I am from Mirza Palasbari. I was very worried about victory of Mr Gaurav Gogoi. Finally by his own gentility honestly with support of Jorhat people he won the election. Thank you Jorhat people.
@MdRashid-qb3fkАй бұрын
Johat baxiloi raijoloi bht bht dhanyabad .......
@mohiruddin132826 күн бұрын
Gourav zindabad
@sunilgogoi30038 күн бұрын
News,, sister,, good comet news,, 😘👍👍👍👍❤❤❤
@ratuldutta2207Ай бұрын
ভাল কাম কৰিলে সকলোৱে মৰম কৰিব। দল যিয়েই নহ ক কিয় । দল চাই নহয়। তেও ৰ নিচিনা শিক্ষিত আন কোনো নোলাব চাগৈ
Пікірлер: 186
যোৰহাট বাসীয়ে এজন উপযুক্ত যুৱকক সাংসদ হিচাপে নিৰ্বাচিত কৰিলে। যোৰহাট বাসীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।
@debarajchetry-yd1sm
22 күн бұрын
একদিন গৌৰৱ গগৈ অসমৰ মুখ্য মন্ত্ৰীৰ দায়িত্ব দিয়া হয়। সীমান্ত বিশ্ব শৰ্মা out হৈ যাব।আমাক পুৰণি পেঞ্চন দিব নোৱাৰা মন্ত্ৰী Himanta Biswa Sharma একদিন অসমৰ পৰা হেৰাই যাব।
বৰ আবেগিগ হৈ পৰিলো । গৌৰৱ গগৈক মই আৰু মোৰ শ্ৰীমতী ভোট দিয়াৰ উপৰিও বহুতক ভোট দিবলৈ কৈছিলো । আছনি আমাক নালাগে বুলি কৈছিলো গৌৰৱ গগৈক লাগে । সেই কথাৰ বাৱে সেই কথাৰ বাৱে বি জে পিৰ চেলা চামুন্দাই আমাক বেয়া পায় ।
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=3YaYEK53TjXVVpdS
@dhritimansharma660
Ай бұрын
দুদিন পাছত সিহঁতে আকৌ গৌৰৱ গগৈৰ ভৰিত পৰিব। তেতিয়া ৰামক পাহৰি যাব।
@mukutlukhurakhon1411
Ай бұрын
সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লওক আপুনি গওৰব গগৈ, ভৱিষ্যতে দিল্লী ত কপাই তোলক শূদধ্ মনেৰে জয় হওক আপোনাৰ ভৱিষ্যতেও অনুভৱ কৰকচোন চাবলৈ বুলি বহু বাট চালো সুন্দৰ ৰূপত উপস্থাপন কৰি তোলক এই সকলো বিলাক,,
@sunilgogoi3003
8 күн бұрын
Gouruv a amar hokolu,,, 👍👍👍❤❤❤
আমাৰ আশাৰ গৌৰব
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=3YaYEK53TjXVVpdS
গৌৰৱ গগৈ ডাঙৰীয়া লগত আছে অসমৰ ৰাইজ । ৰাইজেই ৰজা । কংগ্ৰেছ জিন্দাবাদ 🙏💐🤚🏻🤚🏻🤚🏻🤚🏻
গৌৰবক ভগৱানে প্ৰতিটো সময়ত সহায় কৰিব বুলি আশা কৰিলো আৰু মুখ্য মন্ত্ৰী হব কৃষ্ণ
যোৰহাট বাসীৰ সঁচাকৈয়ে গৌৰৱান্বিত। গৌৰব গগৈৰ দৰে সাংসদ পোৱাতো। আৰু জয়ী কৰোৱাতো।
এইবাৰৰ যোৰহাটৰ নিৰ্বাচন মহাভাৰতৰ যুদ্ধ লেখিয়া হ'ল । এই যুদ্ধত কৌৰৱৰ (বিজেপি) পৰাজয় হল পাণ্ডৱৰ (গৌৰৱ কংগ্ৰেছ) জয় হল । যোৰহাট বাসীৰ ৰাইজৰ ধৈৰ্য্য, সাহস, আপোচবিহীন, ভাৱে গৌৰৱ গগৈক ভোট দি জিকালে । আমিও উৎকণ্ঠাৰে গৌৰৱৰ ফলাফল জানিবলৈ উদ্বাউল হৈ আছিলো । আমিও যথেষ্ঠ আশাও কৰিছিলো । অন্তৰত ভয়ো লাগিছিল গৌৰৱক হেঁচা মাৰি ধৰিছে । কিন্তু গৌৰৱে গোটেই ভাৰত বাসীক দেখুৱাই দিলে সেই সংসদত দপদপাই থকা কংগ্ৰেছৰ নতুন তৰুণৰ কৃতীত্ব । আনকি অমিত শ্বাহ, নৰেন্দ্ৰ মোদীয়েও ত্ৰাহি মধুসূদন দেখিলে । অনাগত দিনত দিল্লী কপিব গৌৰৱৰ ভয়ত ।
