An amazing blind family- আপোনাৰো চকুপানী ওলাব ৷

Link - / @pankaj_axom
পৰিয়ালটোক যদি আৰ্থিক ভাৱে সহায় কৰিব বিচাৰে 6003661971 নম্বৰত যোগাযোগ কৰিব । ৷
assamese new vlog
new assamese vlog
prince bharali's vlog
চেপন
Sepon
a blind family

Пікірлер: 240

  • @princebharalisvlog6578
    @princebharalisvlog65783 ай бұрын

    পৰিয়ালটোক যদি আৰ্থিক ভাৱে সহায় কৰিব বিচাৰে 6003661971 নম্বৰত যোগাযোগ কৰিব । ৷

  • @anilasingha4783

    @anilasingha4783

    3 ай бұрын

    Bo r xundar prativa. God bless you.

  • @shrutishabnam2868

    @shrutishabnam2868

    3 ай бұрын

    ​@@anilasingha47838😊

  • @JarunaBegum-ls8qg

    @JarunaBegum-ls8qg

    2 ай бұрын

    ​@@anilasingha4783❤

  • @parulborgohain8511
    @parulborgohain85113 ай бұрын

    ককায়েক ভনীয়েকৰ প্ৰতিভাত আপ্লুত হলো। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

  • @navabora9489
    @navabora94893 ай бұрын

    ভাবিলেই আচৰিত আৰু দুখ লাগে, পাঁচজন কৈ সন্তান কেনেকৈ ডাঙৰ দীঘল কৰিলে। ভগৱানে তেওঁলোকক চকু মেলি চাওক।

  • @r.hazarika9231
    @r.hazarika92313 ай бұрын

    ভগৱানে কুশলে ৰাখক সপৰিয়ালকে 🙏

  • @dipikamahapatra215
    @dipikamahapatra2153 ай бұрын

    আচৰিত‌ ‌পৰিয়ালটোত‌ সকলো‌ অন্ধ,‌ হে‌ ‌ ঈশ্বৰ‌ তেওঁলোকক‌ দৃষ্টি ‌ দিয়া।‌ ধন্যবাদ

  • @sarojinidutta5058
    @sarojinidutta50583 ай бұрын

    দৃষ্টিহীন হ'লেও সেই বাধাই যেন হেঙাৰ হৈ থিয় দিব পৰা নাই, সুন্দৰ প্ৰতিভাৰ গৰাকী হওঁক তেওঁলোক ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। বৰ্তমান অত্যাধুনিক চিকিৎসা পদ্ধতিৰ বলত বহু বেমাৰৰ পৰা মানুহ উপকৃত হৈছে।কোনোবা সদাশয় লোকে এই অসহায় ব্যক্তিসকলক দৃষ্টিহীনতাৰ পৰা মুক্ত হবলৈ সহায়ৰ হাত আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিয়ক।

  • @user-iv7xu8pm5k
    @user-iv7xu8pm5k41 минут бұрын

    Bohut val lagise

  • @mridulasaikia7431
    @mridulasaikia74313 ай бұрын

    আপোনালোকৰ জীৱন যাত্ৰা সুন্দৰ আৰু সফল হওক তাৰেই কামনাৰে ভগৱান ওচৰত প্ৰাৰ্থনা। জনাইছো ❤

  • @jagatgogoi3281
    @jagatgogoi32813 ай бұрын

    ভাল লাগিল, তেওঁলোকক ভগৱানে কুশলে ৰাখক।

  • @runubaruah60
    @runubaruah60Ай бұрын

    ডাঙৰ লৰা আৰু ভনীয়েকৰ কণ্ঠ ইমান সুন্দৰ, ঈশ্বৰে মংগল কৰক তোমালোকক 🙏

  • @jurisaikia8501
    @jurisaikia85013 ай бұрын

    প্ৰভূৱে কৃপা কৰক।

  • @RinaGohain-dk6xd
    @RinaGohain-dk6xd3 ай бұрын

    ভাল। লাগিল অন্ধ পৰিয়ালটোক পৰিচয় কৰাই দিয়াৰ বাবে ধন্যবাদ ❤❤❤

  • @dipikadas6219
    @dipikadas621925 күн бұрын

    emn dhunia voice . xoklue kiba nohoi kiba ata karant special hai .

