জন্ম হ’ল ল’ৰা কিন্তু অভিভাৱকে পালে ছোৱালী। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এই নাভূত-নাশ্ৰুত ঘটনা

⭕️ জন্ম হ’ল ল’ৰা কিন্তু অভিভাৱকে পালে ছোৱালী।
⭕️ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এই নাভূত-নাশ্ৰুত ঘটনা।
⭕️ নিশাৰ ভিৰতৰে সন্তানটি কেনেকৈ কন্যা হ’ল?
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 1 300

  • @janmoni7
    @janmoni72 жыл бұрын

    কিছুমানৰ ল’ৰা নাই ছোৱালী থকা গাৰ্জেনে ল’ৰা লাগিব বুলি পাতি থয় ডাক্তৰ নাৰ্ছৰ লগত সালসলনি কৰি দিয়ে শুনিছোহে দেই কিছুমানে কোৱা ৷ 🙏

  • @assamessvlog7846
    @assamessvlog78462 жыл бұрын

    ভাল দৰে তদন্ত কৰক সকলো ওলাই পৰিব, লোকৰ কেঁচুৱা টো কিয় বাৰু হাল সলনি কৰিব লাগে, লৰা হওঁক বা ছোৱালী নিজৰে তেজৰ নহৈ জানো মানো বোৰ মূৰত বিকৃতী ঘটিছে সঁচাই,

  • @jyotsnabordoloi5656

    @jyotsnabordoloi5656

    2 жыл бұрын

    Ji ji ji ji ji ui ui io jjh ji ji ji ji 9o8

  • @nihanikuduttaborah857

    @nihanikuduttaborah857

    2 жыл бұрын

    Dna test korok sob ulai jabo

  • @moviesmedia5212

    @moviesmedia5212

    2 жыл бұрын

    @@nihanikuduttaborah857 thik kotha koise

  • @bobyhazarika2638

    @bobyhazarika2638

    2 жыл бұрын

    Um hoi 👍

  • @arshitasonowal3724

    @arshitasonowal3724

    Жыл бұрын

    @@bobyhazarika2638 buibull

  • @goutamborahvlogs7016
    @goutamborahvlogs70162 жыл бұрын

    বহুত খেলি মেলি আছে lakhimpur medical colleget, মই নিজেই ভুক্তভোগী, ভালদৰে তদন্ত কৰক চব ওলাই পৰিব

  • @user-bs1dp3cy8n
    @user-bs1dp3cy8n2 жыл бұрын

    আজিয়ে হস্পিটেলৰ চিচি টিভি ফুতেজ ছেক কৰক সকলো কথা পোহৰলৈ আহিব আৰু সত্য বিচাৰ কৰক আৰু তেঁও লোকক উৎচিত সিদ্ধান্ত লোৱা ব্যৱস্থা কৰক 🙏🏾🙏🏾🙏🏾

  • @kairahazarika1793
    @kairahazarika17932 жыл бұрын

    গাৰ কাপোৰ যদি একে আছে।তেন্তে ৰহস্য আছে।ভালদৰে তদন্ত কৰক।hospitalor dukho hoi

  • @bontibora4333

    @bontibora4333

    2 жыл бұрын

    Right

  • @chandanramchiary862

    @chandanramchiary862

    2 жыл бұрын

    Right

  • @nhazarika7618

    @nhazarika7618

    2 жыл бұрын

    Right

  • @devajyotiborah8672

    @devajyotiborah8672

    2 жыл бұрын

    Hospitolor niyom anusori kesua tor bau hator monibondhot jonmor loge loge makor naam likhi doctore chohi kori lebel mari dibo lage.

  • @rabi9545

    @rabi9545

    2 жыл бұрын

    Hosa

  • @akhilff4325
    @akhilff43252 жыл бұрын

    লখিমপুৰ doctor নাৰ্চ বোৰক বেলেক ঠাইলৈ বদলি কৰি দিব লাগে । আগৰ পৰাই এনেকুৱাই কৰি আছে

  • @vlogsmusickamaldas2842

    @vlogsmusickamaldas2842

    2 жыл бұрын

    ডকাইত এই বিলাক

  • @user-ve1dd9pd5l

    @user-ve1dd9pd5l

    5 ай бұрын

    Why

  • @nvnita

    @nvnita

    5 ай бұрын

    skri pai uliyai dibo lge kron blg thaitu ki ana nkribo tar ki mane axe ?

