THE LAST CIGARETTE / Kamal Lochan |Swagata Bharali | Ashim Krishna Baruah|Aparna Dutta Choudhury.
Ойын-сауық
Fairy Tales Production in Association with Jonaki Mon Creations present " THE LAST CIGARETTE". The story explains How one does not need any reason to Love, It says Love Does not Need any Langauge, Love itself is a language.
Song Link : • MOUNO Song Of The Last...
More songs : • Official Video " A Cup...
#love #lovelanguage #thelastcigarette #kamallochan #swagatabharali #fairytalesproduction #fairytales #shortfilm #assameseshortfilm #assameseshortmovie #assamese #assameseshortflim #assam #assamese #cigarette #cigaretteseries
Credits:
Cast- Kamal Lochan, Swagata Bharali, Ashim Krishna Baruah, Aparna Dutta Choudhury.
Story/screenplay/Dialogue - Atit Saikia.
Cinematography - Chiranjit Ramchiary
Editor/DI - Debabrot Phukan
Music Direction - Jonaki Mon
Background score - Jagadish Nath
Location Sound - Sumir Dewri Damlong
BGM Team - Tonmoy Bora, Rahul Deka, Kaustav Kalita.
Sound Design - Sumir Dewri Damlong, Alokesh Saikia.
Sound Mixing - Alokesh Saikia.
Assistant Director - Debasish Hazarika
Make Up - Kamal Talukdar, Bablu Raj
Camera Assistant - Pankaj Boro, Gakul Uzir
Location Sound assistant - Sashanka Das, Dimbeswar Boro
Lyrics - Danish Ahmed
Background Vocals - Bappa
Produced By - Parishmita Hazarika
Directed By - Swagata Bharali.
Пікірлер: 533
This story reminds me of Dipali Borthakur and Nilpaban Baruah's love story. He used to smoke a lot and he used to draw on each and every packet of cigarettes.
যদি জ্বলাই ওঠ পাহৰিব পাৰি বুকুৰ বিষাদ, তেন্তে আপত্তি কি চিগাৰেট খোৱাৰ❤❤
@madhusmitabaruah7585
15 күн бұрын
চিগাৰেট খালে অকল ওঁঠ নহয় হাওঁফাওঁ জ্বলে।
@silent9085
14 күн бұрын
@@madhusmitabaruah7585😂
“শেষ হোৱাৰ পিছতো যি ক'বলৈ থাকি যায়, যি দিবলৈ থাকি যায়, যি পাবলৈ থাকি যায়, সিয়ে প্ৰেম...” 🌺💜🌺
কিছুমান বস্তু youtube ত এনেই open কৰা যায় আৰু পিছত সেইটো চাই ইমানেই ভাল লাগে যে কবলৈ ভাষা নোহোৱা হয়। পিছত তেনেকুৱা বস্তু হাজাৰ বিচাৰি ফুৰিলেওঁ পোৱা নাযায়। The last cigarate ও তেনেকুৱাই এটা story❤️
"তুমি মোৰ কাহিনী হব নালাগে, মোক তোমাৰ সাধুটোকে হব দিয়া । যাৰ জহৰ কবিতা নালাগে বাৰু শুনাব, মোক তোমাৰ মৌনতাকে পঢ়িব দিয়া" ❤
@manalishadas2421
Жыл бұрын
Uff dhuniya lgise comment2😍
বহুত ভাল লাগিল কাহিনীটো। আগলৈও যেন এনেকুৱা কাহিনী এনেকুৱা নিৰ্দেশনা দেখিবলৈ পাওঁ। প্ৰেমবোৰ যাতে সকলোৰে সফল হয় কাহিনীৰ দৰে। প্ৰেম জানো শেষ হয় কেতিয়াবা, ডায়েৰীৰ গোপন পৃষ্ঠাবোৰে, কৈ যায় বহুত নজনা বেথা, দেখিবা কলমৰ চিয়াহিয়ে, প্ৰাণ দিবলৈ চেষ্টা কৰা, এটা যুগমীয়া প্ৰেমৰ গাথা ।
কোঠাৰ এছুকে পৰি ৰোৱা শেষ চিগাৰেটৰ টুকুৰাটো আৰু কবলৈ ৰৈ যোৱা কথাবোৰ .. ওঁঠত লাগি থকালৈকে আপোনেই আছিল । ❤️ The concept of this video ...
