অৰুণোদয় লাভ নকৰা মহিলাই নতুন পদ্ধতিৰে পাব ধন।

অৰুণোদয় লাভ নকৰা মহিলাই নতুন পদ্ধতিৰে পাব ধন। অৰুণোদয় লাভ নকৰা মহিলাৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ।
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 263

  • @tridipboraart1090
    @tridipboraart10905 ай бұрын

    ধন্যবাদ জনাইছো মাননীয় মুখ্যমন্ত্রী ছাৰলৈ কাৰণ আজিলৈকে মই অৰুণোদয়ৰ টকা নাপালো পঞ্চায়তে দুৰনিতি কৰাৰ বাবে এতিয়াহে যদি পাম সেই বাবে ছাৰলৈ বহুত বহুত ধন্যবাদ পোনৰ এই চৰকাৰ খনকে থাকে তাৰে কামনা কৰিলো ভগৱানৰ ওচৰত প্ৰাথনা কৰিছে ছাৰ। মোক এই বাৰ দিব ছাৰ অৰুণোদৰ টকা ছাৰ। মই দি চি চাৰৰ ওচৰ চাপিলো তথাপিও আজিলৈকে নাই পোৱা অৰুণোদৰ টকা এতিয়া আখা মাননীয় মুখ্যমন্ত্রী চাৰৰ ওপৰত।

  • @manashdowarah3579

    @manashdowarah3579

    5 ай бұрын

    😊😊

  • @manashdowarah3579

    @manashdowarah3579

    5 ай бұрын

    😊😊😊😊

  • @RanjitSonowal-fp1po

    @RanjitSonowal-fp1po

    5 ай бұрын

    😊

  • @ashimrex8526

    @ashimrex8526

    3 ай бұрын

  • @HabibKhan-kc6xo

    @HabibKhan-kc6xo

    Ай бұрын

    CR. Pura ka pura😅😅😅😅😅😅😊😅😅😢😮😮 pus na .​@@RanjitSonowal-fp1po

  • @arahman7489
    @arahman74895 ай бұрын

    Mama jindabat ❤❤

  • @tulumonigogoi6816
    @tulumonigogoi68165 ай бұрын

    ৰেচন কাদ থকা ১৫ বছৰ হ'ল কিন্তু চাউল কেইটাৰ বাহিৰে একো সুবিধা লাভ নকৰিলো।😅😅😅

  • @jyotidutta3154

    @jyotidutta3154

    5 ай бұрын

    সঁচাকৈ পোৱাই পায় আছে😥😢

  • @usharanisaikia6912
    @usharanisaikia69125 ай бұрын

    ল'ৰা হঁতে ভবিষ্যতে পোহপাল নি দিলে কেনেকৈ জীয়াই থাকিম মহোদয়?

  • @amitandutpal8733

    @amitandutpal8733

    5 ай бұрын

    Moi arunadoy powa ny sir😢

  • @bontibora6793
    @bontibora67935 ай бұрын

    মই এগৰাকী বিধবা মহিলা। মই যোৰহাটৰ পৰা কৈছু মোৰ ঘৰ কৰঙা ভকত চেউনি গাওঁ মোৰ ঘৰ অবস্থা খুব বেয়া। কিন্তু মোৰ অৰুনোদইৰ পোৱা নাই, আগতে পাইআছিলু কিন্তু মোৰ ঘৰ ঢাভিয়া কৰা পাচৰ পৰা বঞ্চিত হলো।

  • @aryandebnath7428
    @aryandebnath74284 ай бұрын

    Good news sir thank you sooo much sir🙏

  • @user-rw4rk7nk3r
    @user-rw4rk7nk3r5 ай бұрын

    ৰেচন কাড পোৱা আজি 16 বছৰে হ'ল অৰুনোদইৰ ফমপোৰাই পোৰাই ভাগৰিপৰিছো আজিলৈকে নাপালোঁ

  • @user-hz8xn8xh1v
    @user-hz8xn8xh1v5 ай бұрын

    God.bless.apane

  • @usharanisaikia6912
    @usharanisaikia69125 ай бұрын

    মই এগৰাকী শাৰিৰীক ভাবে সখ্য ম মই এগৰাকী ভেঞ্চার প্ৰাথমিক বিদ্যা লয় ৰ শিক্ষয়িএী, মই ৩৬ বছৰ ধৰি বিনা বেতনে খাতি আছো। সেয়েহে মোক অৰু নোদয় টকা কেইটা অতি প্ৰয়োজন।

