ৰাতি কুঁৱলীত গাড়ী কেনেকৈ চলাব? হিট এণ্ড ৰাণ আইনৰ দ্বাৰা কি বিপদ হ’ব আপোনাৰ?

ৰাতি কুঁৱলীত গাড়ী কেনেকৈ চলাব? হিট এণ্ড ৰাণ আইনৰ দ্বাৰা কি বিপদ হ’ব আপোনাৰ? নাইট চুপাৰ চালক ৰূপম দত্ত আৰু চালক সন্থাৰ ক্ষোভ NB NEWSত। দুৰ্ঘটনাৰ কাৰণ বৰ্ণনা কৰিলে নাইট চুপাৰ চালকসকলে…
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 543

  • @durlavbaruah3953
    @durlavbaruah39536 ай бұрын

    ৰূপম দা এজন সম্পূর্ন কলাকাৰী অভিজ্ঞ চালক I তেখেতক ধন্যবাদ জনালো ৷

  • @dhrishnita3646
    @dhrishnita36466 ай бұрын

    মানুহ জনে খুব সুন্দৰ আৰু সঁচা কথা কৈছে। ধুনীয়া বৈজ্ঞানিক বৰ্ণনা।

  • @user-cb8qt6sy5k

    @user-cb8qt6sy5k

    6 ай бұрын

    Akebare hosa katha koise dada

  • @Bornali.........

    @Bornali.........

    6 ай бұрын

    Ummm hosa koise😊

  • @borunnagbonshi7815

    @borunnagbonshi7815

    6 ай бұрын

    Um hosakoiye bor Val kotha kole dada jane

  • @Danirojasfc6

    @Danirojasfc6

    6 ай бұрын

    Absolutely 💯

  • @Karma_is_Life.

    @Karma_is_Life.

    6 ай бұрын

    এখেত মাননীয় ৰূপম দত্ত। মানুহজন নহয়। তেওঁ এজন শিক্ষিত লোক, ভাল প্ৰফেচনেল ড্ৰাইভাৰ, একেধাৰেই এজন লিখক।

  • @basisthaacharya6590
    @basisthaacharya65906 ай бұрын

    সচাকৈয়ে নিশা কাৰো নিজৰ নহয়। নিশা বৰ নিৰ্দয়।

  • @bhumidharboro2775
    @bhumidharboro27756 ай бұрын

    এখেত চালকজনে বঢ়ীয়া কথাবোৰ কৈছে, ধন্যবাদ।

  • @Jubaraj098

    @Jubaraj098

    6 ай бұрын

    Actually he is a very experience international driver he also a youtuber

  • @BharatiBoruah-eg2jk
    @BharatiBoruah-eg2jk6 ай бұрын

    দুৰ্ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ।আৰু আইন খনৰ বিৰোধিতা কৰোোঁ।

  • @NirmaliAcharjee-cl6ey
    @NirmaliAcharjee-cl6ey6 ай бұрын

    ৰূপম দাৰ কথাবোৰ সকলো লোকে মনা উচিত।

  • @hirakjyotimahanta2395
    @hirakjyotimahanta23956 ай бұрын

    What a driver❤. He is more intelligent than a RTO.

  • @Randeep-kb1xh
    @Randeep-kb1xh6 ай бұрын

    আজিৰ ঘটনাটো যথেষ্ট শোকাৱহ । ইমান পুৱাই কুঁৱলীৰ মাজত যোৱাটো উচিত হোৱা নাছিল সুম্পূৰ্ণ সূৰ্য্য উদয় হোৱাৰ পিছত যাত্ৰা আৰম্ভ কৰি সূৰ্য্য অস্ত যোৱাৰ পূৰ্বে ঘৰ আহিব লাগে । চৰকাৰে ৰাষ্টৰ দুই কাষে উপযুক্ত বৈদ্যুতিক লাইট পোহৰৰ ব্যৱস্থা কৰা উচিত আৰু পথ সমূহ সুবহল কৰি মাজত ডিভাইডাৰ স্থাপন কৰি পৰিবহণ সূচল ৰ ব্যৱস্থা কৰক ইয়াৰ উপৰিও ঘাইপথ সমূহত নিশা নিয়মিত আৰক্ষী তালাচি, চি চি কেমেৰা ব্যৱস্থা, সংকেত চিহ্ন আদি ব্যৱস্থা কৰক । কেৱল গুৱাহাটীত এখনৰ পিছত আন এখন উৰণ সেতু নিৰ্মাণৰ নামত ধন ব্যয় কৰাত কৈ সমগ্ৰ ৰাজ্যৰ অন্য পথ, ঘাই পথ, ৰাষ্ট্ৰীয় ঘাইপথ সমূহত দুৰ্ঘটনা ৰোধ কৰাৰ স্বাৰ্থত কিছু ধন ব্যয় কৰক ।

  • @user-pw3sk9lt2m

    @user-pw3sk9lt2m

    6 ай бұрын

    Xasa katha koise.