  • @rojonigondha8554
    @rojonigondha85542 жыл бұрын

    চিচতাৰ সকলৰ কথাবিলাক ভেজাল।ভালকৈ মন কৰক।

  • @entertainmentandmusic6955

    @entertainmentandmusic6955

    2 жыл бұрын

    Sob kothate sister duxi nhoi ,,ki thik Jodi loratu ovivabokei xoloni korise

  • @entertainmentandmusic6955

    @entertainmentandmusic6955

    2 жыл бұрын

    Karn ayitak gorakiye sulatu pindhai dse then nedekhar kothai hb nuare,,, aru 20hours kune nijor babytu nasai nuu ,,so sob sister duxi nhoi

  • @ghanakantabarman6566

    @ghanakantabarman6566

    2 жыл бұрын

    @@entertainmentandmusic6955 p

  • @abhilashkolita37

    @abhilashkolita37

    2 жыл бұрын

    Bhul nai

  • @wahabahmed8020

    @wahabahmed8020

    2 жыл бұрын

    Thik koi sa

  • @ranjanbora9722
    @ranjanbora97222 жыл бұрын

    সৰু ঘটনা বুলি এৰি নিদিব দায়িত্বত থকা সকলৰ ওপৰত কঠোৰ তদন্ত কৰক।

  • @babuchandra78

    @babuchandra78

    Жыл бұрын

    আইতাকে কাপুৰ পিন্ধাওতে দেখা নাই নেকি ল'ৰা নে ছোৱালী, সন্তান জন্ম হোৱাৰ পিছত নিজে চাব লাগে, ইমান অসাবধান হলে কেনেকৈ হব,নৰমেল সন্তান জন্ম দিছে

  • @bijukonwar5787
    @bijukonwar57872 жыл бұрын

    সাধাৰণ লোক যেন দেখিলে এনে কাম কৰা বহুত ঘটনা শুনিবলৈ পোৱা যায়। কতব্যত থকা নাচক তদন্ত কৰক। চিচি টি ভি তদন্তৰ কৰক।

  • @musicloverwithlovestory7711

    @musicloverwithlovestory7711

    2 жыл бұрын

    Yes

  • @assamboy3636

    @assamboy3636

    2 жыл бұрын

    hyyu

  • @kalpananath391

    @kalpananath391

    2 жыл бұрын

    Right Kois

  • @bobyhazarika2638

    @bobyhazarika2638

    2 жыл бұрын

    Good 👍

  • @malatibasumatary3090

    @malatibasumatary3090

    Жыл бұрын

    @@kalpananath391 ?

  • @priyamtaye7930
    @priyamtaye79302 жыл бұрын

    এনেকুৱা কেছ যোৱা বছৰতো হ'ব লৈছিল লক্ষীমপুৰ মেডিকেল কলেজত

  • @nipulburagohain4333
    @nipulburagohain43332 жыл бұрын

    দেলিভাৰি ৰুমত গন্ডগোল লগাই ছে, বাহিৰত নহয়,গতিকে ইয়াৰ উচিত তদন্ত হব লাগে নহলে অদুৰ ভবিষ্যতে ও এনে কায্য চলি থাকিব।

  • @bhabengogoi4634
    @bhabengogoi46342 жыл бұрын

    মোৰ মতে নাৰ্চৰ গাফিলতি বুলি অনুমান কৰিব পাৰি ।

  • @susmibaruah1903
    @susmibaruah19032 жыл бұрын

    তিনিটা বেবী লৰা নাছিল ,তাৰে এটি ছোৱালী আছিল ডক্টৰে বা নাৰ্চে বদলি কৰিবৰ কাৰণে তিনিটা বেবী লৰা বুলি এনেই প্ৰচাৰ কৰিলে .

  • @mafrujabegum7539

    @mafrujabegum7539

    2 жыл бұрын

    Aitu 100%

  • @kabitamoran6158

    @kabitamoran6158

    2 жыл бұрын

    Akebarei hosa kotha.todonta korib lage oti hunkale.anekoi ari dile nohob.thoka luvot hihote bodoli korise

  • @uttamsonowal8656

    @uttamsonowal8656

    2 жыл бұрын

    100%

  • @debajitdas9278

    @debajitdas9278

    2 жыл бұрын

    একেবাৰে মোৰ মনৰ কথা কৈছে ।

  • @riikikashyap6322

    @riikikashyap6322

    2 жыл бұрын

    Eitu 100%

  • @kalitaprabal5749
    @kalitaprabal57492 жыл бұрын

    DNA পৰীক্ষা কৰক..... তেতিয়া আচল কথা ওলাই পৰিব

  • @gouravdas493

    @gouravdas493

    2 жыл бұрын

    Right

  • @diptikonch1818

    @diptikonch1818

    2 жыл бұрын

    Right

  • @reshmabegum3782

    @reshmabegum3782

    2 жыл бұрын

    Yes

  • @agnak3346

    @agnak3346

    2 жыл бұрын

    Right

  • @rishikaentertainment8558

    @rishikaentertainment8558

    2 жыл бұрын

    Right

  • @bijukonwar5787
    @bijukonwar57872 жыл бұрын

    আটাই কেইজনী কেচূৱা মাকক আৰু কেচূৱাক DNA টেষ্ট কৰক আজিয়েই ।মূখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্রীয়ে নিজেই তদন্ত আৰম্ভ কৰক।

