মুনুৰ ৰেষ্টুৰেণ্ট খনৰ নামকৰণ কৰিলে বায়েকে💞/বৈষ্ণৱ-বাৰাণিকাৰ কামবোৰ😍/

মুনুৰ ৰেষ্টুৰেণ্ট খনৰ নামকৰণ কৰিলে বায়েকে💞/বৈষ্ণৱ-বাৰাণিকাৰ কামবোৰ😍/#rashmikonwar#assamisevlog

Пікірлер: 86

  • @karobisaikia3548
    @karobisaikia3548Ай бұрын

    বৈষ্ণৱ বৰ মৰ লগা হৈছে oo❤❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @pujaduttavlog
    @pujaduttavlogАй бұрын

    Boishnav beta bhut dangr hl...❤❤ cute boy❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    😊❤️

  • @kamalatahbildar4148
    @kamalatahbildar4148Ай бұрын

    Video tu sai bohut val lagil

  • @trinaboruah
    @trinaboruah9 сағат бұрын

    Boishnov bor morom loga hoise❤❤

  • @RashmiKonwar

    @RashmiKonwar

    8 сағат бұрын

    উম ,ধন্যবাদ জনালোঁ

  • @user-fu8gy6lh1r
    @user-fu8gy6lh1rАй бұрын

    GD morning 🌅🌄

  • @DiptiGogoi-ob8ux
    @DiptiGogoi-ob8uxАй бұрын

    Val lagil Kathabor huni God bless you ❤❤❤❤❤❤❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @bornilboruah5064
    @bornilboruah5064Ай бұрын

    iooo emaan dhunia lagisa mainati❤

  • @MainuChetia-gt5qg
    @MainuChetia-gt5qgАй бұрын

    Apuni jetiya video driyee tatiye seu maa ❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    বহুত মৰম তোমালৈ ❤️

  • @mansisingh5525
    @mansisingh5525Ай бұрын

    Good morning anti ji ❤❤❤❤❤❤❤❤❤ nice family

  • @Akilurrvlogs
    @AkilurrvlogsАй бұрын

    Nicee resturent

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    😊❤️

  • @kankanabora9202
    @kankanabora9202Ай бұрын

    Aiiiooo baishnab beta ❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @user-zv7en5kp2h
    @user-zv7en5kp2hАй бұрын

    Mja

  • @kasturichangmai2590
    @kasturichangmai2590Ай бұрын

    Tikla2 bor morom lagise o

  • @kakotyraju5424
    @kakotyraju5424Ай бұрын

    Love you Boishnav beta

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @binitabhuyanbinitabhuyan8119
    @binitabhuyanbinitabhuyan8119Ай бұрын

    Boishnob bor morom loga hoise.❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @Pronotimohan
    @PronotimohanАй бұрын

    Adin jam jam lage mur apunaluk r ghorole.gole mitir ulabo ....... 😊❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    💞😊

  • @pdchannel8869
    @pdchannel8869Ай бұрын

    ❤❤baranika kam bohabo pora hol aru.boisnob u dangor hoise aru.❤❤bohut morom disu

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    উম ডাঙৰ হৈছে

  • @statusvideochannle1713
    @statusvideochannle1713Ай бұрын

    বৈষ্ণৱ বৰ ধুনীয়া ❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @sikhachetia2829
    @sikhachetia2829Ай бұрын

    ❤❤❤

  • @MamoniMoni-ej4sf
    @MamoniMoni-ej4sfАй бұрын

    Apunar vedio Sai bohut val lage

  • @kabitaborabhakatgaon
    @kabitaborabhakatgaonАй бұрын

    বহুত আলহি ঘৰ গৰম হৈ আছে ভাল লাগিল দুটা নাতি পাই কব নোৱাৰা হৈ আছা ৰ্ফূতি তোমাৰ বহুত ভাল লাগিল সকলোৱে লগেভগে খোৱা মজাই বেলেগ

