ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে বাৰ্তালাপ

তিনিচুকীয়াৰ মাকুমৰ বৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়,ছাত্ৰ ছাত্ৰী,
শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে বাৰ্তালাপ
Contact with Chakrrapanni Parashar on
📷 Instragram: baarta_laap?igs...
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : youtube.com/@Baartalaap?si=yF...
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
#chakrapaniparashar #assamesepodcust #Baartalaap #guwahaticity #tinsukia #makum

Пікірлер: 67

  • @anjumonichiringphukan8744
    @anjumonichiringphukan87445 ай бұрын

    বৰ ভাল লাগিল অনুষ্ঠানটো চাই,আগৰ ছাত্ৰ ছাত্ৰীসকল সঁচাই বেলেগ আছিল,সময়ে সকলোকে পৰিৱৰ্তন কৰে, গতিকে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক তেতিয়াও বেলেগ আছিল,এতিয়াও বেলেগ, পৰাশৰ ডাঙৰীয়াৰো অনাগত দিনত উত্তৰোত্তৰ কামনা কৰি অলেখ শুভকামনা জনালোঁ 🙏🙏

  • @PrbinChutia
    @PrbinChutia5 ай бұрын

    প্ৰথমতে বাৰেকুৰি বৰগাও‌ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ অনুস্থানটিৰ উদ্যোগতা মণ্ডলীলৈ‌ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এটি সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে। লগতে বিদিয়ালয় খনিৰ সন্মানীয় শিক্ষক মণ্ডলী আৰু অনুষ্ঠানটি আতধৰি সৌষ্ঠৱ বৃদ্ধি কৰা ভাতৃ প্ৰতিম পৰাশমণি দেৱলৈও আন্তৰিক মৰম আৰু শ্ৰদ্ধা জনাইছোঁ।আজিৰ এই অনুষ্ঠানটিয়ে মোৰ মনতো অতীতৰ স্মৃতি বোৰ সোঁৱৰাই দিয়ে। মোৰ শ্ৰদ্ধাৰ শিক্ষা গুৰু সকলৰ আৰু মৰমৰ বন্ধু-বান্ধৱী সকলৰ মূখবোৰে বৰকৈ‌ আমনি কৰিছে।কিযে মধুৰ কিযে মায়া ভৰা কিযে কিযে মাদকতা পূৰ্ণ আছিল সেই স্মৃতিৰ গৰ্ভত হেৰাই যোৱা দিনবোৰ। পাহৰণিৰ গৰ্ভত হেৰাই যোৱা সেই দিনবোৰৰ কথা ভবি ভাবি মনটো আৱেগিক হৈ যায়। ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠান উপভোগ কৰিবলৈ পাম বুলি আশা কৰিলো। ধন্যবাদ।

  • @rojoniprovabaruah5461
    @rojoniprovabaruah54615 ай бұрын

    এনেকুৱা এখন বিদ্যালয় চৰকাৰী কৰন নোহোৱাটো বৰ দুৰ্ভাগ্য জনক।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa41195 ай бұрын

    বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। সকলোৰে মঙগল কামনা কৰিলো। সকলোৱে মনৰ হেঁপাহেৰে সুখী হৈ থাকক।❤❤❤

  • @trishna-colourful-kitchen-vlog
    @trishna-colourful-kitchen-vlog5 ай бұрын

    Bhut Val lagil dai video tu sai ❤nijor agor dinr kothabur mont pori jai...

  • @hiranyarajkhowa4119
    @hiranyarajkhowa41195 ай бұрын

    অতি আৱেগৰ মূহুৰ্ত। আমাৰো এৰি অহা দিনবোৰলৈ মনত পৰিছে। সকলোলৈকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।

  • @kuljitbora3840
    @kuljitbora38405 ай бұрын

    ভাল লাগিল

  • @dipanjaliboruah3005
    @dipanjaliboruah30055 ай бұрын

    বহুত, বহুত ভাল লাগিল আজিৰ বাৰ্তালাপ ।

  • @SANKAR-JYOTI45
    @SANKAR-JYOTI455 ай бұрын

    Always be my favorite chakra daa

  • @sivasagarbaruah2897
    @sivasagarbaruah28975 ай бұрын

    👏👏

  • @otpgamer5548
    @otpgamer55485 ай бұрын

    Yes bohut bhal lage school live . Aatya o moi goi thako schoolot 39 year hol mor but sanker dev bitha pith High school ledo I love u

  • @bhupendrachaliha2902
    @bhupendrachaliha29025 ай бұрын

    BEST INTERVIEW .

  • @ruleofkits2698
    @ruleofkits26985 ай бұрын

    saikia sir best.

  • @rituray7947
    @rituray79475 ай бұрын

    Hero hero

  • @user-lq8li6vx4v
    @user-lq8li6vx4v5 ай бұрын

    Nice 👍👍

  • @user-gn6od1xe4x
    @user-gn6od1xe4x5 ай бұрын

    agote bhabixilu ktya school pora ulam., dangor hom hybur bhabixilu ru etya hybur din y bhal axile ..hosakoi miss koru school life 2 ..... MAHASWETA JATIYA VIDYALAY ...Govindapur Tinsukia

  • @porinitaboruah7025
    @porinitaboruah70255 ай бұрын

    Val lagile Sai mur mahi ru mohak dikha pai

  • @rituray7947
    @rituray79475 ай бұрын

    Bcom mcom commerce banking and finance mba

  • @bhupendrachaliha2902
    @bhupendrachaliha29025 ай бұрын

    (Contiue

  • @user-bj6cl2wx8s
    @user-bj6cl2wx8s5 ай бұрын

    Val lagil moi jagiroadr kintu moi kerelat taku

  • @rituray7947
    @rituray79475 ай бұрын

    Assistant professor

  • @rituray7947
    @rituray79475 ай бұрын

    Bcom mcom commerce banking and finance mba banking and finance mba

  • @rituray7947

    @rituray7947

    5 ай бұрын

    Professor Bank manager

  • @rituray7947

    @rituray7947

    5 ай бұрын

    Himani ray

  • @rituray7947

    @rituray7947

    5 ай бұрын

    Himany ray

  • @rituray7947

    @rituray7947

    5 ай бұрын

    Ritu ray

  • @rituray7947

    @rituray7947

    5 ай бұрын

    Ritu barna ray MBA bcom commerce mcom bed med

  • @rituray7947
    @rituray79475 ай бұрын

    BBA

  • @rituray7947
    @rituray79475 ай бұрын

    MBA

  • @rituray7947
    @rituray79475 ай бұрын

    Bcom

  • @umeshkuli849
    @umeshkuli8495 ай бұрын

    এই বোৰ এতিয়া ৰ BJP চৰকাৰে সচা বুলি ভাবিবনে? অধম মন্ত্ৰী সকলে।

Келесі