সফলতাৰ দিশ||SAFALATAR DIKH||RAJA BORUAH INTERVIEW||SAMIRON BORTHAKUR||ZUBEEN GARG||MUSICIAN

◾ ইটোৰ-পিছত সিটো বাদ্যযন্ত্ৰত ৰাজা বৰুৱাৰ হাতৰ পৰশ...
◾ কেনেদৰে বাদ্যযন্ত্ৰ শিল্পী হিচাপে পৰিচয় লাভ কৰিলে ৰাজা বৰুৱাই?
◾ জুবিন গাৰ্গৰ সান্নিধ্য প্ৰথমবাৰৰ বাবে কেতিয়া লাভ কৰিছিল ৰাজা বৰুৱাই?
◾ সৰুৰ পৰাই সপোন আছিল সংগীত...
◾ সমীৰণ বৰঠাকুৰৰ সৈতে 'সফলতাৰ দিশ'ত এইবাৰৰ অতিথি জনপ্ৰিয় বাদ্যযন্ত্ৰ শিল্পী ৰাজা বৰুৱা।
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com/profile/ishannews

Пікірлер: 105

  • @diipakkgogoi3252
    @diipakkgogoi32522 жыл бұрын

    ❤️ৰাজা দা মানেই জুবিন দা । জুবিন দা মানেই ৰাজা দা ❤️

  • @deepjyotichetia5673

    @deepjyotichetia5673

    2 жыл бұрын

    Thik koisa dus

  • @robinabasumatary6428

    @robinabasumatary6428

    2 жыл бұрын

    zubben is only one person

  • @shyammahanta7317
    @shyammahanta73172 жыл бұрын

    প্রতিস্হিত শব্দটো তেখেতে গ্রহণ কৰিব বিচৰা নাই | আাচলতে এয়াই হৈছে এজন মহান শিল্পীৰ মহানুভাৱতা | 🙏🙏👍👍

  • @diptigogoi599
    @diptigogoi5992 жыл бұрын

    তেখেতৰ সৰলতা আৰু সুখী মনতোক শ্ৰদ্ধা জনাইছো

  • @dipalibora9247
    @dipalibora92472 жыл бұрын

    যেতিয়াই আপোনাৰ অনুস্থান চাওঁ তেতিয়াই আপোনাক দেখো গায়ক বা গায়িকা গৰাকীয়ে গীত পৰিবেশন কৰি থাকোতে আপুনি ইমান সুন্দৰ কৈ হাঁহি মাৰি তবলা বজাই থাকে ... সচাকৈয়ে সেইটো গুণৰ বাবেই আপোনাক বহুত ভাল লাগে অশেষ ধন্যবাদ জীৱনত আপুনি আৰু আগবাঢ়ি যাওক তাকেই কামনা কৰিছো 🙏🙏

  • @nayansarma4262
    @nayansarma42622 жыл бұрын

    ৰাজা দা আপোনাৰ কৰ্ম ময় জীবনৰ উন্নতি কামনা কৰিলোঁ

  • @rulirekhabhuyan3768
    @rulirekhabhuyan37682 жыл бұрын

    ৰাজাদাৰ সৰলতা সকলোৰে বাবে আদৰ্শ হৈ ৰ ওক, আপোনাৰ দীৰ্ঘায়ূ কামনা কৰিলোঁ

  • @pronabadhyapak7312
    @pronabadhyapak73122 жыл бұрын

    ৰাজ্য, তোমাৰ হাতৰ পৰশত বাদ্য যন্ত্ৰ বোৰে আমাক অনাবিল সুৰৰ সন্ধান দিয়াত ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @pradipkumarhazarika4307
    @pradipkumarhazarika43072 жыл бұрын

    অতি বিনয়ী শিল্পী।

  • @bijoybhattacharjee8357
    @bijoybhattacharjee83572 жыл бұрын

    অমায়িক, সৰল আৰু মৰমীয়াল ভাতৃ সম ৰাজা বৰুৱাৰ সু স্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে ঈশ্বৰৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা 🙏

  • @ankurbikashdutta9616
    @ankurbikashdutta96162 жыл бұрын

    খুব ভাল লাগিল। আপুনি মহান শিল্পী

  • @TRINAYANARTGALLERY
    @TRINAYANARTGALLERY2 жыл бұрын

    Bohu Manuh Ahe Jaiiii Zubeen Da Logot Hodai Raja Da Thaki Jaiiii/Jabo

  • @rashnahazarika4602
    @rashnahazarika46022 жыл бұрын

    ভাল লাগিল , সদায় দেখি থাকো , জানিবলৈ মন গৈ আছিল তেখেতৰ সম্বন্ধে । তেখেতৰ কৰ্মোদীপ্ত শলাগিবলগীয়া ।