  • @Atozcontent809

    @Atozcontent809

    6 ай бұрын

    Thikei koise apuni 🙏🏻

  • @bishnuprasadnath1214

    @bishnuprasadnath1214

    6 ай бұрын

    Thik koise, hoi katha2.....

  • @falna7081

    @falna7081

    6 ай бұрын

    Right

  • @alakanandasaikia1092

    @alakanandasaikia1092

    6 ай бұрын

    Ekdom thik koise

  • @nanghunpha
    @nanghunpha6 ай бұрын

    বহুত সুন্দৰ আলোচনা ।এই কথাবোৰে ভৱিষ্যত জানিব লগীয়া জ্ঞান ।

  • @user-tg5md3if1j

    @user-tg5md3if1j

    6 ай бұрын

    Khub sundor alusona

  • @RupkantaPathori

    @RupkantaPathori

    6 ай бұрын

    সৰু সৰু লৰাবিলাকক লাইচেনস দিয়া বন্ধ কৰক আৰু অভিগয় চালককহে গাড়ী চলাব দিয়ক ।

  • @journeyat7
    @journeyat76 ай бұрын

    দাদাই ঠিক কৈছে‌ । বাছখন 100 ৰ ওপৰত আছিল। কৰবাত গ'লে কিমান বেগত যাম এইটো নহয় কিমান সময় লাগিব এইটো সচাঁ কথা। খুব ৰাতিপুৱা আৰু গধূলি পৰত ৰাস্তা ত অধিক সময় দিয়ক।

  • @himashreedas4356
    @himashreedas43566 ай бұрын

    ৰূপম দাক বহুতে চিনি পোৱা নাই। তেওঁৰ ব্যক্তিত্ব ক অসমীয়া লোকে চিনি নোপোৱাতো বৰ দুৰ্ভাগ্যজনক। বি টি এছক কিন্ত্ত সকলোৱেই চিনি পায়😢

  • @girinbordoloi1971
    @girinbordoloi19716 ай бұрын

    ৰূপম দত্তৰ কথাবোৰ সচাকৈয়ে সকলো গাড়ী চালকে মানি চলিব লাগে।

  • @showaibakhtar9578
    @showaibakhtar95786 ай бұрын

    যি বুজিলো ড্ৰাইভাৰ বেছি knowledge আছে MLA , minister ত কে

  • @RanjanDey123
    @RanjanDey1236 ай бұрын

    ৰুপম দা ৰ কথা খিনি বেলেগ ড্রাইভাৰ সকলে মন দি শুণিব লাগে

  • @Vaonawithbitu
    @Vaonawithbitu6 ай бұрын

    সছা কথা কৈছে ❤ দিন হাজিৰা কৰিচলা জনে কেনকৈ দিব ৭লাখ টকা 😢

  • @miduldutta8798
    @miduldutta87986 ай бұрын

    এটা কথা একমত, ভাল লাগিল প্ৰথমতে কোৱা দাদা জনৰ কথা বোৰ, সেইখিনি কথা প্ৰতি জন গাড়ী চালকৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা , চৰকাৰে এফালে মদৰ বজাৰ আন ফালে জৰিমনা বেহা-বেপাৰৰ কেন্দ্ৰ খুলিছে, আইনখনে একো উপকাৰ নকৰে উপকাৰ কৰিব নিজৰ নিজৰ চিন্তা ধাৰণাৰ বোৰে, প্ৰতি জনে গাড়ী চালকে প্ৰথমতে কোৱা দাদা জনৰ কথা বোৰ মানি চলিলে এনে বোৰ ঘটনা কেতিয়াও নহয়, বহুত ধুনীয়া আলোচনা এটা হ'ল সুন্দৰ অতি সুন্দৰ

