O KOKAI LIVE PARFOMING BY MAHENDRA HAZARIKA
Музыка
O KOKAI LIVE PARFOMING BY MAHENDRA HAZARIKA at #tezpur
#mahendrahazarika
#assamesesongs
#tezpurLivebihu
#mahendraHazaarikaLiveShow
#tezpurLiveBihuShow
#o_kokai_Live
contc: 7002541500
• Fish curry with Elepha...
Пікірлер: 382
Mohendra momar gan o kokai gan tu sobai huni atlis 1 milion vew korok raij ..ai gabtu onti hundar
ইমান বয়সৰ পাছতো ইমান ভালকৈ পৰিবেশন কৰিছে, ভাল লাগিল❤ তেওঁৰ গানবোৰ শুনিলে শুনি থাকিবৰ মন যায়।কেঁচা মাটিৰ গোন্ধ থকা গীতবোৰ❤ মহেন্দ্ৰ হাজৰিকা দেৱৰ প্ৰতিটো গীতেই মোৰ প্ৰিয়, হৃদয় চুই যোৱা❤❤শৈশৱৰ সেই সোণালী দিনবোৰলৈ মনত পৰি যায় গানবোৰ শুনিলে। সেই সময়ত Super Duper Hit আছিল🔥🔥 ইমান ধুনীয়া গীতবোৰ উপহাৰ দিয়াৰ বাবে মহেন্দ্ৰ হাজৰিকা দেৱলৈ বহুত বহুত ধন্যবাদ❤ 🙏 তেওঁৰ কুশল তথা দীৰ্ঘায়ো কামনা কৰিলোঁ🙏
From karbi anglong bongali boy ..I love assamis song and I love mohandre hazorika koka thanks
বৰ ভাল লাগিল আপোনাৰ গীত আৰু মঞ্চত উপস্হাপন কৰা সঙলাপ
Bahut val lagil.long live mahendra da
A mojja
Thankyou DADA .lovo you ❤️❤️❤️. 👍👍👍
মহেন্দ্ৰদাৰ কথাই হওঁক বা গানেই হওঁক যিমান কলেও যিমান গালেও শুনিলে শুনি থাকিবলৈ মন যায় অকনো আমণি নালাগে। মোৰ মৰমৰ শিল্পী মহেন্দ্ৰদাৰ।
Love u kokai . Joi ai asom 😍😍😍
Bohut val lagile apunr gan xune
মই ১৯৯৮চনত বিহুৰ প্ৰগ্ৰেম কৰিছিলো। তেতিয়া প্ৰতি খন বিহুতে এই গীতটো পৰিবেশন কৰিছিলো। প্ৰতি খন বিহুতে দৰ্শকৰ সহাৰি আছিল সাংঘাতিক বেছি। আজিও এই গীতটোৰ জনপ্ৰিয়তা একেই আছে।
কিমান যে ভাল লাগে আপোনাৰ গীতৰ সুৰ, কথাৰ সুৰ,,বুকু কঁপি যায় শুনি হেপাঁহ নপলাই,,,,,
এজন সাধাৰণ সৈনিকে কৈছোঁ - জয় আই অসম।। জন্মু কাশ্মীৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।। সচাঁই অশ্ৰু নিগৰি আহিল শিৰা ই শিৰাই স্বদেশৰ শান্তিৰ গান।। মোৰ মোবাইলত ২৫ টা এখেতৰ গান আছে।।। জয় আই অসম 🙏 🙏 🙏 🙏 🙏 🙏 🙏 🙏
@pritombora493
5 жыл бұрын
তোমালোকৰ বাবে আমি জীয়াই আছো.. 🙏🙏
@motivationentertainment2601
5 жыл бұрын
Army Lovers. really sir aijonai ase dexor babe gan gua... baki sob poisar babe
@alammirja7646
5 жыл бұрын
Salute indian army
@rimimedhi7285
5 жыл бұрын
Aamar babe Ata gan gaouk..
