দেশজুৰি বঁটা বিতৰ্কৰ পাছত নাহিদ আফ্ৰিন নিতুমণি শইকীয়াৰ সৈতে /বঁটা বিজয়ী গীতটি গায় শুনালে

Ойын-сауық

দেশজুৰি বঁটা বিতৰ্কৰ পাছত নাহিদ আফ্ৰিন নিতুমণি শইকীয়াৰ সৈতে /বঁটা বিজয়ী গীতটি গায় শুনালে
Celebrity News

Пікірлер: 289

  • @lokeswargogoi1878
    @lokeswargogoi1878 Жыл бұрын

    নিতুমনি শইকীয়া ডাঙৰীয়াৰ সময়োপযোগী নাহিদৰ সাক্ষাৎকাৰ বাবে বহুত বহুত শলাগ জনাইছোঁ 🙏🙏🙏🙏।

  • @Hell_Rider_9998
    @Hell_Rider_9998 Жыл бұрын

    নিতুমনি দা আপোনাৰ অনুস্থান বোৰৰ পৰা বহত শিকিবলৈ পাওঁ। আপুনি হে কিন্তু গণতন্ত্ৰ দেশৰ এজন বলিষ্ঠ সাংবাদিক।

  • @lukumailekharu1022

    @lukumailekharu1022

    Ай бұрын

    God bless u.

  • @momigogoi9238
    @momigogoi9238 Жыл бұрын

    নাহিদ,তোমালৈ মৰম ও আশীৰ্বাদ সদায়েই আছে । এই বিতৰ্ক বোৰ পাহৰি যোৱা ।আগুৱাই যোৱা ।

  • @nirupoma80
    @nirupoma80 Жыл бұрын

    গীতটি আজি প্ৰথম শুনিলো সছাই নাহিদে গীতটিত এৱাৰ্দ পোৱাৰ যোগ্য বহুত ধুনীয়া গাইছে

  • @chitralekhachakrabarty4512
    @chitralekhachakrabarty4512 Жыл бұрын

    নিতুমনি শয়কীয়া ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ ঠিক সময়ত অনুস্থান আগবঢ়োৱাৰ বাবে । নাহিদলৈয়ো মোৰ আশীৰ্বাদ আৰু শুভেচ্ছা থাকিল ।

  • @KiranChoudhury-jh2xy

    @KiranChoudhury-jh2xy

    5 ай бұрын

    Good

  • @vandyavlogs
    @vandyavlogs Жыл бұрын

    গীত টি প্ৰথম শুনিলো।অতি সুন্দৰ । Unique voice nd the song too.

  • @divyagogoi7715
    @divyagogoi7715 Жыл бұрын

    আগুৱাই যোৱা নাহিদ। ভাল লাগিল তোমাৰ স্পষ্টীকৰণ। খুব ভাল অন্তৰ ছোৱালী তুমি।

  • @rashmirekhadutta8964
    @rashmirekhadutta8964 Жыл бұрын

    নাহিদ তুমি প্ৰতিভা সম্পন্ন প্ৰতিষ্ঠিত গায়িকা। তোমাৰ কন্ঠ সদায়েই সুমধুৰ। তুমি আগবাঢ়ি যোৱা। সময়ে সকলোকে দেখুৱাব।

  • @Konmoni10
    @Konmoni10 Жыл бұрын

    নাহিদৰ ব্যক্তিত্ব, সুৰ কাৰো লগত তুলনা নহয়।নাহিদ নাহিদেই। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো🙏