  • @budhinborahbb2661
    @budhinborahbb26616 ай бұрын

    বৰ সুন্দৰ আলোচনা ৷ ৰূপম দাদাৰ কথাবোৰে বৰ সুন্দৰ এটা বার্তা দিছে সকলোৰে বাবে।

  • @pallobidutta5237
    @pallobidutta52376 ай бұрын

    ইমান ধুনীয়া কৈ কথা বিলাক বুজাই কৈছে ভাল লাগিল ধন্যবাদ

  • @user-he4ik4xq1m
    @user-he4ik4xq1m6 ай бұрын

    ৰূপম দওৰ কথাখিনি সমৰ্থন কৰিছো।

  • @manabgogoi8937
    @manabgogoi89376 ай бұрын

    সুন্দৰ । কিন্তু এখন আইনৰ প্ৰয়োজনবোধ কৰোঁ,যিখন আইনে মদিফাই কৰি চিট দাংখোৱা কৰা বাইকসমুহ বন্ধ কৰিব লাগে।যিবোৰ বাইক আৰোহীয়ে বহুত স্পীডত চলাই ফুৰা দেখা যায়,যাৰ বাবে বহু দুৰ্ঘটনা হোৱাও পৰিলক্ষিত হয়।

  • @PinkuBorgohain-js3ct
    @PinkuBorgohain-js3ct6 ай бұрын

    Rupam Dutta narrates very nicely.

  • @smrjt9102

    @smrjt9102

    6 ай бұрын

    I was also thinking the same. poetic voice.

  • @UGABSlpAxom658
    @UGABSlpAxom6586 ай бұрын

    যিহেতু আমি চাৰি মুথি জীৱ ভিতৰত শ্ৰেষ্ঠ গতিকে আমাৰ চিন্তা,কৰ্ম সমস্ত গঠনমূলক হোৱাৰ প্ৰয়োজন আছে

  • @user-kl2wy6vj4p

    @user-kl2wy6vj4p

    6 ай бұрын

    😂😂😂😂

  • @udhabdeka2516

    @udhabdeka2516

    6 ай бұрын

    আমিও আপোনাৰ চিন্তাৰ এটা মূল । মই এজন ইস্কুলৰ ড্ৰাইভাৰ এম পি এছ ড্ৰাইভাৰ । ডেৰগাও ঘটনা সমপুণ্য ডাইভাৰচণৰ বাবে হোৱা বুলি মই ভাবো

  • @himanshugogoi5036

    @himanshugogoi5036

    6 ай бұрын

    Ami je jibo sestro honman tu nijei nijei loisu ne ,,ne jibo jogotor korbat meeting hoisil ?? Meeting khnonot kun kun asil?? Bagh ,bhaluk ,,kukur ,mekuri kun asil ,,kune dile manuhok jibo sestro award tu ,?,ami jibo sestro nohoi ami jibor dhonghor ,,manuhei dhongkor mul ,,,😮😅

  • @jitulkalita4455
    @jitulkalita44556 ай бұрын

    ৰূপম দা আপোনাৰ কথাত আমি একমত , এই চৰকাৰ খন আমি দেখাৰ পৰাই জনসাধাৰণ কিমান কষ্ট দি আহিছে প্ৰতি বছৰে , ৰাইজে চৰকাৰ আনিছে আৰু ৰাইজে চৰকাৰক পৰিবৰ্তন কৰিব লাগে ইহতৰ পাখি গজিছে উৰিব হল ,

  • @khirodsonowal6685
    @khirodsonowal66856 ай бұрын

    ৰুপম দা কথাবোৰত মই একমত❤

  • @TaichengAS04
    @TaichengAS046 ай бұрын

    এইবোৰ আইন হৈছে সাধাৰণ জনতা ওপৰত মাৰ, এইখন চৰকাৰ আইনে কিন্তু অপৰাধীক শাস্তি দিব নোৱাৰে। তেওঁলোকে জানে ভালদৰে, জানি বুজি আইন কৰিছে। এইয়া হৈছে টেতু চেপা, চৰকাৰৰ প্ৰতিটো ধাৰ আমাৰ ওপৰত বোজা। ৰাইজে বুজি পোৱা উৎচিত, বহুত বেছি হৈছে আমাৰ ওপৰত অত্যাচাৰ

  • @Motionguy.

    @Motionguy.

