এইবিধ শাক খাইছেনে | মাছৰ লগত বহুত জুতি লাগে | Spreading hog weed curry | 2 types recipe

#Spreading_hog_weed #fish_fry #assamese_fish_curry

Пікірлер: 438

  • @geetabora4077
    @geetabora40773 жыл бұрын

    আপুনি দেখুওৱা ধৰণৰে বনাই খালো ,প্ৰথম বাৰৰ বাবে এই শাক খাই বৰ ভাল লাগিল । আৰু অন্য এবিধ পনৌনৱা শাক আছে ।সেই বিধ শাক খাই পাইছো ।

  • @sarmisthabarua7069
    @sarmisthabarua70692 жыл бұрын

    এটা video ত পাইছো এইবিধ পনৌনোৱা নহয় হেনো... তেখেতে পনৌনোৱাৰ ফটো দিছে কিন্তু মই ইয়াত দিব পৰা নাই ....

  • @bijitsaikia1491
    @bijitsaikia14913 жыл бұрын

    আপোনাক ধন্যবাদ জনাইছো বাইদেউ।পণৌনুৱা গছ আমাৰ বাৰীত আছে যদিও ব্যৱহাৰ নাজানিছিলো।আজি হঠাৎ মনত পৰি ইউ টিউৱত চাৰ্জ কৰি চাওঁতে আপোনাৰ ভিডিঅ'টো পাই চালো শাক বিধৰ নজনা কথাবোৰ জানিব পাৰি নথৈ সুখী হৈছো।

  • @lilydevikakati5404
    @lilydevikakati54042 жыл бұрын

    পনৌনৱা শাক বাৰু কেইবিধ আছে জনাবচোন বাইদেউ ।আৰু পাৰিলে বেলেগ বিধৰ গছো দেখুৱাবছোন ।

  • @nirupamastime7043
    @nirupamastime70432 жыл бұрын

    Bdw aibidh pnba xak hoi jano ? Moi dekha bidh alop beleg hoi prakat thake nki

  • @GouriGogoi-yy5ib
    @GouriGogoi-yy5ib14 күн бұрын

    Moi aibilak khau gunagnha najanu

  • @sanam9947
    @sanam99472 жыл бұрын

    ক'ত পাম বাৰু শাক বিধ বাৰীত লগাবলৈ?

  • @purnakantasaikia7068
    @purnakantasaikia70683 жыл бұрын

    হাই ব্লাড পেচাৰ থাকিলে খাব পাৰিবনে নাই?

  • @Parbinpori-xx9nr
    @Parbinpori-xx9nr

    Mast tez pat nidiye khuri..moi xuna mote mast tez pat dile tez xuhe bule... Video tu sai vl lagile khuri ❤tez pat diya dekhi olp asohuwa palu

  • @sewalirahang7157
    @sewalirahang71574 жыл бұрын

    পনৌনৌবা খাই বলি জানিছিলো কিন্ত্ত কেনেকৈ বা কিমান উপযোগি জনা নাছিলো আপোনাৰ বহুত বহুত ধন্যবাদ বাইদেউ🌻🙏

  • @rashmirekhabaruah3128
    @rashmirekhabaruah31282 жыл бұрын

    আজি মই boil মাছৰ জোল খন বনাই খালোঁ ।অমৃত ৰ নিচিনা লাগিল খাবলৈ ।আপোনাক বহুত বহুত ধন্যবাদ ।ইমান ধুনীয়া ৰেচিপি এটা আমাক দিলে।

  • @dipjyotiburagohain5273
    @dipjyotiburagohain52735 жыл бұрын

    Bor dhunya ru bohut tasty hoi khabole ,,tq for Ur important video ,,mam

  • @assamesenaturalbeautyandhe2854
    @assamesenaturalbeautyandhe28545 жыл бұрын

    বাহ ইমান ঔষধিসম্পন শাকৰ সৈতে মাছৰ জোল , লোভ লাগি গল দেই 😋😋👌👌

  • @nirmalasonowal2500
    @nirmalasonowal25002 жыл бұрын

    অতি সুন্দৰ ৷আমাৰ ঘৰতে থক শাক জোপা চিনি পোৱা নাছিলো ৷আপুনি চিনাকি কৰি দিয়া বাবে আপোনলৈ বহুত ধন্যবাদ থাকিল ৷সদায় দেখি থকা শাকবিধ এনেয়ে উভালি পেলাও ৷

  • @kalpanasenguptabaruah5180
    @kalpanasenguptabaruah5180Күн бұрын

    Bhaal lagil

  • @arotiphukon6693
    @arotiphukon66932 жыл бұрын

    বল সুন্দৰ পৰিবেশন।বহুত ভিল লাগিল।ধন্যবাদ।

  • @bhaskarnath924
    @bhaskarnath9243 жыл бұрын

    khub bhal lagel video 2 sai , well come

  • @xeujiaprithibi7075
    @xeujiaprithibi70753 жыл бұрын

    খুব ধুনীয়া।।। আৰু স্বাস্থ্যকৰ ব্যঞ্জন 🤗

  • @sitadevisingha
    @sitadevisingha14 күн бұрын

    আপোনাৰ ৰেচিপি সদায়ে অতি উত্তম

  • @anjalibarman1838
    @anjalibarman18382 жыл бұрын

    এই শাকবিধ আমাৰ বাৰিত বহুত আছে কিন্তু খাই বুলি জনা নাছিলোঁ। এতিয়া আপুনি দিয়া ধৰণে দুয়োটা ৰেচিপি বনাই খালু বহুতো ভাল লাগিল।নজনা কথা জনাই দিয়া বাবে ধন্যবাদ

Келесі