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog63123 ай бұрын

    সুন্দৰ ‌প্ৰতিভা আটাইকেইজনক ভগৱানে কুশলে ৰাখক

  • @krishnaboruah1576
    @krishnaboruah15763 ай бұрын

    তেওঁলোকক ভগৱানে ভাল কৰক। কৃষ্ণ কৃষ্ণ।

  • @user-cz2gk4vm6q
    @user-cz2gk4vm6q2 ай бұрын

    এইয়াহে প্ৰকৃত প্ৰতিভা হালি প্ৰজন্ম

  • @uniquetips7475
    @uniquetips74753 ай бұрын

    তোমালোকৰ ভৱিষ্যৎ উজ্বল কামনা কৰিলো।

  • @arunmuria
    @arunmuria3 ай бұрын

    সুন্দৰ পদক্ষেপ ৷ সকলোৱে সহায় কৰক

  • @lohitkonwar8670
    @lohitkonwar86703 ай бұрын

    ঈশ্বৰে তেওঁলোকক মঙ্গল কৰক ।🙏

  • @bontisaikia3859
    @bontisaikia38593 ай бұрын

    পাচ জনকে ভগৱানে কুশলে ৰাখক

  • @chandiramkhatowal9632
    @chandiramkhatowal96323 ай бұрын

    Video sai bhal lagil nepal goi bhal hoi ahok god bless them

  • @santoshgupta889
    @santoshgupta8893 ай бұрын

    Sir, I salute you, for depicting this family history,

  • @user-xf6fs7qi8y
    @user-xf6fs7qi8y3 ай бұрын

    ভগৱানে তোমালোকক কিপা কৰক

  • @mrindiaboy3595
    @mrindiaboy35953 ай бұрын

    Bhut ধুনীয়া।আগবাঢ়ি যোৱা ভগৱানে কুশল কৰিব।

  • @bijusonowal9414
    @bijusonowal94142 ай бұрын

    Very very nice

  • @bhupendas3078
    @bhupendas30783 ай бұрын

    God bless, very nice reporting, thanks

  • @devrajdutta5179
    @devrajdutta51793 ай бұрын

    বৰ দুখ লাগিছে।প্ৰভুৱৃ কৃপা কৰক।তাৰ মাজতেই ইমান সুনৰ প্ৰতিভা।মৰম আৰু শুভ কামনাৰে।🙏❤️🙏ৰীতা দত্ত।

  • @AdhirDevnath-zq7ic
    @AdhirDevnath-zq7ic3 ай бұрын

    Video hoi এইবোৰ সঁচাকৈ vall লাগিল।

  • @user-xk4jl3le7s
    @user-xk4jl3le7s18 күн бұрын

    Oooowww ❤

  • @joyantapanging9788
    @joyantapanging97883 ай бұрын

    Val lgil kokai

  • @user-jm9tu1oe9q
    @user-jm9tu1oe9q2 ай бұрын

    God bless you beta

  • @user-ed8ym6js7c
    @user-ed8ym6js7c2 ай бұрын

    Bhal lagise

  • @swaranasonowal3507
    @swaranasonowal35073 ай бұрын

    সঁচাই প্ৰতিভা দেখি আপ্লুত হলোঁ, কবলৈ ভাষা নাই,

  • @bidyutbikashchetia8689
    @bidyutbikashchetia86893 ай бұрын

    God bless you

  • @aimonichetia
    @aimonichetia3 ай бұрын

    Bar dhuk lagil. God bless you.

  • @tulumonigogoi8385
    @tulumonigogoi83853 ай бұрын

    Gute poribekh tu eman sijil...bor dhunia lagise...teulukok vogobane hohai korok.