  • @juleegogoi3742

    @juleegogoi3742

    2 жыл бұрын

    Right

  • @RahulYadav-td1mr

    @RahulYadav-td1mr

    2 жыл бұрын

    👍👍👍

  • @bikzytgamer8109

    @bikzytgamer8109

    2 жыл бұрын

    Right

  • @dikuentertainment7768

    @dikuentertainment7768

    2 жыл бұрын

    Right

  • @sisuramhira225

    @sisuramhira225

    2 жыл бұрын

    Right 👍👍👏

  • @anukalita705
    @anukalita7052 жыл бұрын

    যেতিয়া বেবিতো মাকক দেখুৱাই ওপৰত বেবি ৰুমত লৈ গ'ল, তাৰ পিছত তাতেই সাল সলনি হ'ল। কাপোৰ খিনি একেই পিন্ধাই দিলে। অভিভাৱক আৰু প্ৰসুতি গৰাকী অলপ অজলা যেন লাগে যে গতিকে কাৰবাৰ তো হৈ গ'ল।

  • @depasharma4344
    @depasharma43442 жыл бұрын

    আচৰিত মানুহ পালো‌‌ তিনি গৰাকীকৈ মহিলা আছে অথচ ২০ ঘন্টা লৈকে এবাৰো নেচালে বেবীটো আচলতে ল'ৰা নে ছোৱালী আৰু এটা কথা ইমান সময় কেঁচুৱা টোৱে পেছাব পায়খানাও কৰা নাছিল নে ।ইমান সুস্থ অৱস্থাত থকা মাক জনীৰ নিজৰ কেচুৱাটো এবাৰ চাবলৈও মন নগ'ল নে কথাটো যথেষ্ঠ পাক লগা ।এনে‌ দায়িত্ব হীন সাৰ শূণ্য মানুহ ৰ বাবেই এনে ঘটনা ঘটে

  • @anitaojah1989

    @anitaojah1989

    2 жыл бұрын

    Sebabe kunubai subidha lale...

  • @jesminchowdhory6233

    @jesminchowdhory6233

    2 жыл бұрын

    Um asorit manilode anekua lgise khihote jen aneihe goisile hospital

  • @JC-fn4yc

    @JC-fn4yc

    2 жыл бұрын

    U r right

  • @robinkewra4666

    @robinkewra4666

    2 жыл бұрын

    Okay, bt 3tai baby male axile buli kole bt atia kenekoi female hol kouk

  • @indrajitdekaindrajitdeka7540

    @indrajitdekaindrajitdeka7540

    2 жыл бұрын

    কি মাক এইজনী সুস্থ হৈ থকাৰ পিছতো নিজৰ বেবী তোক ভালকৈ চাব পৰা নাই

  • @monikaborah9038
    @monikaborah90382 жыл бұрын

    সঁচা কথা উলিয়াব লাগে নহলে আকৈ পিছলৈ হব

  • @sunitavlog632
    @sunitavlog6322 жыл бұрын

    কুলি যুগৰ কলা কথা মানুহবোৰ একদম বেয়া হৈ গৈছে।

  • @user-ve1dd9pd5l

    @user-ve1dd9pd5l

    5 ай бұрын

    Emeded operation

  • @basisthaacharya6590
    @basisthaacharya65902 жыл бұрын

    অভিভাৱকে আৰক্ষীত এন্ট্ৰি দি ৰাখক আৰু কোৰ্টৰ অনুমতি সাপেক্ষে ডি এন এ পৰীক্ষা কৰাওক। তেতিয়া হয়তো হস্পিটেলত ভূল বশত ল'ৰা বা ছোৱালী লিখা খেলিমেলি ওলাব। তাৰোপৰি আৰক্ষীয়ে তদন্ত কৰিলে নিশ্চয় সকলো ওলাই পৰিব।

  • @rabencreationallmix5569

    @rabencreationallmix5569

    2 жыл бұрын

    Sosa kotha koise dada

  • @beautidevi7783

    @beautidevi7783

    2 жыл бұрын

    hoy

  • @anuragimon4654

    @anuragimon4654

    Жыл бұрын

    Right

  • @soonadevi6372
    @soonadevi63722 жыл бұрын

    DNA test korile gom puwa jabo

  • @mintubordoloi7047

    @mintubordoloi7047

    2 жыл бұрын

    Right 👍👍

  • @VintageFlickss

    @VintageFlickss

    2 жыл бұрын

    Yes

  • @deepjyotimedhi3656

    @deepjyotimedhi3656

    2 жыл бұрын

    CCTV নাছিল নেকি।।। DNA test কৰিলে গম পোৱা যাব।।।

  • @funnykids3043

    @funnykids3043

    2 жыл бұрын

    Change korise Must inqury

  • @prasannabaishya9343

    @prasannabaishya9343

    2 жыл бұрын

    Right

  • @beautykonwar427
    @beautykonwar4272 жыл бұрын

    বেছি দুখি বেবিটো ঘৰৰ মানুহ এবাৰ লৈ হ'লে কেঁচুৱা কাপোৰ সলোৱা নাই নেকি একদিন একেটা কাপোৰেৰে থাকিলে নেকি।বুবক ক'ৰবা

