাজলৈ এক সুন্দৰ বাৰ্তা । এনেকুৱা শাহু-শহুৰ সকলোৰে বাবে আৰ্দশ। 🙏🙏

  • @id4071
    @id4071 Жыл бұрын

    Bor dhunia hoise ajikali sinta bur devlop hoise, bor val paisu moi, etia ru baat mukoli hobo,

  • @debajitdeka61
    @debajitdeka61 Жыл бұрын

    সুন্দৰ কথা 🙏🏻💐

  • @bubuldeka8138
    @bubuldeka8138 Жыл бұрын

    বহত ভাল সাহসি সিদ্ধান্ত লৈচে ।পৰিয়ালৰ আতাইলৈ নমস্কাৰ থাকিল

  • @surabhiphukan996
    @surabhiphukan996 Жыл бұрын

    আইতা,আপুনি ইমান এটা মহান কাম হাতত লৈছে,সচাঁই আমি অতি আনন্দিত হৈছো,আপোনাৰ পৰিয়াল টোক ইশ্বৰে মংগল কৰক,তাকেই কামনা কৰিছোঁ।।🙏🙏🙏

  • @NamitaSarkarBonia-st5tv
    @NamitaSarkarBonia-st5tv5 ай бұрын

    Bohut bohut val kam korise ma dewta 🌺🌺🌺🌺🌺🎈🎈🎈👌👌👍👍

  • @banamalibora8863
    @banamalibora8863 Жыл бұрын

    বহুত ধুনীয়া পদক্ষেপ লৈছে আপোনালোকে। কি বুলি কম একো ভাষা নাই। আপোনালোকক ভগৱানে মঙ্গল কামনা কৰক ধন্যবাদ থাকিল।

  • @sanjayborah560
    @sanjayborah560 Жыл бұрын

    hosa katha kobole gole maa deutai Val Kam korise thanks tumalukalo

  • @rupkantapathori2852

    @rupkantapathori2852

    Жыл бұрын

    এনেকোৱা মা দেউতা পাবলৈ ভগৱানৰ আশীৰ্বাদ লাগিব । ভগৱন্ত ই যেন দুয়োকে কুশলে ৰাখি আহিব লগা দিন ৰঙৰে উপচি পৰে।

  • @AnjaliBoruah-os7gb

    @AnjaliBoruah-os7gb

    2 ай бұрын

    keneke vaal korise , baal korise , jay sanatan dharma , bow yek makor xoman hoi , nijor ..... keneke ..... 3 rd class kela

  • @champagogoi7435
    @champagogoi7435 Жыл бұрын

    বহুত ভাল লাগিল 🙏🙏🙏🙏

  • @allone2175
    @allone2175 Жыл бұрын

    Bahut bhaal adarsha homajot pratistha korise,best wishes ,all lndia social n cultural ,life saving example,thank to all related people

  • @anjumanidas1175
    @anjumanidas1175 Жыл бұрын

    আই মাতৃ, সকলোৰে চিন্তাধাৰা যদি আপোনাৰ দৰে হ'ল হেঁতেন!! এষাৰি ধন্যবাদৰে আপোনাক কৃতজ্ঞতা প্ৰকাশ কৰিব নোৱাৰি। সকলো বোৱাৰীয়ে যেন আপোনাৰ দৰে শাহু পাই। এয়ে কামনা কৰিলোঁ 🙏🙏

  • @juritiburagohain6584
    @juritiburagohain6584 Жыл бұрын

    👍 সুন্দৰ পদক্ষেপ । শুভেচ্ছা জনালোঁ

  • @jonalirabha1508
    @jonalirabha1508 Жыл бұрын

    এনেকুৱা চিন্তা কৰিব পৰা মানু্হ কম এই আছে ।ভাল পদক্ষেপ লৈছে। ভগবনে মঙ্গল কৰক আপোনালোকক 🙏🏼❤️

  • @dipalisaharia7296
    @dipalisaharia7296 Жыл бұрын

    অতি সুন্দৰ পদক্ষেপ । আপোনালোক দুয়োলৈ আন্তৰিক ধন্যবাদ জনালোঁ ।

  • @lakhidherpayeng9193
    @lakhidherpayeng9193 Жыл бұрын

    বহুত বহুত ধন্যবাদ জনাইছো

  • @tanujarsarkar5235
    @tanujarsarkar5235 Жыл бұрын

    মই মৰ ফালৰ পৰা সম্পূৰ্ণ আশীৰ্বাদ

  • @TheDiksha252
    @TheDiksha252 Жыл бұрын

    বহুত‌ ভাল লাগিছে এনেকোৱা মানুহ আজিৰ সমাজত বহুতেই কম আপোনাক অশেষ ধন্যবাদ ❤️

  • @aameenaameen4391
    @aameenaameen4391 Жыл бұрын

    আশীৰ্বাদ থাকিল দুয়ো লৈ যেন সদায় সুখী হয় থাকে 😊

  • @manishaborahborah6591
    @manishaborahborah6591 Жыл бұрын

    সমাজলৈ এক শুভ বাৰ্তা ।অনাগত দিনত সকলোৰে মংগল হওঁক । দৰা কইনালৈ বহুত বহুত শুভেচ্ছা জনালোঁ

