অনুষ্ঠানৰ মাজতে উচুপি উঠিল দীপলিনা!

▶️ অনুষ্ঠানৰ মাজতে উচুপি উঠিল দীপলিনা!
▶️ ‘পুষ্পা’ ছবিৰ গীত গাই কিয় বিতৰ্কত সোমাল দীপলীনা?
................................................................
Follow Us On
FACEBOOK - / nktvne
INSTAGRAM - / nktv.ne
TWITTER - / nktvne
SHARECHAT- sharechat.com/profile/nktv24x7
KOO - www.kooapp.com/profile/nktvNE
KZread - / @nktvplus

Пікірлер: 940

  • @rajibchiring6229
    @rajibchiring62292 жыл бұрын

    ইমান ধুনীয়া আৰু ভাল গায়িকা গৰাকী কান্দিলে সঁচাকৈ বৰ দুখ লাগে,। দ্বিতীয় বাৰ যাতে এনেকুৱা চকুলো নেদেখোঁ তাৰেই কামনা কৰিলো ।

  • @debsmith8342

    @debsmith8342

    2 жыл бұрын

    ধুনীয়া নহ'লে নিশ্চয় আপোনাৰ অসুবিধা নাছিল

  • @jyotishmanhazarika6486

    @jyotishmanhazarika6486

    11 ай бұрын

    ​@@debsmith8342Steve Smith

  • @betanarah

    @betanarah

    14 күн бұрын

    6:40

  • @Kiran-moina-vlog8699
    @Kiran-moina-vlog86992 жыл бұрын

    Deeplina বা তুমি সদায় আগুৱাই যোৱা....আপোনাক আজিও ভাল পাও আৰু আগলেও ভাল পায় যাম.. আপোনাৰ সকলো গাণ ভাল লাগে আৰু ভাল পাও..... মোৰ nd আমাৰ পৰা বহুত বহুত আছে... And family পৰা সকলো মৰম আছে..... Hindi গাণ গোৱাটো একু ভূল নহয়.....

  • @rimleebora6179
    @rimleebora61792 жыл бұрын

    Interview টো চাই তোমাৰ প্ৰতি ভালপোৱা আৰু শ্ৰদ্ধা বেছি কৈহে বাঢ়িল.. তুমি অনন্য❣️আগবাঢ়ি যোৱা বাকী অদৰকাৰী কথা বোৰত মন বেয়া নকৰিবা। Always love u my fav singer❤

  • @devimedhi629
    @devimedhi6292 жыл бұрын

    দিপ লিনা তোমাক আমি বহুত মৰম কৰো। তোমাৰ গান আমি বহুত ভাল পাওঁ । এই বোৰ পাহৰি তুমি আগুৱাই যোৱা আমাৰ আশীষ তোমাৰ লগত সদায় আছে ।তোমাৰ কণ্ঠ বৰ মিঠা ।

  • @changmaidipjyoti2573
    @changmaidipjyoti25732 жыл бұрын

    বহুতে বহুত কথা ক'ব কিন্তু সেইবোৰ আওকাণ কৰি আপুনি আগবাঢ়ি যাওঁক দীপলিনা বা ।

  • @muzaformm6654
    @muzaformm66542 жыл бұрын

    ডিপলিনা ডেকাক কেতিয়াও বেয়া নাপাওঁ সদায় ডিপলিনা তোমাৰ লগত আছোঁ তোমাৰ সাহস হৈ তুমি আগবাঢ়ি যোৱা !

  • @TheJourney.জীৱনৰপৰাজীৱনলৈ
    @TheJourney.জীৱনৰপৰাজীৱনলৈ2 жыл бұрын

    অনুপম দা ! আপোনাৰ কথন শৈলী আৰু শব্দ প্ৰয়োগৰ বলিষ্ঠতাক ধন্যবাদ জনাইছোঁ।

  • @bhakhikas.gofficial9616
    @bhakhikas.gofficial96162 жыл бұрын

    আমি তোমাৰ লগত সদায় আছোঁ বা । কেতিয়াও হতাশ নহবা , কোনোবাই যিমান বেয়াকৈ নকওক কিয় আমি এক ছেকেণ্ডৰ বাবেও তোমাক বেয়া পাব নোৱাৰোঁ । কেতিয়াবা কিবা এটা হৈ যায় অ সকলোৰে হয় , এয়েইটো জীৱন। তুমিও মানুহ আমিও মানুহ ,‌ বেলেগে নুবুজিলেই আমি বুজো । সদায় হাঁহি থাকা ।