  • @paramanandataid575
    @paramanandataid5752 жыл бұрын

    বহুত বদনাম কৰিছে লক্ষীমপুৰবিসীক।।অতি সোনকালে তদন্ত কৰক নহলে পিছলৈ বহুত সমস্যা হব।।

  • @dimbeswarpanging3445
    @dimbeswarpanging34452 жыл бұрын

    Hei digital livet eman time wige kori lav nai.... CCTV naineki ??? Inquary korok

  • @jantihira9223
    @jantihira92232 жыл бұрын

    ইয়াত এটা মোৰ সম্ভৱ সন্দেহ আছে ভালদৰে তদন্ত কৰিলে ধৰা পৰিব তাত তিনিজন লৰা জনম হোৱা কথা কৈছে তাতে কিন্তু লৰা ভিতৰত ছোৱালীও জনম হৈছে ইমানেই ফিটিঙ হৈছে যে তাত ছোৱালী জনম হলেও লৰা বুলিয়েই জনাইছিল ৰেজিষ্টার্ড বহী বা পনজীৱন বহীত লিখা হৈছিল চাগৈ গোটেই কেইজন লৰা পোৱালি এণটি কৰিছিল যত লৰা ছোৱালী সলনি সলনি কৰিলেও নাছ্ আৰু ডক্টৰ ধৰা নপৰে । হেভী টকাৰ গেম ।এতিয়া যিমানে অনুসন্ধান নকৰক কিয় মাক বাপেক হালেই দায়ী হব।ধুনীয়া টেকনিক খটাইছে ধন্যবাদ

  • @dineshnath9801

    @dineshnath9801

    2 жыл бұрын

    Nars kei jonir olp gondogol ase toka loise

  • @chitraborgohain7165
    @chitraborgohain71652 жыл бұрын

    আমি অসমৰ অসমীয়া আৰু সেই অসমীয়াকেই কিয় ঠগাই। এগৰাকী মাকেহে গম পাই সন্তান জন্ম দিয়াত কিমান কষ্টকৰ, বেদনাৰ সঞ্চাৰ হয়। বিষয়টো সকলোৰে দৃষ্টিগোচৰ হোৱাৰ লগতে উচিত তদন্ত হোৱাৰ প্ৰয়োজন নহ'লে তেওঁলোকৰ দৰে আৰু কাৰুবাৰ ভৱিষ্যতে একেই দশাই হ'ব এইটো খাতাং।

  • @kkcreativecorner7800
    @kkcreativecorner78002 жыл бұрын

    Hospital or dokh nohoi jen lagise..iman time nu tekhet hokole swa nasil ne

  • @abhinashpawe3150
    @abhinashpawe31502 жыл бұрын

    Nurse keijoniye sampurna kothabur gom pai.sage. Immediately action louk.. Baby2 valkoi gotai nidiye koi hei2 apunar baby buli..

  • @rjdcrylife8986
    @rjdcrylife89862 жыл бұрын

    CC TV sabo lage aru

  • @jintukumarnath3775
    @jintukumarnath37752 жыл бұрын

    Jado eko ni Om🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️🔥🔥 nomonarayanom,

  • @chandannath2566
    @chandannath25662 жыл бұрын

    Check the CCTV camera properly.urgently enquiry the matter and punish the culprits.

  • @dhanjyotigogoi88
    @dhanjyotigogoi882 жыл бұрын

    CCTV পৰীক্ষা কৰক,,সকলো ওলাই পৰিব।।

  • @ajitkumarphukan9736
    @ajitkumarphukan97362 жыл бұрын

    Dukhi বিচাৰি ৰাইজৰ আগত শাস্তি প্ৰদান কৰিব লাগে, আৰু baby ক ভাইটি লৈ লোবা তোমাৰ ভাল হব ,Akhibad🙏

  • @ultra8142
    @ultra81422 жыл бұрын

    Delivery কৰাৰ Time ত মতা মানুহ কিয় সোমাব নিদিয়ে 😡 কাৰণ নিজৰ মতা এ কি নিজৰ মাইকী মানুহ জনি চাব নোৱাৰে নেকি কি বালৰ নিয়ম 😡 বাহিৰৰ দেশত দেখোন দিয়ে

  • @anyusfavorite2378

    @anyusfavorite2378

    2 жыл бұрын

    Medical college br t okol ata patient a admit nathake labour room.so kune oin purukhok nijor hokolu dekhai dbo..privacy hokoluke lge

  • @ultra8142

    @ultra8142

    2 жыл бұрын

    @@anyusfavorite2378 Beleg Country t Diee Suun Humabo

  • @mostofask6679

    @mostofask6679

    2 жыл бұрын

    @@anyusfavorite2378 tat vir korile suffocation o hobo pare .