  • @crazygamer4661
    @crazygamer46612 жыл бұрын

    Bahut🏆🏆🏆🏆 Bhal Lagile Haykhatkarti Rajadar Baydojantor Jadu Dekhi Ovivuta Halu Aapuni Omor Hoi Thakok Moiu Jorhatot Sakori Karisilu Jorhatkhon moi aajiu pahoribo poranai jorhatoloi Aakou Jaboloi Monjai

  • @nayanmonidutta9768
    @nayanmonidutta97682 жыл бұрын

    বৰ ভাল লাগিল সাক্ষাৎকাৰটি | সদায় বজোৱা দেখো যদিও তেখেতৰ বিষয়ে জনা নাছিলো |

  • @suntobora9806
    @suntobora98062 жыл бұрын

    বহুত ভাল লাগিল, মোৰ দৃষ্টিত ৰাজাদা এজন মাহান শিল্পী।

  • @b.gentertainment5401
    @b.gentertainment54012 жыл бұрын

    Raja da apuni mur bhut mormor hoi ❤❤❤❤❤❤

  • @sochindragogoi972
    @sochindragogoi9722 жыл бұрын

    ৰাজা দা আপুনাৰ শেষৰ কথাখিনি এ অন্তৰ চুইগল 💞💞🙏

  • @kushalgogoi1548
    @kushalgogoi15482 жыл бұрын

    Raja da ❤❤❤

  • @diptidutta1058
    @diptidutta10582 жыл бұрын

    অনুষ্ঠানটো চাই খুব ভাল লাগিল ।

  • @malobikamahanta7453
    @malobikamahanta74532 жыл бұрын

    Bor bhal lagil aponar kotha bilak ..Bhogobane aponar asa bilak purno korok .sadai kushole thakok ..🙏🙏

  • @_Bhargav_Rava9
    @_Bhargav_Rava92 жыл бұрын

    Raja dak Class 5 manor pora dekhi ahisu aru aji graduation complete hol he mur. Aji Ishan News r dwara artist jonok bhalkoi janibole palu. Thank you ❤️ Most underrated artist Raja da ❤️

  • @nilasharma862
    @nilasharma8622 жыл бұрын

    Raja hosakoi 2mar hator jadu ase. Ujal bhoisat kamona koresu

  • @apurbaneog7051
    @apurbaneog70512 жыл бұрын

    সৰল বাখ্যা, সুন্দৰ

  • @debangachutia1245
    @debangachutia12452 жыл бұрын

    ৰাজা দা, বৰ ভাল পাঁও অাপোনাক…

  • @digantathakuria4992
    @digantathakuria49922 жыл бұрын

    ঈষান নিউজলৈ অশেষ ধন্যবাদ থাকিল । এনেকুৱা সাক্ষাৎকাৰ আগলৈকে আশা কৰিলো। লগতে ৰাজা দালৈ বহুতো মৰম থাকিল। ৰাজাদা , আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো লগতে আপোনাৰ অমায়িক কথা বতৰাৰ শলাগ লৈছোঁ।

  • @manjulpathak4182
    @manjulpathak41822 жыл бұрын

    এয়াই শিল্পী ! শিল্পী মনৰ প্ৰকৃত শিল্পী 🙏

  • @devajanigogoi578
    @devajanigogoi5782 жыл бұрын

    আপোনাৰ দৰেই আছিল মোৰ দেউতা ।একেবাৰে সহজ সৰল ।

  • @RkR8077
    @RkR80772 жыл бұрын

    Wow so excited ,bring your brightness future and be successful

  • @assamesetimes9147
    @assamesetimes91472 жыл бұрын

    ভাল পোৱা মানুহ জন #ৰাজা দা

  • @satyajitbonia7760
    @satyajitbonia77602 жыл бұрын

    ভাল লগা শিল্পী জন

  • @bdmilla2047
    @bdmilla20472 жыл бұрын

    ইমান সৰলতা ...প্ৰণাম ...