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=Bi8jTKUr_hsmOUxu
গৌৰৱক আন্তৰিকতাৰে আৰ্শীবাদ কৰিছো , ভগৱান তুমাৰ সদায় সহায় হ ওক ।
Gaurav Gogoi Jindabaad You are the true , stong and only gaurav of Assam ❤❤❤
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=Bi8jTKUr_hsmOUxu
গৌৰৱ গগৈ জিন্দাবাদ
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=3YaYEK53TjXVVpdS
অসমত এটাই বাঘ আছে যাৰ নাম গৌৰৱ গগৈ 🔥🔥🔥🔥🔥🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@Putulbegum-fe8tl
Ай бұрын
))?. 🥏🥏)
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=XfpwnUKRKDVZkz5p
Moi Jorhat public'k bohut 💝💝💝💝 pronam jonaisu...
Gourav Gogoi Zindabad Congress zindabad
Himantar bapek Gaurav Gogoi sir.salute Gaurav sir
The next CM 🎉🎉🎉
Great n grand salute..🌷🌷🌷
গৌৰৱ গগৈৰ হাতত যি পাট অস্ত্ৰ আছে অসমৰ ৰাজনীতিক সকলৰ কৰো হাততে নাই আৰু সেয়া হ'ল তেওঁৰ ব্যক্তিত্ব।
We ❤ gaurav Gogoi
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=Bi8jTKUr_hsmOUxu
অসমৰ গৌৰব জিলিকি থাকিব কোনো কেলেংকাৰী নোলোৱাকৈ
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=3YaYEK53TjXVVpdS
যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে গৌৰৱ গগৈক এজন উপযুক্ত সংসদ নিৰ্বাচিত কৰিছে ।দলৰ কথা নাই সকলো দলেই উপযুক্ত প্ৰাৰ্থীক টিকট দিলে ৰাইজে আকোঁৱালি লৱ।
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=Bi8jTKUr_hsmOUxu
Salute .. gaurav gogoi....hosaky bhogoban apunak anaky vala khukhola rakhok. Bor val manhu..🎉🎉🎉
Gaurav Gogoi should contest from Darrang Udalguri constituency...... Proud for you Gaurav sir
Gaurav gogoi zindabad
Gaurab gogi Tiger of india
Real Hero. Pride of Assam. God bless you .
Our Assam next c.m respected Gaurav Gogoi
Gourav gogoi congratulations
বৰ্,,ধুনীয়া,,লাগিল,,মজা
Sir good.
Gaurav gogoi great
Gaurav Gogoi Zindabad
Jorhator Gaurav amar gourav gourav gogoi🙏
World NO 1 Gogoi Sir
সৎতাই সৈয়্ত, সৈয়্ত ই শিৱ, শিৱই সুন্দৰ। তাকেই গৌৰৱ গগৈয়ে প্রমাণ কৰি দেখুৱালে। সকলো দলৰ কৰ্মী লৈ আহ্বান গৌৰৱ গগৈৰ দৰে অহিংসা নীতিৰে জনগণৰ কাম কৰক। প্রলোভনৰ ৰাজনীতি বাদ দিয়ক। ঠগ প্রৱন্চনা বাদ দিয়ক। কাৰণ জনতা জনাৰ্দন।
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=Bi8jTKUr_hsmOUxu
যোৰহাটৰ নাগৰিক হিচাপে আমি গৌৰাম্বিত❤
That is right
Good step👌🇮🇳
অসমৰ এজন সিংহ পুৰুষ।
Political Blood Original asa ❤❤
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=Bi8jTKUr_hsmOUxu
গৌৰব,, জিন্দা বাদ,
Very nice gaurob. Gogoi sir,
Gaurav gogoi jor porai uthileo jikile hoi.deserving person......❤❤❤
Good news, Gorob Gogoi tiger in Assam & India.
