নিতুমনি শইকীয়াই অভিমত অনুষ্ঠানত ৰাজনৈতিক বিশ্লেষক, নেতা, মূখপাত্রৰ সৈতে কি কলে কেইখন আসন লাভ কৰিব?

Пікірлер: 44

  • @subratadey9156
    @subratadey915613 күн бұрын

    ভোট দানৰ পৰিমাণ কম হোৱাৰ ভুল কাৰণ ৰাজনৈতিক নেতা সকলে ভাষনত মিছা কথা বোৰ কৈ,কৈ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে সেয়ে মানুহে সঠিক চিন্তা উলিয়াব নোৱাৰে। গতিকে ভোট দিয়াৰ পৰা বিৰত থাকে।

  • @DebojitkrboraBora
    @DebojitkrboraBora13 күн бұрын

    ।।আমাৰ বংশ পৰিয়ালত 50টা ভোট 2014ত প্ৰদান কৰিছিলো পোন্ধৰ লাখকৈ একাউণ্টত পালো বিদেশীয়ে তালিতোপোলা বান্ধি গল।।জাতি মাটি ভেটি সুৰক্ষিত হল।।জয় জনগোষ্ঠীৰে ন্যায় পালে।।অসম আন্দোলনৰ আকাৰ ইকাৰ নকতাকৈ চুক্তি স্বাক্ষৰিত হল।।অসমৰ বানপানী ৰাষ্ট্ৰীয় ক্ৰৰণ হল।। সোৱণশিৰি বান বৈজ্ঞানিক বুদ্ধিজীৱীৰ মতে সৰু সৰু দেমহৈ বৈদ্যুতিক বিয়পি গল।। সেই বিলাক উন্নতি দেখাৰ কাৰণেই আমি সবে মিলি জুলি ভোট বজ্ৰন কৰি থোৱা হল।।

  • @prabhatkrgogoi8153
    @prabhatkrgogoi815311 күн бұрын

    নিৰ্বাচন ব্যৱস্থাটোৰ প্ৰতি মানুহৰ আস্থা নথকা নহয়, ভোটাৰৰ আস্থা কমিছে কেণ্ডিডেটৰ প্ৰতিহে ৷ কেণ্ডিডেট সকলৰ স্বভাৱ চৰিত্ৰ , চিন্তা ধাৰা , সামাজিক দ্বায়িত্ববোধ হীনতা , অবৈধ ধনসম্পত্তি আহৰণ এইবোৰ ৰাইজে মনমগজুৰে দৃষ্টি দি থাকে ৷ সেয়ে ভোট দিবলৈ নোযোৱা সকলৰ বেছিসংখ্যকেই এনে ধৰণৰ লোক , যিয়ে মনোমত কেণ্ডিডেট বিছাৰি নেপায় ৷

  • @aiassam1557
    @aiassam155713 күн бұрын

    এইবাৰ জনতাৰ লগত হে যোঁজ হৈছে। কোনো দলৰ লগত জনতা নাই।

  • @user-tu2do7it2s
    @user-tu2do7it2s13 күн бұрын

    ইন্দিৰা গান্ধী দিনত প্ৰায় ৬০ শতাংশ ভোট প্ৰদানৰ বিপৰীতে আজি ৪৫ /৫০ সাতাংশ মানে বৰ্তমানৰ নেতা সকলৰ উপৰত ৰাইজ সন্তুষ্ট নহয়।

  • @eldrinkoch3656
    @eldrinkoch365613 күн бұрын

    ৫০০ পাৰ কৰিব নৰেন্দ্ৰ দামোদৰ মূদীয়ে !!!!!অন্ধভক্ত বোৰৰ বাদে আজিৰ দিনত এইজনা স্বয়ম্ভু বিশ্বগুৰুৰ গুৰুত্ব আছে বুলি মনে নধৰে

  • @purnagogoi1571

    @purnagogoi1571

    13 күн бұрын

    Tumar mote kun hobo lage PM. Tumi hole bhal hobo.

