বাৰ্তালাপৰ ছাত্ৰ ছাত্ৰীয়ে আবেগিক কৰিলে সকলোকে...
বাৰ্তালাপৰ ছাত্ৰ ছাত্ৰীয়ে আবেগিক কৰিলে সকলোকে...
ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ল মানপত্ৰ...
#baartalaap #baartalaapmediaacademy #chakrapaniparashar #aau #assamagricultureuniversity #ritusminsarma
-------------------------------------------------------------------------
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
Пікірлер: 58
Poraxor da val lagil gotei poribekh to.aru aponak aru aponar dari khini r style to💐💐💐💐
সম্পূৰ্ণ ভিদিঅটো চালোঁ সচাই আবেগিক হৈ গলো।
Chakrapani da xosakoi apunak mor khub Val lage aru prayei bartalap saw aji bartalap sai moi o abegik hoi porilo
চক্ৰপাণি চাৰ মোৰ ভবিষ্যতে মোৰো এইগৰাকী সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ সপোন আছে ,মই বৰ্তমান মেট্ৰিক পৰীক্ষা দিছোঁ।ভবিষ্যতে আপোনাৰ সহায় কামনা কৰিলোঁ।।
@user-mj3vr1gt4d
2 жыл бұрын
Ok
@sabitakalita7770
Жыл бұрын
@@user-mj3vr1gt4d p
বাৰ্তালাপ প্ৰায় চাওঁ, ভাল লাগে। বিশেষকৈ চক্ৰপানী দা বৰ আপোন মানুহ মোৰ বাবে।
ঝতুপন ভাই তোমাক সদায় দেখি থাকো । হয়তু তোমাৰ মনত আছে যেতিয়া তুমি সদৌ অসম ছাত্ৰ সন্থাত আচিলা । কিন্ত যেতিয়া তুমি সাংবাদিকতা জগতত ভৰি দিছিলা তেতিয়া পৰা তুমি কিছু পৰিৰ্বতন হৈছিলা । কিন্তু সচাঁ অচৰ তোমাৰ ভূল নাই ।ধৰা হল অতিত কোনো সীমাবদ্ধতা নাই ।।কিন্তু ৰোমন্থন কৰিবই লাগিব । অতিত মানে কোন আমাৰ মা দেউতা আৰু তেওঁ লোকে কৰি যোৱা ভাল কামৰ সমষ্টি ।
ভাল লাগিল আৱেগিক হৈ পৰিলো
One of a Best Shaw.....
সম্পুৰ্ণ ভিদিঅটো চালে যদিও সচাই আবেগিক হৈ গলো সদাই প্ৰতিটো অনুষ্ঠান চাও বাৰ্তালাপৰ বহুত কথা জানিব পাৰিছো
Dukh lagil ooo bohut god bless you chakra daa
চক্ৰপাণি দা আপোনাৰ এই বাৰ্তালাপৰ শ্ৰেণী কোঠাত মইয়ো admission ল'ব বিচাৰোঁ মই বৰ্তমান স্নাতক বৰ্ষৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী। মই পাৰিমনে admission ল'বলৈ। আৰু যদি পাৰিম কিমান টকা পইচাৰ প্ৰয়োজন হ'ব অনুগ্ৰহ কৰি জনাবচোন।
Best show "baartalap"
ধুনীয়া 👌❤️
চক্ৰপাণী দা বাৰ্তালাপটো কেনেধৰণৰ অনুষ্ঠান মই ভালদৰে বুজিব পৰা নাই School,interview spot নে কি please এদিন বুজাই দিব।
@dipakmirivideoAS05
2 жыл бұрын
অ' সঁচাকে
@Bhaskarjyoti07
2 жыл бұрын
kzread.info/dash/bejne/pWSFx49rgdLJY7Q.html
@minakshinath750
2 жыл бұрын
Right👍
@pangkajdeka6510
2 жыл бұрын
Media xikibo priba
Hsakoi a bhut abagik hoi glo .... bartalap sai ....amr Gohpur r hero chakrabarty da apuni kandila vl nlga hahi thkakkk ru bhut aguai jaok khy2 a bisro ..... Lifet bhut mnuhak school clgt bhutak lg pisilo bhut movement asa lgt but time r lgt sab change hoiso haruaiso sabaka lst movement t ankoii a abagik hoisilo .... Mnt pri gl all movements vl lgil sai❤️🥀
Really videoto sai bahut emotional hoi galo. saote bahut late hol.
চক্র দা তুমি কান্দিলে মোৰ চকুত চকুপানী ওলায় | প্লিজ্ নাকান্দিবা দাদা |
Chakra da next level ❤️❤️
moja...bohut inspire holu...
বঢ়িয়া।
Val lagil ..
Very nice
Ritusmin Da 😊✌️
val laģil
Moi emotional hoi golu,Kandi golu,bartalap aguai jawk
Mojjjaaaaaaa 😊
Sumu gd bls u
Emotional hoi golu🥺
❤️❤️❤️
❤️❤️
😍😍
Bht besi a vl lgil... emotional hy golu 🙄🙄🙄
❣️🌷
Bor vl lagil
💝💝💝
💌
Voice alp update kribo. Tetia aru xunib vl lgbo.
SOP শৰ্মা দেখোন😂😂
H.S. pass kori eyat addmission lobo pri Niki Jonabosun, pls.....
কেনেধৰণৰ বিষয় আলোচনা হয় জনাব
2nd part 2 ketiya dbo
দাদা . চিত্ৰশিল্পী নীলিম মহন্তক মতিব চোন
Hii❤❤❤❤😢😢😢😢😢😢
Muru bea lagse
chakra dai kintu chokra solai ase de r.......
Video to sai hosai abegik hoi golu...
Kapil bora k edin matibo sun
আমি যদিও Student নহয় তাৰ পিছত Show তো চাই আবেগিক হৈ গলো
Tumi baru rameswar gusair nati neki..
Ankua burot amiu jb prim ne
❤️❤️❤️
❤️❤️❤️