Kamal daa sigret tu mein hoi ne 😍📌
অসীম, বহুত দিনৰ মূৰত তোমাক দেখা পালোঁ, তোমাৰ অভিনয় দেখি অভিভূত হলো। আৰু আগুৱাই যোৱা , অফুৰন্ত শুভ কামনাৰে তোমাৰ সহপাঠী কটন কলেজৰ বুৰঞ্জী বিভাগৰ, বৰ্ণালী বৰুৱা।
Storyline and performances 👌👌 Paad k o iman dhuniyakoi dekhua director 🙌😂
অতীত তুমি কি লিখি দিলা ❤উফ্ ❤সচাকৈ ভাললাগিল বুলি ক'ব পৰাকৈ ভাললগা।❤️😌
❤❤❤কি সুন্দৰ সৃষ্টি
সচাকৈ বহুত ভাল লাগিল কাহিনীটো ❤🥺 সচাঁ ভালপোৱা হয়টো এনেকুৱাই ...... because love doesn't need any language , love it's self is the language ❤
No one can bit Kamal lochan for acting performance...Kamal is unbelievable actor...god bless him...
Comments are so beautiful that it gives more sweetness to this shortfilm ✨
উফ অন্তৰ স্পৰ্শ কৰি গল। কাহিনীটো মই নিশ্চয় এবাৰ চিগাৰেট খোৱা প্ৰীয়জনক share কৰিব খুজিম।
অপূৰ্ব! সকলোলৈকে শুভকামনা ! এনে ধৰণৰ চিত্ৰকৰ্ম আৰু কৰি যাওঁক
বহুত ভাল লাগিল চাই। অতিত শইকীয়া বহুত বহুত শুভেচ্ছা থাকিল। আৰু আগুৱাই যোৱা । সামৰণিটো বহুত ভাল লাগিল।
শান্তি দিয়ে এনে নিভাজ প্ৰেমে, এনেদৰে মৌনতাৰ আঁৰত থকা কথাবোৰ বুজি পোৱা মানুহ খুবেই কম ❤
সকলোখিনি ইমান সুন্দৰ যে কেনেকৈ নো ভাষাৰে কম - যি শেষ হোৱাৰ পিছতো কবলৈ থাকি যায় পাবলৈ থাকি যায় সেয়ে প্ৰেম
আমি এনেকুৱা এখন কংক্ৰীটৰ ঠাইত আছো য'ত মানুহৰ প্ৰতি মৰম বোৰ ক্ৰমে হেৰাই গৈছে, কিবা ঘৃণা ,হিংসা আদিয়ে মনবোৰ ভৰাই তুলিছেহি । বিশ্বাস কৰোঁ বুলিও কৰিব নোৱাৰি কাকো। সৰল মনৰ চৰিত্ৰ কেইটা দেখি কিবা ভাল লাগি গল । য'ত মৰম, বিশ্বাস আদিৰ বাহিৰে negative emotionr ৰ স্থান নাই!❤
@parishmitahazarika9319
9 ай бұрын
Thank you so much on behalf of the entire team ❤
Love does not need any language , love itself is the language 🥀💙✨
@manalishadas2421
Жыл бұрын
Comment ❤😍
@bonzo.lifestyel2077
Жыл бұрын
@@manalishadas2421 thanks
a masterpiece
Bohut dhuniya❤️
Loved it ❤️ the story,the acting, background score everything was beautiful
Bohut dhuniya ❤❤❤❤
Love to each and every member of the team! Greak work!! Love how natural the acting is. And Jonaki Mon's voice is so peaceful as always! Waiting for the song😍😍
Everything perfectly executed 🔥🔥
Bor dhuniya... marvelous
It doesn't seem like anywhere there is a lack on acting of #Kamal da. Just awesome❤️
One of the best Assamese short film I've seen so far. Kudos to the entire team.
Goosebumps bro Goosebumps.... Ki ultimate story 💕💕💕💕
Khub hundor hoise.. lovely
Emn dhuniya🥺🥺🥺🥺🥺🥺❤❤❤❤❤❤🙏
ইমান ধুনীয়া কাহিনী। হৃদয় চুই গৈছে।
what an inspirational story, content which tells alot about what actual love meaning is.... Thanks for sharing it to us... Appreciate alot...
