মুকলি আকাশৰ তললৈ আহিয়েই মোডীৰ বিৰুদ্ধে কি হুংকাৰ কেজৰিৱালৰ?

জামিনত কাৰাগাৰৰ পৰা মুক্ত হৈয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিক প্রতিহত কৰাৰ হুংকাৰ দিলে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে। আপৰ মুখ্য কাৰ্যালয়ত সংবাদমেল পাতি প্ৰধানমন্ত্রী নৰেন্দ্র মোডীৰ বিৰুদ্ধে বহুকেইটা গুৰুতৰ অভিযোগ আনিলে অৰবিন্দ কেজৰিৱালে। এইবাৰ শাসনলৈ আহিলে প্ৰধানমন্ত্রী নৰেন্দ্র মোডীয়ে ‘ওৱান নেশ্যন, ওৱান লীডাৰ’ নীতি কাৰ্যকৰী কৰিব বুলি ক’লে অৰবিন্দ কেজৰিৱালে। নৰেন্দ্র মোডীয়ে অমিত শ্বাহক প্ৰধানমন্ত্ৰী পতাৰ ব্লুপ্ৰিণ্ট ৰচা বুলিও ক’লে দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে।
#pratidintime #arvindkejriwal #delhi

Пікірлер: 18

  • @mineswardutta722
    @mineswardutta72217 күн бұрын

    India jindabad.

  • @swapandeb5647
    @swapandeb564717 күн бұрын

    Congress zindabad ♥️♥️♥️

  • @mostofamdkhairulislam5870
    @mostofamdkhairulislam587017 күн бұрын

    AAP zindabad India alliance zindabad Congress party zindabad

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k17 күн бұрын

    বিৰোধী জিন্দাবাদ জিন্দাবাদ

  • @RofiqulIslam-vv8kb
    @RofiqulIslam-vv8kb17 күн бұрын

    Good

  • @user-ku3zo5sp5j
    @user-ku3zo5sp5j17 күн бұрын

    Jimanei ji nhok ,mothote bjp hatao desh bachao

  • @nijamuddin-228
    @nijamuddin-22817 күн бұрын

    Right kotà koise

  • @dhanjitdas5830
    @dhanjitdas583017 күн бұрын

    Mukoli akakhor tolot 20 dinor babe .

  • @prataprabha374
    @prataprabha37417 күн бұрын

    Norendro mody is high leder of the world.

  • @p.musicgo1658
    @p.musicgo165817 күн бұрын

    BJP Go back,,,

  • @manashsvlogr
    @manashsvlogr17 күн бұрын

    😂😂

  • @DhankakatiDhankakati
    @DhankakatiDhankakati17 күн бұрын

    কয়দী মুকলি আকাশৰ তলত 😂😂😂😂

  • @premanandanarzary245
    @premanandanarzary24517 күн бұрын

    kham nai jhar bala r

  • @mahadeventerprise4822
    @mahadeventerprise482217 күн бұрын

    phir se jail jayega chayed!

  • @rambinaymahato9085
    @rambinaymahato908517 күн бұрын

    BJP jindabad Modi ji jindabad

  • @user-jo4er3hy7z
    @user-jo4er3hy7z17 күн бұрын

    Jail ferot tihari babu

  • @laxmipaul474
    @laxmipaul47417 күн бұрын

    Tu to sur hai

  • @ablinkandulana-cy8xf
    @ablinkandulana-cy8xf17 күн бұрын

    Good

Келесі