  • @paarijatnamordolbysarajuda4493
    @paarijatnamordolbysarajuda4493 Жыл бұрын

    Ati xundar, maak deuta k loi mur pranam janalu teulukar khudha vab dhara luwa babe lagate my best wishes both of you and may God bless you

  • @rajumonibaruah8389
    @rajumonibaruah8389 Жыл бұрын

    বৰ ভাল হ'ল। সুন্দৰ পদক্ষেপ। আশীৰ্বাদৰ জনালোঁ। হয় বৰ মহান কাম কৰিলে

  • @popiborah4434
    @popiborah4434 Жыл бұрын

    bht bhal lagil video to sai. bht mohan kam..

  • @basisthaacharya6590
    @basisthaacharya6590 Жыл бұрын

    অতি সুন্দৰ পদক্ষেপ। আদৰনি জনাইছো। 👏👏👏।

  • @manashidas1264
    @manashidas1264 Жыл бұрын

    God Bless Khuri==Khura.... Apunaluke Bor vall kam korise . Dada = Bow hukhi huwa ❤️❤️❤️❤️👍

  • @golapitalukdar9689
    @golapitalukdar9689 Жыл бұрын

    Aponi he prkito matri .God bless you. Bohut bhal lagise.

  • @kalpojithazarika7174
    @kalpojithazarika7174 Жыл бұрын

    Koka, aita apunaluk bor val manuh. Baa jonir jibontu apunaluke akow notunkoi xojai tulile.❤️🥰

  • @thaminabegum2495
    @thaminabegum2495 Жыл бұрын

    Great work...may God bless both of you... marrid life...

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 Жыл бұрын

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিলে। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো🙏

  • @gitalineog6489
    @gitalineog6489 Жыл бұрын

    আপুনি সমাজৰ বাবে আদৰ্শ প্ৰতীক ।আপোনালোকৰ আগন্তুক দিনত ঈশ্বৰে মংগল কৰক এয়াই আমাৰ প্ৰাৰ্থনা 🙏🏻

  • @harmohansutradhar5065
    @harmohansutradhar5065 Жыл бұрын

    আপোনালোকৰ সিদ্ধান্তক মই মোৰ ফালৰ পৰা ধন্যবাদ দিছো , কাৰণ এজনী বিধবা বোৱাৰীৰ মানসিক কষ্টখিনি শাহু-মাকে বুজি পাইছে ৷ বা: শাহু-মাক আপুনাক পুনৰ ধন্যবাদ জনাইছোঁ ৷

  • @momidas8564
    @momidas8564 Жыл бұрын

    সুন্দৰ পদক্ষেপ। এনেকৈয়ে আগুৱাই যাওঁক সকলোৰে চিন্তাধাৰা বোৰ।

  • @arnabdas284
    @arnabdas284 Жыл бұрын

    শুভেচ্ছা জনালোঁ , বহুত ভাল পদক্ষেপ লৈছে আপোনালোকে

  • @bolorambarman8977
    @bolorambarman8977 Жыл бұрын

    Vl lagise , God bless you Maa

  • @ramaneegogoi6109
    @ramaneegogoi6109 Жыл бұрын

    Great job. Good message for society

  • @JornaSaikia
    @JornaSaikia2 ай бұрын

    এনে শাহু সদায় পূজনীয়। ❤❤❤

  • @sahidahmed5849
    @sahidahmed5849 Жыл бұрын

    Hosai bahut Val lagil ai News to pi 👍👍👍👍👍 Mohan kaam , aibur a News 👍

  • @karmeswardeka3903
    @karmeswardeka3903 Жыл бұрын

    বহুত বহুত বহুত সুন্দৰ পদক্ষেপ, val lagil...

  • @apsararelaxation9742
    @apsararelaxation9742 Жыл бұрын

    Bahutey Val lagil ❤️🙏👍 Vagabane Mangal Karak 👍🙏🙏🙏😍🌹 বহুত বহুত শুভকামনা জনালোঁ 🙏🙏👍👌😍

  • @nurulhussain8604
    @nurulhussain8604 Жыл бұрын

    Xhundar news ❤️❤️❤️❤️❤️❤️❤️,allahi khodai khukhi kri rakhok 🙏

  • @elbyaugustine3613
    @elbyaugustine3613 Жыл бұрын

    বহুত বহুত ধন্যবাদ আপোনাক আৰু আপোনাৰ পৰিয়ালক লগতে গাওঁৰ সমূহ ৰাইজক।

  • @joondoley3757
    @joondoley3757 Жыл бұрын

    Good job..god bless you all... Emankhini buji puar babe dhynobad🙏🙏🙏🙏

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Жыл бұрын

    Xodai Xuvokamona jonaloo. God bless him. Always be positive and happiness in your life.

  • @bhaskardeka4185
    @bhaskardeka4185 Жыл бұрын

    বহুত ভাল কমি কৰিছে...এনেকুৱা ধৰনৰ ঘটনাই বহুত অকালতেে বগা সাজ পিন্ধা মহিলালৈ আশাৰ বাৰ্তা আনিব !

