শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ

Ғылым және технология

বাসুদেৱ থান লখিমপুৰ জিলাৰ ঢকুৱাখনা ৰ পূৱ প্ৰান্তত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ থান। ঢকুৱাখনা চাৰিআলিৰ পৰা পশ্চিমমূৱাকৈ প্ৰায় ১০ কি:মি: গ'লে এই প্ৰসিদ্ধ থানখন পোৱা যায়॥ থানখনৰ লগতে বাসুদেৱৰ এখন নামঘৰ আছে। সত্ৰৰ মুঠ মাটিকালি প্ৰায় ২০০ বিঘা। বৰ্তমান এই তীৰ্থস্থানখন বলাহী চামপৰা আৰু সৌপাৰাৰ মাজৰ সোৱণশিৰি নামৰ ঠাইত অৱস্থিত।

Пікірлер: 3

  • @jackups5225
    @jackups5225 Жыл бұрын

    GOOD VIDEO

  • @tcno1597
    @tcno1597 Жыл бұрын

    👍👍👍

  • @purnakantapegu7374
    @purnakantapegu7374 Жыл бұрын

    Valuable video

Келесі