@user-ie5vd5eb5s
5 жыл бұрын
দাদা মানে ছাৰ আপুনি এখেত নকব
U r my favourit singer .bohut bohut vl pau apuner gan kotha kolei gan guajen lage like bhupenda l love u soooooo much 🙏👌👌👍
Great is always great.
Apunak bohut bohut val pau swadekhor geet guar babe ❤️❤️❤️
তেজ গৰম হৈ গৈছে কথাবোৰ আৰু গানটো শুনি। সেইয়াই চাগে অসমীয়াত্ত
@user-ie5vd5eb5s
5 жыл бұрын
আমি অষমীয়া তো দাদা
Mahendrahajarika.is.my.fevaret.singer.no.compiarison.with.jubin....
VERY NICE
ভালপোৱা মানুহজন🥰
আচৰিত শক্তি ককাইদেউ কথা আৰু সুৰত। সেই মহান শিল্পী, তোমাৰ দীঘায়ুস কামনা কৰিছোঁ।
Very nice deh mon sat pori jai
Apuni ako ahok apunar voice bohut vl lge✍❤❤❤
Nice song 💖💖💖💖💖
মহান শিল্পী মহেন্দ্ৰ হাজৰিকা দেৱক অনুৰোধ,প্ৰথম অসম দেশ গঢ়োতা মহা মানব চাওলুঙ চুকাফাৰ নামটো লয় যেন ।
@lakhyaa.1893
2 жыл бұрын
Dmo
Mojja lagise💥💥
Love u Lots ve u So Much Sir Mur Ata Bhut Dagar Akha Ketiya Apunak Lok Pam 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏😭😭
বহুত ভালপাও ককাইদেউ আপোনাৰ গান।
mr priyo singer mahendra hazarika mama
Nice song
Royal personality.
মহেন্দ্ৰ দাৰ কবিতা কবিতা লগা প্ৰতিতো কথাই অন্তৰ চুই যায়
@bhubangoswami4482
2 жыл бұрын
L;b
মহেন্দ্র দা,আপোনাৰ গান কিমান ভাল পাওঁ সেইটো ভাষাৰে বুজাব নোৱাৰো...আপোনাৰ গান তেজৰ শিৰে-শিৰে বৈ আছে...আপোনাৰ গান বাদ দি বেলেগ গানৰ কথা ভাবিবই নোৱাৰো....I love you so much....
@bijuahmed7967
5 жыл бұрын
Val lagil
@ibrahimali1646
5 жыл бұрын
@@bijuahmed7967 rq2eazqq.
@kapilmunavlogs
5 жыл бұрын
Î
@prahladsarania8535
4 жыл бұрын
@@ibrahimali1646 .....bCBB...
@ramjanhussain4404
3 жыл бұрын
@@kapilmunavlogs oa
Moja video 👍 frnd
I love mahendra da . Aponar matir gondh thaka gan sunile mok ekoai nelage.
কিমান যে আপোন মোৰ এই মানুহজন যাৰ গান শুনিলে হেপাহ নপলাই যাক মই অন্তৰৰ পৰা বহুত ভাল। পাওঁ
শিল্পী সত্তা থকা অসমৰ অন্যতম সম্পদক প্ৰণাম ।।।
Soku pani ulai gol,mur okhomor geet ti pai, thanks....
I love mohedra hajrika da moi apunar gaan bilak bohut val pau
প্ৰকৃত শিল্পী৷ নাই কোনো অহংকা৷ বহুত বহুত ভালপাওঁ মহেন্দ্ৰ ককাইদেউ!!
