পূব,পশ্চিম আৰু মধ্য জালনী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী একেলগে চক্ৰপাণি পৰাশৰৰ সৈতে বাৰ্তালাপত।

টাইম মেচিন VS বাৰ্তালাপ ।
শৈশৱলৈ ঘূৰি গ'ল জালনী প্ৰাথমিক বিদ্যালয়ৰ একালৰ ছাত্ৰ ছাত্ৰী ।
পূব,পশ্চিম আৰু মধ্য জালনী প্ৰাথমিক বিদ্যালয় আজি একেলগে।
চক্ৰপাণি পৰাশৰৰ সৈতে বাৰ্তালাপ।
-------------------------------------------------
Contact with Chakrrapanni Parashar on
📷 Instragram: baarta_laap?igs...
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : / @baartalaap .
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#chakrapaniparashar #baartalaap

Пікірлер: 18

  • @NibaranNath-bx4ee
    @NibaranNath-bx4ee2 ай бұрын

    Lovely. Kuhipath is ok . Let us recite the "lora path "also.

  • @PriyanshuP.Bhuyan
    @PriyanshuP.Bhuyan2 ай бұрын

    Ae anusthantu moi 1second skip nkrake saisu..bhut val lagil ..anekua anusthan aagbhua babe bhut bhut dhoynabad...

  • @chitralekhaborgohain366
    @chitralekhaborgohain3662 ай бұрын

    Bhal lagil, feeling nostalgic ❤❤

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc2 ай бұрын

    খুব ভাল লাগিল অনুষ্ঠানটো চাই। মই নিজেই সেই শৈশৱলৈ ওভতি গলো,,,। কিমান যে মধুৰ আছিল,,,,,। মহিলা সকল কিন্তু বহুত গাভৰু আৰু ধুনীয়া হৈ আছে দেই 🥰🥰🥰🥰 ধন্যবাদ চক্ৰপাণি 🙏🙏 নাম কাঢ়িছো কাৰণ মই ৮৬ ত জন্ম দেই😂😂

  • @majanikalita6025
    @majanikalita60252 ай бұрын

    Bahut vl lagil ❤

  • @bokulthengal9576
    @bokulthengal95762 ай бұрын

    Val lagil sai anusthantu

  • @chandangogoi5911
    @chandangogoi59112 ай бұрын

    উক্ত অনুষ্ঠানত উপস্থিত থাকিব পাই ভাল লাগিল

  • @rekhasonowal9568
    @rekhasonowal95682 ай бұрын

    "বাৰ্তালাপ " মোৰ প্ৰিয় অনুষ্ঠান এই অনুষ্ঠানত এইবাৰ নিজে উপষ্ঠিত থাকিবলৈ পাই বহুত সুখী চক্ৰপাণি সদায় কুশলে থাকা আৰু লগতে বাৰ্তালাপ ৰ দীৰ্ঘায়ু কামনা কৰিছোঁ ❤

  • @ton6772
    @ton67722 ай бұрын

    Bhal lagil.jabohe nuwarilu.dukhit

  • @prasantasaikia8978
    @prasantasaikia89782 ай бұрын

    ❤❤❤

  • @nangpoligogoi3128
    @nangpoligogoi31282 ай бұрын

    ❤❤❤❤❤

  • @susmitaboruah5928
    @susmitaboruah59282 ай бұрын

    Bor val lagil sai

  • @user-xn9de6xj7l
    @user-xn9de6xj7l2 ай бұрын

    এটা অতি সুন্দৰ আনন্দপূৰ্ণ স্মৃতিবিভোৰ অনুষ্ঠান আমাক উপহাৰ দিয়াৰ বাবে তোমালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @Nih967
    @Nih9672 ай бұрын

    Mur ma Bindu Rani borah

  • @paranjyotimrg
    @paranjyotimrg2 ай бұрын

    এই অনুষ্ঠানটো চাই অতি ভাল লাগিল কাৰণ মধ্য জালনী বিদ্যালয়ত মোৰ তিনিজনী ভাগিনী পঢ়িছিল। এগৰাকী এই অনুষ্ঠানত উপস্থিত আছে।

  • @udeshnasaikia7045
    @udeshnasaikia70452 ай бұрын

    😅😅😅😅

Келесі