  • @user-kc9nr6ec8r
    @user-kc9nr6ec8r13 күн бұрын

    350 খন চিত খেলা বিজেপি ৪০০৫০ পাব

  • @babitahazarika6300
    @babitahazarika630013 күн бұрын

    Nitumoni dar news bur sai val lage. তেখেত সঁচা সাংবাদিক হয়। কাকো ভয় কৰি দাদাই কথা নকয়।

  • @bhupendrachaliha2902
    @bhupendrachaliha29023 күн бұрын

    Sky high price rìse dòwn Vote p.C

  • @apurbabhuyan8121
    @apurbabhuyan812113 күн бұрын

    4 জুনৰ পাছত তোমাৰ কি হ'ব ফটুৱা

  • @AltafHussainLaskar-sh7kl
    @AltafHussainLaskar-sh7kl13 күн бұрын

    এইবার বিজেপি সর্বোচ্চ ২৩০ খন আসন লাভ করিব পারে।

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc13 күн бұрын

    শুকুলা সাজেৰে বহু নেতা ওলালে ৰাইজৰ সেৱা চুৰ কৰিবলৈ ।(ভুপেন হাজৰিকা)

  • @harakantadeka7715
    @harakantadeka771513 күн бұрын

    West, Bengal,is,nil,for,bjp, because,,no,vote,for,bjp

  • @user-nk6uw1dm5o
    @user-nk6uw1dm5o11 күн бұрын

    100% not pulling on acount of evm hacking

  • @monojchakravarty7930
    @monojchakravarty793013 күн бұрын

    EVM চোৱা ভাল

  • @TCF573
    @TCF57313 күн бұрын

    400 impossible '😅

  • @DebojitkrboraBora
    @DebojitkrboraBora13 күн бұрын

    ।। আমাৰ অসমৰ মুখ্যমন্ত্ৰী জন প্ৰধান মন্ত্ৰী হ'লে ভাৰত খনৰ মান চিত্ৰ খন নতুন কৰিব লাগিব সেই খন দেশত সাংবাদিক মেডিয়া নাথাকিব।।

  • @bhabendoley6151
    @bhabendoley615112 күн бұрын

    অসমত জাতি,ভেটি,মাটি,সামগ্ৰীৰ দাম,বিদেশী সমস্যা,মিছা প্ৰতিশ্ৰুতি,বিৰুদে ভোট দিছে।

  • @ramench.saikia8470
    @ramench.saikia847012 күн бұрын

    ১৫ লাখ টকা পোৱাৰ আশাত একাউণ্ট খুলিছিল।

  • @user-dk3ic8hl1x
    @user-dk3ic8hl1x13 күн бұрын

    Jar 3takoi bank acount ase teketehu jhon Don acount Kula hoise.

  • @aabirgogoi5923
    @aabirgogoi592313 күн бұрын

    225 khan bjp

  • @user-rr7hw1ig9t
    @user-rr7hw1ig9t12 күн бұрын

    Shradhàr mohodai amaar dekh basak.

  • @user-rr7hw1ig9t
    @user-rr7hw1ig9t12 күн бұрын

    Sir,namaskar.modik midiar gariate Pradhan mantri napatibo.tritabar ahile ammar dekh amaar hai nathakiba.

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5i13 күн бұрын

    N D A - 200 Seats Paba 100 % Gurenty .. . .Thanks ..

  • @DipDas-vi8ki

    @DipDas-vi8ki

    13 күн бұрын

    all Indiat nda 150 seat paboi pab,moi garantie dilu

  • @gunendralahon7412
    @gunendralahon74127 күн бұрын

    Eaikhon Assam kor kotha koi ase manisu BJP manuh bur bahal manor

  • @kochanews4706
    @kochanews470613 күн бұрын

    Nana karonot voters xokole vote nidiye.....ji diye teolok BJP.....support ase....

  • @kochanews4706
    @kochanews470613 күн бұрын

    Congressot bhal leaders nai.....

  • @jonilibegum-qz3cs
    @jonilibegum-qz3cs13 күн бұрын

    Kam nai moodijir

  • @kochanews4706
    @kochanews470613 күн бұрын

    chorkaror hajarta dos ase

  • @mostafask6440
    @mostafask644013 күн бұрын

    Det

  • @nobokumarpatir7979
    @nobokumarpatir797913 күн бұрын

    Assam t BJP 11+ Congress 2+ hob pare dada apunar mote ki hob dada

  • @majnurali8452
    @majnurali845213 күн бұрын

    500 par hobo

  • @purnagogoi1571
    @purnagogoi157113 күн бұрын

    BJP 450 seat gurantee. Aitu congressi chennal hoi.

  • @kochanews4706
    @kochanews470613 күн бұрын

    Tumar kam nai....

  • @Bhumidas-fb6uj
    @Bhumidas-fb6uj13 күн бұрын

    Ranjit sharma dangoria apuni puja patol manuhor ghorot sokam nikam adi thik kori thouk . karon aponar studiot boharo okat nathakibo . puthi pazi ponjika Homor jogaro redy korok . good luck .

  • @TCF573
    @TCF57313 күн бұрын

    400 par???? 😅😅😅😅 . Nohi. Gamse. Bahor 😅😅😅

  • @TCF573
    @TCF57313 күн бұрын

    Modi wave foos 😅😅

Келесі