  • @krishnapator4076
    @krishnapator40762 жыл бұрын

    নাৰ্চ সকলৰ সম্পুৰ্ণ প্লেন আছে ভালদৰে তদন্ত কৰক ওলায় পৰিব

  • @gourab______01
    @gourab______012 жыл бұрын

    লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আৰু কি কি ঘটনা সংঘটিত নহয়...#কেতিয়াবা যদি জেনেৰেটৰত ইন্ধনৰ অভাৱত প্ৰসূতিৰ মৃত্যু হয়...আকৌ আন কেতিয়াবা জন্ম হোৱা লৰা সন্তান #ছোৱালী সন্তানলৈ পৃথক হয়🤔 কি যে হব গৈ আছে...সঁচাকৈ🤔

  • @karbiringtonecollection6049
    @karbiringtonecollection60492 жыл бұрын

    Vaal dore Enquiry korok jate axomor anekowa ,ghotona aru nohoi ,tare mour ,arokhi prohahonok aakha rakhi so .jai aii axom 🙏

  • @pradeepsanga9212
    @pradeepsanga92122 жыл бұрын

    CCTV camera nai neki eman dangor hospitalot wow..

  • @m.t4181
    @m.t41812 жыл бұрын

    Delivery room is a busy duty schedule. Pls check properly.

  • @akshaytalukdar950
    @akshaytalukdar9502 жыл бұрын

    এই বোৰ কিহৰ যাদু ? সোনকালে তদন্ত কৰক ।

  • @prasannakalita5323
    @prasannakalita53232 жыл бұрын

    আচল কথা টো হল, কোনেও গুৰুত্ব দি চোৱা নাছিল, ডাক্তৰে কলে লৰা বুলি ,খুব সম্ভৱ ভুলতে তাৰ পাছত নাৰ্চেও একেই ভাষণ দিলে কিয়নো চৰকাৰী কাম এনেকুৱা ধৰণেই হয়, লগতে ডাক্তৰ আৰু নাৰ্ছ সকলক সততে ভগৱান বুলি ভাবি লৈ অভিভাৱক সকলেও তেওঁ লোকৰ কথা মানি ললে,পিছত আচল ভগৱান মাক বা বাপেকৰ চুকত হে আচল কথা টো ওলাই পৰিল।

  • @spondonpalash8113
    @spondonpalash81132 жыл бұрын

    শিশু জন্মৰ ঠিক আগতে প্ৰসূতি গৰাকীৰ লগতে টেগ লিখি লৈ যায় আৰু জন্মৰ লগে লগে শিশুটিৰ ভৰিত টেগ লগাই দিয়ে । জন্মৰ পিছত শিশুটিক অভিভাৱকক দিয়াৰ সময়ত নগ্ন কৰিয়েই দিয়ে লগতে টেগটোও দেখুৱাই দিয়ে যে সেয়া সেই প্ৰসূতি গৰাকীৰে সন্তান আৰু ল'ৰা নে ছোৱালী দেখুৱাই দিয়ে । শিশুটিৰ অভিভাৱকে কাপোৰেৰে ঢাকি কাগজত চহী মাৰি আনিব লাগে । মই মোৰ শিশুটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা তিনিমাহ আগতে তেনেকৈ এটা সুন্দৰ পদ্ধতিৰে আদৰি লৈছোঁ । লখিমপুৰ চিকিৎসাা মহাবিদ্যালয়ত তেনেকৈ কৰা হোৱা নাছিল নেকি ? যদি নাছিল কিয় এনে কৰা হোৱা নাছিল ? উচিত তদন্ত কৰক ।

  • @surenpatowary6239

    @surenpatowary6239

    4 ай бұрын

    ❤ ❤de de

  • @samirajycp1536
    @samirajycp15362 жыл бұрын

    লখিমপুৰ মেডিকেল কলেজত নাৰ্ছ বোৰৰ হেমহি কাৰণে এনেকুৱা হৈছে।ইমান অভদ্ৰ ব্যৱহাৰ নাৰ্ছ বোৰৰ। মই 10 জুন তাৰিখে মানুহ জনীক লৈ গৈছিলোঁ।নাৰ্ছ বোৰে ৰোগী কোনো গুৰুত নিদিয়ে।তাত কলে যে নৰমেল হব বুলি।ৰাতিপুৱা 3তা মান বজাৰ পৰা মানুহজনী অৱস্থা বেছি বেয়া হোৱাত নাৰ্চ মাতিব গলো।তেতিয়া বেয়া ব্যৱহাৰ কৰিছে।ৰাতিপুৱা 6 তা বজাত অৱস্থা শোচনীয় হোৱাত চৌধুৰী নাৰ্চিং হোম ত লৈ আহিলোঁ।তাত dr moon kowor চাই আৰু কয় আপোনালোকৰ baby তো পেটত পঠালি হৈ গল।যদি আপোনালোকে আৰু 30 মিনিট দেৰি কৰিলে হয় baby তো হেৰুৱাব লগীয়া হল হয়। সেয়েহে এইবোৰ নাৰ্ছ আৰু ডক্টৰ হেমহি বাবে এনে ঘটনা হয়।উচিত তদন্ত কৰক। আৰু চৰকাৰলৈ এটা অনুৰোধ LMKH নাৰ্ছ বোৰক অলপ মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰক। বহুত অভদ্ৰ নাৰ্চ বোৰ।