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    হয় সখী

  • @Jumoni7794
    @Jumoni7794Ай бұрын

    বৈষ্ণৱ যে ইমান মৰমলগা হৈছে

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    💞

  • @nirmalikalita7376
    @nirmalikalita7376Ай бұрын

    ইমান ভাল লাগিল আজিৰ ভিডিও টি খুড়ী❤। সচাই দেই ইমান অকণমানি বৈষ্ণব বেটা পটকে ডাঙৰ হৈছে,বৰ মৰম লগা হৈছে❤❤❤চেংনাং বৰ দুষ্ট হৈছে😂বা ক যে দেখিবলৈ আপোনাৰ নিচিনা লাগে।মানে আপোনাৰ নিজৰ ছোৱালী যেন চেহেৰা টো অলপ একে লাগে।ভাল লাগে।আজি ৰ ভিডিও টোত সকলোকে দেখা পাই বহুত ভাল লাগিল।মৰম সকলোলৈ❤❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    সকলোৱে কয় তাই মোৰ দৰে একেই

  • @nirmalikalita7376

    @nirmalikalita7376

    Ай бұрын

    @@RashmiKonwar bohut val lage baa k..

  • @indranineog4335
    @indranineog4335Ай бұрын

    Baa, loratu je iman moromloga hoise... Ki kom... Bahut morom okonmani dutale

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @SusmitaHazarika
    @SusmitaHazarikaАй бұрын

    Boishnav bor dhunia

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @ITS_SWEETY-s1k
    @ITS_SWEETY-s1kАй бұрын

    Ma tumar ochukh Val hoise ne tumar duyutai nature bhut dhuniya ❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @DimpiBorah-eu1fo
    @DimpiBorah-eu1foАй бұрын

    জন্ম বহুত সোনকালে হৈছিল যে তেতিয়া বহুত সৰু আছিল। আৰু এতিয়া বৈষ্ণৱ মাইনাটো বহুত মৰম লগা হল। সৰু চেহেৰা অলপো নাই।বাৰাণিকাও বহুত মৰম লগা হৈছে।❤❤❤❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    😊💞

  • @user-kt9ew6wt1z
    @user-kt9ew6wt1zАй бұрын

    সকলোলৈকে মৰম❤❤❤❤❤❤❤

  • @porikhataniarvlogsparilife7610
    @porikhataniarvlogsparilife7610Ай бұрын

    বৈষ্ণৱ বেটাক খুড়ীমা মুখলগা ভাঙিব দেই ❤ ইমান মৰম লগা হৈছে । খুড়া দৰে আমাৰ পাপাও একে তেওঁ মায়ে সাৰিলেও তেওঁ স্কুল যোৱা আগত সাৰিব😂

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    উম 💞💞💞💞😊

  • @bobigogoi6029
    @bobigogoi6029Ай бұрын

    বৈষ্ণৱ বেটা বৰ মৰম লগা । চেঙনাঙলৈ বহুত মৰম দিলো ।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @Sultanathakuria
    @SultanathakuriaАй бұрын

    ❤❤❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @user-uo9wv1gf6k
    @user-uo9wv1gf6kАй бұрын

    বাইদেউ মাছৰ কণীৰ লগত দাংবদী বা বেঙেনা জলকীয়া ভাজি কৰি খাব বহুত ভাল লাগে ।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    উম 😊❤️

  • @nirusaikia7631
    @nirusaikia7631Ай бұрын

    👍❤️ গা ভাল পালে নে বাইদেউ 🙏

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️ চিকিৎসা কৰি আছোঁ

  • @smritiburagohain6143
    @smritiburagohain6143Ай бұрын

    Baisnav j emn dhunia ou

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    উম 😊💞

  • @binitaphukon2952
    @binitaphukon2952Ай бұрын

    বৈষ্ণৱ বেটা চকু দুটি বৰ মৰম লগা

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    উম❤️❤️❤️

  • @priyaaa2076
    @priyaaa2076Ай бұрын

    Muru suwali dujni ase same apunalukr Dre hoi thake absta bur munu Dre muru hoi akebur kamke kri kri amni lagi Jai bostu bur than ban hoi thake jiman Val krileu bewa koriboi.

