আৰ্তজনৰ কাষত ত্ৰাণকৰ্তাৰ ৰূপত মুখ্যমন্ত্ৰী, মাজুলীত ৭ বছৰীয়া পংখীৰ চিকিৎসাৰ দায়িত্ব ল'লে CMএ
📌আৰ্তজনৰ কাষত ত্ৰাণকৰ্তাৰ ৰূপত মুখ্যমন্ত্ৰী। মাজুলীত ৭ বছৰীয়া পংখীৰ চিকিৎসাৰ দায়িত্ব ল'লে মুখ্যমন্ত্ৰীয়ে। বানত সৰ্বস্বান্ত হোৱা ভাইকন ভেৰুৱা, বলীন শইকীয়াহঁতৰ খবৰ লৈ সৰ্বহাৰা পৰিয়ালক অভয় দিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক কাষত পাই সকলোৱে বিবৰণ দিলে ভয়াৱহ স্মৃতিৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
Пікірлер: 55
এয়া হে অসমৰ এজন প্ৰকৃত মুখ্যমন্ত্রী 🙏 এনেকুৱা ভাল কাম কৰিলে মোগল বিলাকে কমেন্ত নকৰে ! 😅😅
@digantaborah2168
18 күн бұрын
Right 👍
@digantaborah2168
18 күн бұрын
মাজুলীত কংগ্ৰেছ জিকিলেই পানী আহে 😢
@DipuKalita-zf9ck
14 күн бұрын
Right
দেখিছানে পটুৱা কংগ্ৰেছী সকল কেতিয়াবা এনেকুৱা আহি পাইছিলনে
নবনির্বাচিত সাংসদ গৌৰব গগৈ ক'ত লোকাই আছে এতিয়া😂
@digantaborah2168
18 күн бұрын
এতিয়া নোলাই পানীলৈ বহুত ভয় লাগে।
@ShibaramDas-em4ec
13 күн бұрын
kor pora ulab teulukor panioi vy lage .bjp jindabad.@@digantaborah2168
@rameshpayang7871
7 күн бұрын
Right kotha koise, Maiki mass to okal vot r lalos t. Majuli t jai. Bapeke jenekua. Putekeu anekua hobo,
গৌৰব গগৈ য়ে UCC আইন খন বলবৎ হোৱাৰ বাবে সংসদত ভাষন দিয়কচোন । অসমৰ চৰকাৰী মাটি, সত্ৰৰ মাটি , চৰৰ মাটি দখল কৰা লোক সকলৰ বিৰুদ্ধে সংসদত ভাষন দিয়কচোন । তেতিয়াহে কম সচাই অসমৰ এজন ভাল সাংসদ । এইকেইটাৰ বিষয়ে কেতিয়াও নেমাতে আৰু নোৱাৰেও ।
এয়া হে আমাৰ মামা🥰
গৌৰৱ গগৈ কত।bht dangor ডাঙৰ কথা।bjp baya bjp thogise bjp hindu muslim kore bli congres k vote diya kaijoneo sage atiya bjp jindabad bulise।akhil gogoi mathu sioribo jane teo cm sirok personaly baya pai so sob kothate bjpke dukhe।।ai homoikhinit যোৰহাট মাজুলী sivsagar মানুহে ঠগাৰ পাছতো তেওঁ প্ৰতিটো সময়ত আহি মানুহক এই দুৰ্যোগৰ সময়ত kahot থিয় দিছেহি
Bohut val lagil sir
I love you Mama for your kindness ❤❤❤❤❤
Great CM .
Active CM
Love you mama
Gauravuddin alir support koita kot gel suwaror batcha koita
@dhaneswarbhuyan4105
18 күн бұрын
Banpamot uti gol
Love you mama❤❤❤❤
গৌৰৱ গগৈক বিচাৰক
@bhabanandakalita7615
14 күн бұрын
অলপ চাব
Amar akhamar gaurabar c m❤❤❤
Good cm sir, anekua cm sir 🙏🙏🙏🙏🙏🙏🙏
মুখ্য মন্ত্ৰী ডাঙৰীয়া আপোনাৰ কিছুমান কাম খুব ভাল লাগে। যেনে সেই ছোৱালী জনীক সহায় কৰাৰ বাবে অশেষ ধন্যবাদ। কিছুমান বেয়া পলিটিক কৰে তেতিয়া বৰ বেয়া পাও। ৰাজনীতিত পলিটিকচ থাকিবই বেয়া পলিটিকচ নকৰে যেন। যেনে কংগ্ৰেছ দিনত দিঘলীয়া কে বিষম বাদ কৰি অসম খন সেই সময়ত বহুত পিছ পেলাই দিলে।
এজন মুখ্য মন্ত্ৰীৰ এয়া কৰণীয় কাম । কি দি সহায় কৰে সেয়া পিচতহে দেখা যাব ।
Our cm is very active and kind person 😊
Great CM Sir 🙏🏻🙏🏻
U r grade mama.raijor hohai korok.dukhiak hohai kork.ami lgt asu.
👍👍
আগতীয়াকৈ নিৰাপত্তাৰ ব্যৱস্থা নকৰাৰ কাৰণটো হে বুজা নগল
গৌৰৱ গগৈয়ে issue palehe bjp k bya bli kobo pora kothat he lecture dibo
Network nahuwa thai t mantri Mla ph kari kam kara r pratisruti diye, tare bujibo lage homaj r kiman uunnoti habo
👍🙏🏼
definately sir👏
Ou Hari Ou Raam...
🙏🙏🙏
Vallagilpranamjanalusir❤❤❤
News channel হলে নিৰপেক্ষ হৈ বাতৰি দিব লাগে
❤❤
❤❤❤
bipod ahile mamahe ahe .
Dekho Dekho Dhubri sankha Laghu Manush gula jadi bhot jabed bhaiyok bhot dilen hay .nichay Asil hay .rakibul naoye thaike name na hahahahahaha😅😅😅😅😅😅😅😅😅
Jodi kiba pai tetia kobo Aibilak natok koribo ahise Vote bisarise 2026 sonor babe
Barukhan gale japi, sur gale buddhi .....mama misoliya
Next CM Gaurav Gogoi zindabad 💯🙏💪💪
@rameshpayang7871
7 күн бұрын
Maiki mass , Mota mass to 🤣🤣🤣😅😅 Bangladesh t 2050 t bonibo dei😂😂😂😂😂
Assam CM BJP Sarkar out
#assamgodimedia