  • @user-xq1zx4dt2r

    @user-xq1zx4dt2r

    5 ай бұрын

    মই এগৰাকী ঘৰৰ গ্ৰিহিনী মোৰ বয়স 37মোৰ শাৰীৰিক অৱস্থা ইমান ভালো নহয় মোৰ নাম bonti rani singh dutta মোক অৰুণোদই টকাকেইটা খুবেই প্ৰয়োজন মহোদয়

  • @usharanisaikia6912
    @usharanisaikia69125 ай бұрын

    মই এগৰাকী শাৰিৰীক ভাবে সখ্য ম মহিলা বহুবাৰ আবেদন কৰিও আজিলৈ কে অৰু নোদয় নাপালো।

  • @Panhomfood
    @Panhomfood5 ай бұрын

    Aaisa hona chahiye mukhya mantri joy ho assam CM...

  • @usharanisaikia6912
    @usharanisaikia69125 ай бұрын

    ধন্যবাদ, মই এইবাৰ নাপালে গন্ডগোল লামা চাৰ।

  • @nurjahanbegum7746
    @nurjahanbegum77465 ай бұрын

    টেমপু চলোৱা বা দাইভাৰৰ ঘৰৰ সুবিধা একো নাই নেকি চৰকাৰৰ

  • @paragsocial7156
    @paragsocial71565 ай бұрын

    এইজে ৱাৰ্ডৰ দলৰ বুথ অকৰ্মনিঅ সভাপতি কিছুমানৰ বাবে অৰুনোদই আঁচনি নাপাই, কাৰণ সেইকেইটাই তলতে কাতিদিয়ে।

  • @bhasutideka1211
    @bhasutideka12115 ай бұрын

    আমি নতুন ৰেচন কাদ পায়চু কিন্তু অৰউনউদয় পুৱা নায় মৰিগাঁও পৰা কৈচু।

  • @sureshproja699
    @sureshproja6995 ай бұрын

    Good❤

  • @pms.s9497
    @pms.s94975 ай бұрын

    Amar Mama jindabad 🙏Love you Mama

  • @zakiruddin4761
    @zakiruddin47615 ай бұрын

    Good mama ❤

  • @rupalikonwar1540
    @rupalikonwar15405 ай бұрын

    দুদিন পাই দুদি নাপাই,চাৰ, অফিচ বিলাগে,কি কৰে চাৰ আপোনালোকেনাচাই,চাৰ,

  • @AnjuRay-wk9jp

    @AnjuRay-wk9jp

    5 ай бұрын

    Arunady puwa nai aamiyo geso nai

  • @nurikhan7512
    @nurikhan75125 ай бұрын

    Thanks mama eibar jodi kiba hoi hobo

  • @HappyBurrito-ij4hs
    @HappyBurrito-ij4hs5 ай бұрын

    ৰেচন কাড আছে অৰুণোদয় পোৱা নাই৷দালালে চব শেষ কৰে৷চাৰৰ কথাটো ৰাইট ৰেচন কাড থকা সকলক অৰুণোদয় দিব লাগে৷আপুনি মহান৷

  • @Ayanpatell
    @Ayanpatell5 ай бұрын

    Form kot pwa jbi

  • @npgemar2143
    @npgemar21435 ай бұрын

    Good 👍 cm sir

  • @user-xq1zx4dt2r
    @user-xq1zx4dt2r5 ай бұрын

    Sir moi documents disilu kintu mutkoi pasot diya bilakor naam aahil kintu mur nam nahil kirpa kori c.m sir muk Arunudoi aasoni tu diyok

  • @subhalaxmigogoi3244
    @subhalaxmigogoi32445 ай бұрын

    অৰুনোদয় আঁচনি পৌৰসভাৰ মা‌ইকী পৌৰপতি সকলে মানুহ বাচি দিবলৈ ক‌ওক

  • @narjinanayahatxotcom6473
    @narjinanayahatxotcom6473Ай бұрын

    Very very good Hemanta Biswas Sharma mama

  • @DevakantaGogoi-kh2gz
    @DevakantaGogoi-kh2gz5 ай бұрын

    অৰুণোদয়ৰ নিৰ্বাচনৰ ক্ষেত্ৰতো পঞ্চায়তত দূৰ্নীতি চলি যোগ্য হিতাধিকাৰীয়ে অৰণোদয়ৰ পৰা বঞ্চিত হৈছে।গতিকে মুখ্যমন্ত্ৰীৰ এই নতুন ব্যৱস্থাটোৱে অৰুণোদয় হিতাধিকাৰীসকলক পলমকৈ হলেও উপকৃত কৰিব বুলি আশাবাদী।

