পুত্ৰই গেম খেলি থাকোতে মাতৃয়ে বন্ধ কৰি দিছিল নেট ৷ তাৰ পাছত পুত্ৰই সংঘটিত কৰিলে ভয়ংকৰ ঘটনা।

দেউতাকৰ পৰা Hotspot লৈ পুত্ৰই গেম খেলি থাকোতে মাতৃয়ে বন্ধ কৰি দিছিল নেট ৷ তাৰ পাছত পুত্ৰই সংঘটিত কৰা ঘটনাৰ বিষয়ে জানিলে চকু কপালত উঠিব আপোনাৰ!
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 53

  • @mahadevhazarika775
    @mahadevhazarika77521 күн бұрын

    এনেকোৱা ল'ৰা ছোৱালীৰ বাবে দুখ কৰি লাভ নাই ।

  • @nirupoma5935
    @nirupoma593521 күн бұрын

    Ai game bandha koribo Lage. Kiman je Ghar hekh hoi goise.

  • @babitachakraborty8626
    @babitachakraborty862614 күн бұрын

    বাপেকৰ দোষ, মুৰত উঠাইছে, এতিয়া মজা,,,,

  • @basisthaacharya6590
    @basisthaacharya659021 күн бұрын

    তাৰ এই টাও দুদিনৰ বাবে, যেতিয়া খাবলৈ নাপাই ৰাস্তাৰ কাষৰ টেবুলৰ হোটেলৰ বাহি ভাত খাই বাচন মাজিব তেতিয়াই তাৰ টাও বাহিৰ হৈ যাব আৰু ৰেলত উঠি জপৰা চুলি লৈ ঘৰ ওলাবহি।

  • @Papu12na
    @Papu12na21 күн бұрын

    Mjaa anukuwa hbo lage.

  • @AmarjitBoro-vi8uj
    @AmarjitBoro-vi8uj14 күн бұрын

    E2 birat johora game hoi PUBG

  • @jyotishmitadevi7920
    @jyotishmitadevi79204 сағат бұрын

    20 বছৰ বয়সত লৰাই বিয়া পতা আশাত carreer t focus kre 😂😂😂

  • @humensaikia7914
    @humensaikia791421 күн бұрын

    ভাল হল

  • @ultra8142
    @ultra814221 күн бұрын

    20 year বাপৰে

  • @bbmacademy4477
    @bbmacademy447714 күн бұрын

    Bondho koribo lage ai gem

  • @BandanaDevi-yx7
    @BandanaDevi-yx714 күн бұрын

    Ki j hoi ase 😢😢😢😢😢

  • @bkp9774
    @bkp977421 күн бұрын

    মৰিল সেইটো,

  • @Mayurkrishna57
    @Mayurkrishna5714 күн бұрын

    Val korise bupaie... Mur lora hole moi kintu olop u dukh nkoru... Anekua lora ki lav o

  • @barnalibora7974
    @barnalibora797421 күн бұрын

    Ki hoi goisa aji kali loraburor

  • @jitendrarabha4660
    @jitendrarabha4660Күн бұрын

    ভুল পিতৃ- মাতৃ তথা পৰিয়ালৰ,অভিভাৱকৰ মৰমৰ উৎপাতত পুত্ৰকন্যা অথলে যায়৷দেৰ- দুই বছৰৰ বয়সৰ পৰা যেতিয়া শিশুই বিচৰা বস্তু দিয়া আৰম্ভ কৰে,তেতিয়াৰ পৰাই শিশু জহন্নামে যাবলৈ আৰম্ভ কৰে৷ডাঙৰ হৈ গৈ থাকেমানে চক্‌লেটোৰ পৰা এম ডব্লিউ বি বাইক,আই ফোন আদি বিচাৰিবই৷সেইকাৰণে শিশু অৱস্থাৰে পৰা শিশুক অভাৱত ৰখাটো দৰকাৰ৷হকেবিহকে শিশুই বিচৰা বস্তু দিয়া উচিত নহয়৷

  • @RosiLutha
    @RosiLutha21 күн бұрын

    Good job 😮😊😊

  • @rudishmili7655
    @rudishmili765521 күн бұрын

    Tike ase mobile aru dibo lage horu lra sualik

  • @hdmry238
    @hdmry23821 күн бұрын

    Faltua hoi seherai koi, eibor news bonai lab nai

  • @user-io2lv2rr4p
    @user-io2lv2rr4p14 күн бұрын

    Notun mobile ata kini diyok.

  • @khagenbania9198
    @khagenbania919821 күн бұрын

    Goise valei hoise, tenekuwa kora knowledge Kom .

Келесі