পুনৰ বৃদ্ধি পাব অৰুণোদয়ৰ ধন, অহা বৰ্ষত অৰুণোদয়ে সামৰিব ৩২ লাখ মহিলাক : CM
📌 পুনৰ বৃদ্ধি পাব অৰুণোদয়ৰ ধন, অহা বৰ্ষত অৰুণোদয়ে সামৰিব ৩২ লাখ মহিলাক। যোৰহাটত হিতাধিকাৰীক অৰুণোদয় কাৰ্ড বিতৰণ কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ। দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটত মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ লগত ছেলফি তুলিবলৈ হেতা ওপৰা লগালে শিক্ষাৰ্থীয়ে।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
Пікірлер: 44
আচঁনি চাচনি বাদ দিয়ক হে মামা বস্তুবোৰৰ দাম কমাই দিয়ক ।কাৰন আঁচনি বোৰ সকলো মানুহে পোৱা নাই নোপোৱা বোৰৰ কঠাও ভাবিব চোন আৰু চাকৰীৰ ক্ষেত্ৰত ও কাষ্ট চিলেকচন বন্ধ কৰি দিয়ক মামা 🙏🙏🙏🙏 কাৰন জেনেৰেল কাষ্টৰ মানুহ সকলোৱে আপোনাৰ দৰে ধনী নহয় 😢😢😢😢😢 দিফেঞচৰ চাকৰিৰ কাৰনে বেলেগ কাষ্টতকৈ জেনেৰেল কাষ্টৰ লৰা ,ছোৱালী খিনি বেছি কষ্টও কৰো চাকৰিও নাপাওঁ 😭😭😭😭😭😭
মজা 👍
@RajuSoren-sp2qp
25 күн бұрын
এডিট
মজা❤❤
মজা 👍👍
Superb
Good মামা ❤❤
ভাল পদক্ষেপ 👍👍👍
Commentot jimn economistr expert opposition bur ahi kandileo Lav nai mama jot jonoxomudro tot ❤ ✌🚩
Good ❤❤ maane Ahabosor akou Mama will Rock ❤ bodon stupids & miya naamsur will shock 😢😅
মজা ❤✌✌👍
@RahulR-ge4ks
3 күн бұрын
Ja pay say orunodopayn
ধন্যবাদ মামা জি আরেকটু বাড়াইয়া দেন
Good step. Kintuu.... 95% mnuhe eyar. Hothik bibyahar kribo nuware. .......
হিমণ্ট মামা মিছলিয়া দুহেজাৰ চাবিছত বিজেপিক ভোট ণিদিও আমি আমিৰ চৰকাৰি আচণী একোৱেই পোৱা ণাই
Good impormetion
কোনে কোনে অৰুণোদ পোৱা নাই আকৌ ত্রবাৰ বিচাৰ কৰিব লাগে কাৰন বহুত দুখিয়া মানুহে নুপুৱাকৈ আছে অৰুনোদ আচনি ধন.🙏🙏
মজা ❤
❤❤❤❤❤
❤❤❤❤
Mama
🎉
১২৫০টকাত আপোনাৰ পৰিয়ালৰ মাহিলী চলিব পাৰে নে? গেছৰ দাম ১২০০ টকা। চাউলৰ দাম ৪০ টকা।মাহত ৩০দিন।শিল মাটি খাই মৰিলেহে হ'ব।এখন ঘৰ চলাবলৈ কিমান খৰছ অসম চৰকাৰে বুজিব লাগে।ভাষণত পৰিয়ালৰ পেট নভৰে বাইদেউ।
মামাই অৰুনোদইৰ টকা দিব এহাতে লবা হাহি হাহি জিকা পাচত টকা নিব দিবা দুহাতেৰে কান্দি কান্দি 😂😁😁😁😁😁😁😁😪😪😭😭😭😭😭😭🥳🙏🙏🙏🙏👍
❤❤
Dada apunar gaot dise jorhat apunar janma Thai mor aai arunoday puwa nai aru bajali jillar anandapur gaot krishi loan or namot sali ase utkoch
মহিলাসকল ইমান নিম্ন মানদণ্ডৰ বুলি পৰিচয় দিব নালাগে।বৰ লাজৰ বিষয় এই মূৰ্খামি
Ami ki dal paisu aku dal powa nai
Mama moi ako asni poa ni
BJP go Beck korim aru ji carentor bill ahise bll bll korsi BJP go bll koribo
Aamar eyat durniti khowang ot Mur Ghar Mur husband aku sakori ni aanki nijor buli kobole gharo ni holeo aamak aarunudoi Nidia cm sarok kobo sun news senel bilake
1250 tokate Assam r manuhok kini loi sokut dhula di ase,takot ase jodi 3000 koi kio dibo noware.
Faltu news di nathakiba
Amar ma hote kio pua ni pise
Nupua bure ki Karina
A I. Khon. Kenekuwa. Dekh. Jot. Manuhe. Har. Vonga. Kosto. Korio. Upojukto. Manoni. Nepay. Athoso. Hei. Akekhon. Dekhote. Bina. PORISROMOT. Bohi. Bohi. Asam. Manuhe. Dhon . Lav. Kori. Ase. S I. S I. Hay , Hay,,,
Bedo bata
মজা 👍
মজা❤