  • @ranatalukdar7267
    @ranatalukdar72675 ай бұрын

    পেঞ্চন পোৱা সকলে ৰেচন কাৰ্ড পাইছে থিকে আছে, কিন্তু পেঞ্চন পোৱা পৰিৱালক অৰুণোদয় দিব নালাগে।

  • @user-yl9vr1oq6b
    @user-yl9vr1oq6b5 ай бұрын

    Good news

  • @pompiduttamaina5860
    @pompiduttamaina58605 ай бұрын

    Sir apuni kua mote jodi xhosake hoi tetiya he vot dim

  • @mhkalgachia8637
    @mhkalgachia86375 ай бұрын

    Atiya arunodoi apply koribo parim neki kobosun

  • @jeherulislam3231
    @jeherulislam32315 ай бұрын

    Sir ( CM) parile video comments bor abar sab 👈🤔

  • @user-yh3xd6xf5x
    @user-yh3xd6xf5xАй бұрын

    Good

  • @purnaborah2910
    @purnaborah29105 ай бұрын

    Problem nki kiya hoba sir

  • @maramidas2776
    @maramidas277627 күн бұрын

    ধনী মানুহ দিব আমাৰ দৰে মানুহক কিয় দিব

  • @maramihazarika4795
    @maramihazarika47955 ай бұрын

    মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসাধাৰনৰ কাৰনে চৰকাৰী আচঁনি দিয়ে হয় ।কিন্তু পঞ্চায়তৰ সদস্য/সদস্যা সকলে দল বাছি আচঁনি মতে গাৱৰ জনসাধাৰনক নিদিয়ে ।মই এগৰাকী অংগনবাদী কৰ্মী ।মোৰ ঘৰৰ অৱস্হা টনকীয়াল নহয় ।মোৰ স্বামীৰো ইনকাম নাই ।তেওঁ বিজেপি দলৰে কাম কৰে ।মই কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি পোৱাৰ কাৰনে কংগ্ৰেছি বুলি চৰকাৰী আচঁনিৰ সুবিধা নিদিয়ে ।ৰেচনকাৰ্ড কংগ্ৰেছ চৰকাৰৰিনতে পোৱা ।ৰেচন কাৰ্ড মতে গেছ পালো কিন্তু কাৰ্ডখন নাপালো ।এটা অংগনবাদী পৰিচালিকা চাকৰি টকাৰে এটা পৰিয়াল চলিবলৈ বহুত অসুবিধা সেয়ে কথাখিনি জনাইছো ।মই গহপুৰ সমষ্টিৰ বাসিন্দা ।পঞ্চায়ত কল্যানপুৰ ।কল্যানী মন্দিৰ থকা এলেকাৰ বাসিন্দা ।

  • @nuraminbhai8902
    @nuraminbhai89025 ай бұрын

    Bariyaaaa sir ,kinto Anganwadi kormi hokolor r kothau olop vabok kormi hokolor Ayosman card ketiyaa dibo manoni ketiyaa borabo..

  • @madhumitabhattacharjee6784
    @madhumitabhattacharjee67845 ай бұрын

    মই অরুণোদয় আচনি পোয়া নাই, রেশন কার্ড ও নাই,, মোর hasbend অর pension o nai, please আমাক resion card দিয়ক স্যার।

  • @gitadevigitadevi7973
    @gitadevigitadevi79734 ай бұрын

    ৰেচন কাৰ্ড আছেই ।কিন্তু আজি লৈকে অৰুণোদয় আচনি‌ পোৱা হে নাই।

  • @tikhulimbu8858
    @tikhulimbu8858Ай бұрын

    এই কথা গোটেই ভুৱা বাতৰি প্ৰচাৰ কৰিছে দুখীয়া পৰিয়াল এতিয়া লৈকে পোৱা নাই গোলাঘাট জিলা সৰুপথাৰৰ সমষ্টিৰ অন্তৰ্গত