  • @munusaikia2710

    @munusaikia2710

    2 жыл бұрын

    Hosa kotha.amiu vuktovughi nurs buror bohut avodra byabhar.

  • @aminulhoque6146
    @aminulhoque61462 жыл бұрын

    Aji kali nurse bilake delevery howar pisot poisa khuji thake.

  • @jesminchowdhory6233

    @jesminchowdhory6233

    2 жыл бұрын

    Gotei blk tenekua nhi tne nkba

  • @bobitaboruah8527

    @bobitaboruah8527

    2 жыл бұрын

    Sob sistr tenekuwa nohai 13bosar baby Rmt duty korilu kunu manuh k poisa khuji puwa nai ji gorake kuje taik kobo

  • @jesminchowdhory6233

    @jesminchowdhory6233

    2 жыл бұрын

    Um sb sistr khaman buli vabise sage

  • @aminulhoque6146

    @aminulhoque6146

    2 жыл бұрын

    @@jesminchowdhory6233 99% poisa khuji thake ami bihut prof paisu

  • @aminulhoque6146

    @aminulhoque6146

    2 жыл бұрын

    @@bobitaboruah8527 Hoito apuni nkhujibo pare.xokoloi homan nohoi

  • @akomanivlogscreenpainting2135
    @akomanivlogscreenpainting21352 жыл бұрын

    Moi ata kotha kow.. Jar Jar baby jonmo hoisil tewlukok matiu hudha pusha kribo lage

  • @ranjanagogoi531
    @ranjanagogoi5312 жыл бұрын

    চি। চি টি ভি চাব লাগে

  • @junupegu9707
    @junupegu97072 жыл бұрын

    কেনেকুৱা মাক এইজনী। নিজৰ সন্তান টোক ল'ৰা নে ছোৱালী নোচোৱাকৈ থকাটো। ইমান সুস্থ হৈয়ো।

  • @assamboy3636

    @assamboy3636

    2 жыл бұрын

    Right

  • @daas175
    @daas1752 жыл бұрын

    DNA test korile gom pai jabo

  • @Iraajjj

    @Iraajjj

    2 жыл бұрын

    Ri8 👍

  • @trueindian5214
    @trueindian52142 жыл бұрын

    Close Lakhimpur medical college. It is not lives saviours place but a place of tragic ending. So many irregularities , irresponsible doctor's and nurses. I have lost my niece due to negligence of doctors and nurses. Full of corrupted doctors and nurses. They never speak to patient politely. Doctors and nurses should be given a lesson of manner before they are appointed. All nurses of L.m.c.h are arrogant, never speak to patient politely and above all they are blood sucker bugs of poor people. strong investigation should be carried out. I smell fishy in the activities of LMCH staff

  • @aditiboruah5632
    @aditiboruah563213 күн бұрын

    তিনিটা যদি ল'ৰা হয় তেন্তে তিনিওটা ল'ৰা লগ কৰি চাওক নিশ্বয় ৰহস্য জানিবৰ

  • @MB_Siksha
    @MB_Siksha2 жыл бұрын

    Need justice,,,,

  • @SDTS2022
    @SDTS20222 жыл бұрын

    তদন্ত হব লাগে,,🙏

  • @RafikulIslam-gy2by
    @RafikulIslam-gy2by2 жыл бұрын

    amar Lakhimpur medical college't bipode log ara nai. anekuwa bohut kiba ata ulta palta hoiye thake.

  • @rijuwanabegum3325
    @rijuwanabegum33252 жыл бұрын

    কি হৈ আছে এইবোৰ, এদিন current নাই baby nd মাক মৰিল, এতিয়া আকৌ new case ভালদৰে তদন্ত হব লাগে

  • @TaiyeburRahman-ji4ys
    @TaiyeburRahman-ji4ys5 ай бұрын

    Sister hokolor mazot bezal todontho hok

  • @nayanchandranath8008
    @nayanchandranath80082 жыл бұрын

    DNA test korilay hol. Dangor ghatala. Aibor nurse r kaam 100%.

