চেংনাঙে নিজেই ভাত খাবলৈ শিকিছে/অসমীয়াৰ জুতি পানী দিয়া ভাত😋

চেংনাঙে নিজেই ভাত খাবলৈ শিকিছে/অসমীয়াৰ জুতি পানী দিয়া ভাত😋#rashmikonwar#assamisevlog

Пікірлер: 68

  • @kalpanamahanta1812
    @kalpanamahanta1812Ай бұрын

    Pani dia bhator juti bhal lagil sai xokolure prio, morom konmani joniloi,dangor hol aru ,,,🎉

  • @kabitaborabhakatgaon
    @kabitaborabhakatgaonАй бұрын

    ওম পইটা ভাত খাই বহুত ভাল পাওঁ ৰদ গৰম পৰি থাকোতে দুদিন মান পইটা ভাত খালো মজা লাগে খাই সখী❤

  • @army-bf7ms
    @army-bf7msАй бұрын

    আজি দুপৰীয়া মইয়ো পইটা ভাত খাইছো আলু পিতিকা আৰু দাইল বতাৰ লগত খাইছো বৰ ভাল লাগে কলিজা জনী ডাঙৰ হৈ গল খুৰিমা সকলোকে মৰম জনালো মই সংগীতা নলবাৰী পৰা❤❤❤❤❤

  • @gariyakhigogoi3942
    @gariyakhigogoi3942Ай бұрын

    Val lagil video tu Sai ❤❤

  • @MainuChetia-gt5qg
    @MainuChetia-gt5qgАй бұрын

    Video tru loiboloi bahut bhal lagil maa ❤❤

  • @JYOTIKAMIXYT
    @JYOTIKAMIXYTАй бұрын

    ভাল লাগিল❤❤ চেঙনাং ডাঙৰ হৈছে আৰু।❤🎉

  • @user-rv6mg4wv9w
    @user-rv6mg4wv9wАй бұрын

    Val lagil video to 😊

  • @Ritacreationchandan22
    @Ritacreationchandan22Ай бұрын

    চেংনাঙ ❤❤❤❤❤

  • @DollyGogoi_15
    @DollyGogoi_15Ай бұрын

    বহুত মৰম দেহা ❤

  • @mohimboro9224
    @mohimboro9224Ай бұрын

    Vl lgile video tu sai ❤

  • @user-xo2dm2lh2y
    @user-xo2dm2lh2yАй бұрын

    Mojja❤❤❤❤❤❤❤❤

  • @beautimohan7258
    @beautimohan7258Ай бұрын

    গৰমত প ইতা ভাত‌‌ মজা‌খাবলৈ । চেংনাঙ ডাঙৰ হৈছে দে❤❤❤❤❤

  • @bituponbora9367
    @bituponbora9367Ай бұрын

    Dhnu kolija o . Bhut bhut mrm ❤ . Hdaiya mam mam khba day ❤❤❤❤❤❤

  • @bijayaburagohain8108
    @bijayaburagohain8108Ай бұрын

    আপোনি যে সকলো ফালেই ইমান ধুনীয়াকৈ maintain কৰে বৰ ভাল লাগে ৷ চেংনাঙলৈ বহুত মৰম ❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @CalmBeachHammock-bj3gr
    @CalmBeachHammock-bj3grАй бұрын

    Mojaaaa video ba❤❤❤❤❤

  • @ujonirgitashree8043
    @ujonirgitashree8043Ай бұрын

    😋😋😋priyo muru

  • @r.hazarika9231
    @r.hazarika9231Ай бұрын

    পইতা ভাত মোৰো বৰ প্ৰিয়। চেংনাং আজিকালি বহুত কথা জনা হৈছে।তাই সকলোকে ব্যস্ত কৰি ৰাখে নহয়নে,মৰম দিলোঁ দেই, কুশলে থাকা সপৰিয়ালে ❤️❤️❤️

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    মৰম বা

  • @anjalienling
    @anjalienlingАй бұрын

    Morom2 sengnang umaa God bless you all always 🙏

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @PunyalataSaikia-me2wh
    @PunyalataSaikia-me2whАй бұрын