  • @sumanroy8791
    @sumanroy87912 жыл бұрын

    অনুপম চক্ৰৱৰ্তী দা এই কাৰণে মোৰ প্ৰিয় সাংবাদিক❤️আপোনাৰ কথা বিলাক শুদ্ধ আৰু সত্য❤️❤️

  • @jarina408

    @jarina408

    2 жыл бұрын

    hosa kotha ..muru bht vl lge

  • @bhrigukumardeka333
    @bhrigukumardeka3332 жыл бұрын

    এই ভিদিঅ টোৰ কমেণ্ট বিলাক চাইয়ে গম পাইছো দিপলীনা বাক সকলোৱে Suport কৰিছে ... ..... একো নাই চলি জায় আৰু আগুৱাই জোৱা দিপলীনা বা ... অনুপম দাদা আপোনাক ধন্অবা বাদ ইমান সুন্দৰ অনুষ্ঠান খন আয়োজন কৰাৰ বাবে

  • @GyanWithBedanta
    @GyanWithBedanta2 жыл бұрын

    পৃথিৱীখন এই চাম মানুহেই শেষ কৰি পেলাইছে । মানুহৰ ভুল হ'ব পাৰে , তেওঁ ইমানকেইটা live performance কৰিছে কিন্তু ক'ৰবাত এটা গান অলপ তেওঁৰ কণ্ঠত বেয়া শুনিল । সিমানকণ কথাতেই তেওঁক ইমান এটা বেয়া অৱস্থা কৰি পেলাইছে । ধিক্কাৰ দিছোঁ তেনে পাবত গজা মানসিকতাৰ অসমীয়াজাকক ।

  • @rupankarray2

    @rupankarray2

    2 жыл бұрын

    সীয়াল পণ্ডিত

  • @padumidas6076

    @padumidas6076

    2 жыл бұрын

    P

  • @ampudowarah9983

    @ampudowarah9983

    2 жыл бұрын

    Right

  • @jyotikumarsaikia6049

    @jyotikumarsaikia6049

    2 жыл бұрын

    Over jen lgae ey2 reporterok

  • @debasishcreation6249

    @debasishcreation6249

    2 жыл бұрын

    Hoi bhai ki mentality njanu aru

  • @purnanandahazarika1694
    @purnanandahazarika16942 жыл бұрын

    দীপলিনা বা হতাশ নহব।আগুৱাই যাওঁক আমি সদায় আছোঁ আপোনাৰ লগত।

  • @kuladeepkalita7194
    @kuladeepkalita71942 жыл бұрын

    মনৰ কথা খুলি কব দিয়াৰ বাবে অনুপম দা দা লৈ ধন্যবাদ 🙏

  • @durlabhborah8453
    @durlabhborah84532 жыл бұрын

    মিলি থাকিব লাগে সকলো, মৰম,সন্মান শ্ৰদ্ধা এইবোৰ কৰক দিয়ক।✌️ দুদিনীয়া জীৱন সুখী হব লাগে সকলো মিলি-জুলি

  • @aanyysha
    @aanyysha2 жыл бұрын

    she's not even defending herself , such a wholesome soul . i love you🤍🕊️

  • @boroosuwali8108
    @boroosuwali81082 жыл бұрын

    Deeplina ba bohut val lage apunak hodai Val val kam kori jua all the best 👍

  • @biswajitboruah4076
    @biswajitboruah40762 жыл бұрын

    যাৰ কাম নাই ,মগজুত মাল নাই সেইবোৰেই এইবোৰ কাম কৰি ফুৰে, আপোনাক আগতেও ভাল পাইছিলোঁ, এতিয়াও পাওঁ, আগলৈও পাই থাকিম💝💝😘😘

  • @ritashreefoodsandvlogs2930
    @ritashreefoodsandvlogs29302 жыл бұрын

    I Love you so much deeplina baa❤️...apuni aguwai jawok..god always blessed you ...❤️❤️❤️

  • @elakakatibaishya7131
    @elakakatibaishya71312 жыл бұрын

    My favorite😍 Deeplina.... You r the best

  • @bhaskarnath4145
    @bhaskarnath41452 жыл бұрын

    Diplina we are all with u ,in this line negative with come but always be positive and go ahead,bec u are proud of our assam u have given lots of beautiful song for us..always be strong.. God bless you always..❤️❤️❤️tkcr with respect

