মৃণাল শইকীয়াই শুভেচ্ছা জনোৱাক কেন্দ্র কৰি অসন্তুষ্ট গেৰুৱা শিবিৰ...

যোৰহাটৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈক খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই শুভেচ্ছা জনোৱাক কেন্দ্র কৰি অসন্তুষ্ট গেৰুৱা শিবিৰ। মুখ্যমন্ত্রীৰ ধাৰণা- হয়তো সতীৰ্থ বিধায়কজনে শীঘ্রেই শিবিৰ সলনি কৰিব। ইফালে বিষয়টোক কেন্দ্র কৰি এন্ট্রি মাৰিছে খোদ APCCৰ সভাপতিগৰাকীয়ে। ভূপেন বৰাৰ মতে, বালিলৈ যিপাট সুগ্রীৱলৈও সেইপাট। মৃণাল শইকীয়াৰ কাষত থিয় দি প্রতিক্রিয়া প্রকাশ কৰিছে বিজেপিৰে একাংশ পুৰণি নেতায়ো। অৰ্থাৎ শুভেচ্ছাৰ প্রসংগক কেন্দ্র কৰি এতিয়া বেছ আকৰ্ষণীয় হৈছে ৰাজ্যৰ ৰাজনীতি।
#pratidintime #assam #elections2024 #gauravgogoi

Пікірлер: 50

  • @premsuba1847
    @premsuba1847Ай бұрын

    মৃণাল শইকীয়া এগৰাকী প্ৰকৃত ভদ্ৰলোক।

  • @bakulboruah2026
    @bakulboruah2026Ай бұрын

    আমি মৃণাল শইকীয়া ককাইদেউৰ লগত আছোঁ।

  • @luhitchangmai5891
    @luhitchangmai5891Ай бұрын

    ন বিজেপিৰ অসংকাৰ! বিজেপীৰধংস মূল কাৰন

  • @user-vw9gs1yk3e

    @user-vw9gs1yk3e

    22 күн бұрын

    সবা নন্দ কি অহংকাৰ নহয় নেকী

  • @devdas8542
    @devdas8542Ай бұрын

    জয়ন্ত মলোঁ, পিয়াঁজ, আৰু এটা ধামা ধৰা আছে দিগন্ত নে কি এইকেইটা বাহিৰ কৰি দিব লাগে BJP r পৰা

  • @satyamevajayate1274
    @satyamevajayate1274Ай бұрын

    গৌৰৱ গগৈৰ জয়ে হিমন্ত কোম্পানীক এটা ভাল কানতলীয়া চৰ সোধালে😂

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801Ай бұрын

    মৃণালে ঠিক কৈছে।

  • @puspadhardowarah1932
    @puspadhardowarah1932Ай бұрын

    ৪০০পাৰ"পোৱা"হলেজনালেহেতেন!৪০০ যেতিয়া ধোৱা চাঙত কিহৰ জনাব?

  • @SavagemodeON973
    @SavagemodeON973Ай бұрын

    হিমন্তৰ ভগৱান ফেকুৱে লোকৰ হাতত ধৰি চৰকাৰ চলাব । কথাতো হল মোদী কিমান দিন এনে দৰে চলাব পাৰিব , লাহে ধীৰে চৰকাৰ যাবগৈ আৰু তাৰ পিছত হিমন্তৰ কি হব ।😂😂😂 মাঠা বেয়া হৈ গৈছে কালন্তৰ 😂😂

  • @RupkantaPathori-sk3ru

    @RupkantaPathori-sk3ru

    Ай бұрын

    তাৰমানে যিকোনো উপায়ে আতৰব বিচাৰিছে ।

  • @yogeshborpatragohain6775

    @yogeshborpatragohain6775

    Ай бұрын

    Jail Hbo aru ki

  • @_Blexed._.wozzz_
    @_Blexed._.wozzz_Ай бұрын

    mrinal is a n honest person

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ruАй бұрын

    LURINJOUTY GOGOI o subheswa dise SARBENDA SONOWALAK ki hal

  • @kangkankk4469
    @kangkankk4469Ай бұрын

    Thre are so talented to you bro

  • @beria842
    @beria842Ай бұрын

    Mama mani Finished

  • @hemantaborgohain4493
    @hemantaborgohain449329 күн бұрын

    টেনচন বেছি হলে চুলাই খাবা ।

  • @ashokdas6426
    @ashokdas6426Ай бұрын

    Himanta will join another party before late

  • @BartoulaSisters

    @BartoulaSisters

    Ай бұрын

    He'll make a party.. Most probably

  • @kandarpa2622
    @kandarpa262222 күн бұрын

    It is Mrinal Saikia's own will.It is his fundamental right Nobody have right to obstruct in this matter.