    Moja,🎉,❤,

  • @rebotiDoley
    @rebotiDoleyАй бұрын

    চেংনাঙক আৰু আমাৰ ময়ূৰী একে ইটো সিটো চুই ফুৰে কপাল ফুট থাকিবলৈ নিদিয়ে

  • @user-uo9wv1gf6k
    @user-uo9wv1gf6kАй бұрын

    আলুৰ লগত ভাত কেৰেলা আৰু বিলাহী হলে আৰু ভাল লাগিল হয় ।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    মই কৈছিলোৱে যে আমাৰ ঘৰৰ মানুহবোৰে অকল আলু পিটিকাই ভাল পাই বুলি 😊 ।। শুনা নহল চাগে ন ।

  • @Rupalibora7114
    @Rupalibora7114Ай бұрын

    ❤❤

  • @kongkonadutta1269
    @kongkonadutta1269Ай бұрын

    ❤❤❤

  • @barbiebaruah5485
    @barbiebaruah5485Ай бұрын

    Tai kam bur gutai jani mor suwalia aru bostu pelai dia ata timet hoi sb o ❤❤❤ kolija jani 😘😘

  • @digantahazarika1631
    @digantahazarika1631Ай бұрын

    ❤❤❤❤❤

  • @kabitaborabhakatgaon
    @kabitaborabhakatgaonАй бұрын

    বতৰৰ ফল খাব লাগে আমিও খাই আছো পকা আম ❤চেংনাং কাম কৰিৱ পৰা হৈছা ইমান নেট বেয়া এতিয়াহে কোনোমতে চাইছো মৰম চেংনাং পুখুৰী পাৰত হে নেট পাও বৰষুণৰ কাৰণে তালৈয়ো যাব নোৱাৰা হৈ আছো

  • @user-fu8gy6lh1r
    @user-fu8gy6lh1rАй бұрын

    amm dhakhi robo pora nii moi jy bhut vl pau tanya jikuno din rati ni khau a kin2 axomor bahirt thokar pora khabo napau emn

  • @user-gh6nv4zy5v
    @user-gh6nv4zy5vАй бұрын

    Bor maa apunar video bur sai bohut val lage ❤❤video tu je sai thakile hek nohok jen lage moi apuar video hodai asu comment he diya nohoi❤❤ ag barhi juwa borma aru jen aponi hodai vale thaka❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    💞💞💞

  • @nirmalikalita7376
    @nirmalikalita7376Ай бұрын

    অপেক্ষা ৰ অন্তত ভিডিও তো চাই বহুত ভাল লাগিল খুড়ী। কণমানি এ আপোনাৰ চুলি পুৰা টানিছে😂😂।গৰমত আমিও পানী দিয়া ভাত খাওঁ আলু পিটিকা ৰ লগত বেলেগ একো নহলেও হয়। পুনৰ এটা নতুন ভিডিও ৰ অপেক্ষা ৰে,মৰম❤❤❤❤❤❤খুড়ী

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    মৰম

  • @beautimohan7258
    @beautimohan7258Ай бұрын

    গৰমত প ইতা ভাত‌‌ মজা‌খাবলৈ

  • @ITS_SWEETY-s1k
    @ITS_SWEETY-s1kАй бұрын

    Ma moiu Pani diya vat khai bhut Val pau

  • @rashmikalita2494
    @rashmikalita2494Ай бұрын

    Moiu aloo pitika amar acharor lgt he vl paw

  • @bidyutborpatra6847
    @bidyutborpatra6847Ай бұрын

    Din t pemas tu pindhai nthobo maa ...any time pundhai thole beya maaa .kua krne beya npabo maa...sengnang❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    নিপিন্ধাও নহয় গোটেই দিনটো । তুমি ভুল ভাবিছা ।

  • @dulumoniguwala7151
    @dulumoniguwala7151Ай бұрын

    Amr joniu mur phntu kaku subo nidiye phn doliyai diye

  • @shyamalimagogoi5021
    @shyamalimagogoi5021Ай бұрын

    চেংনাং ৰ কাণ্ড বোৰ চাই ভাল লাগে। দন্দোৰি কাণ্ড তো বেছি ভাল লাগে।। মোৰ জনিও একেই। ৪টা মানুহৰ কাৰণে ইমান খিনি আলু লৈছে। ইমান আলু খোৱাটো ভাল নহয় আকৌ বাইদেউ

