ৰাজীৱ শদিয়াই এইবাৰ বিহু মঞ্চ হিলাই দিছে//ৰাজীৱ শদিয়া এই গীতটো ভাইৰেল হৈ গৈছে

Комедия

Пікірлер: 6

  • @RobinGogoi-ee4em
    @RobinGogoi-ee4emАй бұрын

    ৰাজীৱ সদীয়াৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিলো।

  • @dipakgogoi5084
    @dipakgogoi5084Ай бұрын

    বহুত ভাল লাগিছে ৰাজীৱ শদিয়াৰ গীত শুনি।

  • @khogenborah8276
    @khogenborah827624 күн бұрын

    What a talented singer ! May God bless him ! 🙏🙏

  • @hndekari8011
    @hndekari8011Ай бұрын

    শিল্পীৰ শিল্পকৰ্ম হৈছে সত্য শিব সুন্দৰৰ অৰ্চনা । দেশ জাতি মাটি আৰু ভেটিৰ মাধ্যমেৰে মানুহ, মানুহৰ সমাজলৈ দায়বদ্ধতা শিল্পীৰ অন্যতম লক্ষ্য হ'ব লাগে । এই ধাৰাৰ শিল্পী হ'ল জ্যোতি বিষ্ণু ভূপেন আদি । মহেন্দ্ৰ হাজৰিকা, মানস ৰবীন, বিপিন চাউদাঙং আদি শিল্পীৰ জন্ম হৈছে । শিল্পী সত্যৰ পূজাৰী বাবেই মনত কোনো ভয় নাই । ৰাজীৱ শদিয়াৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ ।।

  • @PrafullaBorah-og7zn
    @PrafullaBorah-og7znАй бұрын

    Valpawa

  • @user-jh3qq7eu4v
    @user-jh3qq7eu4vАй бұрын

    Rajib Sadia dirghatux houk

Келесі