@hilpiurangia2661
5 жыл бұрын
I love mahendra kokai
@haritj3915
5 жыл бұрын
Aii nel kusum aiburk motatkoi mohandro daak motaii bohut bohut vaall
@sentyblogh4741
4 жыл бұрын
Absolutely right
@minadas1926
3 жыл бұрын
9jjjjjmkkkhhhu
@minadas1926
3 жыл бұрын
kkkk
প্ৰকৃত প্ৰিয় শিল্পী
Wow
মহেন্দ্ৰ দাৰ গান ভাল লাগে👏👏
Bhoot vl lagil aponar gan
Bihu r vogowan apunk ponam
Long live Mahendra sir
আমাৰ পিয় শিল্পী মহেন্দ্ৰ হাজৰিকাৰ আপোনাৰ বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা জয় আই অসম জয় শ্ৰী ৰাম জয় জয় ৰাম
সুন্দৰ আপোনাৰ গানৰ অনুভুতি
Mozaaah...apunar program sai moza lage.
Ane ata sundor gan beleg aru kunu silpi e gabo nuare..beleger konthot ane ata protibha uthi ahibou nuare...sir apunaloi oses dhoinyobad
@pityborahmusical5053
5 жыл бұрын
Hosai..kobole bhakha nai.
@assamesemosti1113
4 жыл бұрын
ummmm
মোৰ প্ৰিয়া শিল্পী, বহুত ভাল পাওঁ।
Bohut val lagil .bhagabank parthana janau anekoi hunai juwa hakaluloike uthahita korai jua.👌👌👌👌
বহুত ভাল লাগিছে।
Bahut val lage❤️
Dada apuni duniyar god.namaskar
My fav artist. His songs are very beatiful
I love u dada...always..god bless u...dekha ny aji loy apunak
হৃদয় হৃদয় হৃদয়!!!!
আচলতে এইবোৰ হে গান
জয় আই অসম।
Mahendra Da ...my best Singer
বহুত ভাল পাও আপোনাৰ গীত শুনি .
Thank you Tezpur
মাটিৰ মানুহ তেখেত।দীৰ্ঘায়ু কামনা কৰিলো।
You are a amazing singer
Bohut vl lgse
Dada. Bohut val lagise apunar vaiti dhemaji r gopal hazarika
আচল শিল্পী এইসকলেই
This is an another level of performance, a true cultural activist
@tilottamabaruah6121
8 ай бұрын
❤
@tilottamabaruah6121
8 ай бұрын
অতি সুন্দৰ
Dhuniya song dada
ইমান ভাল লাগে যে তেজ গৰম হৈ যায়
প্রিয় শিল্পী প্ৰিয় ব্যক্তি,,,,আজিও মনত পাৰে সেই দিনটো,,মইও এইজনা মহান শিল্পী ৰ লগত গান গোৱাৰ সুবিধা পাইছিলোঁ
@btsarmyforever4000
2 жыл бұрын
M
@btsarmyforever4000
2 жыл бұрын
M
@nipenkakati2796
2 жыл бұрын
Uuiluluiiiiiiiiuuliliip0000
What a fantastic singing
Xundor
আপোনাৰ গান ৱহোত ভাল লাগে
Dhunia lagil
শিল্পী বুলি অসমত বৰ্তমান মই এখেতক হে ভাৱো
respect 🙏🙏 m .hazarika
amazing song
Speechless!! Amazing...
Excellent .... Axomr favorite singer
Legend.
Mor prio Gayok....
সুন্দৰ।।।
I am a big big fan of you khura and I will always a big fan
JOI ai AXOM
গাঁৰ নোম থিয় হৈ উঠিছে
Aiiioooo mur priyo xilpi jon 😍❤️ apuni vle thkok. ....
A true and a great artist ❤❤❤❤ #love90s #loveFromTokyo
khub dhunia
🙏🙏🙏💕
প্ৰকৃত স্বদেশৰ গীত গোৱা মানুহজন ।
Mahendra Hazarika Debor Ei Gan Bilak Bohut Val Lage
Kokoidew val lagil
সুন্দৰ অতি সুন্দৰ
বৰ্তমান সময়ৰ (2019) আধুনিক শিল্পী সকলে এই video টো চোৱাৰ প্ৰয়োজনীয়তা অধিক ।
Bahut vl lage ganbur
Mza lgil dae
Mahander dada uapaner goun bor val lagey
val lage hosakoiai aponar gan......bahut val lage honi...