  • @bijuray8880

    @bijuray8880

    Жыл бұрын

    😘😘😘😂😂😂😂😂😂😂😂

  • @bijuray8880

    @bijuray8880

    Жыл бұрын

    😁😁😁😁😉😘😁😁😁😁😁❤️🙄❤️🙄❤️❤️😁😁😁😁😁😘😁😉😁❤️❤️👍❤️❤️❤️😘😁😁😁

  • @pareshdas2570
    @pareshdas2570 Жыл бұрын

    নাহিদ তুমি গাই যোৱা৷ইশ্বৰে তোমাৰ মঙ্গল কৰক৷

  • @jyotimoyrabha162

    @jyotimoyrabha162

    Жыл бұрын

    গান টো নাহিদে গাৱো নাই ok

  • @litonsaha2186
    @litonsaha2186 Жыл бұрын

    আগুৱাই যোৱা নাহিদ sister, তুমি অসমৰ গৰ্ব হয়, কোনে কি কয় কওক.... নিতুমনি sir বহুত বহুত ধন্যবাদ🙏

  • @harenpanging3275
    @harenpanging3275 Жыл бұрын

    সম্পূৰ্ণ যোগ্যতা দেখুৱাইছা নাহিদ “ তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ

  • @brojenray5921
    @brojenray5921 Жыл бұрын

    👍 ভাল লাগিল ❤️ গানো শুনি লো ঘটনাটো বুজিলো Nitumoni ক ধন্যবাদ প্ৰগ্ৰেম টো ভাল লাগিল।নাহিদকো বহুত বহুত ধন্যবাদ 👍।

  • @anitasutradhar7220
    @anitasutradhar7220 Жыл бұрын

    বহুত ভাল গাইছা গীতটি নাহিদ বহুত মৰম যাছিলো তোমাক ❤❤❤❤

  • @riyasnakegame
    @riyasnakegame Жыл бұрын

    আগুৱাই যোৱা তুমি শুভেচ্ছা থাকিল।

  • @HNehar
    @HNehar Жыл бұрын

    বহুত ভাল লাগিছে গানটো শুনি। আৰু আগুৱাই যোৱা Nahid ♥️♥️

  • @tahimabegum5896
    @tahimabegum5896 Жыл бұрын

    আগবাঢ়ি যাওক।ভগবানে সহায় করক।

  • @rimasarma4199
    @rimasarma4199 Жыл бұрын

    তুমাৰ মাততু ইমান ধুনীয়া শুনিলে শুনি থাকিব মন যায়,আগলৈ গৈ ঠাকা পিছলৈ নাচাবা শুভেচ্ছা থাকিল💕💕💕

  • @Miduldutta
    @Miduldutta Жыл бұрын

    শিল্পীৰ সমাজত ৰাজনীতি কৰে এই জহৰা চৰকাৰ খনে , সুন্দৰ আৰু এই অন্ধ ভকত বৈষ্ণৱ বোৰক কিবা প্ৰমাণ লাগে নেকি , এই পাগল বোৰ কথা কাণ দিব দৰকাৰ নাই, সুন্দৰ 💝💝💝

  • @bishwasaikia

    @bishwasaikia

    Жыл бұрын

    Moi tur vonierok laikho kori asu🤣🤣 baal xilpi xomaj ,,

  • @bishwasaikia

    @bishwasaikia

    Жыл бұрын

    Dutta bur kela chiness r xerox copy ,,miya t koi u letera ,,😂soku a melibo nuware valkoi😢

  • @Miduldutta

    @Miduldutta

    Жыл бұрын

    @@bishwasaikia বাপেৰ লেটো সেটো হৈ থকা কণীটো বকিছ কেলা,

  • @Miduldutta

    @Miduldutta

    Жыл бұрын

    @@bishwasaikia বাড়ী ডাল মুখত থেকেছা এটা মাৰি ভৰাই দিও আহহহ কেলা

  • @bipinkalita154
    @bipinkalita154 Жыл бұрын

    এয়াহে প্ৰকৃততে কুকিলকন্ঠী গায়িকা ❤❤❤❤❤👍

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p Жыл бұрын

    জীবনৰ বাটত বহুত কিবা কিবি হৈ থাকে... সেয়া ভগবানে বা আল্লাই আমাৰ ভালৰ বাবেই কৰে বুলি ধৰি লবা... ভূপেন হাজৰিকা দেৱে এটা গীতত গাইছিল.. ভূল যদি হয় সৃষ্টিত মোৰ... তুমি হোৱা চিন্তিত.. সমালোচনাৰ অগনিৰে পুৰি মোক কৰা উন্নত....