  • @p.c.sarkarsnaturesbeauty675
    @p.c.sarkarsnaturesbeauty6752 жыл бұрын

    এগৰাকী মহান ব্যক্তিৰ জীবন সহস্র জনৰ বাবে প্ৰেৰনাৰ সোঁত ।

  • @ChandanDas-fk5qv
    @ChandanDas-fk5qv2 жыл бұрын

    Raja da aponar nisina nulaba ru xadai amr mjt eneke thakiba lv u raja da ❤️❤️

  • @krish5445
    @krish54452 жыл бұрын

    Akha korilu apunaloke aru enekua badyo jantro xilpi, kontho xilpi aru beleg xilpi k amontron koribo agoloi. Bhal lagil sai episode tu

  • @satishchand8795
    @satishchand87952 жыл бұрын

    Rajada hosakoye raja

  • @drd8928
    @drd89282 жыл бұрын

    ধন্যবাদ

  • @RiturajCreation
    @RiturajCreation2 жыл бұрын

    প্রিয় মানুহজন ♥️♥️♥️♥️♥️🙏🙏🙏🙏🙏

  • @hopunmorisika8180
    @hopunmorisika81802 жыл бұрын

    ৰাজা দা ৰ বিষয়ে আজি ভালকৈ জানিলো , ভাল লাগিল

  • @RBPets
    @RBPets2 жыл бұрын

    মোৰ অতি মৰমৰ এজন শিল্পী ।। তেওঁৰ অনুষ্ঠান বোৰত সদায় তেওঁৰ আঙুলি কেইটালৈহে চাই থাকোঁ ।। আজি তেওঁৰ সৰল মনটো বুজি বৰ ভাল লাগিল ।।

  • @harenmohan6586
    @harenmohan65862 жыл бұрын

    বহুত বহুত ধন্যবাদ

  • @priyankisaikia866
    @priyankisaikia8662 жыл бұрын

    ভাল লাগিল চাই।

  • @nilimtinkuofficial6883
    @nilimtinkuofficial68832 жыл бұрын

    Wow raja da lovely dai 💖😘👌

  • @i.b.g.entertainment7942
    @i.b.g.entertainment79422 жыл бұрын

    Raja daa axomor Sivamami

  • @brojenkhargharia15
    @brojenkhargharia152 жыл бұрын

    Raja God bless you

  • @priyanuj447
    @priyanuj4472 жыл бұрын

    Extraordinary person ❤❤❤

  • @devajanigogoi578
    @devajanigogoi5782 жыл бұрын

    অসম গৌৰৱ ৰাজা দা বুলি কোনে কোনে ভাবে like কৰিব ।

  • @rupjyotisaikia4048
    @rupjyotisaikia40482 жыл бұрын

    ভাল লাগিল।, 🙏🌹🙏

  • @ravirayblog2766
    @ravirayblog27662 жыл бұрын

    Right 👍👍👍

  • @ankurzubeen1158
    @ankurzubeen1158 Жыл бұрын

    My frvr Raja da

  • @DeepStore-zx7vn
    @DeepStore-zx7vn2 жыл бұрын

    Raja da akol baidro bid nohoi xobdor ajon Val manuh....❤️❤️❤️❤️

  • @debojitchangmai3886
    @debojitchangmai38862 жыл бұрын

    কিমান বছৰে জুবিন দাৰ লগত দেখি আহিছোঁ

  • @NirmanGog
    @NirmanGog2 жыл бұрын

    Raja da mne 🔥🔥🔥🔥🔥🔥

  • @hopunmorisika8180
    @hopunmorisika81802 жыл бұрын

    Love you raja da

  • @MrTikaramSonar143
    @MrTikaramSonar1432 жыл бұрын

    BHOUT VALL LAGIL 💖💖👍🏻👍🏻👍🏻👍🏻

  • @ronjitborah1997
    @ronjitborah19972 жыл бұрын

    Okol gan guake nohoi ane sokolok matok

  • @djd9278
    @djd92782 жыл бұрын

    ৰাজা দা,নামে যাৰ পৰিচয়।।👍

  • @archanadas9097
    @archanadas90972 жыл бұрын

    God bless you. 🙏

  • @shankaric7777
    @shankaric77772 жыл бұрын

    Experienced and devoted person. Gives good support for zuben garg.

  • @kaishyapkarmakar8837
    @kaishyapkarmakar88372 жыл бұрын

    Thanks for the upload... 👍

  • @Debasish7856
    @Debasish78562 жыл бұрын

    Raja daa u r great

  • @mdhussainahmedaxom3658
    @mdhussainahmedaxom36582 жыл бұрын

    ভাল লাগে

  • @namitadeka4148
    @namitadeka41482 жыл бұрын

    lord krishna blessd you

  • @bhargabdeka733
    @bhargabdeka7332 жыл бұрын

    Right

  • @tulanduarah1296
    @tulanduarah12962 жыл бұрын

    God bless you,

  • @pranjitdas767
    @pranjitdas7672 жыл бұрын

    Raja dada too good

  • @anthanydsouza8801
    @anthanydsouza88012 жыл бұрын

    Very nice

  • @pranabnath1787
    @pranabnath17872 жыл бұрын

    Raja da val lgil.