  • @nirmalikashyap1455
    @nirmalikashyap14552 жыл бұрын

    হাজাৰ ভাল কৰি যোৱা সেইটো ঠিক কিন্তু এটা বেয়া কিবা কৰা সেইটোয়ে মানুহে কৈ কৈ অৱস্থা নোহোৱা কৰি দিব ।আপুনি সদায় প্রিয় হৈয়ে থাকিব আমাৰ বাবে।

  • @gautomtamuly3972
    @gautomtamuly39722 жыл бұрын

    সমালোচনাই মানুহৰ ভুল খিনি শুদ্ধৰাই সঠিক পথত আগুৱাই যোৱাত সহায় কৰে তাকে যোগাত্মক হ'ব লাগে ।

  • @Manvi05beti
    @Manvi05beti2 жыл бұрын

    মাইক হাতত লৈ ষ্টেজত কিবা কবলৈ যিবোৰে এখাৰ কথা কোৱা দম নাই সেইবোৰ ট্ৰল কৰিছে । একো বেয়া নাই লগা আপোনাৰ গান 🤟❤️

  • @sabitriduttas9249
    @sabitriduttas92492 жыл бұрын

    তোমাৰ গান বহুত ভাল লাগে।সুন্দৰ কৈ গান গাই আগুৱাই যোৱা।

  • @Mridusmita_002
    @Mridusmita_0022 жыл бұрын

    তোমাৰ গানবোৰ মোৰ বহুত প্ৰিয় ❤ আগুৱাই যোৱা বা ॥

  • @jinatbegum9209
    @jinatbegum92092 жыл бұрын

    Apunak bht vl lge baa.... I'm big fan of deeplina baa❤️

  • @pranjalkumarvlogs4441
    @pranjalkumarvlogs44412 жыл бұрын

    পৃথিৱীলৈ আহিছা দুদিনৰ আলহি হৈ বহুত কম দিনৰ বাবে সেই সময়বিলাক নিজৰ কামৰ লগত পাৰ কৰি নিয়া চাবা জীৱনটো সোণালী হব ধৰিছে | যদি পাৰা সেই কম সময়ৰ ভিতৰত আনৰ ভাল হোৱাটো বিচাৰিবা যদি নোৱাৰা বেয়াটোও নকৰিবা যদি তেনে কৰা কৰা আগত দহবাৰ ভাৱি লবা যদি সেই কামটো তোমাৰ পৰিয়ালৰ লগত কৰে তোমাৰ তেতিয়া অনুভৱ কি হব .......? দিপলীনা ধুনীয়া বাবে তেঁও হৈ কথাবিলাক কোৱা নাই সৰুৰ পৰা ঘৰত মা দেউতায়ে যিটো শিকাইছে তাকহে কৈছো | গাঁওৰ ল'ৰা কিবা ভুল হলে ক্ষমা কৰিব | আনৰ উপকাৰ কৰিব নোৱাৰিলে অপকাৰো নকৰিবা | সমালোচনা কৰিলে নিজে নিজৰ জীৱনটো ওপৰত কৰিবা এখোজ আগবাঢ়ি যাবা পাৰিবা | অনুপম দা ❤❤❤ আৰু দিপলীনা ❤❤❤ এগালমান মৰম যাঁছিলো

  • @babyhandique9843
    @babyhandique98432 жыл бұрын

    Deep tume tumar konthorea amar monot hodai vall logai thakajan. We r proud of you.

  • @Coffeewithsafi01
    @Coffeewithsafi012 жыл бұрын

    Deeplina তুমি আগুৱাই যোৱা। মানুহৰ কাম হৈছে বেলেগক লৈ সমালোচনা কৰা। পিছফালে নেচাই সন্মুখৰ ফালে আগুৱাই যোৱা। তুমি, তোমাৰ গান, সুৰ বহুত ধুনীয়া। তুমি আমাৰ অতিকৈ প্ৰিয় গায়িকা। বহুত ভাল পাও তোমাৰ গোৱা গানবোৰ।