  • @ramakantahajong4335

    @ramakantahajong4335

    2 жыл бұрын

    Hey2 batori dibo Lage neki ha test koribo Lage aage na

  • @deepaksarma3709
    @deepaksarma37092 жыл бұрын

    হস্পিটেলত আছিল লৰা ঘৰ পাওতে পাওতে হল গৈ ছোৱালী । তামাম জমনি । মায়ংগৰ যাদু ।

  • @hemenchoudhury5917
    @hemenchoudhury59172 жыл бұрын

    বাপেকৰ কথাবোৰ সন্দেহজনক৷ পুলিচ লগাই তদন্ত কৰক সকলো ওলাই পৰিব৷

  • @dulanboradulan8191
    @dulanboradulan81912 жыл бұрын

    Dada apunak bahudin pasat dekha paii hukhi holi 💞💞💞

  • @nayanvet
    @nayanvet2 жыл бұрын

    There identification mark should be added, and each babby should be kept separately

  • @jitenmurmu9656
    @jitenmurmu96562 жыл бұрын

    অসমৰ প্ৰত্যেক হস্পিতলত ঘটনা চ লি থাকে দ য়া মমতা নাই।

  • @pratimaborah7774
    @pratimaborah77742 жыл бұрын

    Change কৰিছে কাৰুবাৰ চাগে ল'ৰা দৰকাৰ হৈছিল ছোৱালী জন্ম হ'ল ।ডাক্টৰৰ পেক আছে ।।চিঞৰি থাকিব নালাগে তাত থকা সকলো মাতৃকDNA Test korok hokolu Dhora poribo

  • @mileswarbhuyan7110
    @mileswarbhuyan7110 Жыл бұрын

    এইটো উচ্চ তদন্ত হ‌ওঁক আৰু দুখিক কঠো পৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ

  • @samindas4926
    @samindas49262 жыл бұрын

    লাখ টকীয়া প্ৰশ্ন কিন্তু? ভাল কৰি তদন্ত কৰিব লাগে। পোৱালি টো সলনি কৰিছে।

  • @joysingh2414
    @joysingh24142 жыл бұрын

    CC camera seq korak kunuba ahesil neki,,

  • @harekrishnahkcspru1989
    @harekrishnahkcspru19892 жыл бұрын

    Good jb

  • @axomorpinku4691
    @axomorpinku46912 жыл бұрын

    It will be a good investigation

  • @TUB07
    @TUB072 жыл бұрын

    Best option DNA test

  • @rajuronghang6632
    @rajuronghang66322 жыл бұрын

    How it was happened ?

  • @bhabeshpegu8878
    @bhabeshpegu88782 жыл бұрын

    মই nurs বিলাকৰ mukor expression টো sai sarijoiyei jen 2 nombori krise jen পাইছোঁ 100%

  • @utpalrabha6143
    @utpalrabha61432 жыл бұрын

    Doctor je , Chance korile sage

  • @akandas5879
    @akandas58792 жыл бұрын

    তহঁতৰেই ভূল, নাৰ্ছসহায়কাৰী সকলক দুখ দি লাভ নাই,

  • @smitabangthai5269
    @smitabangthai52692 жыл бұрын

    Karu tat photos akhonu nai ne... Aji dinot sobore tat camera thoka mbl ata thake... Akhon pic click koriboloi nuarile ne...jodi rati hui thakute kholoni korise okonmn holeu mukhor akriti monot nai ne... Asorit... Kotha lora pora suwali knkekoi hol... Maak aru ghr mnuhe abaru saboloi homoi napal nki... Lora ne suwali... Ki asorit baru ji nohok dukhi khasti pbo lge. . Ebur huni bhoi a loga hoise aru...

  • @dadusaikia9686

    @dadusaikia9686

    2 жыл бұрын

    Right..nijor makeu mukh khn nasale.. mur suwali Joni houte agt suwali jonir mukh khn he saislu..kunu kom nohoi..nijor kesuwa tu sini napai.. Lora ne suwali sautehe gom paise

  • @assamesevlogger4836

    @assamesevlogger4836

    Жыл бұрын

    Jonmor lge lge sob baby bilkk akei lge

  • @rajuengtiyoutubechannel1558
    @rajuengtiyoutubechannel15582 жыл бұрын

    Amazing

  • @omaamarbazar3158
    @omaamarbazar31582 жыл бұрын

    কাক বিশ্বাস কৰিবা আজি। দুখীয়া কাৰণে চব ভেজাল

  • @kairahazarika1793
    @kairahazarika17932 жыл бұрын

    Cc tv nai neki

  • @jaan6289
    @jaan62892 жыл бұрын

    Jiman boby ase dna test korok hklu ulai jab

  • @junmonybora
    @junmonybora6 ай бұрын

    চিচতাৰ কেইগৰাকী কথাবিলাক খেলি মেলি লাগিছে তেওঁ লোকৰ মাজত কিবা হল যেন লাগিছে

  • @ranjumorang8730
    @ranjumorang87302 жыл бұрын

    Lakhimapur r doctor burr kiba manokhik bihonggoti hoise jen paisu. Private Hall burt heavy amount pai babe sorkari medical t gurutto kom diye.