  • @hareswarhandique2096

    @hareswarhandique2096

    Жыл бұрын

    নাহিদৰ উত্তৰ অতি সুন্দৰ । কোনো দুখ নাই । উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ ।

  • @soneswaribasumatary1328
    @soneswaribasumatary1328 Жыл бұрын

    নাহিদ তুমি যিমান ধুনীয়া, তোমাৰ কন্ঠ যিমান সুৱলা তাতোকৈ সুন্দৰ তোমাৰ হৃদয় ❤❤❤❤❤i

  • @anismitabrown2238
    @anismitabrown223810 ай бұрын

    নাসিদ তুমি গাই যোৱা ইমান ধুনীয়া কে গাইছা ইমান ধুনীয়া সোৰ বৰ ভাল লাগিলে god bless you ❤❤ আৰু শয়কীয়া দাঙৰীয়া আপোনালৈও ধন্যবাদ বহুত দিনৰ মূৰত আপোনাৰ অনুষ্ঠান চাবলে পালো ।ধন্যবাদ

  • @utpalrabha1965
    @utpalrabha1965 Жыл бұрын

    আপোনী সন্মান সহকাৰে এই বটা উভতাই দিব লাগিছিল,আমী সচাকৈয়ে শিল্পীক ভাল পোৱা মানুহ.

  • @smmusic2101
    @smmusic2101 Жыл бұрын

    নাহিদৰ বাবে দীৱজ্যোতি দেৱীক ৰাইজে এইবাৰ চিনি পালে।জীৱনত গান তো দূৰৰ কথা তেখেতৰ নামে শুনা নাছিলোঁ।

  • @syedmahimudddinahmed9928
    @syedmahimudddinahmed9928 Жыл бұрын

    Mor Ashirbad ase tumi aguai joa Nahid

  • @alauddinahmed8139
    @alauddinahmed813911 ай бұрын

    Gantu bahut val lagise.

  • @monudekari2919
    @monudekari2919 Жыл бұрын

    Thank you respected Sir Nitumoni Saikia. You have done the best step by taking Nahid, dearer to us in front of the public and give an opportunity him to open the opened heart.

  • @raj-xl3my
    @raj-xl3my Жыл бұрын

    বহুত ধুনিয়া গাইছে. মোৰ ফালৰ পৰা বহুত বহুত xubhessa থাকিল আৰু বহু দূৰ আগুৱাই jowa তুমি

  • @Rekhasvlog1515
    @Rekhasvlog1515 Жыл бұрын

    বহুত ভাল লাগিল তোমাৰ এই গানটো হুনি ❤❤ তোমাৰ ভবিষ্যত উজ্জল হওঁক 🎉❤❤🎉

  • @jonalibarman3011

    @jonalibarman3011

    Жыл бұрын

    Sundar

  • @Ajiruddinuddin-ez9rj

    @Ajiruddinuddin-ez9rj

    Жыл бұрын

    Yes u .r right

  • @rinkumili2957
    @rinkumili2957 Жыл бұрын

    অহংকাৰী নহয় কথাবোৰ কৈছে ভাল লাগিল। ভৱিষ্যত আগুৱাই যোৱাৰ কামনা কৰিলো

  • @mirahazarika4752
    @mirahazarika4752 Жыл бұрын

    কিচুমান কিবা এটা পালেই কিবা এসোপা কৈ পেলাই একো চিন্তা নকৰে গতিকে সেইবোৰলৈ কান নিদিয়াই ভাল তুমি আগুৱাই যোৱা কামনা কৰিলো

  • @halimabegum9484
    @halimabegum9484 Жыл бұрын

    Thike koise Nitimoni dai .tumi aguwai juwa Nahid .