  • @raktimmahanta1026
    @raktimmahanta10262 жыл бұрын

    I can hear this interview 100 times

  • @monjugogoi6107
    @monjugogoi61072 жыл бұрын

    দীপলিনা তুমি আগুৱাই যোৱা ভয় নকৰিবা তোমাৰ গুনৰঅধীকাৰিতভগৱানৰ আশীর্বাদ আছে

  • @pranjaldutta6163
    @pranjaldutta61632 жыл бұрын

    শিক্ষকৰ দুৰ্ভাগ্য আৰু দূৰ্দশাৰ ওপৰত এনেকৈ দুৰ্দান্ত বলিষ্ঠ কণ্ঠত প্ৰকাশ কৰক🙏

  • @pawanbordoloi8618
    @pawanbordoloi86182 жыл бұрын

    অসম পুলিচৰ 32000 লৰা ছোৱালীয়ে 2018ত ওলোৱা ab ub postৰ বাবে কষ্ট কৰি আজিলৈকে সম্পুৰ্ণ পৰ্যায়ত উপনীত হব পৰা নাই, result ৰ বাবে হাহাকাৰ কৰি আছে সেইটো বিষয়ৰ ওপৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাওক, সেইটো বিষয়ৰ ওপৰত বাতৰি প্ৰচাৰ কৰক।

  • @banditabairagi2622

    @banditabairagi2622

    2 жыл бұрын

    Xosa kotha

  • @r.kcreation1341

    @r.kcreation1341

    2 жыл бұрын

    Right...

  • @mikealpran5697

    @mikealpran5697

    2 жыл бұрын

    Hosaky

  • @rijudevi1893

    @rijudevi1893

    2 жыл бұрын

    Really ... result tu r kotha olop cinta koribo lge aru.

  • @mridusmitagogoi8056

    @mridusmitagogoi8056

    2 жыл бұрын

    Hsa ooo ☹️🥺

  • @kjeng9809
    @kjeng98092 жыл бұрын

    দীপলিনা বা তুমি strong হোৱা , এনেকুৱা আৰু বহুত face কৰিব লাগিব , এই পৃথিৱীত আৰু বহুত অম্বুজ মানৱ লগ পাবা। be strong👍

  • @malayachoudhuri2162
    @malayachoudhuri21622 жыл бұрын

    অসমীয়া গীতসমূহটো আজিলৈকে কোনোদিনে ভুলকৈ গোৱা দেখিবলৈ নাপালোঁ।আজি যদি Shreya Ghosal এ অসমত আহি ভঙা ভঙা অসমীয়াত গীত এটি গাই সেইয়া হ'ব আমাৰ কাৰণে proud moment নহয় জানো কাৰণ অন্তত তেওঁ try কৰিছে।। তেনেস্থলত কেনেকুৱা যুক্তিৰে কি মানসিকতাৰে ট্ৰ'ল দিব চেষ্টা কৰিছে বাৰু। Shame on themselves. Disappointed.

  • @pranjalphukan5939

    @pranjalphukan5939

    2 жыл бұрын

    True line 🤞

  • @mrigankhihandique6372

    @mrigankhihandique6372

    2 жыл бұрын

    Hosa kotha

  • @kristina_kashyap

    @kristina_kashyap

    2 жыл бұрын

    Shreya Ghoshal is a Legend

  • @malayachoudhuri2162

    @malayachoudhuri2162

    2 жыл бұрын

    @@kristina_kashyap নহয় বুলি কোৱা হোৱা নাই ইয়াত

  • @kunjalatadutta694

    @kunjalatadutta694

    2 жыл бұрын

    Actually right

  • @alpanasarmagoswami8165
    @alpanasarmagoswami81652 жыл бұрын

    Thanks Anupam Da for this discussion with Deeplina. We love Deeplina a lot. Supremely talented , well mannered and down to earth. Don't pay attention to any trolling like this Deeplina. They don't have other works to do. They don't know how to respect , understand n give love to an artist. We love you a lot.

