মুখ্যমন্ত্ৰী নবীন পাটনায়ক তথা বিজু জনতা দলৰ দুৰ্গ ওড়িশা

মুখ্যমন্ত্ৰী নবীন পাটনায়ক তথা বিজু জনতা দলৰ দুৰ্গ ওড়িশা। ওড়িশাত এইবাৰ ক্ষমতা দখলৰ বাবে উঠি-পৰি লাগিছে ভাৰতীয় জনতা পাৰ্টি। কিন্তু প্ৰৱল প্ৰতিষ্ঠান বিৰোধী ঢৌ থকাৰ পিছতো মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ জনপ্ৰিয়তাই এতিয়া বিজেপিৰ বাবে হৈ উঠিছে প্ৰধান প্ৰত্যাহ্বান। ওড়িশাৰ ৰাজনীতিক লৈ আমাৰ এক প্ৰতিবেদন।
#pratidintime #nabinpattnaik #nationalnews

Пікірлер: 5

  • @user-ul5kz9qi3v
    @user-ul5kz9qi3v17 күн бұрын

    Nabin Patnayak next PM

  • @soldierak4748
    @soldierak474816 күн бұрын

    Moi Odisha t thku ।। Eyt rasta paduli khua Pani bht Val । Biju card khn pa ekdom health r bbe free ।। Manuh xukhi eyt

  • @philosopher3453
    @philosopher345317 күн бұрын

    Nabin patnaik ❤❤❤

  • @arunguria3572
    @arunguria357216 күн бұрын

    BJP r kokal bhangi diok raij

  • @DipDas-vi8ki

    @DipDas-vi8ki

    12 күн бұрын

    bhangiluai dibrugarh &jorhat

Келесі