  • @pulaktamuli3499
    @pulaktamuli34992 жыл бұрын

    Amak Resulth lage

  • @mintubarman6118
    @mintubarman61182 жыл бұрын

    baby tur vorit makor name likha Thake kagoj akhont.

  • @rumidas4087
    @rumidas40872 жыл бұрын

    আপোনালোকে। C C কেমেৰাত চেক কৰক সকলো কথা ওলাই পৰিব

  • @debadutta4066
    @debadutta40662 жыл бұрын

    একো নহয়। চলি এই থাকিব এইবোৰ। দুদিন মান হে চলিব।

  • @soldiernoba4377
    @soldiernoba43772 жыл бұрын

    CCTV footage sawk

  • @nuzrulkhan1221

    @nuzrulkhan1221

    2 жыл бұрын

    CCTV dileveri time ot nathake

  • @soldiernoba4377

    @soldiernoba4377

    2 жыл бұрын

    @@nuzrulkhan1221 dalivary homoyt na thake but jetiya belek roomt rake tetiya he gom pabo kuntu jgt rakise loi jua tymt change hol nki

  • @nuzrulkhan1221

    @nuzrulkhan1221

    2 жыл бұрын

    @@soldiernoba4377 hobo pare but cctv r maitanace problem buli kobo?

  • @user-sh9ng5yn6q
    @user-sh9ng5yn6q3 ай бұрын

    আগৰ পৰাই এনেকুৱাই কৰি আছে

  • @PapaPapa-jh7tv
    @PapaPapa-jh7tv2 жыл бұрын

    নাৰ্চ বাইদেউ কবিগৰাকীয়ে সকলো গম পাৱ তদন্ত চলালে সকলো ওলাৱ,তেজৰ নমোনা পৰিক্ষা কৰক ,চিচি টিভিত নাই নিকি

  • @pranabpathari7101
    @pranabpathari71012 жыл бұрын

    মতা মানুহ জনৰ ওপৰত সন্দেহ আছে, কিয়নো মানুহ জন কথা কওতে চাবাচোন, কোনো চিন্তা নাইকীয়া কথা কৈছে। তদন্ত কৰক ।

  • @milandeka5850
    @milandeka58502 жыл бұрын

    This is business 😂😂

  • @user-ve1dd9pd5l
    @user-ve1dd9pd5l5 ай бұрын

    Yes

  • @user-ve1dd9pd5l
    @user-ve1dd9pd5l5 ай бұрын

    yes

  • @MEDIC78635
    @MEDIC786352 жыл бұрын

    Dna test korile buja jabo

  • @devajyotiborah8672
    @devajyotiborah86722 жыл бұрын

    Eman dangar chomotkar kebol Asomot he hombhob.

  • @munthomidevi523
    @munthomidevi523 Жыл бұрын

    ভাল দৰে তদন্ত কৰিব লাগে। চিকিৎসা লয়ত চি চি টি ভি আছে যদি সকলো ওলাব পাৰে।

  • @jibanchangmai4893
    @jibanchangmai48933 ай бұрын

    লখিমপুৰ মেডিকেল ত আৰু কি হ'বলৈ বাকী আছে। এনে কৈ আৰু কিমান দিন চলিব

  • @pritipuspabaro3013
    @pritipuspabaro30132 жыл бұрын

    Change

  • @axomiyabuarimoitina6081
    @axomiyabuarimoitina60812 жыл бұрын

    Blood group test korile gom pua jabo sage.....

  • @silpiburagohain7578

    @silpiburagohain7578

    2 жыл бұрын

    Blood group t ako gm napai ....

  • @jayantasarma2438
    @jayantasarma24382 жыл бұрын

    মেডিকেল বহি বোৰ ছেক কৰক,,,,,cctv ফুতেজ তন্ন টন্ন পৰিক্ষা কৰক,আৰু ওচৰৰ প্ৰতিখন privet চেম্বাৰ চেক কৰক ওলাই পৰিব,

  • @n-reaction8304
    @n-reaction83042 жыл бұрын

    Miss understanding 👈👍👍

  • @abhideuri3055
    @abhideuri30552 жыл бұрын

    Fal2 hoy lakhimpur medical college,r manuhbur

  • @debajitdas9278
    @debajitdas92782 жыл бұрын

    নাৰ্চ কেইজনীক সন্দেহ আছে ।তিনিটা বেবী কেতিয়াও লৰা নহয় । সলাবৰ বাবে লৰা বুলি কৈছে । তিনিজনী মাক আৰু তিনিটা বেবীক এতিয়াই DNA test কৰাওক আৰু পুলিছ তদন্ত কৰাওক ধৰা পৰি যাব । ।

  • @dineshnath9801

    @dineshnath9801

    2 жыл бұрын

    Cbi todanta hobo lage

Келесі