  • @borahminakshi01gmailcom
    @borahminakshi01gmailcom2 жыл бұрын

    আপোনালোকৰ দৰে নিউজ চেনেল বিলাকেও ট্ৰ'ল দিয়াত যথেষ্ট সহায় কৰে

  • @mumusworld9059

    @mumusworld9059

    2 жыл бұрын

    Akdm xsa ktha 🙂 ......news channel bure ktha bur besi bohrai diye

  • @kangkanasarma116

    @kangkanasarma116

    2 жыл бұрын

    Xap hoy khuti bez hoy zaribo ahe 😅

  • @chinmoybaishya5283

    @chinmoybaishya5283

    2 жыл бұрын

    Koisa ha na 🤣🤣

  • @vlogwithhiyaa9171
    @vlogwithhiyaa91712 жыл бұрын

    Always Love you baa❤️agoteu paisilu aji o pau xodai pai thakim❤️

  • @jagaripbarman183
    @jagaripbarman1832 жыл бұрын

    Dipu তুমি অৱিহনে এই জীৱন আধৰুৱা❤😍

  • @paragsarmah6417
    @paragsarmah64172 жыл бұрын

    বৰ ভাল কথা কলে দেই ভাল লাগিলে ..সচাঁ আমি যিকথা মাত মাতিব লাগে তাত কিয় মাতিব নোৱাৰু , আমি অসমীয়া মানুহ হৈ কথা কৱ নাজানো । আমাৰ অসমীয়া জাতি তোক ভালকৈ জীয়াই ৰাখীবৰ পৰা নাই অমি যদি দিপলিনা বাইয়ে আমাৰ অসমীয়া গীতি বেয়া কৈ গালে হেতেন তেতিয়া কৱ পাৰে । আমাৰ মানুহে যত লাগিব লাগে তাত নালাগে , আৰু যি কৰিব নালাগে , সেই কথা লাগিব পাৰে এইয়া হৈছে অসমীয়া মানুহ ..বেয়া নাপাব কোৱা কাৰণে কাৰণ অসমীয়া ভাষাটোৰ ভুলকৈ কলে কৱলৈ কোনো নাই যে ..সেই বাবেহে কলোঁ আজি ইমানকৈ কথা ..... জয় ..আই ...অসম.......

  • @mrigankajyotideka9533
    @mrigankajyotideka95332 жыл бұрын

    আপুনি বহুত সহজ সৰল । lv u baa ❤️

  • @rofiulhussain4140
    @rofiulhussain41402 жыл бұрын

    ভয় নকৰিবা পৰী।তুমি আগবাঢ়ি যোৱা।তুমি সচাই ভাল ছোৱালী।এগৰাকী সূন্দৰ মনৰ ছোৱালী,তোমাৰ লগত সদায় আছো।

  • @paharisaikiadutta5920
    @paharisaikiadutta59202 жыл бұрын

    খুব ধুনীয়া অনুষ্ঠান।দিপলীনা তুমি দুখ নকৰিবা। তুমি আগুৱাই যোৱা।

  • @muktianurag7878
    @muktianurag78782 жыл бұрын

    আপোনাক আজিও ভাল পাওঁ, আগলেও ভাল পাওঁ। আগুৱাই যাওঁক আৰ্শীবাদ সদায় আছে। ❤

  • @jatinborsaikiaofficial842
    @jatinborsaikiaofficial8422 жыл бұрын

    Moi kob খোজোঁ যে এজন কৰ্ণাটক ৰ singare অসমীয়া গীত শুদ্ধ ke গাব পাৰিব nki jadi নোৱাৰে তেন্তে আমাৰ deeplina বাই shoutor গান ভুল ke গালেই ba tate ki hol amr axomiya geet tu bhalke gaalei hob tar babe যথেষ্ট। Deplina baa love u hodai suport kori jam tumi aguwai jua কিছুমান মানুহ উলায়ে এনেকৈ কব লে তাক নেওচি যাব পৰাতো ডাঙৰ সাফলতা...

  • @moughosh8203
    @moughosh82032 жыл бұрын

    বা আপোনা k আমি সকলোৱে বহুত ভাল পাও.... You are so beautiful.... Apunar voice তো বহুত ভাল..... Tmr nature তো বহুত ভাল aybbe আপোনাক সকলোৱে ভাল পাওঁ আমি.... আপোনি বহুত বহুত ভাল তুমি.... Ur expressions are so cute.... U are my always favourite singer, aru actress.... আপোনাক মই আৰু সকলোৱে ভাল পায়...বহুত বহুত মৰম তোমালৈ baa.... God bless you baa....

  • @subhashrva9878
    @subhashrva98782 жыл бұрын

    যিয়ে, নহওঁক মোৰ মনৰ শান্তনা দ্বিপলীনা বা,, উফফ,,, কলিজাৰ টুকুৰা মোৰ কলিজাৰ টুকুৰাত সদায়, আছে, 😘💝💝

  • @sarmahharen2705
    @sarmahharen27052 жыл бұрын

    অনুপম দা ধন্যবাদ, দীপলিনাই সুন্দৰ গীত গাই,

  • @Krishna-vlog123
    @Krishna-vlog1232 жыл бұрын

    Diplina Ba apuni amar oxomor Gourav, apunr geet bur hodaiye dinot 2 bar koi holeu hunu,mon tu patol hoi jai, apuni hodaiye Jen hahi dhemalire apunr jibontu par kore tare kamona korilu ..