    6 ай бұрын

    Bro hit and run is not applicable yet know first then comment

  • @hiranyarajkhowa4119
    @hiranyarajkhowa41196 ай бұрын

    আচৰিত আইন। মনটী বিধায়কৰ গাড়ীৰে খুন্দিয়াই মানুহ মাৰিলে তাৰ দায়িত্ব চৰকাৰে লবনে।

  • @davidbhuyan7523

    @davidbhuyan7523

    6 ай бұрын

    Convoy garia j mare tetiya ki kore nu... Khali blgr vul dekhe j khihote

  • @realhero5657

    @realhero5657

    6 ай бұрын

    Good question. মন্ত্ৰী বিধায়কৰ গাড়ীয়ে খুন্দিয়ালে সিহতক পুলিচে ৰক্ষা কৰিব ।

  • @SashiPatiri-ok4lb

    @SashiPatiri-ok4lb

    6 ай бұрын

    তেতিয়া চৰকাৰে অন্ধ মুনিৰ নিচিনা তাকিব😭😭😭😭😭😭😭😭😭😭😭

  • @gitarthazgmedhi.
    @gitarthazgmedhi.6 ай бұрын

    এইবাৰ ভোট পোৱাতো টান আছে..... নাজানো এইবাৰ চৰকাৰখনে নিজেই হাৰিব বিচাৰিছে নেকি

  • @makibulali7757
    @makibulali77576 ай бұрын

    মানুহজনে খুব সুন্দরকৈ বৰ্ণনা কৰিছে।

  • @surasj7418
    @surasj74186 ай бұрын

    এই আইনৰ তীব্ৰ বিৰোধিতা কৰিছোঁ ।

  • @Lxpalash
    @Lxpalash6 ай бұрын

    সঁচা কথা কৈছে ❤

  • @SewalirajbongshiBora-jo7gd
    @SewalirajbongshiBora-jo7gd6 ай бұрын

    এই আইন খন একেবাৰে গ্ৰহণ কৰিব নোৱাৰি

  • @surenboruah3241
    @surenboruah32416 ай бұрын

    বহুত ভাল কৈছে দাদা জনে🙏🙏🙏

  • @bijitsaikia1491
    @bijitsaikia14916 ай бұрын

    সুন্দৰ ব্যক্তব্য আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।

  • @PasantaBoro-lj6js
    @PasantaBoro-lj6js6 ай бұрын

    Rupam bhaiti Tumi bohut bhal kotha koisa Thank you.

  • @assamboyabhishek1929
    @assamboyabhishek19296 ай бұрын

    বহুত ভাল কথা কৈছে ৰূপম ডাঙৰীয়া

  • @subarnabora5265
    @subarnabora52656 ай бұрын

    Rupom dar life of a driver...best

  • @monjitg
    @monjitg6 ай бұрын

    ইমান সুন্দৰ চিন্তা ইমান সুন্দৰ অন্তৰ ককাইদেউ হত আপোনাৰ অভিজ্ঞতাক salute আৰু আমি আপোনাৰ উপদেশ মানি চলিম, নতুন আইনখন এতিয়ালৈকে apply হোৱা নাই আলোচনা পাছত হে হব So সংশোধনী হব বুলি আশা থাকিল

  • @moramitamuli4250
    @moramitamuli42506 ай бұрын

    বৰ সুন্দৰ আৰু গুৰুত্বপূৰ্ণ কথা কলে ৰূপম ডাঙৰীয়াই।

  • @Rekhasvlog1515
    @Rekhasvlog15156 ай бұрын

    কিছুমান ইমান দৰিদ্ৰতা নিবনুৱা মানুহ আছে । 😢তেওঁ গাড়ীৰ আগত পৰি মৃত্যুমুখত পৰিব বিছাৰীব ।😢 কাৰণ তেওঁ পৰিয়াল টোৱে 😢সাত লাখ টকা পাব । এনেকৈ বহুতো মৃত্যু মুখত পৰিব পাৰে নিজৰ পৰিয়ালৰ বাবে ।😢 আৰু বহুতো গাড়ী চালকৰ জীৱন বৰবাদ হ'ব।😢 চৰকাৰৰ এই আইনৰ নিয়মৰ বাবে। 😢😢