  • @lizaborthakur8432
    @lizaborthakur8432 Жыл бұрын

    অতি সুন্দৰ ❤❤

  • @dharitriphukan2507
    @dharitriphukan2507 Жыл бұрын

    Very very nice song 👍👍❤️❤️ God bless you and Go ahead dear Nahid❤️❤️❤️❤️❤️

  • @kapildas-dr1nx
    @kapildas-dr1nx Жыл бұрын

    Nahid The real artist..... Love U bhanti

  • @rajudoley1756
    @rajudoley1756 Жыл бұрын

    Very good nahit👍❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏

  • @PadminiBarman-ov8lt
    @PadminiBarman-ov8lt2 ай бұрын

    Bohut Bohut Bhal Lagil. Tumar Mongol Hok

  • @junmoniboruah6592
    @junmoniboruah65929 ай бұрын

    Aguwai juwa tumi.

  • @hareswardas9881
    @hareswardas9881 Жыл бұрын

    তোমাৰ কথা খিনিয়ে এটি সুন্দৰ সঙ্গীত পৰিবেশন কৰা মেন অনুভৱ হল

  • @PriyashreeKhound
    @PriyashreeKhound Жыл бұрын

    Dhuniya gai kintu dei

  • @saherasiddika4743
    @saherasiddika4743 Жыл бұрын

    Nitu moni sir..aponi khosake bohut mohan..khub bhal lage apunar show bur..thank you sir..apunak log pabor khub issa..Nahid khub bhal gua..tumi agoloi aru agbahi jua..moi hodai dua koru..

  • @ganapatibasumatary9336
    @ganapatibasumatary9336 Жыл бұрын

    এই গীতটি পাচ্ বছৰৰ আগৰ কিন্তু এতিয়া হে super hit হৈছে আৰু মই বহুত বাৰ শুনিলো

  • @user-bl7fs1db9e
    @user-bl7fs1db9e9 ай бұрын

    God bless Nahid afrin

  • @nanghunpha
    @nanghunpha10 ай бұрын

    আগুৱাই যোৱা

  • @user-nv4oh7nz5b
    @user-nv4oh7nz5b9 ай бұрын

    নাহিদ তোমার গান খুব ভাল লাগছে। দোয়া করি আল্লাহ তোমার আশা পূরণ করুন। ভালো থেকো।

  • @rekhamonipegumili
    @rekhamonipegumili Жыл бұрын

    Hosake Nahid tumor voice tu iman sweet,buhut bhal Lage tumar ganbur hunile

  • @ayeshabegum7848
    @ayeshabegum7848 Жыл бұрын

    Thanks sir,God bless you Naheed .

  • @ikondas8254
    @ikondas8254 Жыл бұрын

    তুমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ❤❤❤❤❤🌹🌹🌹🌹

  • @jilmilhajarika2494
    @jilmilhajarika2494 Жыл бұрын

    You are a great singer. Keep up the good work. God bless you 🎉

  • @bikashdoley-qk3vm
    @bikashdoley-qk3vm Жыл бұрын

    অতি সুন্দৰ গীত। বহুত ভাল লাগিল শুনি।

  • @mukutmalakar6178
    @mukutmalakar6178Ай бұрын

    Nahid, Good Bless you.