  • @janardanbora2803
    @janardanbora2803Ай бұрын

    মোদী ডাঙৰীয়া যোৱা বাৰ জিকিছিল পাঁচ লাখ ভোটত আৰু এইবাৰ যেনে তেনে পাঁচ হে কৰিছে দেৰ লাখ ভোটত তেন্তে কিয় শুভেচ্ছা জনাব বাৰু 😅😅😅

  • @rinkigogoi7455
    @rinkigogoi7455Ай бұрын

    ইমান জলীবলৈ কি আছে

  • @hemantadas6963
    @hemantadas6963Ай бұрын

    Borhia dise

  • @munindrabaruah9597
    @munindrabaruah9597Ай бұрын

    Mukha y Mantrir faltu katha

  • @raeesalaam8027
    @raeesalaam802729 күн бұрын

    G.G.probably the next CM of Assam in 2026

  • @rajassam1822
    @rajassam182229 күн бұрын

    Congress Zindabad

  • @user-db2mc5kd4f
    @user-db2mc5kd4f29 күн бұрын

    Aapuni sinta nokoribo ujoni aapunar logot aasu

  • @MerujitPatowary
    @MerujitPatowaryАй бұрын

    Mrinal Saikia congress t aahibo lage,teu ejon khub bhal mamuh

  • @ArupDas-qr6qc
    @ArupDas-qr6qc28 күн бұрын

    প্ৰতিদিন টাইম নেওছ চেনেলটোত এটা এ news বেছিকৈ চলে আছে গৌৰৱ গগৈৰ।কিন্তু ভৱা ভাল১৪ খনৰ১১ খন এ পাইছে ৰেকৰ্ড অসমত।বাকী বিলাকৰ কিয় news কৰা নাই।

  • @NK-activ
    @NK-activАй бұрын

    Gud ❤Quality

  • @amitchetri5796
    @amitchetri579629 күн бұрын

    Aibelak khubidhabadi neta jodi batah congress pine aahibo sab congressi hobo

  • @beria842
    @beria842Ай бұрын

    Hbs gol

  • @Debeswardoley123
    @Debeswardoley12329 күн бұрын

    Mrinal Da Nijar mote thacoc anr khatat guruta nidibo

  • @Debeswardoley123

    @Debeswardoley123

    29 күн бұрын

    Apuni enekoi thakok Val pawh ❤

  • @ranjayrabha5935
    @ranjayrabha5935Ай бұрын

    Congress bagoril ha ha .

  • @bitumedhi8392
    @bitumedhi8392Ай бұрын

    কলিতা মানুহক এটা জনগোষ্ঠী ৰ মানুহে বিৰাট বেয়া পাই।।।উজনিৰ কলিতা সকল জগিবৰ হল ....জাতি ভিত্তিত খেলি আছে উজনিত

  • @Maina165

    @Maina165

    29 күн бұрын

    Kune beya pai aru kio

  • @user-pu3po2yy9m

    @user-pu3po2yy9m

    29 күн бұрын

    Tumi ahi survey korisila ni upper Assam t

  • @ridip182
    @ridip18229 күн бұрын

    অসংকৰে পতনৰ মূল

  • @voyager5015
    @voyager5015Ай бұрын

    Mrinal Saikia-i lower assam/upper assam kori axomiya-k bibhajan kora aru ghrinoniya kotha koise rajahuwa bhabe. Taar maane ki upper assam-r axomiya-i lower assam-r axomiya-k ghrina kore neki? Anekuya joghonyo manixikota-r manuh axomiya-r xotru. iyaak BJP-e bohiskar koribo laage. Congress-i enekuwa letera manuh-r baabe upojukto sthaan.

  • @Mynagogoi123

    @Mynagogoi123

    Ай бұрын

    😂😂😂😂😂

  • @shawnmichael2754

    @shawnmichael2754

    Ай бұрын

    Upper mokha Kam nai....himanta mama jindabad

  • @user-ui2fq8hf8y

    @user-ui2fq8hf8y

    Ай бұрын

    R u Assamese

  • @user-ui2fq8hf8y

    @user-ui2fq8hf8y

    Ай бұрын

    Or Bangladeshi

  • @KD-dj1iq

    @KD-dj1iq

    Ай бұрын

    Lower Assamor BJP pokor seleka buror dorker nai Upperok

  • @harihardebnath2170
    @harihardebnath217029 күн бұрын

    Mudi bogoban niki

Келесі