  • @user-riturajphukan

    @user-riturajphukan

    6 ай бұрын

    Impressive ... point to be noted🎉

  • @user-gr1yl5lm9s
    @user-gr1yl5lm9s6 ай бұрын

    Rupom dada bhal kotha koise ... thank you

  • @meenagogoi-kk5ri
    @meenagogoi-kk5ri6 ай бұрын

    এই আইন খনৰ সকলোৱে মিলি বিৰোধিতা কৰিব লাগে। নহলে কোনো মানুহে গIৰী চলাব নোৱাৰিব।

  • @Infentry_soldier
    @Infentry_soldier6 ай бұрын

    Rupom dutta dar life of a driver pohilene hokoluwa ❤

  • @jugalkishorsarma3510
    @jugalkishorsarma35106 ай бұрын

    আইন খন সমৰ্থন নকৰোঁ কিন্তু সকলোতে Speed limit দি digital মাধ্যমৰ দ্বাৰা নিৰীক্ষণ কৰাতো বিচাৰো।

  • @sg24axom36
    @sg24axom366 ай бұрын

    অতি সুন্দৰ দিশত সাক্ষাৎকাৰ টো। ভাল লাগিল। প্ৰয়োজনীয়।

  • @KumudSaikia-cq5pm
    @KumudSaikia-cq5pm6 ай бұрын

    গতি ৰোধক বিলাকত বগা ৰঙ দিয়াৰ ব্যৱস্থা কৰিব লাগে। বহু ৰাস্তাত দেখা পোৱা যায় গতি ৰোধকৰ কাৰণে দুৰ্ঘটনা হোৱাৰ বহু দুৰৰ পৰা ধৰিব পৰাকৈ ৰঙ লগোৱা ব্যৱস্থা কৰিব লাগে।

  • @LohitAli-sx5rp
    @LohitAli-sx5rp6 ай бұрын

    ৫ ৬ তাৰিখ বন্দ কৰিম। চৱ ৰাস্তা কাম আধৰুৱা' আৰু মস্তুু গাত খান্দি থৈছে।কামৰ যি গতি

  • @Educare_K
    @Educare_K6 ай бұрын

    Right rupom da

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n6 ай бұрын

    চালকসকলে গাড়ী নচলালে জনতা গিনিপিগ হব

  • @bobysaikia8682
    @bobysaikia86826 ай бұрын

    ৰূপম দত্ত দাই সুন্দৰ কথা কৈছে।হিট এণ্ড ৰাণ আইন সকলোৰে বাবে প্ৰযোজ্য হব

  • @parthaprotimgogoi4943

    @parthaprotimgogoi4943

    6 ай бұрын

    100% Right 👍🏼

  • @janardandas3770
    @janardandas37706 ай бұрын

    ৰুপমদাৰ কথাখিনি বহুত ভাল লাগিল

  • @ranjanmultimedia9166
    @ranjanmultimedia91666 ай бұрын

    দুৰ্ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ ৷ ইয়াৰ প্ৰধান কাৰণ হ’ল ৰাস্তা ? গতিকে ইয়াৰ প্ৰধান দুখি হ’ব ৰাস্তা নিৰ্মাণ কৰা কোম্পানীৰ ৷ কাৰণ তেওঁলোকে ৰাস্তা বেয়া তাৰ কাৰণে ৰাস্তাত ৰঙা লাইট জ্বলাই গাড়ী লাহে লাহে চলাবলৈ নিৰ্দেশৰ ব্যৱস্থা কৰিব লাগে ৷ মোৰ ক্ষেত্ৰতো এনে ঘটনা ঘটিছে ৷ ডিব্ৰুগড়ৰ পৰা গোলাঘাটলৈ গৈ থাকোতে শিৱসাগৰ আৰু যোৰহাটৰ ঠিক মাজত ৰাষ্ট্ৰীয় পথত দ গাঁত এটাত সোমাই পৰে৷ তাত কোনোধৰণৰ নিৰ্দেশণ নাছিল ৷ গাড়ী খন ঘন্টাত প্ৰায় ৪০/৫০ কি.মিটাৰত গৈ আছিল ৷ নিশা প্ৰায় ৮ মান বজাত ৷ গাড়ীখনৰ আগ চকাটো গাঁতত সোমাই ইমান এটা ডাঙৰ শব্দ কৰিলে ভাবিলে এতিয়াও ভয় লাগে ৷ গাড়ীখনৰ আগচকাৰ টায়াৰ ফাটি শেষ ৷ গতিকে এনে ক্ষেত্ৰত ৰাস্তা নিৰ্মাণ কৰা কোম্পানীৰ সম্পূৰ্ণ দুখ বুলি মই ভাবো ৷