  • @realsmiles3597
    @realsmiles3597 Жыл бұрын

    শুভেচ্ছা জনালোঁ

  • @junmonikalita322
    @junmonikalita322 Жыл бұрын

    Val kam korise.. Maa r hidhantoo ketiau vul ba bea hobo nuare.. So great

  • @majulianamika3530
    @majulianamika3530 Жыл бұрын

    আপোনালোকৰ পৰা প্ৰেৰনা পাবৱ বহুত ব্যক্তি ,,বহুত ভাল কাম কৰিলে------ যুগ্ম জীৱনৰ শুভেচ্ছা জনালো,,

  • @mramdhenu5770
    @mramdhenu5770 Жыл бұрын

    সুন্দৰ পদক্ষেপ । সমাজ খনলৈ সু বাৰ্তা কঢ়িয়াই আনিব। এনেবোৰ নিউজ বহল ভাবে প্ৰছাৰ কৰক , নিগনী শিয়াল ৰ নিউজ বজাই থকাত কৈ । সমাজ খনৰ ছিন্তা ধাৰা উন্নত হৱ। মা বাপেক হাল সছাকৈ উচ্ছ চিন্তুা শক্তিৰ । ধন্যবাদ

  • @shyamnushyamnu3318
    @shyamnushyamnu3318 Жыл бұрын

    Apuni bhut mhan kam krile.aiya jen hmajr babe ata val odahrn hoi roi.🙏🙏🙏🙏

  • @manabjyotiborah2953
    @manabjyotiborah2953 Жыл бұрын

    সন্মান জনাইছোঁ সেই গৰাকী মাতৃক .... সমাজ খন এনেকৈ সলনি হব নহলে বহুতেটো আকৌ সমাজৰ কথা চিন্তা কৰিয়ে ভাল সিদ্ধান্ত এটা লব নোৱাৰে ।।। বহুত বহুত শুভেচ্ছা থাকিল

  • @devajitgogoi6948
    @devajitgogoi6948 Жыл бұрын

    Bhagabane hodai tumalukok hukhot rakhe jen,,,,tumaluk homajkhonor babe ajon val sinta dharok hisape porigonito hoi roba,,,,thank you 🙏

  • @priyankadutta94
    @priyankadutta94 Жыл бұрын

    bahut val kam korise apunaluke

  • @rahanakitchen4049
    @rahanakitchen4049 Жыл бұрын

    বহুত শুভেচ্ছা জনালোঁ। মঙ্গল কামনা কৰিলোঁ।

  • @dipokgogoi202
    @dipokgogoi202 Жыл бұрын

    সমাজ লৈ সুন্দৰ বাৰ্তা। আপোনালোকর সুন্দৰ ভবিষ্যত কামনা কৰিলো

  • @gitimonigogoi6022
    @gitimonigogoi6022 Жыл бұрын

    Bohut val lagil.love from naharkatia

  • @devajeetdas4320
    @devajeetdas4320 Жыл бұрын

    শুনি সুখী হলো, দাম্পত্য জীৱন সুখৰ সংসাৰ হওঁক। কৃষ্ণ,

  • @akankalita5111
    @akankalita5111 Жыл бұрын

    মহান চিন্তা, আপোনালোকৰ দৰে মহান পিতৃ মাতৃক প্ৰণাম

  • @kalpananath3301
    @kalpananath3301 Жыл бұрын

    ভাল লাগিল ! যুগ্ম জীৱন সুখৰ হওঁক |

  • @dipjyotitalukdar8876
    @dipjyotitalukdar8876 Жыл бұрын

    Vl lagil dekhi munaa da..... Xodai xukhi thaka❤

  • @MrRunal-v1e
    @MrRunal-v1e Жыл бұрын

    Lots of love and best wishes ❤❤🤲🤲

  • @dulumanikalita8401
    @dulumanikalita8401 Жыл бұрын

    Bhut vl lagil de ktha tu

  • @madhusmitabora7942
    @madhusmitabora7942 Жыл бұрын

    Bohut val manuh dai kob lgib...ajir dinot ane manuh pabole vagya lgib👍👍

  • @pallabsarmah5458
    @pallabsarmah5458 Жыл бұрын

    Excellent.God always bless your family

  • @pradipgogoi3182
    @pradipgogoi3182 Жыл бұрын

    শুভেচ্ছা জনালোঁ তোমালোকৰ জীৱন সুখৰ হওক।

  • @mixtvne6684
    @mixtvne66846 ай бұрын

    Very positive and good news.. God bless both couple

  • @jeutimonibarman9925
    @jeutimonibarman9925 Жыл бұрын

    বহুত বহুত ধন্যবাদ আপোনালোকক

  • @vreegudekavlog4773
    @vreegudekavlog4773 Жыл бұрын

    Love From Mangaldoi 🥰🤗❣️ Congratulations 🎉

  • @ranjurajbongshi3721
    @ranjurajbongshi3721 Жыл бұрын

    যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা জনালোঁ

Келесі