  • @puspanjaligogoi3033
    @puspanjaligogoi30332 жыл бұрын

    Val logaa aru morom logaa baajoni ❤️❤️ bohut bohut morom tumaloi baa 😘😘 aibur pahori hodai aguai juaa tumi 👍👍🌺

  • @devilshortvideo2462
    @devilshortvideo24622 жыл бұрын

    বা আপোনাক যিমান খিনি ভাল পাওঁ আপোনাৰ ঠাই কোনেও লব নোৱাৰে ❤️ আপোনাৰ বাবে মৰম আচুতিয়াকৈ হৃদয়ৰ কোনোবা এটা চুকত সদায় সজীৱ হৈ থাকিব🥺❤️❤️❤️

  • @deepk.msongs1727
    @deepk.msongs17272 жыл бұрын

    Reporter sir is exactly right about people trolling and we love deeplina baa,we want her to reach to the top.........

  • @satyendradeka6343
    @satyendradeka63432 жыл бұрын

    কাম নাইকিয়া বোৰ কাম ! এজন শিল্পী বহু সাধনাৰ ফলত কৰ্ম বোৰ কৰে!

  • @rekiburrahman7913
    @rekiburrahman79132 жыл бұрын

    Clip to o beya hua nasile tumar Baa....Dhunia gaisila...Bhot a bhot kobo pare...tumi gai thakiba ami hodai huni jam ❤️❤️❤️❤️❤️❤️❤️

  • @mainabora124
    @mainabora1242 жыл бұрын

    Vul hoi kin2 baa 2mi hodai Amar majot asa , love you baaa❤️🌹🙏

  • @jagannathray7504
    @jagannathray75042 жыл бұрын

    এই সৰলতা খিনিৰ বাবে এইজনী মোৰ প্ৰিয়.....💚💚

  • @dharanimedhi
    @dharanimedhi2 жыл бұрын

    দীপলীনা বাৰ চকুপানী দেখিবলৈ পাই মোৰো চকু জলজলীয়া হ'ল। 🥺

  • @jugal7976

    @jugal7976

    2 жыл бұрын

    😂😂

  • @prodipneog5641
    @prodipneog56412 жыл бұрын

    We are always with you ba. Aru moi dubar man stage t gaisu aru monitor beya thakile gabo bor kosto hoi janu ba eitu escuse nohoi baa eta hotoyo ji gaan gua manuhe he buji pai aru troll dia hokolok koisu tekhete iman keita humodhur geet amak aag borhale heitu appreciate nokori eta bhulok okol troll kori nathakibo. She is our pride🙏🙏

  • @mainu6
    @mainu62 жыл бұрын

    Ba you and your voice is my all time favourite....tumi ejoni best singer, don't cry.... Be strong... We are always with you... Lots of love 😘

  • @Taralibaishya729
    @Taralibaishya7292 жыл бұрын

    Apuni Mor favorite Ba Joni... ❤🙏❤🙏❤

  • @nishankanath6987
    @nishankanath69872 жыл бұрын

    Just ignore them baa❤️ Keep going on 😍✨

  • @smitabaishya8122
    @smitabaishya81222 жыл бұрын

    Love u both ❤️😍 Both of you my favourite ❤️❤️

  • @SANJITROY-sc8td
    @SANJITROY-sc8td2 жыл бұрын

    You are great baa . Edin eta geet beya huwa to kono dangor kotha nhy . ❤️❤️❤️❤️😍

  • @rishikabora6588
    @rishikabora65882 жыл бұрын

    একো বা তুমি আগুৱাই যোৱা ,বহুত ভাল পাওঁ তোমাক .....

  • @anupkrdas6798
    @anupkrdas67982 жыл бұрын

    তুমি গাই থকা । আগলৈ ভাল ভাল গান থাকা ।

  • @riyansonowal9581
    @riyansonowal95812 жыл бұрын

    my fvrt singer diplina baa.. moi bht val paw diplina baa.. love you baa..🥰💙💙💙

  • @dharitrifunvlogs8873
    @dharitrifunvlogs88732 жыл бұрын

    Tumi dhux nkoriba baa...Ami aso ... tumer xe dina video tut janeke manuh ye koisil xe dina mur dhux lagisil ...Tumi beya hob nuwara moi janu ....Tumi aguwai juwa baa ...😘😘😘love u baa😘😘

  • @mousumimedhi9365
    @mousumimedhi93652 жыл бұрын

    U r my most favorite and also my family members .Mur bhonti baby k six month manor porai tumar sunai.gaan suni tai khai suwa sob kore. jihetu maak office jai.House help joni koi okol Deeplina gaan sune .

