ৰঙালাউ পাতৰ chutney//
Thank you so much for watching 🙏🙏
Please do like, comment, share and subscribe our channel 😘😘
অলপমান মৰম কৰি আগুৱাই লৈ যাববুলি আশা থাকিল🙏🙏
#rongalaurecipe#rongalaupatorsatoni#rongalaupatorchutey#rongalau#assameserecipe#ৰঙালাও
#Simplechutey#recipe#villagevlog#vlog#newvlog#
Пікірлер: 255
ভাল লাগিল.... আৰু আগুৱাই যোৱা best of luck
ৰেচিপিটো,val,লাগিছে
খাওঁ খাওঁ লাগি গল। বনাই চাম আৰু খাই চাম দেই। চেষ্টা কৰি থাকা নিশ্চই পাৰিবা।
Sonder❤🎉❤🎉😊
ৰেচিপীটো ভাল লাগিল। বনাবলৈ ইমান সহজ। বনাম। সুন্দৰ চাটনি এটা অতি সহজ পদ্ধতিৰে শিকিলোঁ। আপোনাক অশেষ ধন্যবাদ জনালোঁ।
mur priyo satni love this sat
Bohut dhuniya ka bonai dakhula vil legel
I tried. it comes marvellous
আমাৰ ফালে এয়া ভাজি বুলিয়েই কয়। যিটো নিসিজোৱাকৈ পিছা হয় সেয়াহে চাটনি
ভাল লাগিল
Val lagil sai. Hikilu
আমি জে সাক নাখাও
ভাল লাগিল ৰেচিপি টো
সুন্দৰ রেসিপি ভন্তি মৰম দিলু দেই ❤️❤️
Nice
ৰেচিপীটো ভাল লাগিল Thank u
Very nice recipe খুব ভালো হয়েছে
Hahut val hoise, aru new new diba
First time dhekilu de
ভাল লাগিল বনায় খায় চাম