  • @mridulasonowal3608
    @mridulasonowal36086 ай бұрын

    এই গাড়ী চালক জনে বহুত ভাল কথা হৈছে

  • @karabinath7970
    @karabinath79706 ай бұрын

    Bohut vl kotha koise. Thank you

  • @nikumanibarman9659
    @nikumanibarman96596 ай бұрын

    Dhanyawad Rupom da... Aapuner logot ekmot

  • @bitupondeuri9224
    @bitupondeuri92246 ай бұрын

    Jodi manuh mariboloi kaarone license laage, tenteh tahator license baatil koribo laage

  • @dilipdas8112
    @dilipdas81126 ай бұрын

    ৰপম দা কথাবোৰ অতি গুৰুত্বপূৰ্ণ

  • @Rinkidev237
    @Rinkidev2376 ай бұрын

    সুন্দৰ আলোচনা 🙏

  • @gitarthazgmedhi.
    @gitarthazgmedhi.6 ай бұрын

    গাড়ী চলোৱা বন্ধ কৰি দিয়ক সকলোৱে আনকি চৰকাৰৰ মানুহে ও চলাব নোৱাৰিব.... সকলোৱে খোজ কাঢ়ি অহা যোৱা কৰিব লাগিব.... তাৰ পিছত লোকচান কাৰ হয় দেখা পোৱা যাব // চৰকাৰৰ লোকচান হব নে জনতাৰ লোকচান হব সেয়া দেখা পোৱা যাব

  • @bimalphukan9894
    @bimalphukan98946 ай бұрын

    V very good comments on hit and run law of Rupam Da. So nice

  • @dilipborah9362
    @dilipborah93626 ай бұрын

    আপোনাৰ কথাবোৰ ভাল ্লাগিল।

  • @R.Creation143
    @R.Creation1436 ай бұрын

    ৰাস্তা বোৰ 4লেন যুক্ত কৰিব লাগে। 2 লেন যুক্ত ৰাস্তাত বহুত অসুবিধা হয়। Ultra বাছ বোৰ বহুত overtake কৰা দেখা পোৱা যায় যেন সময় নাই সিহঁতৰ হাতত।

  • @shamimakhter6409
    @shamimakhter64096 ай бұрын

    Ati dukhar kotha ami kiman manuh k herualu. Govt ai national highway tu kaam complete NOKORA r karone accident bilak hobo paise. Kiyo national highway tu complete Kora nai .

  • @user-cp8dl6jk1o
    @user-cp8dl6jk1o6 ай бұрын

    Apuni bahut hundor katha koise Rupam da

  • @travelfood7094
    @travelfood70946 ай бұрын

    Bohut dhuniya kotha koise Dada apuni❤

  • @bubugogoi592
    @bubugogoi5926 ай бұрын

    Bohut Bohut duhnia n real fact Kohtaah koise,dada 🙏♥️ai,bahaal lagi👏👌👍.

  • @user-km6nx1rx1j
    @user-km6nx1rx1j6 ай бұрын

    Monor গতিত গাৰী নচলাব লক্ষ স্থান ঘৰহে মেডিকেল নহয় যন্ত্ৰ মানুহৰ বাবে ব্যৱহৃত মানুহ যন্ত্ৰ ৰ বাবে নহয়। মৃতকৰ আত্মাৰ সদগতিৰ কামনা কৰিলো।। ওম শান্তি,,,,,,,,,,,,,

  • @bidyuthandique9714
    @bidyuthandique97146 ай бұрын

    Ekdam hosa kotha

  • @gangaboro9833
    @gangaboro98336 ай бұрын

    কথা খিনি সুনি ভাল লাগিল

  • @bijuli628
    @bijuli6286 ай бұрын

    Rupom dadar kothabur bor val loga .Dadar drivingr bohut knowledge ase hei ami janu.thanks dada.

  • @exploretheunseen1.o722
    @exploretheunseen1.o7226 ай бұрын

    We all are support you dada..❤

  • @munmungogoi8152
    @munmungogoi81526 ай бұрын

    Khub dhuniya kotha koise dai.. bohut important kotha.. hokolue gurutto di hunok..