  • @bikug1610
    @bikug16102 жыл бұрын

    মূখৰ আগতে আলোহীয়ে ঘৰৰ মানুহৰ আগত ইমান প্ৰসংশা কৰিলে মোৰো deeplina ৰ দৰে একে reaction হয়🥲 ।

  • @mrrupambaruah3805
    @mrrupambaruah38052 жыл бұрын

    I always love u ba love from Tezpur

  • @anjumonikeot3539
    @anjumonikeot35392 жыл бұрын

    Love u Deeplina baa always ❤❤❤❤

  • @tumarhahi1817
    @tumarhahi18172 жыл бұрын

    Pori Baa Tmi xodai Happy thaka....Tmr logot xodai Aasu.Tmi keitam Adorkari manuhor kotha loi mon beya koribo Nalage....Tmr Gaan mur khub priyo Aaru Priyo hoye thakibo...I love you Deeplina Baa❤️

  • @jugal7976

    @jugal7976

    2 жыл бұрын

    Pori nki.. namuna😂😂

  • @bishalsarma5306
    @bishalsarma53062 жыл бұрын

    দুজন সুন্দৰ কণ্ঠ ৰ ব্যক্তি 🙏🏽

  • @dhrubajyotigayan4662
    @dhrubajyotigayan46622 жыл бұрын

    Baa apuni aru aguai jaok🥰🥰🥰

  • @jeutisvlog6690
    @jeutisvlog66902 жыл бұрын

    Lots of love deeplina Ba.....aguwai joa ba

  • @alimuliassam6405
    @alimuliassam64052 жыл бұрын

    সুন্দৰ কণ্ঠ আপোনাৰ,ভাল গান গাই আপুনি আৰু গাই যাওঁক সদায়,শুভকামনা আপোনালৈ, আগুৱাই যাওঁক।। বাকী সকলোলৈ আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ ।।❤🌼❤

  • @n.kentertainment1470
    @n.kentertainment14702 жыл бұрын

    Manuhe bonaise jetia... Valtuk val aru beatuk bea buli kboi... Xeituk xojyo koribo paribo lgbo... Ear porai buja jai je manuhbur xodai niropekhyo.. Apuni vl gale val buli kbo bea buli kole bea bulibo.... Ximanei...mnuhe bhul korile dangor manuhoku eri nidie deeplinanu kun... So go ahead... Learn from them

  • @ritumoniborahgogoi5868
    @ritumoniborahgogoi58682 жыл бұрын

    Anupam sir heikarnei bohutore priyo🙏🏻❤️ Ru deplina ba mrmr❤️😘

  • @kankanaboro15
    @kankanaboro152 жыл бұрын

    I love you baa aapunak moi khoday Val pai thakim

  • @Linasadiya22
    @Linasadiya222 жыл бұрын

    Thki koise Dada

  • @bornaleehandique4348
    @bornaleehandique43482 жыл бұрын

    Admitting your mistakes is not a sign of weakness but a sign of maturity May God bless u abundantly

  • @tarunbodo7263
    @tarunbodo72632 жыл бұрын

    Xoxakoi deeplina Baa appuni vhut vll.... Xodai vle thaka ❤

  • @lakshya4585
    @lakshya45852 жыл бұрын

    ধন্যবাদ অনুপম দা

  • @sslentertainment8442
    @sslentertainment84422 жыл бұрын

    আপুনি ফাষ্ট গীত বিলাক গাব নেলাগে। আপুনি চফ্ট slow ৰোমাণ্টিক গীত বিলাক গালে বহুত ভাল লাগে

  • @madeeasy-e6

    @madeeasy-e6

    2 жыл бұрын

    Gayika hisape xokolu gaan gabo paribo lage aikhar kotha ata reality show t sreya ghosle koisil

  • @nbgvlog9995
    @nbgvlog99952 жыл бұрын

    Deeplina ba tumi tenson noloba.boliya kukur assam ot bohut ase.tumi nijor kam kori jua.love you

