আৰক্ষীৰ বিৰুদ্ধেই এইবাৰ ওলাই আহিল আৰক্ষী

আৰক্ষীৰ বিৰুদ্ধেই এইবাৰ ওলাই আহিল আৰক্ষী। আৰক্ষী বিষয়াৰ বিৰুদ্ধে কনিষ্টবলে তুলিলে গুৰুতৰ অভিযোগ।

Пікірлер: 222

  • @monujgogoi8478
    @monujgogoi84782 жыл бұрын

    GP Singh should take strong action against this OC.

  • @ramanujdoley9723
    @ramanujdoley97232 жыл бұрын

    Sutmarani মিচিং কৈ কি বুজাব বিচাৰিছে, oc jone, জাতিক লৈ এনেকৈ মন্তব্য দিয়াটো উচিত হোৱা নাই। কোন হে এইজন oc driver , sorkare উচিত বিবস্তা নললে কিন্তু আমি জাতিৰ sartot নিজেই bibosta লম।

  • @rahultaye4368
    @rahultaye43682 жыл бұрын

    TMPK Apunar logot ase😘😘Narha sir jindabat

  • @paporimoran4072
    @paporimoran40722 жыл бұрын

    ডি জি পি চাৰে কৈছিল নতুনকৈ শাৰিৰিৰিক ,লিখিত পৰীক্ষা ৰ ৰিজালত ৰ কাৰণে প্ৰতিবাদ কৰা সকলক পুলিচ গেলাব ,,আপোনাৰ এই সকল পুলিচেই অসম আৰক্ষী গেলাইচে ,,আপোনালোকে

  • @mechsanjit3667
    @mechsanjit36672 жыл бұрын

    পুলিছ ..টকা হলে হে কামত আহিব॥॥বদলি নহয় ইহত॥

  • @armylver3580
    @armylver35802 жыл бұрын

    অসম আৰক্ষী update নহল আৰু,, আগলৈ ও নহয়,, ধিক্কাৰ অসম চৰকাৰৰ অসম পুলিচ 😑😏

  • @hirenpathari6781
    @hirenpathari67812 жыл бұрын

    CM sir, Please action against OC

  • @debamahanta3416
    @debamahanta34162 жыл бұрын

    ওলাই আহিব লাগে সুদূৰ্ভাই o.c

  • @krishnagogoi1657
    @krishnagogoi16572 жыл бұрын

    তদন্ত হব লাগে

  • @horiprosadchintey8532
    @horiprosadchintey85322 жыл бұрын

    Take strong step against the OC

  • @MYEARTH59510
    @MYEARTH595102 жыл бұрын

    প্রেমধৰ ছাৰক উচিত ন্যায় দিবলৈ অনুৰোধ জনালোঁ.....

  • @legendgaming7572
    @legendgaming75722 жыл бұрын

    জাতি ধৰ্ম নিৰ্বিশেষে এখন সমাজ এখন ভাৰত এখন অসম আৰু এখন গাওঁ হব নোৱাৰে।অকনো ঞ্জান নাই ।জাতিক ধৰি কথা কোৱাৰ কাৰো অধীকাৰ নাই।আমি সন্মান কৰো কাকি পোচাকযোৰ আৰুpolice শব্দটো নাভাৱিব policeৰ চাকৰি কৰা বাবে ভয় বা সন্মান কৰো এয়া নহয় ।মাথো police শব্দটোৰ বাবেহে সন্মান কৰো।চৰকাৰে সচা বিচাৰ কৰিব লাগে।

  • @kirangogoi4748
    @kirangogoi47482 жыл бұрын

    মাৰপিট কৰাৰ অধিকাৰ আছে জানো ? পুলিচ শব্দটোৰ অৰ্থ পুনৰ শিকাব লাগে o c জনক ।

  • @hpproduction8011
    @hpproduction80112 жыл бұрын

    জাতীৰ বিষয়ে কিঅ কব লাগে জাগি উঠক TMPK

  • @mukulgogoi1453
    @mukulgogoi14532 жыл бұрын

    Oc sirok নিলম্বন কৰি ব লাগে

  • @nityamorang2665
    @nityamorang26652 жыл бұрын

    কিয় জাতিক লৈ কব?কি চাই আছে M.A.c এ,,উচিত তদন্ত হব লাগিব,,

  • @rajkumarnarah1764
    @rajkumarnarah17642 жыл бұрын

    নিলম্বন কৰক অতি সোনকালে

  • @bhupendeka290
    @bhupendeka2902 жыл бұрын

    আৰক্ষীয়েই আৰক্ষীৰ পৰা নিৰাপদ নহয় যেতিয়া আমি আৰু ঘটিৰাম বাটিৰাম কি নিৰাপত্তা পাম।

  • @dipikaphukan7387
    @dipikaphukan73872 жыл бұрын

    এইয়াই কলি কাল ....‌মুঠতে এতিয়া আৰু ‌একো‌ অন্যায় কাম‌ বা‌‌ কথা লুকাই নেথাকে ,আপুনি সাধাৰন জনতাৰ এজন যদি‌ ভাল‌ দৰ্শক হ ওক আমোদ ল ওক , ‍মজা ,

  • @banamalimudoi5727
    @banamalimudoi57272 жыл бұрын

    Discipline is a most important is a defence staff

Келесі