  • @BabulhiraDas
    @BabulhiraDas3 ай бұрын

    মই ৰেছন কাড' বাহিৰে একোয়ে পোৱা নাই।

  • @dembabarman9897
    @dembabarman98975 ай бұрын

    Eto bar form joma dilu atiwaloi অৰুণোদয় পোৱা নাই মই মামা

  • @krishnogaming5225
    @krishnogaming52255 ай бұрын

    আমাৰ ইয়াত নিদিয়ে আমি পোৱা নাই ডিব্ৰুগড় জামিৰা কপৌ গাওঁ হয় মোৰ ঘৰ কিন্তু মেমবাৰে নিদিয়ে জানে চাৰ মদ খোৱা মানুহক দিছে আমি মদ খালে দিব নেকি চাৰ

  • @SatyonDas
    @SatyonDasАй бұрын

    চল্লিশ, পঞ্চাশ এর উপরে যাদের বয়স এব্্ তাদের ছেলে মেয়ে বাচ্চা কাচ্চা নেই তাদের জন্য কিবা এট‌‌‌ করার জন্য অনুরোধ রহিল

  • @KanakSaraniya-yl5pz
    @KanakSaraniya-yl5pz5 ай бұрын

    Dhanabadhimntamama

  • @ofidul-lb7we
    @ofidul-lb7weАй бұрын

  • @RadhaSutradhar-e7t
    @RadhaSutradhar-e7t23 күн бұрын

    Amake arunadoy dan sir

  • @bhabaniroy2593
    @bhabaniroy259317 күн бұрын

    আমি দিন মজুরি পরিবারল ৭ জিয়া আমার কোন অরুউদয় পাইনা পুরান রেশন কাঠ অরুউদপামনাকি

  • @karobisaikia3548
    @karobisaikia35485 ай бұрын

    Amiu lukor ghoroy hajira kori khaiu napai kard thakiu 😢😢😢

  • @mrigengohain
    @mrigengohain5 ай бұрын

    Mama jinda bad

  • @ansuladaimari249
    @ansuladaimari2494 ай бұрын

    Dhoinobad sar moi atiyaw orundoi puwa nai sar

  • @ranjithazarika8889
    @ranjithazarika88895 ай бұрын

    ৰেচন কাড ঠাকিয়ো আজিলৈকে এতাও চৰকাৰী সুবিধা নাপালোঁ কিয় ?

  • @user-bl4jx8hk6u
    @user-bl4jx8hk6u5 ай бұрын

    মই বিধবা মহিলা বোৱাৰী নামত ৰেচন কাদ। ফৰম। জমা। দিয়া। হ'ল। ডিচেম্বৰত মাহত। কি কাৰণত নাহিল এতিয়াও পোৱা নাই। মাচ সোমাব। হ'ল মহোদয়

  • @user-ry2es3uy2o
    @user-ry2es3uy2o5 ай бұрын

    Aami powa nai sar

  • @tikhulimbu8858
    @tikhulimbu8858Ай бұрын

    নাই পোৱা

  • @user-sunris
    @user-sunris5 ай бұрын

    Reson card ase kintu Assam's Jorhator Machorhat bhout durniti soli ase Please check koribo aji loike eku khubidha pua nai....khokolu misa puai pabo ami eku napau 😢😢

  • @woman178
    @woman1785 ай бұрын

    Ex congress bilak pai asae nae nai AXOM r

  • @jeherulislam3231
    @jeherulislam32315 ай бұрын

    PWD pensioner (physically Handicapped) bor kio pension dia nai ???

  • @GupalPatar-ue2ut
    @GupalPatar-ue2ut22 күн бұрын

    Purani r. card asse adhar card link karilu ressan nai aru around ay nai

  • @hirenbarua1380
    @hirenbarua13805 ай бұрын

    Agate reson card bebastha karak sir. Atiya ki karene reson card da bebastha bandha kori thoise