ভালপোৱাৰ সংজ্ঞা বিচৰাসকলে ইয়াত বিচাৰি পাব মৰম কি , ভালপোৱা কি , তাৰ উত্তৰ 💜
@JrBhaskarmiLi
Жыл бұрын
হয় আপুনি ঠিকই কৈছা
Apurbo 👀👀
Touched ♥️
Finally watched it! Everything's beautiful about it, 22mins of pure bliss💙
বহুত বহুত মৰম আৰু আশীৰ্বাদ থাকিল আগুৱাই যোৱা আশীবাদ কৰিছো ভাল কামৰ ভাল ফল পাবা 😘😘❤
Love is beyond linguistic barriers.☺️😌💞
কি যে এক সুনদৰ অনুভূতি😇
Masterpiece ❤️❤️
হৃদয় চুই গল।❤️❤️
কাহিনীটি বৰ ধুনীয়া হৈছে .... অভিনয়ও সুন্দৰ♥️ অতীত দা আগলৈও এনেধৰণৰ কাহিনী আমাক উপহাৰ দি যাব বুলি আশা কৰিলোঁ♥️☺️
This one is sweet 💙 glade to see Ashim borta , Kamal Lochan da and .. everyone
প্ৰত্যেকৰে বাস্তৱিক অভিনয় আৰু কাহিনীয়ে মন চুই গল❤️
The acting is so natural that I felt like all of this was happening right in front of my face and not on my phone. Beautiful.
Being loved by someone you admire is priceless ❤️ ✨️
❤❤❤ kamal da borhiya. Story tu dhuniya.
কি কম ক'বলৈ একো ভাষায়েই বিচাৰি পোৱা নাই | খুবেই ভাল লাগিল । অন্তৰ চুই গ'ল
বৰ ধুনীয়া হৈছে বহুত কথা কৈ গৈছে কাহিনীটোও
Story, concept, music, song, acting and everything excellent ❤️❤️❤️❤️ God bless the team.looking forward for more
সুন্দৰ 💖
Nice re TAGDA 🔥🔥🔥lagise
Ki sundor abhinoy. Ashim Sir ok dekhi montu bhal lagi goise.
Wow ❤️❤️
What a story,,wow 🔥🔥
Soo good❤
Bor dhuniya ❤
A very good one.... Bht dhuna storyline... N background scores❤❤❤
An amazing story
What a story, just Waooooooooo, Really Love it❤
Bor dhunia concept ❤️❤️❤️
Khub dhunia
Premor swargiya anubhuti... Hundar prakash, jiwonot bhal puajonor karone kiba tyag kora hoi hei anubhuti u bor hundarkoi dekhuaise. Bhal lagil r u protijon silpi loike dhanyavaad jonalu
Such a beautiful story. Loved it❤
বহুত ভাল লাগিল 🥺,সুন্দৰ প্ৰদৰ্শন।
Kamal Lochan is the BEST 👏🏼👏🏼👏🏼
Congratulations to the team 👍🏻 keep up the good work ❤️
Baah ki dhuniya. ❤
Lovely writing and execution.
Why is this so underrated???? Lot's of love ♥️
সুন্দৰ!
Awesome, every one's performance ❤️❤️
Bohut val lagil story to ❤️❤️❤️❤️
Amazing Kamal Luchon❤️🔥❤️🔥❤️🔥
Dhuniya concept ❤️loved it
Dhunia hoixe❤️
Atit Saikia daa you always 🔥🔥🔥
২১ মিনিট কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালো। সুন্দৰ ।
Perfection 🖤
Have been admiring Swagata Bharali as an actor since "Riyaaz", now shall admire her as a director too. 😍
Absolutely amazing.
Bohutu morom n huvessa thakil... ❤️ vl lagile Sai ❤️👏👏👏
Ultimate
ইমান সুন্দৰ👌কাহিনী সংলাপবোৰ❤ খুবেই ভাল লাগিল_____🌷💚
Dhunia lgil sai ❤️
পোনপ্ৰথমে বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকলৈ। 🙏🏻💛 Atit দাদা বহুত ধুনীয়া লিখিছে। আপোনালৈ ও মৰম আৰু শুভেচ্ছা জনালোঁ। 💚💜❤️ বহুত ধুনীয়া হৈছে। ভাল লাগিল চাই। "কবি মানুহটো, মুখ মেলিলে অন্তৰ দেখা পাই" উফফ বাকীবোৰ ডাইলগ আছেই ইমান ধুনীয়া। ❤️🥺
Amazing bahut bhal lagil Ashim ,Kamal lochan great 👏👏🌷
Proven that for refreshing our mind dont need 2 hour movie always... Excellent in every angle... Keep it up and waiting for more in coming days....👍👍👍
Bohut dhunia lagise ❣️
Speechless ❤️uff
borhiyaaaa
Direction 💯😍
Xosakoi Bahut dhuniya lagise story tu
Ufff....💖🌸
বহুত ধুনীয়া❤️
so natural acting..❤ touched