Gourav gogoi ❤❤
I am from Mirza Palasbari. I was very worried about victory of Mr Gaurav Gogoi. Finally by his own gentility honestly with support of Jorhat people he won the election. Thank you Jorhat people.
Johat baxiloi raijoloi bht bht dhanyabad .......
Gourav zindabad
News,, sister,, good comet news,, 😘👍👍👍👍❤❤❤
ভাল কাম কৰিলে সকলোৱে মৰম কৰিব। দল যিয়েই নহ ক কিয় । দল চাই নহয়। তেও ৰ নিচিনা শিক্ষিত আন কোনো নোলাব চাগৈ
God bless you gourav sir
Gourob Gogoi jindabad
Joy hind gurav gagay zindabad ❤❤
Grb zindabad
Very. Nice. Vidio.
Very. Nice. Video
গৌৰৱ গৌৰৱেই
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=3YaYEK53TjXVVpdS
Jay Gogoi🙏🙏🙏
❤❤❤❤❤❤❤❤❤❤❤❤Congratulations to all of you
Best of best sr aguwai jok❤❤❤
থোৱা হে
God bless you sir
টিকে,কৈছে
হাজাৰ শিয়ালৰ মাজত এটা সিংহ ই যথেষ্ট।
Axom r gaurav ❤
গৌৰব গগৈ next time C M ❤
মহাভাৰতৰ অভামনয়ু কিন্তু পৰাজয় আৰু মৃত্যু হৈছিল। কিন্তু গৌৰৱ গগৈৰ অজেয় আৰু অপৰাজিত।
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=eqSLNMd6Ct2cGSgL
গৌৰৱদা,,,,,,,,,,,👍
Assam Hero
Gorav zindabad
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=Bi8jTKUr_hsmOUxu
Khubei hundor uposthapon hoise.
মজা দাদা ❤❤ জয় আই অসম 🫡🫡🫡💪💪
Right Gaurav gogai
Ami apunak assam r Next CM hisape bisaru😊
Gourob aamar moromor.... jiman jiai nohouk hourov hol moromiyal.... Gourov hol histasari......
বিজেপি ধ্বংসৰ দিশে । জয় গৌৰৱ গগৈৰ জয় । ধন্যবাদ সমগ্ৰ যোৰহাট সমষ্টি বাসী ৰাইজ ।
,❤❤
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=XfpwnUKRKDVZkz5p
Gourav gogoi next assam cm
Next C.M. of Assam is tha Gourov ...
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=XfpwnUKRKDVZkz5p
Axomor Gourov
Congress ahile mama ako ahi jabo
Jorhatar gourav gogoi ❤Mp next cm ❤
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=eqSLNMd6Ct2cGSgL
যোৰহাট বাসীক প্রনিপাট পার্টি নহয় প্রার্থীক জয় কৰোৱা বাবে
Ajir dinor aru agntuk dinor asomr ataitkoi jonpriy aru charchit byaki Jon gourab gogoi, congrasulation dangriya
G gogoi jindabad
Geatest protecor Gouroub Gogoi.
Good👍👍
তৰিপাৰে একো ফালিব নোৱাৰিলে আকৌ সিংহ আহি আছে 😅😅😅
Good news Gaurav
Bjp zindabad
Our future cm❤❤🎉
Our next PM
He will be C.M in Assam next.
G....Gogoi real hero ❤❤
Proud of Assam... Hero Hoi upper Assam or
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=XfpwnUKRKDVZkz5p
@openplatform6386
Ай бұрын
kzread.info/dash/bejne/oXWd0pqwkse1d8Y.htmlsi=XfpwnUKRKDVZkz5p
❤❤❤❤❤❤
Jukor mukhot sun dise mojja🎉
True warrior, tekhete against t kisumane kiman talar kotha koisil/ insult korisil seikeita kot gol. Akhet well educated aru well behave. Keitamane ji ahankar lampa sampha korisilhi jorhat ahi. Tekhet hakole bhavi nasai teolukar kothat ahankar insult hodai. Aibur jodi natore tente kintu future ki hoige najanu
Great man
गौरब
Majulit kio Kom hol hokoluwe jane