  • @raj-xl3my
    @raj-xl3my Жыл бұрын

    মোৰ আটাইতকৈ প্ৰিয়া সাংবাদিক জন হৈছে nitu moni da

  • @santanamazumdar6836
    @santanamazumdar683610 ай бұрын

    ধুনীয়া গাইছা, আগবাঢ়ি গৈ থকা, পিছলৈ ঘূৰি নাচা বা।

  • @missresma1848
    @missresma1848 Жыл бұрын

    Aguyai jua Nahid ,,never stop ,,god bless you dr

  • @deepanjalikonwar9299
    @deepanjalikonwar9299 Жыл бұрын

    নাহিদ তুমি গাই যোৱা 💓 God bless you 🙏

  • @himangshukalita6127
    @himangshukalita6127 Жыл бұрын

    শব্দ এটা ওলাই গলে ঘূৰাই আনিব নোৱাৰি, তেনেদৰে ঘটনা এটা ঘটিলেও নাইকিয়া কৰিব নোৱাৰি। ঘটিব নালাগিছিল কিন্তু ঘটিল। কাৰোবাৰ নিশ্চয় ভুল আছিল। সেই কাৰণে এগৰাকী সম্ভাবনা পূৰ্ণ শিল্পীৰ সাংস্কৃতিক জীৱনত এক আচোঁৰ পৰিল। অত্যন্ত দুখ লগা ঘটনা, খুব দুখ পাইছো আমিও। দোষ বিলাক ইতিমধ্যে ওলাইছেই। শিল্পী সচাঁ মনোভাব টোও তেখেতে সাবলীলভাবে প্ৰকাশ কৰিছে। সকলো লৈ ধন্যবাদ থাকিল।

  • @sun7088
    @sun7088 Жыл бұрын

    দেখিলে হে লিখে ঠেকিলেহে শিকে তুমি সতৰক হবা জাগি শুব বাছি খাবা জুযি যোৱা

  • @arunsaikia3774
    @arunsaikia3774 Жыл бұрын

    নিতুমণি ডাঙৰীয়া লৈ ধন্যবাদ থাকিল।

  • @ang3520
    @ang3520 Жыл бұрын

    Luvai pap papai....luv eri diok ...👍🙏

  • @minudas7981
    @minudas798110 ай бұрын

    Nahid God bless you .

  • @manishapathak73
    @manishapathak73 Жыл бұрын

    Nitumoni da apuni xosai bht val kotha koi. Mor monr pora apunar kotha bilak loi loisu.

  • @reenadewri5426
    @reenadewri5426 Жыл бұрын

    শ্ৰদ্ধাৰ নিতুমনি শ ইকীয়া ডাঙৰীয়া ৰ সচা সাক্ষাৎকাৰ বোৰ সত্যৰ উপৰত প্ৰতিষ্ঠিত হয় বাবে ভাল পাওঁ 👌👌

  • @diptidas3368
    @diptidas3368 Жыл бұрын

    Very nice ..ma joni.....aguyai Jaya tume...🙏🙏

  • @user-iu3ny6fw9j
    @user-iu3ny6fw9j Жыл бұрын

    Val suwali Nahid afrin

  • @arjinabegum2044
    @arjinabegum2044 Жыл бұрын

    Song to bahut val lagise so bahut bahut val lagil

  • @69bungo
    @69bungo Жыл бұрын

    Nahid is very honest. Scale to the new heights. People are with you.

  • @priyarani8544
    @priyarani8544 Жыл бұрын

    Tumar ktha khini xuni vl lagil..... 2mi sadai aguwai juwa....

  • @SaifulIslam-ye9vn
    @SaifulIslam-ye9vn Жыл бұрын

    My favourite reporter Nitumoni sir......

  • @binitadas8455
    @binitadas8455 Жыл бұрын

    Mon sui goise gaan TU moja

  • @anjugogoi3004
    @anjugogoi3004 Жыл бұрын

    👌👌👌👌👌👌👌ati mitha khur, moza Nahid, vogoban tumar khohay houk.

  • @devojitkakoti5433
    @devojitkakoti5433 Жыл бұрын

    Tumi aru aguai jua sister

  • @jitudas3944
    @jitudas3944 Жыл бұрын

    God bless u sister, keep going on....