  • @dhirajborphukan6957
    @dhirajborphukan69573 ай бұрын

    নিশ্চয় সহায় কৰিম ৷

  • @user-fv1ij2gf2k
    @user-fv1ij2gf2k3 ай бұрын

    ভগবনে তেওঁলোকক ভালে ৰাখক

  • @Puja_Gogoi_98
    @Puja_Gogoi_9829 күн бұрын

    Agbahi jua tumaluk hodai 👍❤

  • @foridabegum4051
    @foridabegum40513 ай бұрын

    ভগৱানে কুশলে ৰাখক

  • @gamevideo2901
    @gamevideo29013 ай бұрын

    Good song

  • @manimalagogoi9638
    @manimalagogoi96383 ай бұрын

    বৰ দুখ লাগিল৷ ভগৱানে তোমালোকক সহায় কৰিব

  • @rajeshpator1080
    @rajeshpator10803 ай бұрын

    Bahut bahut bhal lagil .jugagug korim aapunak thanks

  • @bontiproja5297
    @bontiproja52973 ай бұрын

    ঈশ্বৰৰ কুশলে ৰাখক সপৰিয়ালকে ❤❤❤

  • @monbaribasumatary2928
    @monbaribasumatary29283 ай бұрын

    Very good. God bless you

  • @dhananjoypegu3363
    @dhananjoypegu33632 ай бұрын

    অতি সুন্দৰ❤

  • @pcddaimary1978
    @pcddaimary19783 ай бұрын

    God bless this family, reporter thanks

  • @pannalalkurmi4609
    @pannalalkurmi46093 ай бұрын

    প্ৰিন্সদা ইমান দিনৰ মূৰত ভিডিঅ আহিছে ভাল লাগিল। আগতে গম পোৱা হ'লে লগ কৰিলোহেতেন।

  • @anandkarmakar497
    @anandkarmakar4973 ай бұрын

    God bless them for success in life.

  • @user-em1sj2nw6r
    @user-em1sj2nw6r3 ай бұрын

    Osake bohut sai val lagil boghobanor husorot partona jonai su

  • @bhairabideka2023
    @bhairabideka2023Ай бұрын

    Suwalijnir voicetu bhut dhunia

  • @user-hc4ee5qs1o
    @user-hc4ee5qs1o2 ай бұрын

    Aapunalukar soku valhak

  • @basantatahu2185
    @basantatahu21853 ай бұрын

    Nice voice

  • @Pankaj_axom
    @Pankaj_axom3 ай бұрын

    Thank you for uploading this video❤

  • @ritadas8255
    @ritadas82552 ай бұрын

    Bohut val lagil bhagobane soku meli saok

  • @sanjibsaikia6978
    @sanjibsaikia69783 ай бұрын

    Hundar

  • @FulmatiBoroVlogging
    @FulmatiBoroVlogging3 ай бұрын

    🙏🙏🙏 ভগৱানে ভালে ৰাসোক

  • @nijarabarman4573
    @nijarabarman45732 ай бұрын

    God bless you 🙏

  • @sunitadeka3189
    @sunitadeka31893 ай бұрын

    Om

  • @SaratSaikia-qw6yx
    @SaratSaikia-qw6yx3 ай бұрын

    God blessed you , God see the but wait 🎉❤

  • @anjanagogoi6105
    @anjanagogoi61053 ай бұрын

    হয়,ভগৱানে প্ৰতিভা দিছে ।তেওঁ লোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ❤️❤️ । ম ই চেপনৰ । এদিন লগ কৰিবলৈ যাম নিশ্চয় ।

  • @user-ul8dw7hh5v
    @user-ul8dw7hh5v3 ай бұрын

    God bless you all

  • @BanjitRabha-yq6yx
    @BanjitRabha-yq6yx3 ай бұрын

    Very good .and happy rongali bihu .

  • @Worryless683
    @Worryless6833 ай бұрын

    Bhgwane vale rakhok apunalukokk🥺❤🙏

  • @bhabeshboruah3940
    @bhabeshboruah39403 ай бұрын

    Good blessed you

  • @heutimarak9137
    @heutimarak91373 ай бұрын

    ঈশ্বৰে তেওঁবিলাকক মংগল কৰক।❤❤❤

  • @jyotishkalita7887
    @jyotishkalita78873 ай бұрын

    Bahut Bahut Dhanyabad

  • @bijitneogofficial1722
    @bijitneogofficial17223 ай бұрын

    KZread holee anekuwa content dib lage. Very good prince Bharali ❤

  • @user-yd8kz2sw5g
    @user-yd8kz2sw5g3 ай бұрын

    Hea Bhgoban hundor Lora-suwali keita hokti diok.

