প্ৰেম বিচাৰি অৰুণাচললৈ যাওঁ ❤️❤️ Assamese new vlog

assamese new vlog
new assamese vlog
prince bharali's vlog
Picnic
assamese beautiful girls
what is love
prince bharali

Пікірлер: 11

  • @purnimabaro2865
    @purnimabaro28654 ай бұрын

    Dhuniya Thai👌👌👌

  • @ShankarHajong
    @ShankarHajong4 ай бұрын

    প্ৰেমৰ সংজ্ঞা হল, মানুহৰ অন্তৰত সোমাই থকা এক স্বৰ্গীয় অনুভূতি

  • @tksarmah2632

    @tksarmah2632

    4 ай бұрын

    প্ৰেম হেনো চিৰতা তিতা আৰু কাৰোবাৰ বাবে বুনীয়া লাড়ু।

  • @navabora9489
    @navabora94894 ай бұрын

    প্ৰেমৰ হাজাৰ হাজাৰ ৰং আছে। আমি সাধাৰণ মানুহে মাত্ৰ এটা ৰং হে দেখে বা প্ৰাধান্য দিয়ে! অন্তৰত প্ৰেম থাকিলে জীৱ মাত্ৰ প্ৰতি কৰুণা থাকিব।

  • @J.GVlog6
    @J.GVlog64 ай бұрын

    ❤❤

  • @tksarmah2632
    @tksarmah26324 ай бұрын

    সুন্দৰ মন্তব্য যি বস্তু খুব ভাল লাগে তাৰ বাখ্যা কৰিবলৈ অলপ দিগদাৰ হয়। যেনে প্ৰেম নহয় জানো ? ইমান সুন্দৰ শুদ্ধ কৈ ছোৱালী জনীয়ে অসমীয়াত কথা কোৱাৰ পিছতো তেওঁক কিয় হিন্দীত কলেও হব বুলি কলে ? মোৰ মতে আপুনি তেওঁক উপলুঙা কৰিলে আৰু যিটো কৰাৰ আপোনাৰ কোনো অধিকাৰ নাই।

  • @princebharalisvlog6578

    @princebharalisvlog6578

    4 ай бұрын

    কাৰোবাক তেওঁৰ মাতৃভাষাত কথা ক’বলৈ দিলে উপলুঙা কৰা হয় নেকি ?

  • @champakdas1631

    @champakdas1631

    4 ай бұрын

    Val ligel Sai dada video to

  • @tksarmah2632

    @tksarmah2632

    4 ай бұрын

    @@princebharalisvlog6578 নিশ্চয় নহলহেঁতেন। যদিহে তেওঁ অসমীয়া ভাষা নাজানি তেওঁৰ মাতৃ ভাষাত আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াহেঁতেন আৰু আপুনি বাধা দিলে তেওঁক অপমান কৰা হ'ল হয়। কিন্তু ছোৱালী জনীয়ে ইমান সূৱলাকৈ, শুদ্ধ উচ্চাৰণ আৰু শব্দ ব্যৱহাৰ কৰি অসমীয়া ভাষাত কথা কওঁতে আপুনি কোৱা কথাষাৰে তেওঁক অপমান নকৰিলেনে ?

  • @kishanukoushikgogoi4763
    @kishanukoushikgogoi47633 ай бұрын

    Apunar channel ase buli najanu nhoii Amiii u asu sun Tingkhong or pora goisilu jee amii Val lagil deii

  • @nondeswarkaman4407
    @nondeswarkaman44074 ай бұрын

    Kam nai

Келесі