  • @pujaborah1417
    @pujaborah14172 жыл бұрын

    দুয়ো গৰাকীৰে সাহস, সত্যতা আৰু অন্তৰৰ সৰলতাক সন্মান জনাইছোঁ🙏, দীপলিনা বা তোমাৰ সাংগীতিক যাত্ৰা সুদূৰ প্ৰসাৰি হওঁক 😊 সাহস নেৰিবা

  • @ganeshmahilary5254
    @ganeshmahilary52542 жыл бұрын

    Diplina ba apuni vol kothatt ketyawo Mon beya nkribo apuni ..Ami asu xhodai apunr lgt ..apunak val Pao aru xhodai val Pai jam ba.. apunr gan bur mor oti priyo hoi.apuni mor fvrt singr hoi ba..xhodai mor akhirbad thakil apuni xhodai aguwai jua 🙏🙏🙏🙏 love u ba

  • @montudarig4737
    @montudarig47372 жыл бұрын

    i always love u baaa 😍 love from sivasagar❤❤

  • @pallabeeaborah2688
    @pallabeeaborah26882 жыл бұрын

    হিন্দী গীত এটা গাইছে.. শুনিবলৈ বেয়া হৈছে বেয়া গাইছে কোনো কথা নাই... অসমীয়া ভুলকৈ গালে কব....

  • @myeducationsuman5004

    @myeducationsuman5004

    2 жыл бұрын

    Hindi gaan eta vul hol buliei eman beakoi comment koribo nalage. Assamese song vul hole beleg kotha

  • @satyabhai7663

    @satyabhai7663

    2 жыл бұрын

    Right

  • @bedabratsaikia1515

    @bedabratsaikia1515

    2 жыл бұрын

    Vul hbo pare mnuoh hoi.. tmiu j proper Assamese koisa heitu nu kune jaane.. tmr u tu vul hoi. So troll nidiba

  • @jollywoodworld7395

    @jollywoodworld7395

    2 жыл бұрын

    Vul hoise ami o koisu kin2 Emn troll kori Kosto dbo npai...valke kobo lage jate next time val hoi ..amar manuh bure xi2 nkore kin2

  • @kalpatalukdar7842

    @kalpatalukdar7842

    2 жыл бұрын

    Hoi bro ako nai vul habo pare

  • @northeastgold442
    @northeastgold4422 жыл бұрын

    Aku nai ba hoi jai ketiaba,... Keep it up

  • @nonamei9532
    @nonamei95322 жыл бұрын

    Diplina Baa Tumi Juii // Tumi nigativ nohoi ba//❤️❤️❤️ #Never give up

  • @sonalinath8090
    @sonalinath80902 жыл бұрын

    Nice baa🤗🤗🤗🙏

  • @Jk-ue5du
    @Jk-ue5du2 жыл бұрын

    Comment দিবলৈ আমাৰো মন যায় কিন্তু কিছুমান মানুহৰ comment পঢ়িলে আমাৰ ভাষা হেৰাই যাই সেয়েহে দীপলিনা বা আপুনি আগুৱাই জাউক আমি অসমীয়া হয়

  • @itzmepihuu12
    @itzmepihuu122 жыл бұрын

    বা আপোনাক ‌আমি বহুত ভাল ‌পাও।‌ আপোনাৰ গান শুনি বহুত ভাল লাগে ❣️❣️

  • @rimpabarman7517
    @rimpabarman75172 жыл бұрын

    Deeplina Baa tmi Soday Hukhi hoi thaka❤️❤️❤️

  • @prantikdas745
    @prantikdas7452 жыл бұрын

    morom.o pabo dukh o pabo sb pabo sbre jibont hoi aibur okl celebrity r a nhoi.. Amar India t eta a prblm j celebrity a raja bhogoban sb baki normall mnuh bur ene ru..

  • @pallobborah8594
    @pallobborah85942 жыл бұрын

    আপুনি বেছি আবেগিক কৰিবলৈ মাতিছিল নি

  • @simashreetalukdar3095
    @simashreetalukdar30952 жыл бұрын

    Deeplina baa ami asu to tmr lgt...be positive and happy 😊

  • @sintu7016
    @sintu70162 жыл бұрын

    Lv u baa ❤️❤️

  • @RahulDas-rz2bu
    @RahulDas-rz2bu2 жыл бұрын

    যি যিখিনিৰ মানুহ, তাত থাকিব লাগে।

Келесі