  • @user-tm9yb8ko6w
    @user-tm9yb8ko6w5 ай бұрын

    Moi 2 bar korilu abaru nahil aibar jodi hoi hukhi hom ..good sir

  • @sunilmandal4442
    @sunilmandal44425 ай бұрын

    Aadhaar cardr news diyok aadhar card nothaka manuhe retion card poya nai

  • @Bittmoni___1005
    @Bittmoni___10055 ай бұрын

    মই দুখিয়া মহিলা তথাপি মোক অৰূনোদয় নিদিলে

  • @SubiiRoy
    @SubiiRoyАй бұрын

    ধনী মানুষের জন্য অরৃ্ণোদয়

  • @rinkuali1197
    @rinkuali11974 ай бұрын

    🙏🏿🙏🏿

  • @user-sunris
    @user-sunris5 ай бұрын

    Nai pua... documents di rakhisu aji loike pua nai

  • @user-jz7un5fw1i
    @user-jz7un5fw1i5 ай бұрын

    Sir ami bahot kasta kari akhan gari loiso.agata aronodai from porai napalo aro .atia koisa amar gari thaka karana ami aronodai napao.aponi to koa nai gari thaka manuha aronodai napai😢😢

  • @dipankarnew4832
    @dipankarnew48325 ай бұрын

    জৰদ

  • @user-hk6sd3uq1z
    @user-hk6sd3uq1z4 ай бұрын

    মই ও আজিলৈকে অৰুনোদয় পোৱা নাই, কিদৰে পাম বাৰু ,?

  • @user-hk6sd3uq1z

    @user-hk6sd3uq1z

    4 ай бұрын

    নামটো নিউতে নিয়ে, পঞ্চায়ত পালে মোৰ নাম নিগনিয়ে খায় পেলায় ।আনকি লেটিন এটাও নাপালো, সেইবাবে এইবাৰ ভোটটো প্ৰয়োজন নহ'ব চাগে ।

  • @arunavdutta8636
    @arunavdutta86365 ай бұрын

    Sir orunudoi aconi dibola a/c no racon card r logot sonjug korak

  • @SunitaRabha-fc4qh
    @SunitaRabha-fc4qh5 ай бұрын

    Arunadai Ami napai Rason card Ase

  • @rainbowworld2370
    @rainbowworld23705 ай бұрын

    Sir arunadoi 5 month palu dhonyabad.. kintu tar pasot 2024 ot palu mane ki.....😅😅😅😅😅

  • @dhritikadas272
    @dhritikadas2724 ай бұрын

    Reson card a powa nai

  • @Kunjodas-xq5ej
    @Kunjodas-xq5ej5 ай бұрын

    হাজোৰ অন্তৰ্গত,,,৯০নং কেতেকী বাৰী উখুৰা গাঁও পঞ্চায়ত,,,,বহুতো অনিয়ম হৈছে,,,এবাৰ পৰ্যবেক্ষণ কৰক,

  • @kakatigiren8631
    @kakatigiren86315 ай бұрын

    Sir amio nimna madhy bitta pariyalar manuh,amio arunuday aachani pab lage Karan gharat ajan manuhe pale an ajan manuhe pab roi jai saito beya Katha sakalowe paba lage sir vabi sabson.

  • @BijonPhukan
    @BijonPhukan5 ай бұрын

    অনলাইন এপলাই কৰিলে হ'ব নেকি

  • @Kunjodas-xq5ej
    @Kunjodas-xq5ej5 ай бұрын

    এতিয়াও বহুতো পাপ্যৰ পৰা বঞ্চিত,,,যাৰ কাৰনে এই আচনি সেইসকল বঞ্চিত,,,

  • @MainuBoro-gf7sz
    @MainuBoro-gf7sz5 ай бұрын

    Sar resnd card nohole orunodoi pam ne kobo sun sar

  • @user-no6it9zj1b
    @user-no6it9zj1b4 ай бұрын

    ৰেচন কাড পোৱা নাই

  • @parthapratimdas5047
    @parthapratimdas50475 ай бұрын

    অৰুনোদইৰ পায়চিল আগতে মাজতে চাৰ্ভে কৰিবলৈ গৈ কাতিছে এতিয়া বাৰূ কি।কৰিব লাগিব

  • @user-tm2fd1dw1s
    @user-tm2fd1dw1s4 ай бұрын

    কোন তেল দোকানত দকোমেনচ জমা ল'ব লাগে তেতিয়া সকলো ৰেচন কাৰদ থকা সকলো ই পাব

  • @user-tm2fd1dw1s

    @user-tm2fd1dw1s

    4 ай бұрын

    মই নলবাৰীৰ জিলাৰ পৰা কছো

  • @imrullaskar3667
    @imrullaskar36675 ай бұрын

    ধ্যাইনো বাধ মামা

  • @user-tm2fd1dw1s
    @user-tm2fd1dw1s4 ай бұрын

    আমাক কি‌য় নিদিয়ে ৰেচন কাৰদ আছে আমি দিন হাজিৰা কৰি খোৱা মানুহ আমি একো নেপাও

  • @user-ic3ob2qc1n
    @user-ic3ob2qc1n5 ай бұрын

    দুখীয়া মতা মানুহে আরুনুদায় নাপায় নেকী?