  • @ravirayblog2766
    @ravirayblog27662 жыл бұрын

    Raja dak prai vage dekha pau zubin dar lagat badya jantra bozowa val lage ,

  • @nipumanisaharia5720
    @nipumanisaharia57202 жыл бұрын

    Rajuda love form mangaldoi 💓💓

  • @deeptheinnovatorboy4830
    @deeptheinnovatorboy48302 жыл бұрын

    Great person

  • @rupak4406
    @rupak44062 жыл бұрын

    May God Bless You 🙏

  • @ManabJyotipatar
    @ManabJyotipatar2 жыл бұрын

    Xosa Matir Manuh❤️

  • @mintutalukdar9619
    @mintutalukdar96192 жыл бұрын

    Khup. Val. Lagil. Apunar. Kotha. Khi ni. Jani.

  • @prodipdutta9794
    @prodipdutta97942 жыл бұрын

    আমাৰ যোৰহাটৰ কথাই বেলেগ

  • @birinchiphukan9
    @birinchiphukan92 жыл бұрын

    ❤️❤️😍😍

  • @prasantakalita4486
    @prasantakalita44862 жыл бұрын

    Raja da... Bahut change hol.. Simple living....

  • @sushilhazarika4029
    @sushilhazarika40292 жыл бұрын

    ❤️👍🙏

  • @aakashgogoi3870
    @aakashgogoi38702 жыл бұрын

    👍👍👍👍👍👍👍

  • @humourbarman6917
    @humourbarman69172 жыл бұрын

    👍

  • @assamvlogs1055
    @assamvlogs1055 Жыл бұрын

    ❤❤❤

  • @totababa7656
    @totababa76562 жыл бұрын

    👍👍👍

  • @arupnath3592
    @arupnath35922 жыл бұрын

    ৰাজা দা আপোনাৰ প্ৰটিতো কথায়ে ৰসাল

  • @Rajudjhiphopmix
    @Rajudjhiphopmix2 жыл бұрын

    Woww good👍

  • @papuboro6360
    @papuboro63602 жыл бұрын

    God bless him.

  • @sanjibbarua6446
    @sanjibbarua64462 жыл бұрын

    🙏🙏🙏🙏🙏

  • @pinkukalita77
    @pinkukalita772 жыл бұрын

    Ejan mahan xilpi

  • @debangachutia1245
    @debangachutia12452 жыл бұрын

    মইও যোৰহাটৰে, "পাৰকোচন" বাদন এটা শিকিব বিচাৰিছো কিন্তু মই বিশেষ কাকো চিনি নাপাও…

  • @utpalborpatra7131
    @utpalborpatra71312 жыл бұрын

    Mohaan..

  • @bhupenchandrahazarika1583
    @bhupenchandrahazarika15832 жыл бұрын

    🙏🙏🙏

  • @m.stravelandmusic1205
    @m.stravelandmusic12052 жыл бұрын

    🙏❤️❤️

  • @pranjitbaishya2409
    @pranjitbaishya24092 жыл бұрын

    Mai bahut val pao tekhetok

  • @Debasish7856
    @Debasish78562 жыл бұрын

    Awesome 👏👏

  • @studyengineering99
    @studyengineering992 жыл бұрын

    Borhia pragramme Kintu ai channel tu Miya r channel nisina lage

  • @debenkonwar8367
    @debenkonwar83672 жыл бұрын

    সংগীতৰ ক্ষেত্ৰখনত দুইনম্বৰী চাৰ্টিফিকট লৈ চৰকাৰী পেনঞ্চন খোৱাৰে অসম মূলুকত ভৰি আছে ।

  • @pranjal9270
    @pranjal92702 жыл бұрын

    Anchoring is too poor

  • @kunalsaikia4602

    @kunalsaikia4602

    2 жыл бұрын

    God bless you Raja

  • @utpalghy

    @utpalghy

    2 жыл бұрын

    So down to earth artist. Very impressive. God bless him.

  • @Lkmusic443
    @Lkmusic4432 жыл бұрын

    ❤️❤️❤️

Келесі