  • @mrinaledeka4905
    @mrinaledeka4905Ай бұрын

    আপোনালোকৰ ঘৰত ভাত এহাজ খাবলে বহুত mon আছে

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    আহিবা 😊❤️

  • @DollyGogoi_15
    @DollyGogoi_15Ай бұрын

    বৈষ্ণব আৰু দেহা জনী লৈ বহুত মৰম ❤আপুনিও hunkale husto hoi uthok tare kamona ❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️

  • @kabitaborabhakatgaon
    @kabitaborabhakatgaonАй бұрын

    সখী সকলোলৈ মৰম বৈষ্ণব চেংনাং মৰম দেই❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @user-wt5hc4xr7i
    @user-wt5hc4xr7iАй бұрын

    বাইদেউ ম ই আপোনাক বহু ত ভাল পাও

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    💞💞💞💞❤️❤️❤️

  • @user-uo9wv1gf6k
    @user-uo9wv1gf6kАй бұрын

    কণমানি দুয়োটালৈ বহুত মৰম যাচিলো

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ

  • @mamonibhuyan8612
    @mamonibhuyan8612Ай бұрын

    Boishnav brr morm loga

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ

  • @user-rv6mg4wv9w
    @user-rv6mg4wv9wАй бұрын

    Boisnob aru baranika loi bohut bohut morom ❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @ranjitnaog2775
    @ranjitnaog2775Ай бұрын

    Mur mobail beya sabo pora nasilu .moiu jaam dei mur phn beya hoi aase

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @Anamika.k19
    @Anamika.k19Ай бұрын

    বৰমা মই graduation কৰি আছোঁ, মই সজাই পৰাই কথাখিনি ক'ব নোৱাৰিব পাৰোঁ কিন্তু মই যিখিনি ভাবো সেইখিনিয়ে আপোনাক কৈছোঁ.. বৰমা আপোনাক মই কিয় গম নাপাওঁ যেতিয়াই আপোনাৰ ভিডিও চাওঁ তেতিয়াই এনেকুৱা নালাগে যে আপুনি কোনোবা বেলেগ এনেকুৱা লাগে যে আপুনি আমাৰ পৰিয়ালৰ সদস্য 💗 মই জানে বৰমা আপুনি ৰাতিপুৱা ১০ টা বজাত video upload কৰে মই ৰৈ থাকো আৰু শেষ হলে আপোনাৰ আগৰ ভিদিও বোৰ বিচাৰি চাওঁ 😅 কিজানি কোনোবাটো চোৱাই নাই .... আৰু মুনু বা টো কবই নেলাগে ইমান সহজ সৰল 🥰 আপোনালোকৰ পৰিয়ালটোৰ এইটোৱে ভাল লাগে বৰমা প্ৰত্যেকজন সদস্য হাঁহিমুখীয়া হয়। মই আশা কৰিছোঁ আপোনালোকৰ পৰিয়ালটোলৈ কেতিয়াও একো বাধা - বিঘিনি নাহক ✨ ও ৰ'ব চেংনাং জনীকনো কেনেকৈ পাহৰিব পাৰোঁ🥺 তাই সদাই ভালে থাকক। আৰু বৰমা আপোনাৰ অসুখ অলপ হোৱা বুলি কৈছিলে যে সোনকালে যাতে সুস্থ হয় আপুনি ভগৱানৰ ওচৰত পাৰ্থনা কৰিছোঁ 🙏

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    আই অ কলিজা জনী ,ইমান ধুনীয়াকৈ লিখিছা ❤️❤️❤️❤️। মৰম দিলোঁ । ভালকৈ পঢ়িবা দেই

  • @kowshikbarman2766
    @kowshikbarman2766Ай бұрын

    2ta soli.ake loge lobo napai.buli koi ami nolow

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    যেতিয়া যমজ হব তেতিয়া কি কৰিব 😊???

  • @monmoyuriburagohain5783
    @monmoyuriburagohain5783Ай бұрын

    Mosengfa moi aake lage poha

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    😊💞

Келесі