  • @laptuboy7557
    @laptuboy75576 ай бұрын

    ভাল আলোচনা এনেকৈ যদি চৰকাৰে চালকৰ লগত আলোচনা কৰিবলৈ অনুৰোধ জনালোঁ

  • @BinuMoni-uw7ov
    @BinuMoni-uw7ov6 ай бұрын

    Iman dhunia kotha koise thanks

  • @David__235
    @David__2356 ай бұрын

    oti sundor bhaiso

  • @manjubarman1855
    @manjubarman18556 ай бұрын

    দেশৰ কাৰণেহে ৰজা,ৰজাৰ কাৰণে দেশ নহয়।গতিকে চৰকাৰে চিন্তা কৰিব লাগে।

  • @apurbadutta4261
    @apurbadutta42616 ай бұрын

    Bohut vl kotha koise

  • @BikikalitaBikikalita-pb9pt
    @BikikalitaBikikalita-pb9pt6 ай бұрын

    Oti hundor kotha koise driver jon👌

  • @deetimonidas2780
    @deetimonidas27806 ай бұрын

    Kothabilak bohut val lagil akha koru kothabur khokolue mani loy

  • @pranjalbarman7013
    @pranjalbarman70136 ай бұрын

    অসমত কিয় ইমান পূৰনা গাড়ী চলে বাহীৰত নচলা গাড়ী অসমত কিয় চলে ইমান পূৰনা গাড়ী ১০বছৰৰ ইপৰৰ ঘাড়ী বন্ধ কৰক

  • @BijoyHazarika-gx5iy
    @BijoyHazarika-gx5iy6 ай бұрын

    Right kotha koisey vall lagil

  • @user-qf3mt3kb4y
    @user-qf3mt3kb4y6 ай бұрын

    Dhunia kotha koise dada jone 👍🙏

  • @mridulsaikia6156
    @mridulsaikia61566 ай бұрын

    Khub xundar kotha koisa Dosti.

  • @PinkuNeogAllAssamFamous
    @PinkuNeogAllAssamFamous6 ай бұрын

    সুন্দৰ ❤ guys দৰ্শকসকল মোৰ লগত friend হৈ লব ভাল লাগিব।

  • @AkCreationShortReels
    @AkCreationShortReels6 ай бұрын

    এই আইনৰ তিব্ৰ বিৰোধিতা হোৱা উচিত

  • @user-up8hl7ff9t
    @user-up8hl7ff9t6 ай бұрын

    Aoti Hundor , Dadaa namanibor ketiyao .

  • @monsingmaslai
    @monsingmaslai6 ай бұрын

    Bhut bhal kotha koie dada💪💪💪

  • @debojithandique5555
    @debojithandique55556 ай бұрын

    Vl lagil apunr kotha khar

  • @kanaklatatalukdar3268
    @kanaklatatalukdar32686 ай бұрын

    Thanks rupom da

  • @promuddas1481
    @promuddas14816 ай бұрын

    সুন্দৰ পদক্ষেপ অনুপম

  • @bijubhagat3312
    @bijubhagat33126 ай бұрын

    Good val kotha

  • @assameseyogafromsimanta8088
    @assameseyogafromsimanta80886 ай бұрын

    Sundar kotha 👍

  • @purnimabaro2865
    @purnimabaro28656 ай бұрын

    Bahut bhal katha koise . Khakalu ye Follow koribo Lage.God bless you 🙏

  • @dirds.3493
    @dirds.34936 ай бұрын

    Bohut vl kotha vabise . I like rupom da

  • @SikhamoniDas-zk7vy
    @SikhamoniDas-zk7vy6 ай бұрын

    সচাই বৰ ভাল কথা কৈছে সকলোৱে এই কথাবোৰ মানি চলিবলৈ চাবচোন

  • @nayanbora2625
    @nayanbora26256 ай бұрын

    Bor hundor Alusona hoishe

  • @sagarhandique27
    @sagarhandique276 ай бұрын

    Bhal kotha koise❤

  • @pratimarabha-qn9eu
    @pratimarabha-qn9eu6 ай бұрын

    Verry nice

  • @assamesegaming1121
    @assamesegaming11216 ай бұрын

    Bohut val kotha koise apuni

  • @jayantasen6128
    @jayantasen61286 ай бұрын

    Bahut bhal kotha koise dada joneh

  • @mahendalimbu2132
    @mahendalimbu21326 ай бұрын

    Right kotha koise aapuni

Келесі