  • @maryborah584
    @maryborah5845 ай бұрын

    2 time apply korilu napalu. Aru ki asha korim. Xokolu misa

  • @user-dk9oy9qc7r
    @user-dk9oy9qc7r5 ай бұрын

    Saulor card nthoka ki hbo

  • @Parineetatachangmai8213
    @Parineetatachangmai82135 ай бұрын

    মই অৰুণোদয় নাই পোৱা ৰেচন কাড পালো

  • @user-pw2wm2fe7t
    @user-pw2wm2fe7t5 ай бұрын

    Ame aje loike aikhon sorka pora aku puwa nai ...ghr dim buli ghr aru manuhor ph2 Mari niwa past u ghr to babe aku ata k dib nuwarile...ghr puwai 2ta loike pale ame kintu ghr ata Pam buli sawte sate amr din kal gol aikhon sorkak aru ki buli blv korim ..bjp ward member aru tew lgt aru manuh ahe amr ph2 Mari nisil aje loike aku dal nai napalu

  • @RajuBoy-z4q
    @RajuBoy-z4q18 күн бұрын

    Apni Dil hai vishwas Apne dil hai vishwas jaam

  • @DeepjyotiKalita-gk2km
    @DeepjyotiKalita-gk2km5 ай бұрын

    😢

  • @NishaBoro-zo3rj
    @NishaBoro-zo3rj5 ай бұрын

    😊

  • @purnimabaro2865
    @purnimabaro28655 ай бұрын

    Kisuman dukaniye he Kate sir🙏

  • @RBBlogs-india
    @RBBlogs-india5 ай бұрын

    Moi sorkari gas silender paisu but gas bhorabo Gole 1100 toka loi 600 tokat aji projonto diya nai

  • @MainuBoro-gf7sz
    @MainuBoro-gf7sz5 ай бұрын

    Sar mi respond card puwa ny

  • @MainuBoro-gf7sz

    @MainuBoro-gf7sz

    5 ай бұрын

    Resend card ny

  • @rupakundu3484
    @rupakundu34845 ай бұрын

    ৰেচন কাট পালু অৰুনোদইৰ কেতিয়া দিব

  • @sayagoswami6734
    @sayagoswami67345 ай бұрын

    Sir নতুনকৈ ৰেচন কাৰ্ড কেতিয়া কৰিব পাৰিম

  • @binoydeb3697

    @binoydeb3697

    5 ай бұрын

    Electionot bjp jikile aitu khatung je Apuni napaleo belege aitu paboi eyar babey alop dhorjyo dharibo lagibo, Apuni bujileney ?😅

  • @nayanmoni2567
    @nayanmoni25674 ай бұрын

    Mor mai agote pay asil juwa 4 mah loike kio puwa nai mor mar arunoday r poisa diye moi study kori asilu atiya mor ki hbo

  • @JyotiBorah-rt5qk
    @JyotiBorah-rt5qk5 ай бұрын

    মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো।🙏🙏🙏

  • @user-px5rn6xi1q
    @user-px5rn6xi1q4 ай бұрын

    Kintu aami bare bare aplai korar pasoto urunadoi powa nai moi ajon dukhia manuh aamar gaot dhoni manuh borehe pay kiyo 😅😅😅😅

  • @aontitirkey2073
    @aontitirkey20735 ай бұрын

    Sir aponi mohila bilako hubida deya aru sowalibor ki hobo sir Amar aku hubida nai naki moi aru ma dotai thaku kinto okhbidar karona anor ghrt Kam korib loga hoisa aru kam koru kinto aku Fala nohoi sir plz sowali bilakor kiba hubida dib paribo na sir plz plz sir 🙏🙏🙏😭😭😭😭kiba upai Kori deyok sir

Келесі