  • @GituDas-oj6ej
    @GituDas-oj6ej2 ай бұрын

    God Bless u Nahid

  • @devilgamer9507
    @devilgamer9507 Жыл бұрын

    God bless you Nahid.val lagil

  • @user-iu3ny6fw9j
    @user-iu3ny6fw9j10 ай бұрын

    Good girl Nahid Afrin

  • @kiranbor3316
    @kiranbor331610 ай бұрын

    Best of luck beta

  • @nelosvlogs4506
    @nelosvlogs4506 Жыл бұрын

    Bohut vhl gaisa Nahid ❤️,, best wishes hodai tumr logt thakibo

  • @babetoo627
    @babetoo627 Жыл бұрын

    Greet ..... Reply good

  • @mrinalinichakrabarti6206
    @mrinalinichakrabarti6206 Жыл бұрын

    Beautiful lovely 👍🏼👍🏼💕💕 bohut dhunaya lagil God bless you love you💕💕💕

  • @daisylahandas1791
    @daisylahandas1791 Жыл бұрын

    Bohut dhunia gaise. God bless you nahid

  • @amiyabaruah8699
    @amiyabaruah8699 Жыл бұрын

    Thank you Nahid aru aguai jua ashirbad ase tumaloi

  • @vandyavlogs
    @vandyavlogs Жыл бұрын

    Very good clarification Nahid.Go ahead. Be blessed always

  • @santanadas1604
    @santanadas1604 Жыл бұрын

    সুন্দৰ গীত টি শুনি বৰ ভাল লাগিল।নাহিদ তুমি আগবঢ়ি যোৱা।❤

  • @binanjayriang5756
    @binanjayriang5756 Жыл бұрын

    I support Nahd

  • @rupabora9628
    @rupabora9628Ай бұрын

    Oti hundor nahid tumar kontho ki je oporupa . kunu bhaha nai kobolea . ki hu modhur hur tumar shoroshoti adhar tumi.

  • @dipjyotidutta3333
    @dipjyotidutta3333 Жыл бұрын

    দেশজুৰি বতাঁ বিতৰ্ক নহয়। Assam state film award ৰ বিতৰ্ক বুলি কওক । সমগ্ৰ দেশজুৰিত বিতৰ্কৰ সৃষ্টি হোৱা নাই কেৱল অসমত হে হৈছে।

  • @rinkumonisimplelifestyle6429
    @rinkumonisimplelifestyle6429 Жыл бұрын

    ❤বহুত ভাল লাগিল

  • @nurlaskar3054
    @nurlaskar3054 Жыл бұрын

    Not only song but a great weapon for Assamese sanskriti or culture .A well singer is a great resource.of a nation . So Nahid aage chalo .

  • @punyapravasaikia6669
    @punyapravasaikia6669 Жыл бұрын

    God bless u Nahid

  • @On_Record615
    @On_Record615 Жыл бұрын

    Bohut bohut bhaal laagil aapunar onusthanti sai .aamar khokolure aakhirbad khodai aase aaru thaakibo .Nahidor aaru ujol bhobisyot kaamona korilu. Nitu daa aapunar poramorsh bure bohut khahokh diye taar baabe aapunak okhekh dhoynoyobaad.

  • @jintupathak8708
    @jintupathak8708 Жыл бұрын

    God bless U nahid.Resp Nitumoni sir God bless U

  • @puspadhardeka5665
    @puspadhardeka5665 Жыл бұрын

    Bhanti hahi dhemalire aaguwai jowa . Bindas.

  • @semimasiddiqua3031
    @semimasiddiqua3031 Жыл бұрын

    Khub hundor gaaisa Nahid.Keep up the good work

  • @deepjyotihandique9915
    @deepjyotihandique9915 Жыл бұрын

    অসম চৰকাৰ খনৰ ইয়াত জৰিত বিভিন্ন বিষয় ববিয়া সকলৰ কাণ্ড কাৰখানা দেখি তৱধ মনিছোঁ। বঁটা দিয়া পইছা কিতাৰো তাপলি মৰা। 😥😥😥🙏

  • @user-iu3ny6fw9j
    @user-iu3ny6fw9j9 ай бұрын

    Good morning sir

  • @blabuio410
    @blabuio410 Жыл бұрын

    গীত টু ভাল লাগিল । তোমাৰ ভবিষ্যত উজ্জল কামনা কৰিলো

  • @prasannachetia1413
    @prasannachetia1413 Жыл бұрын

    Bout.hundor.aru.aguyi.jua

  • @ranjitadeori6018
    @ranjitadeori6018 Жыл бұрын

    Very nice song ❤️❤️

  • @maikaldoley2747
    @maikaldoley2747 Жыл бұрын

    I love you nahid

Келесі