  • @BornaliHatiboruah-jb7tb
    @BornaliHatiboruah-jb7tb3 ай бұрын

    ভগৱানে মংগল কৰক ,,,,,

  • @efraimdaimari1794
    @efraimdaimari17942 ай бұрын

    Praise the lord

  • @prabinbora1603
    @prabinbora16033 ай бұрын

    BAHUT BAHUT SUNDAR

  • @bikashchetry3621
    @bikashchetry3621Ай бұрын

    God bless u guys❤❤❤

  • @pranamiborah8857
    @pranamiborah88573 ай бұрын

    God bless all of dear

  • @karanveer5250
    @karanveer52502 ай бұрын

    God bless you ❤🙏

  • @sunumohan
    @sunumohan2 ай бұрын

    God bless you 🥰

  • @dibyagogoi1473
    @dibyagogoi14733 ай бұрын

    God bless you .

  • @RakibulIslam-eo9fd
    @RakibulIslam-eo9fd3 ай бұрын

    বহুত বেয়া লাগিল আল্লাই ও ওপৰ আলাই ভাল কৰক কোশলে ৰাখক ।

  • @dibyajyotibora2917
    @dibyajyotibora29173 ай бұрын

    May God GOD help the family...

  • @kamalpatir9255
    @kamalpatir92553 ай бұрын

    Good bless them.

  • @suparnabanerjee6553
    @suparnabanerjee65533 ай бұрын

    God bless You

  • @mahibindusham6122
    @mahibindusham61223 ай бұрын

    God bless them ❤❤❤

  • @hirenchintey9635
    @hirenchintey96353 ай бұрын

    God Bless there family

  • @apulkuli3991
    @apulkuli39913 ай бұрын

    Good bless 😊😊

  • @mowsumideka5975
    @mowsumideka59752 ай бұрын

    ঈছৰে তেওঁলোকক কোশলে ৰাখক ইছৰৰ উছৰত প্ৰাথনা জনালো ❤️❤️❤️🙏🙏🙏

  • @babitalahary3471
    @babitalahary34713 ай бұрын

    Val thaingkiyou

  • @rinagogoi526
    @rinagogoi5263 ай бұрын

    মই সামান্য এটি (২০০)সহযোগীতা শুভকামনা জনাইছোঁ । ভগৱানে সদায় কুশলে ৰাখক 🙏🙏

  • @user-hu5yk7yq9f
    @user-hu5yk7yq9f3 ай бұрын

    বহত ভাল লাগিল

  • @aakashgogoi3870
    @aakashgogoi38703 ай бұрын

    ভগৱানে কৃপা কৰক পৰিয়ালটোক।

  • @anjugogoi6536
    @anjugogoi65363 ай бұрын

    ভগৱানে পৰীয়ালতোক সুখে ' হাহিয়ে ' আনন্দৰে ভৰাই পৰক ' তাকে নেদেখা জনৰ ওচৰত কাতৰ প্ৰাথনা জনালো ।

  • @Anjumonirajbongshi
    @Anjumonirajbongshi3 ай бұрын

    Tumalukk haday vgbane Mangal krk thank you

  • @lovenature2350
    @lovenature23503 ай бұрын

    Sepon Bihu 🎉

  • @PuleswarPayeng-ef5rr
    @PuleswarPayeng-ef5rr3 ай бұрын

    মই ভগবানৰ হুচৰত প্ৰাতনা কৰিছোঁ ছবেহ কুশলে থাকে,

  • @binitamahanta7567
    @binitamahanta75672 ай бұрын

    Vogoban e xohay krk 🙏🙏🙏

  • @puspadhardowarah1932
    @puspadhardowarah19323 ай бұрын

    দেখি শুনি বহুত দুখ লাগিল।চৰকাৰে চমক সৃষ্টিৰ আচনিবোৰ সৃষ্টি নকৰি সেই টকাবোৰ এনে দুৰ্ভগীয়া পৰিয়াল বোৰক যদি বিলাই দিলে হেতেন!!!!

  • @basantagogoi5544
    @basantagogoi55443 ай бұрын

    God bless him 🙏

  • @ganeshborah1166
    @ganeshborah11663 ай бұрын

    Bhogobane soku meli sabo hokoluke. He bhagwan.....

  • @user-zz7mw3tb1l
    @user-zz7mw3tb1l3 ай бұрын

    GD bless you all ❤❤

  • @indiragogoi1301
    @indiragogoi13013 ай бұрын

    বহুত বহুত ভাল লাগিল

  • @user-himanshu2760
    @user-himanshu27603 ай бұрын

    ভগৱানে ভালে ৰাখক তেওঁলোক সকলোকে❤❤❤❤

Келесі