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    আমি দুজনে কম খাওঁ 😊,ইহঁত বোৰে বেছি খায় 😃

  • @lokhimibora1947
    @lokhimibora1947Ай бұрын

    আমিও খুব খাইছোঁ পানী দিয়া ভাত।মই কামলৈ যাওঁতে ৰাতিপুৱা প্ৰায়ে পানী দিয়া ভাত খাই যাওঁ।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    👍💞

  • @karobisaikia3548
    @karobisaikia3548Ай бұрын

    ❤❤❤❤❤❤❤❤❤❤❤💕💕💕💕💕💕💕

  • @yasminabegum6507
    @yasminabegum6507Ай бұрын

    Sengnage kapur jur bht dhunia lgise mur lora tu u tai r dore mbl suboi Nidia kaku 😂❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    😃💞

  • @jbkiduniya832
    @jbkiduniya832Ай бұрын

    Baby jnik 1year huyar pisot kun 2 formula milk disile plz jnayok sun

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    শিশুৰ বাবে বনোৱা সকলোবোৰেই ভাল

  • @urmilaboruah2652
    @urmilaboruah2652Ай бұрын

    Kali Nazira goisilu.. apunaluk hokoluke log pabo bor mon asil.. Alp dur bisari golu kintu full address tu njnu j moi munu bow k insta t msg u korislu address tur karone kintu reply e nahil... 😢hosake apunaluk k bht val lge❤️❤️❤️ next ketiaba log puar akharee❤️

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    তাই insta চাবলৈ সময়ে নাপায় অ । বকতা নঙলামৰা (জয়া তিনি আলি)ত আমাৰ ঘৰ । নাজিৰাৰ পৰা অলপ দূৰ হয় । এনেয়ো লগ নাপালা হেঁতেন । মোৰ গা বৰ এটা ভাল নহয় । একেৰাহে মেডিকেল অহা যোৱা কৰি আছোঁ ।

  • @urmilaboruah2652

    @urmilaboruah2652

    Ай бұрын

    @@RashmiKonwar Hbo khurinmaa eku nai... Atia gom plu nohoi ketiaba parile jam dei❤️

  • @kabitaborabhakatgaon
    @kabitaborabhakatgaonАй бұрын

    ময়ো মিঠাতেল বেছিকৈ দিও আলুপিতিকাত তেতীয়া বেছি ভাল লাগে❤

  • @chandrakantahazarika1708
    @chandrakantahazarika1708Ай бұрын

    Konmani jonik kina fot ndbo.knkebake sokut humai jbo .kua krne bea npbo.sokut humai gole uliabole bor kosto hbo...

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    উম হয় বাৰু

  • @Monmoni1234
    @Monmoni1234Ай бұрын

    অ...খুৰী মা, বহুত দিনৰ পাছত আপুনাক Comment কৰিলো ॥ আপুনাৰ ভিদিঅ মই সদাই চাও কিন্তো বেলেগৰ মোবাইলত মোৰ মোবাইলটো বেয়া হৈ আছিল সেই কাৰণে মই Comment কৰিব পৰা নাছিলো ॥ চেংনাং ডাঙৰ হল 👄👄তাইলৈ বহুত বহুত মৰম পঠিয়ালো আপুনালৈয়ো বহুত বহুত বহুত হিয়া ভৰা মৰম পঠিয়ালো খুৰী মা I love you মা😊❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    মৰম

  • @Mainabora-rk5uj
    @Mainabora-rk5ujАй бұрын

    আপুনি চপ ফালে পাকৈত আপুনাৰ ভালো হক

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ

  • @banditadeka4141
    @banditadeka4141Ай бұрын

    চেংনাঙক এতিয়া কি কি খোৱায় কব চোন খূড়ী মা

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    সকলো খাদ্য খুৱাওঁ

  • @manabbikashgogoimanabbikas7063
    @manabbikashgogoimanabbikas7063Ай бұрын

    ❤❤

  • @mainabulbul2625
    @mainabulbul2625Ай бұрын

    ❤❤❤

Келесі